অসমৰ অৰ্কিড মানৱ শ্ৰীযুত টংকেশ্বৰ দলৈ/ Orchids/কপৌফুল/বহাগ বিহু
Вставка
- Опубліковано 10 кві 2023
- নমস্কাৰ গ্ৰহণ কৰিব। এই video টোত মই আপোনালোকক এনে এজন ব্যক্তিৰ সৈতে চিনাকি কৰাই দিবলৈ ওলাইছো, যিজনে প্ৰায় ৩০ বছৰ ধৰি প্ৰায় ১৪০ বিধ থলুৱা অৰ্কিডৰ সংৰক্ষণ কৰি আহিছে । আৰু ইয়াৰ উপৰিও তেখেতে ঘৰৰ বাৰীত আমাৰ অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ ধৰা কেতেকীফুল, কৌপাত আদিৰো সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছে । আৰু তাকেই আমি আপোনালোকৰ আগত সংক্ষেপে উপস্থাপন কৰিবৰ বাবে চেষ্টা কৰিছো । আশা কৰো আপোনালোকে এই ক্ষুদ্ৰ প্ৰচেষ্টাটোক আকোঁৱালি ল'ব ।
ধন্যবাদ
শ্ৰীযুত টংকেশ্বৰ দলৈ
ঠিকনা- নলনিপাম, ধেমাজি
যোগাযোগ-8011918033
----------------------------------------------------------------------------------
in this video
Music by / ikson
Track - Shore [Official]
Music Provided by Ikson®
Listen: • #199 Shore (Official)
Orchids
কপৌফুল
বহাগ বিহু
ৰঙালী বিহু
assamese gardening
how to care plant in assamese
Address ---ধেমাজি, নলনিপাম
Phone no--80119 18033
❤i love gardening❤
বৰ ধুনীয়া কপৌফুল ৰ বাৰি খন❤
Bohut bohut val lagil thank you🙏
বৰ সুন্দৰ প্ৰচেষ্টা তেখেতৰ 👏
ভাল লাগিল
Ai sob o koppu phul niki😮 aji he gom palu thanks
❤❤❤
বৰ সুন্দৰ
Beautiful ❤️❤❤❤
Beautiful😍😍
Hundor 🌸🌺
বৰুৱা আজি দাদাৰ ওচৰ গৈ আহিলো,বহুত পুলি কিনি আনিলো লগতে ফাৰ্ণ কিনি আনিলো ,আপোনাক বহুত বহুত ধন্যবাদ চিনাকি কৰাই দিয়াৰ বাবে ,দলৈদা মানুহজন ইমান সহজ সৰল ,তেওঁৰ পত্নী আৰু পুতেকজনো বহুত ভাল ,পুনৰ যাম বুলি কথা দি আহিলো
আপুনি উপকৃত হ'ল বুলি জানিব পাৰি নথৈ আনন্দিত হলো 🙏
Nice Sir
Nice
Really I appreciate his work and dedication ❤❤❤
Bohut val lagil
🙏
Bor sundor ❤️❤️❤️❤️❤️❤️❤️
ধন্যবাদ
বহুত ভাল লাগিল ।
ধন্যবাদ
কি যে সুন্দৰ!!!!!!!!!!!!!
আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাটোক আকোঁৱালি লোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ 🙏🙏
Moza
Thanks
Emn bhal lagile sai mur tat thoka fool keita dekhi aru besi bhal lagile
বৰ সুন্দৰ লাগিছে
ধন্যবাদ 🙏
অতি সুন্দৰ লাগিছে নাৰ্চেৰী খন ।🙏🙏
ধন্যবাদ 🙏
Mjjaa lgil
Thank you
সংৰক্ষণ কৰাৰ বাবে ধন্যবাদ ❤
দেখি ভাল পালোঁ ।ইমান অৰ্কিড ৰ প্ৰজাতি আছে
ধন্যবাদ
ভিদিঅটো বহুত ভাল লাগিল ,দলৈদাৰ লগত আজি কথা পাতিলো লগতে তেওঁৰ ওচৰলৈ গৈ ফুল আনিম বুলিও জনালোঁ …
আপোনাক অশেষ ধন্যবাদ ভিদিঅৰ জৰিয়তে চিনাকি কৰাই দিয়াৰ বাবে
আপুনি উপকৃত হ'ল বুলি গম পাই নথৈ আনন্দিত হলো
Hundar
ধন্যবাদ
2023 r video aji viral hoise i ki asorit 😢
Haha কি কৰিবা বিধিৰ বিধান😂
ভাল লাগিল মোৰ ঘৰত ও 4 বিধ আছে। ধন্যবাদ ।
অ হয় নেকি, বহুত ভাল লাগিল শুনি
বহুত ধূনীয়া লাগিলে ফুল বোৰ
ধন্যবাদ
@@AchiniBoruah আপোনাৰ ঠাই দুখৰৰ নাম কি বাৰু
Moyo bohut val paw. Amar ear jangal ot bisari thako
অ হয় নেকি?? ভাল ভাল collection কৰি থাকা
kio collect kribo jonghol pora Natural habitat r pora uthai onatu oporadh
Boga jupa Amar ghorot ase dada
অ হয় নেকি?? দিবা দেই
বহুত বেছি ভাল লাগিল ফুলবোৰ। নতুন friend হলো দেই। আশা কৰোঁ মোকো আগবাঢ়ি যোৱাত নিশ্চয় সহায় কৰিব
ধন্যবাদ দেই বাইদেউ,,,,আপোনিও আগুৱাই যাওক তাৰে কামনা কৰিছো
Amar tat ase yare tinita prajati
Ami Dhemaji t asilu 6 yrs , tetiya tekhet e ei kam tu start korisil , moi o.loisilu teo r pora , Plz tekhet r logot jugajug koriboloi Ph no tu pam ne ? Dr Borkataky buli kole chini pabo nischoi .
অ হয় নেকি? আপোনাৰ কথাষাৰ শুনি বহুত ভাল লাগিল । আপুনি এইটো নম্বৰত যোগাযোগ কৰক 80119 18033
Dhemaji kun jega t ase nu nursery khon
ধেমাজিৰ নলনিপামত
বহুত সুন্দৰ। আপোনাৰ ম'বাইল নাম্বাৰ টো দিবচোন
Owao 140!! Ami baru kinibo paru ne? Kenekoi janabosun.
পাৰিব । তাতে contact no দিয়া আছে
বগা মোৰ. লগতে আছে কিন্তু মই নতুন কে লগাইছো হে এজোপা😊😊
মোকো এজোপা লৈ দিব পাৰিবা নেকি??
Mok Kopou phool lage.urgent. dist.Bongaigaon .dbo paribo nki eikedin t.
আপুনি ফোন এটা কৰি চাবচোন তেখেতক 80119 18033
Val lagil bohut sai.. Tmr fb t ki buli asy account Tu koba
মোৰ fb নাই নহয়
Dhekiya gos kot kenekoi pam , apunar phn nos dibo. Muk dutaman projati lage.plz jonabo add tu dibo epak goi ahim .
80119 18033 Dhemaji Nalanipam address tu
Did he sell orchid
Yes....you can contact him.
ঠাই খন ক'ত
Dhemaji
মোৰ ৩ প্ৰজাতিৰ আছে
অ হয় নেকি? ভালকে ৰাখিবা দেই
Bambow orchid common hoi
.
Yes
ঘৰৰ ঠিকনা ??
Dhemaji নলনিপাম
পুলি কিনিবলৈ মন, ঠিকনা জনাবছোন
Dhemaji নলনিপাম 80119 18033
Muk patla saldhia full alp dibne
কোন ঠাইৰ আপুনি??
Kanakoi pam
80119 18033 contact কৰিব
Kot ase nursarykhan
Contract Numbertu dibosun
Dhemaji t ase....+918011918033
কি দৰে যতন লৈ নজনালে।মোৰ জেঠুৱা কপৌ আছে।
অন্য video ত কৈছে
বগা কপৌ আমাৰ বহুত আছে ,মই ভূটান পাহাৰৰ এডাল গছৰ পৰা আনিছো 🎉
দিব পাৰিব নেকি??
@@AchiniBoruah মোৰ ঘৰ baksa mushalpur -nikashi ত , আপোনাক যদি লগে মই কিদৰে দিম বাৰু, পিছে পইচা নালাগে 🎉
Apunak kene dore contact koribo parim jonabosun?
@@dhanjitblock4348 Instagram ত DM কৰিব । achini boruah বুলিয়ে আছে ।
@@babyphukan3912 phane nambar lage Jodi di dibo paro🙏🙏🙏🙏🙏
আপোনাৰ ঘৰ ক'ত জনাবচোন
মোৰ ঢকুৱাখনাত
Kinibloi diye neh
অ পাৰিব
Dada Aponar phone no.aru address tu diba.
Address pale ebar Aponak lag pam,chabo jam.
এয়া ধেমজিৰ নলনিপামত আছে , আপুনি তেখেতৰ লগত যোগাযোগ কৰিব পাৰে 80119 18033
Sir, can you send some plants to me on payment basis
Please contact him 80119 18033
আপুনি কপৌ বেছে নেকি
Video ত দেখুওৱা মানুহ জনেহে বিকে
কেতেকী ফুল ৰ পুলি পাব নেকি
পাব contact কৰিব 80119 18033
Nabar to diba sun khura jonor
80119 18033
সদায় ফুলে নেকি?
Nufule
Moi bor axa kori roi asu , ph no tu dibo plz
নিশ্চয়
গাই আৰু বলধ শব্দটো ব্যৱহাৰ নকৰিলে ভাল ৷
মই এজন ন শিকাৰু সেয়েহে এই ভুলটো কৰিলো তাৰ বাবে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো
jodhe modhe wild orchid collect kri biki koribo nuware tu action lua hbo
নহয় তেখেতে নিজেই propagation কৰে আৰু সেইবোৰ হে বিক্ৰী কৰে
তেখেতে সংৰক্ষণ কৰিছে।প্ৰকৃতিত সংৰক্ষণৰ অভাৱত হেৰাই যাব দিয়া নাই।❤
😅😅@@AchiniBoruah
tekhete bohut val kam korise... Aneke conserve korar dorkar ase bohut
Teo dhonkho kra nai nhy ...save he krise..
Mur ghorot bamboo orchid aase.
Tekhetor phone number aaru adress Tu jonabo parile
Dhemaji ৰ নলনিপামত তেখেতৰ nursery আছে । 80119 18033
মোৰ নাচনীয়ে লোৱা কপোফুল কিজোপা পুলি নাই বঢ়া কিয় ? এজোপাই আছে । কি কৰিম পৰামৰ্শ দিব ।
মই বৰ এটা নাজানিম এইবিষয়ে। NPK spray কৰি চাওকচোন
Biki Karin neki
হয় কৰে
বৰ সুন্দৰ
ধন্যবাদ
পুলি কিনিবলৈ মন, ঠিকনা জনাবছোন
Dhemaji নলনিপাম
পুলি কিনিবলৈ মন, ঠিকনা জনাবছোন
ধেমাজি নলনিপাম 80119 18033