ASSM POLICE ONLY REELS HERO,,, ,,,,,N MOR NISINA COMMON PEOPLE HOLE KI KORIBO,,,, ,,,,,,EMAN KOLIJA KOT PAI AI HAMARI KAITA,, HATIHAR NASIL KIJANI SIR KAIJONOR N EXCELLENT MARA BA LONG JUMP MARA HERO KAITA KI HOL NA KHALI MOTA DORMOHA LOBO JANE N FAMILY K ,,,
ইয়াতকৈ আৰু লাজৰ কথা কি আছে I
অসম পুলিচ কিছুমানে দুখীয়া অসমীয়া মানুহৰ ওপৰতহে দাদাগিৰী কৰিব পাৰে I বেলেগত যে একো কৰিব নোৱাৰে তাৰেই প্ৰমাণ এইটো I
অসম পুলিচ কেইটাই ৰীল বনাবহে জানে
Dada apuni police t join korok aru aguwai jawk ...cmnt dia to horu ktha kintu dayitto palon kra tu blg ktha ...
Aru ata ktha assam police a jdi vbe nagaland safa korim buli tenete 10 mnt time lgb ..
😂@@bishwajitthakuria3802
Right kotha kole
@@bishwajitthakuria3802gnta buli klu tumar mntoboitt...
এয়া প্ৰকৃত ছৱি! সাধাৰণ অসমৰ মানুহ হ'লে তো কথাই বেলেগ হ'ল হয় নিশ্চয় |
Of course....
Right
Very true.....if you visit the areas in our area....I become confused whether it's assam or nagaland.....plz......help us know......vote bank
Assam police se akomor manuhok.maribo jane nogak kiyo maribo nowarile nogak .goli maribo kiyo.dum nai
Commando kaita kot goll
অসম পুলিছ কিটা বহুত দম দেখাই অসমীয়া মানুহৰ ওপৰত।এতিয়া নাগাক কি ঘাণ্টা কৰিবি।নাগা Public/Police মানুহৰ comunity বহুত ভাল আছে,অসমৰ ঘোচখোৰ পুলিচৰ দৰে নহয়(from NL Kohima✊)
Anoka loi jola kita tenekoi a jabo
Assam police ki Manu nohoi neki
থুই কেলা লাজ পাইছোঁ,
Good....
Moja kela আজি অসমত কিমানক এনকাওণ্টাৰ কৰিলে পুলিচৰ পিষ্টল লৈ পলাবলৈ বিচাৰিছিল বুলি কৈ । আজি যে কেলা নগাৰ কাতন খাই আহিলে । অসমত খিলঞ্জী়াক যিমান অত্যাচাৰ কৰিবি নগাই কেলা কণিও কাটি কানফুলি পিন্ধাই পঠাব অসম পুলিচক । Moja
Tik koisa...
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂 কণী কাটি দিব 😂😂😂😂😂😂
Assam police sok loi tur Jole neki
অসম পুলিচৰ Hero কেইটা 😂😂😂😂
🤣
ৰিল বনাব পাৰিলি নাই ? অসম পুলিচ মখাই ৰিল বনোৱাতহে পাৰ্গত ।
স্মাৰ্ট পুলিচ
😂😂😂😂😂😂😂😂 নিলাজ অসম পুলিচ ৷😂😂😂😂 তহতি পানী নথকা পুখুৰীত পৰি নমৰ কিয়।ু?
Good 👍
😂😂😂😂
😂😂😂😂😂😂
অসমৰ জনসাধৰণৰ ওপৰত স্মাৰ্ট গিৰি।কিন্তু নাগা, মিজো আদিৰ আগত ভিজা মেকুৰী। সাধাৰণ মানুহৰ ওপৰত স্মাৰ্ট গিৰি দেশাই লাভ নাই ।
চিঃ লাজ লাগে।
Power of Assam police .
😂
কথাষাৰ শুনি অসমৰ লৰা হিচাপে বৰ লাজ পালো । অসমৰ সাধাৰন জনতাৰ ওপৰত ৰজা আৰু অসমৰ বাহিৰত ভিজা মেকুৰিটো । যি কি নহওক মুঠতে কেনেবাকৈ কষ্টই মষ্টই ছাকৰিটো পালেই হল । দৰমহা কেইটা লৈ ঘৰখন চলি থাকীলেই হল। পিছৰটো পিছত আছে।
অসমত নগা আৰক্ষীয়ে চোৰ ধৰিবলৈ এনেকৈ অহা হ'লে ভাত-পানী এৰি দিনে-নিশাই নগা পুলিচৰ তলতীয়া জোৱানৰ দৰে পাছে-পাছে ঘুৰি ফুৰিলে হেঁতেন। নগা বা নগা পুলিচ দেখা পোৱাৰ লগে লগে অসম আৰক্ষী সেও হৈ যায়। কিন্তু নগাই একো নামানে।
চি চি লাজৰ কথা।
অসম আৰক্ষী দম অসমত।বাহিৰত হলে পিটন খাই আহে
অকৰা নগাই অসম পুলিচৰ নাকত ধৰি ঘূৰালে
😆😆😆😆😛😛😛😛😛
😂😂😂
কথা টো সুনি হাঁহি উঠি যাই 😅😅😅
খুব বেয়া কথা হৈছে! কেইজনমান বাইক চুৰে অসম পুলিচ ৰ এনে অৱস্থা কৰিলে। অসম পুলিচৰ এনে কান্দয়ে police ৰ ইমেজ বেয়া কৰিছে। এনেয়ে অসমৰ মানুহে অসম পুলিচ ৰ ব্যৱহাৰ, কৰ্ম কাণ্ডতত সন্তুষ্ট নহয়, তাতে আকৌ এনে অৱস্থা।
অসম পুলিচ মানে ঘৰতে থাকি চাকৰি কৰিম বুলি ভবাটো ভূল(সকলোৱে নহয় দে)।মাহৰ 30দিনৰ ভিতৰত কিছুমানে টো 10দিন বা 5দিনহে নিশ্চয়?সাধাৰণ ৰাইজৰ কষ্টৰ টকা-পইছাৰ পিছত নদৌৰি ইউনিফৰ্ম ৰ মান সন্মানৰ কথা ভাবিলে ভাল হয।Basic Training বিলাক revise হৈ থাকিলে এনে অৱস্থাৰ নহল হয় চাগে।
Power of Smart Assam police😂
অসম আৰক্ষীৰ বন্দুকত গুলি নেথাকে নেকি, অসম আৰক্ষী ফাইন কাতাত Expert এইবোৰ কামত এটা মস্তো 0️⃣
Very good noga bhai
থাকিব লাগিছিল বিছনাত চুৰ আছে গৈ পুলিচ 😅😅😅
A mojja mojja
সাধাৰণ ৰাইজৰ ওপৰত বীৰত্ব কি চাবা,নগা,মিজুৰ ওচৰত ভিজা মেকুৰী। এইবাৰ নগাৰ ঘাপ খাই আহিল নে।
Nogai thik korise 😂
Assam police politeness❤
Nagai val korise
Thank you naga police❤
Anything against police i support...
বহুত ভাল পাইছোঁ
এতিয়া কেনে মজা, গুণ্ডামী কেৱল সাধাৰন মানুহৰ উপৰত এতিয়া নগালে কিঅ ভয় 😂😂😂😂😂
Amr axomiya manhu bilakor uprot dekhun bor mota 😂😂😂
অ অসমীয়া কেইটাৰ ওপৰত ভোটাচায্ ইমান খিনি হৈ যোৱা পিচতো কিয় এনকাউণ্টাৰ কৰি নগাক লগত লৈ আহিবলৈ সক্ষম নহল অসম পুলিচ কাপুৰুষ 😭
😅😅😅
😂😂😂😂
Very Good News. Nagaland man ok
জেমাটো ,ঠেলাওলা,ৰিস্কাবালা , ড্ৰাইভাৰ, আৰু সাধাৰণ মানুহ পালে 😅😅😅😅😅😅😅😅😅
Commando battalion বোৰ কি কাৰনে বনাইছে। তাত পঠাই দিব লাগে ৪০০-৫০০ commando
Reels bonabole rakhise
Rells r hero kela sihot😂😂😂😂laorahe.....
Ji keitahe body commando keitai. Horu loratu u voy nakhai
Moja 😂
Mojja😂
তহঁতি reel বনা অ reel বনা 😂
অসমত থকা নগা বোৰক গৰু পিতন দিয়ক আকৌ 50/50
😂😂😂😂 reels bonai Axomiya lorak mara police aukaad dekhi gol nijor, Assam police nohoi eitu Bongali/Marwari/Bihari police
It's call unity.
Mojja kenekua lagise😅😅
আনন্দ মিস্ত্ৰ চাৰ গোটেই পুলিছ বিভাগটো ৰ সাহস আছিল আজি চাৰ নাই 😭 । কিন্তু এই বিষয় টো অসমৰ কাৰনে বহুত লাজৰ বিষয় হল
Hi hai Assam police
Moja
আকৌ বোলে আমাৰ অসম পুলিচে আলফা মাৰিব যাই………এতিয়াই এনে অৱস্থা😂😂😂😂😂
Mojja 😅😅😅😅
Assam police okol assam r manuhok harahasti koribo he jane tar bahire aku koribo nuare....
Mojjja
একো নহয় !! কনিষ্টবলেহে দুখ পাইছে । কোনোবা ডাঙৰ অফিচাৰে দুখ নাই পোৱা নহয় !!!
বৰমূৰীয়া কেইজনক প্ৰেছমিট দিবলৈ কব লাগে ।
চালান কাটিবহে জানে😂
Good news ❤❤❤
Axomiyar uporot ha mota dekhuwai
Assam police best and smart police.
And quickly recover the magzine box .
Good naga support you❤❤❤
Good
প্ৰতিবাদ কৰা সাধাৰণ মানুহক গুলিয়াই মাৰিব পাৰে এতিয়া কিয় একো কৰিব নোৱাৰিলে হাই অসম পুলিচ.....
Reels bonabo val koi jane kintu
Assomr hadharon manuhr uport hae dadagrie.
Val karise
ভালেই হল
Bhal a lagise dei vai xuni..karon..Ami jdi thanat jbo.lga hoi.tetya ki utpat sihotar..ki ktha.ki dom..kot gol dom..ghrt he bagh..blgt mekuri......
Nagalnd zindabad.
Excellent
Assam police okk Indian Army onder ott 6 mah man training atadl diya bibosta kore jen
অসমীয়া মানুহৰ ওপৰত পুলিচ অ না অসমীয়া ওপৰত নহয় ভয় কৰে
Axom policok bhalkoi training dibo lagibo
Assam Police biloi 😂
This is the negligence of administration .
যি কৰিছে নগাই ভাল কৰিছে
Lovely
দুখৰ বিষয়। আজি দুদিন আগত বাংলাদেশী মীয়াই BSF ক আক্ৰমণ কৰি অস্ত্ৰ শস্ত্ৰ কাঢ়ি লৈ যায়। কেতিয়াবা Assam Rifles ক মণিপুৰী এ আক্ৰমণ কৰে ।
ASSM POLICE ONLY REELS HERO,,,
,,,,,N MOR NISINA COMMON PEOPLE HOLE KI KORIBO,,,,
,,,,,,EMAN KOLIJA KOT PAI AI HAMARI KAITA,,
HATIHAR NASIL KIJANI SIR KAIJONOR
N EXCELLENT MARA BA LONG JUMP
MARA HERO KAITA KI HOL
NA KHALI MOTA DORMOHA LOBO JANE
N FAMILY K
,,,
Karma hits
আমাৰ যোৰহাটৰ পুলিচক ISBT ত বাইক-গাড়ী ধৰিবলৈ দিয়ক। Level বেছি অকল ......
Axomia uport he ddagiri korebo pare aibure.... Bonduk keita pujat ulua aselnki. Kio dea aikieta bonduk. Jode solaboi nuare
Poisa khbo pare Kam nai polic
আমাৰ ৰুপু দা ক'ত গল..?Black Belt😂😂
অসমে নগাক একো কৰিব নোৱাৰে
Black panther Commando ky hol 🤭
Bangla Desiyee kadhile BSF gunn...Indiat
Assam police k .Daa ree. Katilee...
Aru ki baki thakil nuu..
Mojja😂😂😂😂
Assam police bike helmetor pisot laagi thakutei jabo
Smart police Or ai obosta. Laz palu. Guli kiyo kora nai
আমাৰ অসমৰ পুলিচ😂😅
অসম আৰক্ষী ভিদিও ৰিল হে অকল বনাব জানে আচল কামত নাই।
অসমীয়া মানুহৰ ওপৰত হে hero দেখুৱাব পাৰে assam police 😂
এই বিদেশী অসম পুলিচ অফিচাৰ কেইটাৰ কাম নাই
Moja pali 😂😂😂
Mjjaa 😂
smart police 😂😂khanapara last গেটত ধৰ্ণা দিয়া মানুহৰ ওপৰত,বৰ্বৰতা দেখাগৈ যা । নগাই বন্দুক কাঢ়ি লৈ যাব পৰা হল 😂😂😂
বন্দুক বাৰুদ ব্যৱহাৰ কৰিব নাজানে নেকি আমাৰ পুলিচে
ইহঁতে আলু অৰ্জুনৰ ছবি চাব লাগিব । নোচোৱাকৈ পুলিচ ত ভৰ্তি হ'ল কাৰণে এনে গতি হ'ল।নহ'লে সাহস গোটাবলে নাগালেণ্ডৰ ছোৱালী বিয়া কৰিব লাগিব
Aio beyai lage beasera hotok😢😂
অসম পুলিছ অসমৰ মানুহৰ ওপৰত মতা দেখোৱা
নাগৰ মাৰ খোৱা আৰু বাতৰি নপঢ়িব লাজ লাগি গৈছে 😂😂😂😂😂😂😢😢😢😢😅😅😅
Encounter koribo lagisil.Encounter korat Assam police expart asil.
ঘৰৰ ৰজা
Assam police kam juri....
Laj lagise keka
অসম পুলিশ অসমতে দোম😂😂