Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Videoto vale lagilu
Bor duniya lagil ❤
👍
ভিডিও টো চাই ভাল লাগিছে ।। আগলৈ এনে দৰে দি থাকিব ।।। ধন্যবাদ।।।
Thank you sir
ভাল লগিল
Val lagil 🙏🙏
Nojona kotha janilu dada thank you anekoi video de thakib
Bhal lagil
আপোনাৰ কথা বাৰ্তাত সৰলতা আছে। নিভাঁজ গাৱলীয়া গাৱলীয়া এটা আপোন ভাব জাগে। শিকন পদ্ধতি ভাল বাবে ভিডিঅ বোৰ চাই ভাল লাগে আৰু শিকিবও পাৰিছোঁ। আগুৱাই যাওক। শুভকামনা জনালোঁ ।
ধন্যবাদ।
দাদা, আপোনাৰ ৰঙা লাওৰ যিতু ভিডেও তাক চাই ভাল লাগিল।
ধন্যবাদ জনাইছো ।।
Hundor Video.
ধন্যবাদ
Bhal video dikhaowar babe thanks
গোলাঘাটৰ পৰা মৰম যাচিলোঁ দাদা❤️😊
❤️☺️
ৰঙালাও কাটিং কৰি ৰুব পাৰি নেকি ?
Nice
Mur rangalau bur mota ful nufula k direct maiki ful fulise kintu Koli bur hukai goise ki koribo lagibo plz janabo
মোৰ তিনিটা ৰঙা লাও পুলি চাইনত উঠিছে কিন্তু তাৰে এজোপা আগবোৰ ৰঙা পৰিছে কি কৰিব লাগিব জনাবচোন।। ধন্যবাদ আপোনাক
আপোনাৰ video টোৰ। পৰা বহুত জানিব পাৰি লো ধন্যবাদ ।
Dada apunar video sai broilar toilet di moi buhut vl risult palu.aru rongalau karone ki medisine use korim jonabo
নিশ্চয় জনাম, আগলৈ আহিব লগীয়া video বোৰ চাব আৰু share কৰিব
Pani lau r cutting system blg neki?
মোৰ ৰঙালাও কলাতে ৰঙা হৈ সৰি পৰে ইয়াৰ কাৰণ কি
Oh da ronga lao advance Kun month ot kora koi
Ki mahot guti rule val hoi
সুন্দৰ ভিডিঅ' । মোৰ কেইজোপা মান ৰঙালাও ৰ পাতবিলাক ৰঙা আৰু মোচোৰা হৈছে, কি দৰব দিলে ভাল হয় জনাবাচোন ভাই ।
ভিডিঅ টো সম্পূৰ্ণ চাব । মোৰ নিচিনা ৰঙা হৈছে যদি উভালি পেলাওক সেইজুপাই গুটি নিদিয়ে , যদি বুঢ়া পাত বোৰ ৰঙা পৰিছে যদি সেই পাত বোৰ কাটি দিয়ক । মই পাত মোচোৰা হলে দিব লগীয়া medicine ৰ বিষয়ে বৰ কৈ সবিশেষ নাজানো
Dada mor rongalau dangr hoi pusi goi se tar karn to ki hb jonab son
পুকে খাবও পাৰে
দাদা ভাল লাগলে ভিডিও তো চাই
Dangoria kuntu mahat rule besikoi guti dhre janabasun
Jorir pora 3 number dal tu mota dal neki
kot maiki ful fulib kot mota ful fulib keneke gm pai jonab
Maiki ful fulile logot koli tu loi ahe , mota fulot koli tu nathake
মই এটা কথা সুধিব খুজিছোঁ সেইয়া হল ৰঙা লাও জোপাৰ গুড়িতে মূল গছ জোপাৰ লগত বহু কেইটা পোখা ওলাই সেই কেইটা ৰাখিম নে কাটিম বাৰু ? জনাব দেই ভাল কৈ
কৰিবও পাৰি video টো সম্পূৰ্ণ চালে সকলো গম পাব
পানীলাওৰ ক্ষেত্ৰত একেই কাটিং নেকি
আগত viseo দিয়া আছে চেনেল টোত গৈ চাই লব
Ebigha matit kei jupa ranga lau puli lagabo lagey jana band sun...
আপোনাৰ 2g কাটিং চাই ঘৰৰ লাও ডাল গুৰিতে কাটি দিলোঁ এতিয়া মায়ে ঘৰ খোমুৱাব দিয়া নাই ।2g কাটিং বাদ দিয়ক ঘৰ সোমোৱা উপায় দিয়ক
গুৰি ডাল কাটি পেলালে যেতিয়া উপাই নাই , ঘৰত সমাবলে মন আছে যদি সেই কটা লাও জুপাৰ আগ কেইটা চিঙি মাক তৰকাৰী বনাবলৈ দিয়ক তেতিয়া একো নকয় । এতিয়াও ৰঙালাউ গুটি দিয়াৰ সময় আছে আকৌ সেই ঠাইতে নতুন কৈ গুটি দিয়ক । আৰু সেইকাৰণে video বোৰ সম্পূৰ্ণ কৈ চাব লাগে , এবাৰ বুজি নাপালে 2 বাৰ কৈ চাব লাগে। এইবাৰ , লাও ডালৰ গুৰি নাকাটি ডালত কাতিং কৰিব । নিশ্চয় ভাল ফল লাভ কৰিব ।Like, share and subscribe
Cutting moi buja ni
Apunar number tu dibo niki
Tub t lagab.park neki jànaba
আপোনাৰ ফোন নং দিয়ক দাদা বহুত জৰুৰী কথা পাতিব আছে
Dada apunar nambatu diok sun
এই তো টো কিয় ইমানকৈ কৈ হা।ভাল নালাগে
Kunu darabar aabasyak nai neki???
Dada cntc no dibo
Videoto vale lagilu
Bor duniya lagil ❤
👍
ভিডিও টো চাই ভাল লাগিছে ।। আগলৈ এনে দৰে দি থাকিব ।।। ধন্যবাদ।।।
Thank you sir
ভাল লগিল
Val lagil 🙏🙏
Nojona kotha janilu dada thank you anekoi video de thakib
Bhal lagil
আপোনাৰ কথা বাৰ্তাত সৰলতা আছে। নিভাঁজ গাৱলীয়া গাৱলীয়া এটা আপোন ভাব জাগে। শিকন পদ্ধতি ভাল বাবে ভিডিঅ বোৰ চাই ভাল লাগে আৰু শিকিবও পাৰিছোঁ। আগুৱাই যাওক। শুভকামনা জনালোঁ ।
ধন্যবাদ।
দাদা, আপোনাৰ ৰঙা লাওৰ যিতু ভিডেও তাক চাই ভাল লাগিল।
ধন্যবাদ জনাইছো ।।
Hundor Video.
ধন্যবাদ
Bhal video dikhaowar babe thanks
গোলাঘাটৰ পৰা মৰম যাচিলোঁ দাদা❤️😊
❤️☺️
ৰঙালাও কাটিং কৰি ৰুব পাৰি নেকি ?
Nice
Mur rangalau bur mota ful nufula k direct maiki ful fulise kintu Koli bur hukai goise ki koribo lagibo plz janabo
মোৰ তিনিটা ৰঙা লাও পুলি চাইনত উঠিছে কিন্তু তাৰে এজোপা আগবোৰ ৰঙা পৰিছে কি কৰিব লাগিব জনাবচোন।। ধন্যবাদ আপোনাক
আপোনাৰ video টোৰ। পৰা বহুত জানিব পাৰি লো ধন্যবাদ ।
Dada apunar video sai broilar toilet di moi buhut vl risult palu.aru rongalau karone ki medisine use korim jonabo
নিশ্চয় জনাম, আগলৈ আহিব লগীয়া video বোৰ চাব আৰু share কৰিব
Pani lau r cutting system blg neki?
মোৰ ৰঙালাও কলাতে ৰঙা হৈ সৰি পৰে ইয়াৰ কাৰণ কি
Oh da ronga lao advance Kun month ot kora koi
Ki mahot guti rule val hoi
সুন্দৰ ভিডিঅ' । মোৰ কেইজোপা মান ৰঙালাও ৰ পাতবিলাক ৰঙা আৰু মোচোৰা হৈছে, কি দৰব দিলে ভাল হয় জনাবাচোন ভাই ।
ভিডিঅ টো সম্পূৰ্ণ চাব । মোৰ নিচিনা ৰঙা হৈছে যদি উভালি পেলাওক সেইজুপাই গুটি নিদিয়ে , যদি বুঢ়া পাত বোৰ ৰঙা পৰিছে যদি সেই পাত বোৰ কাটি দিয়ক । মই পাত মোচোৰা হলে দিব লগীয়া medicine ৰ বিষয়ে বৰ কৈ সবিশেষ নাজানো
Dada mor rongalau dangr hoi pusi goi se tar karn to ki hb jonab son
পুকে খাবও পাৰে
দাদা ভাল লাগলে ভিডিও তো চাই
Dangoria kuntu mahat rule besikoi guti dhre janabasun
Jorir pora 3 number dal tu mota dal neki
kot maiki ful fulib kot mota ful fulib keneke gm pai jonab
Maiki ful fulile logot koli tu loi ahe , mota fulot koli tu nathake
মই এটা কথা সুধিব খুজিছোঁ সেইয়া হল ৰঙা লাও জোপাৰ গুড়িতে মূল গছ জোপাৰ লগত বহু কেইটা পোখা ওলাই সেই কেইটা ৰাখিম নে কাটিম বাৰু ? জনাব দেই ভাল কৈ
কৰিবও পাৰি video টো সম্পূৰ্ণ চালে সকলো গম পাব
পানীলাওৰ ক্ষেত্ৰত একেই কাটিং নেকি
আগত viseo দিয়া আছে চেনেল টোত গৈ চাই লব
Ebigha matit kei jupa ranga lau puli lagabo lagey jana band sun...
আপোনাৰ 2g কাটিং চাই ঘৰৰ লাও ডাল গুৰিতে কাটি দিলোঁ এতিয়া মায়ে ঘৰ খোমুৱাব দিয়া নাই ।2g কাটিং বাদ দিয়ক ঘৰ সোমোৱা উপায় দিয়ক
গুৰি ডাল কাটি পেলালে যেতিয়া উপাই নাই , ঘৰত সমাবলে মন আছে যদি সেই কটা লাও জুপাৰ আগ কেইটা চিঙি মাক তৰকাৰী বনাবলৈ দিয়ক তেতিয়া একো নকয় ।
এতিয়াও ৰঙালাউ গুটি দিয়াৰ সময় আছে আকৌ সেই ঠাইতে নতুন কৈ গুটি দিয়ক ।
আৰু সেইকাৰণে video বোৰ সম্পূৰ্ণ কৈ চাব লাগে , এবাৰ বুজি নাপালে 2 বাৰ কৈ চাব লাগে।
এইবাৰ , লাও ডালৰ গুৰি নাকাটি
ডালত কাতিং কৰিব । নিশ্চয় ভাল ফল লাভ কৰিব ।
Like, share and subscribe