বেহাৰবাৰীত কাৰসৈতে সংঘাত হৈছিল Haro'r,ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল Surjya Krishna,Beharbari fame Haro

Поділитися
Вставка
  • Опубліковано 2 жов 2024

КОМЕНТАРІ • 663

  • @BH5701
    @BH5701 11 місяців тому +150

    যোৰহাটিয়ান হিচাবে গৌৰৱ অনুভৱ কৰোঁ, সচাকে সূৰ্যকৃষ্ণ দা দা এজন প্ৰতিভাশালী অভিনেতা.... ❤

  • @jyotiprasadbaro3648
    @jyotiprasadbaro3648 11 місяців тому +69

    মই ভাল পোৱা ধাৰাবাহিক এইখনেই আছিল , কিন্তু কাৰোবাৰ স্বাৰ্থৰ উপৰত নিৰ্ভৰ কৰিহে চলি আছে বোলি শুনি বেয়া লাগিল । ❤❤ মংগলদৈ চমোৱাপাৰাৰ পৰা । love you nilu daa . মই গৈচিলো আপোনালোকৰ গাৱত ।

    • @redcherrysproduction5426
      @redcherrysproduction5426 11 місяців тому

      হৰ, মানে সূৰ্য্য কৃষ্ণ , তোক মই বৰ ভাল পাও অ সচাকে ,তই বেহৰবাৰি ত অভিনয় কৰি থকা সময়ত অভিনেতা, অভিনেত্ৰী সকলৰ যি কম্বিনেশ্যন আছিল , মানে কি কম আৰু ,মই মততে কবলৈ গলে বেহৰবাৰি আউট পোষ্টৰ গোল্ডেন টাইম সেইটোৱেই আছিল দেই ।তই আতৰি দিলি লগতে লুটুকনো আতৰিল । এতিয়া লুটুকন আহিল যদিও কিন্তু সেই সময়ৰ লুটুকন নহয়, তই যদি ঘুৰি আহ বেহৰবাৰি লৈ তেতিয়া হয়তো লুটুকনৰ চন্দ ঘুৰি আহিব হয়টো ।কি কথা নাজানো দেই হিন্দী অসমীয়া বা আন ভাষা চিৰিয়েল চিনেমা আদি চাও‍ঁ যদিও এই চিৰিয়েল খন বিশেষকৈ অসমীয়া মানুহে ইমানেই ভাল পায় সেই কথা বুজাব নোৱাৰি । কিন্তু দুখৰ কথাটো হ'ল ২০২১ মানৰ পৰা হয়তো, চিৰিয়েল খনে গেৰা মাৰিবলৈ আৰম্ভ কৰিলে দেই ।যেইকি নহওক পুৰণি ষ্টাফ টো পুনৰ লগ হৈ চিৰিয়েল খনে আকৌ গোল্ডেন পিৰিয়দৰ সূচনা কৰিব বুলি আশা ৰাখিলো , সকলোৰে লগতে ৰাজীৱলৈও শুভেচ্ছা থাকিল । ধণ্যবাদ ।ৰাজু দত্ত । দেৰগাঁও ।

  • @indranigogoi4233
    @indranigogoi4233 11 місяців тому +114

    হৰ দাৰ অভিনয় বহুত নেচাৰেল। হৰ বুলিয়ে নহয়, বা বেহাৰবাৰী বুলিয়ে নহয়, যি কোনো চিৰিয়েলত যি কোনো চৰিত্ৰত তেওঁ অভিনয় নিখুঁতভাবে কৰিব পাৰিব সেইটো আমাৰ বিশ্বাস। হৰ দা আৰু আগুৱাই যোৱা। ভগৱানে সহায় কৰিব তোমাক।। ইমান সহজ সৰল মাক দেউতাকৰ প্ৰাথনা ভগৱানে শুনিব 🙏🙏

  • @bobykonwarkotoky9226
    @bobykonwarkotoky9226 11 місяців тому +129

    হৰ চৰিত্ৰটোৰ অভাৱ সদায় অনুভৱ কৰো।তেওঁৰ অভিনয়ে মুগ্ধ কৰিছিল।

  • @ujjalbora4673
    @ujjalbora4673 11 місяців тому +66

    বেহাৰবাৰীত হৰ ক বিচাৰোঁ❤️

  • @MonusFUN
    @MonusFUN 11 місяців тому +128

    Let's vote for KK,Muhan and Hara's comeback 👍🏻

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    হৰ হ'ল আমাৰ গাঁৱৰ আমাৰ অতিকৈ মৰমৰ বুবু। আগতে গাঁৱত তাৰ লগত কিমান সৰু সৰু নাটক কৰিলোঁ। সি সদায় কমেডী চৰিত্ৰ কৰে। গৌৰৱ কৰোঁ বুবুক লৈ। কৃষ্ণক চিন্তি ডাইলগ টো সকলোৰে মুখে মুখে প্ৰচলিত হৈছিল এটা সময়ত। আৰু আগবাঢ়ি যাবি বুবু আমাৰ আশীৰ্বাদ আছে❤❤

  • @raktimboruah2348
    @raktimboruah2348 11 місяців тому +68

    Beharbari এদিন শেষ হৈ যাব
    যদি আগৰ মানুহবোৰ এৰি এৰি গৈ থাকে । কে কে,,, মোহন,,ৰাকেশ ,, হৰ ,,, বিউটি,,,, এছ আই চাৰ,,, মুকুতা,,এই সকল অভিনেতা অভিনেত্ৰী,,,এটা এটা স্তম্ভ হয় beharbarir বাবে। যিমানেই যি content ত জোৰ নিদিয়ক কিয়। এই সকলৰ অবিহনে beharbari চলি থাকিব কিন্তু মানুহে চাব বাদ দিব ।

  • @ratulsaikia4348
    @ratulsaikia4348 11 місяців тому +42

    ভাল মানুহ কেইটা নাৰাখে কৰবাৰ জাবৰ সোপা আনি চেচ হৈ গল। হৰ কেকে মোহন মেইন ভাল লাগে

  • @AminulIslam-my9ge
    @AminulIslam-my9ge 11 місяців тому +3

    Kotha bur okai pokai nokoi uttor homuh thikke dile bhal lage. Main kotha tu hol ajiu akha pati rokhi ase beharbarit ako matibo buli. Nijor logot jiman otyasar holeu ako Matile je lor mari jaba hei kothat gom pua goise. Heitue assamot film media and film industryt kaam kora manuh burur aji ei abastha.
    Hosa kotha kobole dom lagibo horo bhai. Enekua interview loi time waste nokorile bhal nilotpal.

  • @jaantykumarbaruah4254
    @jaantykumarbaruah4254 11 місяців тому +4

    Advocate madame interview t aru nokoru buli koise beharbari, kk muhonu aru nahe buli aji gom palu. Aru horou ajihe janilu kio nai rman din. Beharbari outpost ses aru😢

  • @SubhankorBhuyan-cz2tz
    @SubhankorBhuyan-cz2tz 11 місяців тому +37

    খুব নিখুঁত অভিনয় হৰ দা ❤

  • @nitunzaborah5902
    @nitunzaborah5902 11 місяців тому +3

    মোৰ মতে বিষয়া ৰাণী বুঢ়ীজনী আহিয়ে...খেলি মেলি লগালে।

  • @SarbanandaPatir
    @SarbanandaPatir 11 місяців тому +210

    Kk mohan nai jodi ami nasaw

    • @bhaskardeka6509
      @bhaskardeka6509 11 місяців тому +7

      Thike kola moio nasow arr

    • @Abhishekboramusic
      @Abhishekboramusic 11 місяців тому +3

      Moyo nasao

    • @abhijit9125
      @abhijit9125 11 місяців тому +2

      Moi2 nusuwai holu

    • @manakhdeka7693
      @manakhdeka7693 11 місяців тому +2

      Xosa kotha aji 1 mahor uprt hoi gol suwai bd dilu

    • @c.b2315
      @c.b2315 11 місяців тому +3

      নুচুৱা হল আমাৰ ঘৰ খনে। আগতে এটা দিন এৰি নিদিয়াকৈ চাইছিল।sunday পুৰণা খিনি ও চাই ছিল।

  • @lachitborahofficial
    @lachitborahofficial 11 місяців тому +31

    হৰ দা বেহাৰবাৰীত আহিলে ভাল লাগিব৷

  • @RahulDas-c7k
    @RahulDas-c7k 11 місяців тому +9

    Old is gold ..horo ❤ ..nd kk mohan nthakile bbop sai u labh ni

  • @nipankarkalita9791
    @nipankarkalita9791 10 місяців тому

    horo bht vl acting krisil i love his acting 😊etao agr episode bur bisari sao horo thka episode

  • @naziyaakhtarhussain2991
    @naziyaakhtarhussain2991 11 місяців тому +14

    পুৰনা মানুহ খিনিক যদি বেহাৰবাৰিয়ে আকোঁৱালি নলয় তেন্তে আমি প্ৰিয় ধাৰাবাহিক খন নাছাও ছিধা কথা। আমাক হৰ, কেকে দা ,মোহন ,বিউটি, si sir, তৰা ,ৰাকেশ ,লুতুকন ,sushmita সিং ছাৰ, জৱা আৰু দেউতা বসুমতাৰিক লাগে। বতমান ধাৰাবাহিক খন আমাৰ প্রিয় হৈ থকা নাই এই গতিত চলিলে কি অৱস্থা হব "পৰিচালনা মহোদয়" এবাৰ চিন্তা কৰি চাব।

  • @prn___d-j9u
    @prn___d-j9u 11 місяців тому +52

    ʜᴏʀᴏ ᴅᴀ ᴍᴀɪɴ ❤

  • @pobinsonowalpobinsonowal2174
    @pobinsonowalpobinsonowal2174 11 місяців тому +7

    বেহাৰবাৰীত হৰক আকৌ বিচাৰো❤

  • @Nayanjyoti717
    @Nayanjyoti717 23 дні тому

    ❤❤ বহুতো ভাল লাগে অভিনয় হৰ দা

  • @leelanewar7960
    @leelanewar7960 10 місяців тому +7

    বহুত সঁহজ সৰল কথাবোৰ লগতে মানুহজন ❤

  • @riyansaikia779
    @riyansaikia779 11 місяців тому +9

    Horo's Personality is amazing he proved it in this interview... We want you back brother ❤

  • @ritugogoi511
    @ritugogoi511 11 місяців тому +1

    Agor manuhbur naikia hoisy heikarony ami etiya beharbari sua bd disu,,,,Raij a nokh jukarily noi boi

  • @AnupCreation2021
    @AnupCreation2021 11 місяців тому +1

    Horok uliai diar pra mi nasauye prai..eta ktha hol...kk mohan t koi horok besikoi val pabo lole manuhe...bollywood system assamotu hoise ge aru...xeikarne prblm..uthi oha manuhok uthai nidiye...mukhere lecture mare ami soboke sabo bisaru...pete pete xeiya...horok uliai dia karn tu hol xeituye...xeidina beharbari khn saisu notun manuh sob.. aru keidin manor past off hob beharbari

  • @lgmix3570
    @lgmix3570 11 місяців тому +1

    Kk ,Mohan, Rakesh , Roro, Bailung nhole behorbari sua moja2 nai

  • @dipakoch4520
    @dipakoch4520 11 місяців тому +33

    ভিতৰুৱাকে বহুত খেলি মেলি মানে,
    হৰৰ অভিনয় বহুত ভাল লাগে ।

  • @anniehandique6238
    @anniehandique6238 11 місяців тому +26

    আজি কালি বেহাৰবাৰী খন কামোৰ লাগে। হৰক লাগে

  • @jugalkishor4219
    @jugalkishor4219 11 місяців тому +5

    TV serial বুলিয়েই নহয় অকল,
    গোটেই সাংস্কৃতিক জগত খনতেই এটা বৃহৎ লবী আছে,
    আৰু ভয়ংকৰ ৰাজনীতি চলে গোটেই ক্ষেত্ৰ খনতে ৷

  • @raazprasanna7133
    @raazprasanna7133 11 місяців тому +3

    মোৰ বোধেৰে ভিতৰুৱা শীতল যুদ্ধ চলি আছে যেন পাও বেহাৰবাৰী চিৰিয়েলখনত

  • @AminulIslam-my9ge
    @AminulIslam-my9ge 11 місяців тому +1

    Kotha bur okai pokai nokoi uttor homuh thikke dile bhal lage. Main kotha tu hol ajiu akha pati rokhi ase beharbarit ako matibo buli. Nijor logot jiman otyasar holeu ako Matile je lor mari jaba hei kothat gom pua goise. Heitue assamot film media and film industryt kaam kora manuh burur aji ei abastha.
    Hosa kotha kobole dom lagibo horo bhai. Enekua interview loi time waste nomorile bhal nilotpal.

  • @AminulIslam-my9ge
    @AminulIslam-my9ge 11 місяців тому +1

    Kotha bur okai pokai nokoi uttor homuh thikke dile bhal lage. Main kotha tu hol ajiu akha pati rokhi ase beharbarit ako matibo buli. Nijor logot jiman otyasar holeu ako Matile je lor mari jaba hei kothat gom pua goise. Heitue assamot film media and film industryt kaam kora manuh burur aji ei abastha.
    Hosa kotha kobole dom lagibo horo bhai. Enekua interview loi time waste nomorile bhal nilotpal.

  • @ffx4sagoryt955
    @ffx4sagoryt955 11 місяців тому +1

    Horo da Tumi channel eta khula tumar video Sam bal beharbari nasaw jah kla 🤬

  • @কলাসংস্কৃতিঅসম
    @কলাসংস্কৃতিঅসম 11 місяців тому +1

    ফুচকা sory (sumka)বৌ নাই নেকি ককাই,..বহুত দিন দেখা নাই...

  • @BiswaGogoi-zt9rl
    @BiswaGogoi-zt9rl 11 місяців тому +1

    এতিয়া কোনেও নেচাই।ফালটো হল,হিৰণ্য ডেকা ই অভিনয় কৰিছে,ধুই ফালটো,

  • @babulnath1081
    @babulnath1081 11 місяців тому +3

    মই আগতেও সৰল চৰিত্ৰটো পুনৰ আনিব লাগে বুলি আগৰ এটা video ত কৈছিলো। বৰ্তমান কেকে আৰু মোহনৰ অনুপস্থিতিয়ে Serialখনৰ সেই ৰস দিব পৰা নাই।হৰক আনিলে তেওঁলোকৰ অভাৱ কিছু পুৰণ হ'ব নিশ্চয়। কাৰণ এওঁৰ Commedy বহুত বেছি আমোদজনক।

  • @romeshpatgirimusicals1886
    @romeshpatgirimusicals1886 10 місяців тому +1

    Beharbarit horo carecter 2 lage I❤horo ❤❤❤❤

  • @romansaikia6682
    @romansaikia6682 11 місяців тому +25

    হৰৰ দাক আকৌ বেহাৰবাৰী ধাৰাবাহিক খনত লাগে বেহাৰবাৰী ধাৰাবাহিক খন মোৰ বহুত প্ৰিয় আছিল কে কে মোহন বেহাৰবাৰী পৰা উলাই যোৱা পৰাই বেহাৰবাৰী ধাৰাবাহিক খন চাবলৈ মন নোযোৱা হ'ল সকলো ৰাইজৰেই বেহাৰবাৰী ধাৰাবাহিক খন প্ৰিয় আছিল কিন্তু এতিয়া ৰাইজে বেহাৰবাৰী ধাৰাবাহিক খন চাবলৈ বাট দিছে বুলি শুনিছোঁ আকৌ যেন বেহাৰবাৰী ধাৰাবাহিক খনত জড়িত হৈ থকা সকলো অভিনেতা আৰু অভিনেত্ৰীক ৰাইজে আকৌ বেহাৰবাৰী ধাৰাবাহিক খনত চাবলৈ বিচাৰে ৰাজেশ ভূঞা দেৱৰ লৈ বিনম্বৰ অনুৰোধ জনালোঁ যেন বেহাৰবাৰী ধাৰাবাহিক খন আকৌ আদৰে হয়🙏

  • @razzranjan7395
    @razzranjan7395 11 місяців тому +10

    প্ৰিয় ধাৰাবাহিক খনৰ এনেবোৰ কথা শুনি সচাকৈ বহুত বেয়া লাগিছে আশা কৰো আগৰ পৰিবেশ বোৰ যেন পুণৰ ঘূৰি আহে।

  • @dailylenslife892
    @dailylenslife892 11 місяців тому +11

    সচাকৈ এজন সুন্দৰ অভিনেতা,কে কে দাৰ লগত খাপ খুৱাব পৰা এজন অভিনেতা।

  • @swapnalidevi8684
    @swapnalidevi8684 11 місяців тому

    Khub moromor manuh jn Hara da....apunk serial xnt bht miss koru😢

  • @pankajkumarsaikia3464
    @pankajkumarsaikia3464 11 місяців тому +1

    Beharbarir soritra bur aji kali kiba ag-guri naikia hol.2,3mah man soritra bur ahe,olop val lagi ahe he ako naikia hoi jai,kot jai ki kore aku khobor nai.

  • @arupdutta7336
    @arupdutta7336 11 місяців тому +3

    কে কে আৰু মোহন অবিহনে বেহৰবাৰী FLOP হবলৈ গৈ আছে। আজিকালি বেহৰবাৰী নাচাও

  • @bhaskarnath8680
    @bhaskarnath8680 11 місяців тому +1

    Kk muhon aru horo aku lge tetia he som

  • @subrajitbhuyan479
    @subrajitbhuyan479 11 місяців тому +2

    Ami beharbari sabole erie dilu

  • @entertainmentandexercies415
    @entertainmentandexercies415 11 місяців тому +7

    বেহাৰবাৰী মোৰ বহুত প্রিয় ।কিন্ত ২মাহ হৈ গ'ল চোৱা নাই।

  • @DipaGogoi-me2wq
    @DipaGogoi-me2wq 11 місяців тому +6

    হৰ দাদা জুই আপুনি যি কেইদিন কৰিলে যিখিনি কৰিলে আমাৰ মনত সাঁচ বহুৱাই গৈছে আপোনাক সদায় ৰাইজে মনত ৰাখিব।

  • @dipenneog400
    @dipenneog400 10 місяців тому +1

    Horo Dak Lage beharbarit oti hunkale

  • @lakhyadutta260
    @lakhyadutta260 11 місяців тому +16

    We want back hara da

  • @ranjitbora734
    @ranjitbora734 11 місяців тому +5

    মোহনৰ লগত হৰ এই দুয়োজন পাভযোৰা আছিল।

  • @MallikasaikiaDas-kb3tc
    @MallikasaikiaDas-kb3tc 11 місяців тому +1

    Kk.muhan.aru.haraku.beharbarit.lage.

  • @madhurjyagogoigogoi9902
    @madhurjyagogoigogoi9902 11 місяців тому +11

    Horo talented actor...❤

  • @pranabjyotientertainment5700
    @pranabjyotientertainment5700 11 місяців тому +8

    BBOP ত হৰ দাৰ অভাৱ সদায় অনুভৱ কৰো।😢❤

  • @pompyborah1268
    @pompyborah1268 11 місяців тому +4

    হৰ নামৰ অভিনেতা জনক আকৌ আহিলে ভাল লাগিব 😢

  • @romeshdasassamesevlogs6133
    @romeshdasassamesevlogs6133 11 місяців тому +31

    হৰক লাগিব আমাক 😊😢

  • @riturajdas4818
    @riturajdas4818 11 місяців тому +8

    হৰ দা তোমাৰ অভিনয় বোৰ বহুত লাগে ❤❤❤❤❤

  • @Bmkentertainment834
    @Bmkentertainment834 11 місяців тому

    Krishnak sinti
    Horo character akou lage. Val lage bohut

  • @shurabhichetia7307
    @shurabhichetia7307 11 місяців тому +30

    হৰ দা অভিনয় outstanding....আগৰ বেহৰবাৰী চৰিত্ৰ বিলাকে ভাল আছিল। এতিয়া বিলাকৰ চৰিত্ৰ বিলাক কিবা ভাল নালাগে।

  • @suntobora9806
    @suntobora9806 11 місяців тому +3

    হৰ চৰিত্ৰটিযে সচাকৈ বুকুৰ কোনোবা স্থানত সাঁচ বহাই থৈছে, গতিকে বেহাৰবাৰিত বিচাৰিলে যাবা বন্ধু।মোৰ লগতে বহুত মানুহক সুখী কৰিব পাৰিবা

  • @zfordff533
    @zfordff533 11 місяців тому +1

    Tat kla upper Assam r manhu bur k gurto nidie xtt okl heitu side r bur k hay die

  • @ankurchamuachannel5191
    @ankurchamuachannel5191 11 місяців тому +6

    Love from dibrugarh khowang ❤❤️

  • @debojitbordoloi3754
    @debojitbordoloi3754 11 місяців тому +2

    Horo dada k amak lage ako Baharbarit

  • @Lalit_dutta_
    @Lalit_dutta_ 11 місяців тому +1

    Vl vl character burok uliai de fokotia fokotia manuh bur Ani Beharbari khon fl2 bonai goi ase....horo dak lage....

  • @mdvlogs8029
    @mdvlogs8029 11 місяців тому +1

    Horo dak lage aru kk da mohon da toramai baa biuti baa moni bo mukutar daa bikomxagoeira daa lage amak
    Love❤❤❤ you kk da and muhon daa

  • @SontushHazarika-in5pb
    @SontushHazarika-in5pb 11 місяців тому +11

    Horo real hero

  • @Barunjyoti111
    @Barunjyoti111 11 місяців тому +1

    Kk mohan dar logot video bonuya

  • @SarangarayMedhi
    @SarangarayMedhi 11 місяців тому +1

    Mohan da aru kk sir nathakile sai akebare vl nalage😢😢

  • @mrankurhazarika1999
    @mrankurhazarika1999 11 місяців тому +4

    KK da , Mohan , Horo
    Most talented actor ❤

  • @Barunjyoti111
    @Barunjyoti111 11 місяців тому +1

    Horo da aehila bhal lagibo

  • @ethicaldeep
    @ethicaldeep 11 місяців тому

    Xosake Monor pora koisu....Horo k aakou laaage Amak...plz aaaha tmi❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹

  • @gorima153
    @gorima153 11 місяців тому +1

    মোহন নাই,কে কে নাই, বেহাৰ বাৰী ধাৰাবাহিক ৰ আগৰ দৰে জনপ্ৰিয়তাও নাই। এনেকৈ কিছুমান জনপ্ৰিয় চৰিত্ৰ নোহোৱা হৈ থাকিলে মান দণ্ড নিম্ন গামি হয়। শুনিছোঁ ধাৰাবাহিক খনৰ কেন্দ্ৰীয় চৰিত্ৰ আটাইতকৈ ভাল লগা প্ৰীতম ছাৰ অহা বাৰ ভাম্যমান থিয়েটাৰ কহিনুৰ লৈ যাব ? তেওঁ গ'লে তো ধাৰাবাহিক খনৰ কামেই নাই।

  • @xz21skr
    @xz21skr 11 місяців тому +1

    Beharbari is going to flop 😢

  • @hemprakashhazarika2637
    @hemprakashhazarika2637 11 місяців тому +7

    খুব সুন্দৰ অভিনয় হৰ দাদাৰ ❤❤

  • @diptamshugogoi9248
    @diptamshugogoi9248 11 місяців тому +8

    We want HORO Daa....

  • @HirokjyotiDas-fv1wd
    @HirokjyotiDas-fv1wd 10 місяців тому +1

    Come back hobo lage xoro aru kk Da mohon

  • @bitulahon4
    @bitulahon4 11 місяців тому

    Love you horo

  • @dipankarkalita9879
    @dipankarkalita9879 11 місяців тому +2

    Horo da ahibo lage akow

  • @razzranjan7395
    @razzranjan7395 11 місяців тому +1

    Horo k lge ako......

  • @anamikatamuli9693
    @anamikatamuli9693 11 місяців тому +1

    Kk mohan ako lage

  • @goutammedhi8153
    @goutammedhi8153 10 місяців тому +1

    Script writer Jon kun?

  • @SanjibReels
    @SanjibReels 11 місяців тому

    এতিয়া যিবোৰ নতুন অভিনেতা আহিছে ভাল নালাগে , আগৰ বোৰে ভাল আছিল

  • @biplab8
    @biplab8 11 місяців тому +1

    Kk mohn nhley ami nasaw

  • @dipenneog400
    @dipenneog400 10 місяців тому +1

    Horok Lage beharbarit

  • @nijaradekanijaradeka765
    @nijaradekanijaradeka765 11 місяців тому +1

    Kk mohan nhli ami o nasao

  • @pallabjyotiphukon4672
    @pallabjyotiphukon4672 11 місяців тому

    Kk, mohonn, rakesh, bailung hokolue aarile Beharbari..
    Heikarone Beharbari outpostr intro Poster khonor pora hokolure photo otorai dile

  • @simplelifewithasimplegirl7852
    @simplelifewithasimplegirl7852 11 місяців тому

    Atia seye sabo mon নোহোৱা হৈছে

  • @prafulladutta6047
    @prafulladutta6047 11 місяців тому +1

    Horo da nhua pora moi nusua holu

  • @Gautam_Nath428
    @Gautam_Nath428 11 місяців тому

    Aji kali beharbari outpost nusuwa holu moi...., agor dore rokh ni

  • @rakeshassamese2016
    @rakeshassamese2016 11 місяців тому +3

    হৰ কৃষ্ণক চিন্তি আকৌ আহিব লাগে অভিনয় মাজলৈ , বেহাৰবাৰী মাজলৈ । অভিনয় ভাল লাগে দাদা জনক।

  • @Sonowal844
    @Sonowal844 11 місяців тому +1

    Anakuwai kotha jodi uluwa aromvo hol jetia beharbarioutpost hekh hob besi din nai aru👍

  • @rkpranjalb
    @rkpranjalb 11 місяців тому

    Poisa besi paise karone agor manuh bur uliyai di notun manuh Buro pora poisa loi poplar hobole poisa loise manuh loise poisa loise .lakh Toka di notun manuh poplar hoise beharbari outpost t..edin beharbari poisa luvht nai kiya hobo

  • @hun380
    @hun380 10 місяців тому

    Beharbari outpost fotua hl agor manuhbur thkle vl lge.....horoh k miss koru tekhetok akou saabo bsru.... bortomann character bur fotua kori pelaise kor eleko pelek bur humuaisehe ghrt aji kali nusuai holu......gelai dse sobae........eta kothai kou OLD IS GOLD

  • @jcbjintuvlog1771
    @jcbjintuvlog1771 11 місяців тому +1

    Horo da main

  • @civilgogoi9859
    @civilgogoi9859 9 місяців тому +1

    Ai kam tu baya hol ☺😚🙂☺😚

  • @rishansonowal
    @rishansonowal 11 місяців тому +1

    Bokasuda duta mn ulaise beharbari outpost

  • @ratultaro6391
    @ratultaro6391 11 місяців тому +2

    আমি তো সদায় বিচাৰোঁ মৰমৰ ( হৰ দাক ) এতিয়া মাজে মাজে ওলাই এই যে তেন্সন বা ৰাজীব বোলি। তেওঁতো ( হৰ দাৰ দৰে ইমান জমাব নোৱাৰে । গতিকে কৃষ্ণক চিন্তী ( হৰ দাৰ চৰিত্ৰতো আকৌ দিলে ভাল হয় যেন লাগে । আৰু kk / muhon তেওঁলোকে নোহোৱাৰ পৰা মই বেহাৰবাৰী চোৱা নাই । জিমানেই নতুন নতুন অভিনয়ৰ মানুহ ওলাইছে । মোহন দা আৰু কেকে দাৰ অবিহনে বেহাৰবাৰী ভাল নালাগে ।

  • @jaansaikia9308
    @jaansaikia9308 11 місяців тому

    Kk..aru Muhonee jodi beleg kibaa ataa khulee Xobei saboo..
    kin2 Atiyaa Behorbari r
    views komi jabo...

  • @MrDebDas
    @MrDebDas 11 місяців тому

    Politics ase tatu but kuneo dekha napai,

  • @parishmitadutta3138
    @parishmitadutta3138 11 місяців тому

    Horok ami anibole bhut message comments disilu kin2 reply nai

  • @bastobart4848
    @bastobart4848 11 місяців тому +6

    Horok lage ❤