মা ঐ নিদাৰুণ নহবা পাহৰি নাযাবা মা ঐ মই খোৱা কাহিঁ খন আনক দি নিদিবা মা ঐ সময় পাম যেতিয়া আহিম মই তেতিয়া। মই খোৱা কাহীঁতে ভাত খাম তেতিয়া।বাইদেউ গৰাকীক 🙏🙏 জনাইছো।আকৌ দেখা পাম।❤️
Good morning dear awesome video bhal lagil sai tumi kintu mur juwakalir aru ajir video suwanai sage moi kintu jetiyai notification pao sai diyu rati hok dine hok xodai support kori thakiba de moiu tumak korisu dear🙏full watch kori asu
বৰ দুখ লাগে ।এনে বিয়া নাম শুনিলে । আপোনাক শত'কোটি 🙏🙏 জনালো ।
Thnk u
❤ সুপ্ৰভা ত বাইদেউ বিয়াৰ গীত শুনিলে কিবা হৃদয় খনে উচুপি উচুপি কান্দে অ লগতে আপোনাক শলাগৰ শৰাই আগবঢ়ালোঁ 😂😂😂😂😂❤
PppPpppp>ppppppppppppppppppppppPppppppppppppppppp
ভাল লাগিল গানটো শুণায় সচাকৈ বাইদেউৱে কন্দুৱাই পেলালে ৰবয়ে নোৱাৰিলো ।বহুত দুখ লাগিল ।
বাইদেউৰ মাতটো বৰ শুকুমল❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤বহুত ভাল লাগিল ধুনীয়া নাচ।। 🎉
ধন্যবাদ❤️
পিতাই শব্দ বহুত ভাল লাগে। গৈ গৈ পাপা হ'লগৈ। পুৰণা বিয়া নাম শুনিলো ভাল লাগিল। পুৰণা বুঢ়ি নাচটো দেখি সৰু কালৰ আইটাহতলৈ মনত পৰি গৈছে।
Thnk u
বৰ সুখ বাৰ্তা।সকলো গুণৰ অধিকাৰী বাইদেউ গৰাকীক এই দৰে
দেখিবলৈ পায় নিজকে ধন্য মানিছোঁ।
বহুত বহুত ধন্যবাদ আপোনাক🙏❤️
বাইদেউ সৰ্বগুণৰ অধিকাৰী।❤🙏ভাল লাগিল।
বহুত ভাল লাগিল বাইদেউ 🙏!অসমৰএনে আপূৰুগীয়া সম্পদ পূৰণি বিয়ানাম বোৰ সংগ্ৰহ কৰি এখনি পুস্তিকা ৰূপত প্ৰকাশ কৰি ওলিয়াবৰ বাবে বাইদেউৰ ওচৰত বিনম্ৰ অনুৰুধ থাকিল 🙏🙏🙏
বাইদেউ আপোনাক প্ৰনাম জনাইছো ।বহুগুণ আছে আপোনাৰ অসমীয়া সংস্কৃতিটো আপুনি খুউব ধুনীয়াকৈ উপস্থাপন কৰিছে ভাল লাগিছে ।আপোনি সফল মাতৃ ।🙏
সচাকৈ ।
সুন্দৰ অতি সুন্দৰ। আপাদেউ বহুপ্ৰতিভাশালী গুণ বাবে আমিও ধন্যবাদ জনালোঁ
Dhonyabad apunak🙏❤️
বহুত সুন্দৰ বিহুৰ ভঙ্গীমা আৰু ইমানেই কৰুণ সুৰেৰে গোৱা বিয়া নাম শুনি চকুলো বৈ আহিল , বাইদেউ আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো ❤️❤️❤️🙏
বহুত বহুত ধন্যবাদ আপোনাক🙏❤️
🙏🙏🙏🙏🙏
@@vempiregaming319 ৬
L
এনে বহু গুনৰ অধিকাৰী বাইদেউক দেখুৱাৰ বাবে তোমালৈ বহু ধন্যবাদ।
বহু গুণৰ অধিকাৰী বাইদেউ লৈ শত শত প্ৰণাম জনাইছোঁ। আপুনি সদায় সুস্থ আৰু কুশলে থাকক🙏🙏
বাইদেউ আপোনাৰ পৰা বহুত শিকিলোঁ।।ধন্যবাদ🙏🙏🙏
Thnk u❤️❤️❤️
বৰ সুন্দৰ কথা আগবঢ়ালে ৷ আপোনাৰ দৰে মহিলাৰ বৰ্তমান যুগত বহুত জৰুৰি ৷
Thnk u
দুখ লগা বিয়া নাম বহুত ভাল লাগিল
বাইদেউ আপুনী ইমান গুনৰ অধিকাৰী কৱলৈ ভাষা নাই আপোনালৈ শুভেচ্ছা থাকিল। 🙏🙏🙏❤❤❤
ধন্যবাদ আপোনাক🙏❤️
বাইদেউ আপোনাক শতকোতি প্ৰণাম, মুগ মুখ জীযাই থাকক ।,🙏🙏🙏
বহুত ভাল লাগিল এনে গুণী বাইদেউ গৰাকীক লগ পায়। বিয়ানামে কন্দুৱাই পেলালে। তেখেতলৈ প্ৰণাম জনালো।
Thnk u🙏❤️
Baideu loi bohut bohut morom jonalu mat tu eman duhuniya ❤️❤️❤️
বাইদেউৰ পৰা জানিবলৈ বহুত আছে গতিকে আখা কৰু আপুনি নতুন প্ৰজন্মৰ আৰু কিছু নজনা বোৰ হিকাই দিব বুলি আখা কৰিলো। ধন্যবাদ বাইদেউ ।
Dhonyabad
বহুত সুন্দৰ কথা কলে বৰমা ,গৰাকীয়ে,কলা সংস্কৃতি বিহু নাচ লগতে বিয়া নাম শলাগ লবলগীয়া ,এইগৰাকী আগশাৰীৰ মহিলা দীঘায়ু কামনা জনালোঁ ,,নৱ প্ৰজন্ময়ে শিকিৱলগীয়া আছে 🙏🙏🙏🏿
ধন্যবাদ আপোনাক🙏❤️
বহুত বহুত ভাল লাগিছে বাইদেউ নজনা ভঙ্গিমা বোৰ দেখাই দিয়াৰ বাবে ধন্যবাদ
ভাল লাগিল বাইদেউৰ গান শুনি। সৰ্বগুণী বাইদেউক প্ৰণাম জনালো।🙏🙏
Thnk u
টি ভিত বিচাৰকৰ আসনত দেখি থকা বাইদেউ জনীক এনেদৰেই দেখি ভাল লাগিল 🙏🙏
Dhanyabad baaideu🙏❤️
বহুত বহুত ভাল লাগিল।
Dhonyabad apunak🙏❤️
সকলো গুণৰ অধিকাৰী ।আগুৱাই যাওঁক শুভ কামনা যাচিলোঁ
আমাৰ বাইদেউক ভগৱন্তই কৃপা কৰক অসমীয়া কৃষ্টি জিয়াই থাকিব গৈ নহলে যেনেকৈ বিহু নাম গৈ বিহু গীত হলগৈ আৰু বহুত আছে অভিগ্য বিলাকে বুজি পাইছে | ভালে থাকক | দিঘ জীৱন লাভ কৰক৷ কৃষ্ণ | জয় গুৰু শঙ্কৰ |
Baideuk rong senelat sai thaku ajihe gom palu apani je Eman gunor adhikari Bahut bhal lagil apadu
Dhonyabad
ভাল লাগিল সুন্দৰ প্ৰতিভা অধিকাৰী বৰমা 🙏🏾
বৰ ভাল লাগিল বাইদেউ ।
Thnx
P
বৰ সুন্দৰ কথাখিনি জনোৱাৰ বাবে বহত বহুত ধন্যবাদ জনালোঁ।
আপোনাক ধন্যবাদ🙏❤️
বহু গুণৰ অধিকাৰী বাইদেউ। তেখেতৰ পৰা আমাৰ শিকিব লগা বহুত আছে। বাইদেউৰ সাক্ষাৎকাৰ আৰু লৈ দৰ্শক সকললৈ আৰু বহুত আগবঢ়াই দি থাকিবা বুলি আশা কৰিলো আৰু বাইদেউক সেৱা জনালোঁ 🙏🙏
।🙏🙏 ধন্যবাদ। 13:56 13:56
ধন্যবাদ
বৰ ভাল লাগিল সচা তেখেত ৰে ইমান সকলো গুনৰ অধিকাৰিক।
Bhut Val lagil baideo a hosa Kotha koise
No 1 dance, bhal lagil.
Thank you
❤️👍 Good Evening Val lagil
বৰ দুখ লাগে বাইদেউ।
বাইদেউ বহু ভাগ্যৱান ৷পাৰিলে পুৰণা জেং বিহুৰ গান কেইটামান দিব বুলি আশাৰে বাতচাইৰলো ৷
Thnx
Bohut bohut vl lagil baideo khunile khuni thakibo mon jai thank you
ধন্যবাদ আপোনাক🙏❤️
বহুতো ভাল লাগিল বাইদেউ শুভেচ্ছা জনালোঁ।
Thnx
Bor bhal lagil Baidew....xa rbagunar adhikari aapuni ....aaponar pora bohut xikib o loga ase...agor dinar biya bilakot jura namee tulpar logaisil...biya saboloi manuhak bhir lagisile...ajikali biyat manuhe khaboloi he jai...
ধন্যবাদ আপোনাক🙏❤️
বহুতো ভাল লাগিছে
Bohut bhal lagile sai. 🙏🙏
Thnx
Xundor biyanam . aponak pranam janaiso .apuni xarba Vidya bixarod.
বহূত ভাল লাগিছে।
আপোনাক বৰ ভাল লাগে।কুশলে থাকক।
বৰ সুন্দৰ কথা কলে বাইদেউ গৰাকীয়ে । তেওঁৰ পৰা সিকিবলৈ বহুত আছে ।
ধন্যবাদ আপোনাক🙏❤️
Fine and sweet voice
চকু পানী ওলাই গৈছে!বৰ ভাল লাগিল।
Eman bhal lagil baidew apunar ghoroloi adin jam
Thnk u
Bohut val lagil baidew
সৰ্বগুণৰ অধিকাৰী বাইদেউক সশ্ৰদ্ধ প্ৰনাম।
Thnx
ভাল লাগেল
Bohut val lagil sai.
Thnx
Val lagil 🙏
Bohut bhal lagil sai
Dhuiya 👍👍👍❤️❤️
Thnx
Aaitai xikowa ainam, biyanam aru xumadhur geetbur bartaman biluptir pathat. Aaji aitar mukhe xumadhur xunali dinor biyanam Keita xuni nijoke Dhanya manilu. Aiitaloi mur Shraddha gyapon karili. lagate chiding Suriya jatra channeltiloi suvaccha janalu
ধন্যবাদ আপোনাক🙏❤️
Sorry,,,,chifung Suriya haba lagisil
@@pratidhwani604 eku nai likhute vul hoiye amaru hoi thnk u❤️
ভাল লাগিল গাণ শুনি আমি পুৰণি ক ভাল পাও পুৰণি মানুহ য়েতিযা
Dhonyabad apunak 🙏❤️
bohut val lagil. thanks
Bohut val lagil juri... Tumak bohut bohut thanks jonaisu... Kionu. Eman agoraki pratibhaban lokuk amar majole loi ahila... Baideu apunar nisina mohan lukor amar bohut poyujon. Apunak pronam jonaisu baideu
Thnx baa moi screnshot mari epadeuok di dim dei dekhuwai
বৰ ভাল লাগিল চাই
Bohut bohut val lagile baideok log pai kotha khini huni aru jen janiboloi Pau
Thnk u❤️
Bahut val lagile juri
Xundar lagil dei
Thnk u❤️
বহুত ভাল লাগিল বাইদেউ নৃত্য ❤
Thnx
Bahut bhal lagil.
বাই দেউৰ আয়ুস অটুট থাকক।ভগৱানৰ ওচৰত কাতৰ মিনতি।
ধন্যবাদ আপোনাক🙏❤️
dhuniah baideu.
Thnx
সঁচাকৈ বিৰাট ভাল লাগিল
Thnx
মা ঐ নিদাৰুণ নহবা পাহৰি নাযাবা
মা ঐ মই খোৱা কাহিঁ খন আনক দি নিদিবা
মা ঐ সময় পাম যেতিয়া আহিম মই তেতিয়া।
মই খোৱা কাহীঁতে ভাত খাম তেতিয়া।বাইদেউ গৰাকীক 🙏🙏 জনাইছো।আকৌ
দেখা পাম।❤️
ধন্যবাদ
bhal lagil sai nice shearing so natun bandhu holu akha koro apunio hobo
Thnx sure
ভাল লাগিল বা।
Thnk u❤️
বহুত ভাল লাগিল
Thnx
Bohut,hundor,hoesa,huvsi,takela
🙏❤️
Baideu kothabur bor Val lagise maina gorakiye apadeu buli koise aami kintu aapadeuhe kou
ধন্যবাদ আপোনাক🙏❤️
Borma apuni hodaye amar val beya bur dekhai diye. Apuni amar adorkho hoi
Thnx
Tulu das
Val lagiche baidew sharboguni
বৰ ভাল লাগিল শুনি
Thnx
বাইদেউ বহুত ধুনীয়া লাগিছে। বিয়াৰ নাম আজি কালি নাইকিয়া হৈ গল।
Congratulations
সেৱা জনালো।
Thnx
Anekuwa bur video khub adorkho hikibo pari bohu kotha val lagil
thnk u🙏❤️❤️
Mozaaa.awesome
Thnx
Super ❤️ happy rongali bihu
Happy bihu
Mjja
Saske bohot val lagil.
thnk u🙏❤️
Mojaa bahut val lagil very nice sharing happy Rongali bihu muru sabo dai❤❤❤❤
Thnx
Good
Apadeo buli motar loge loge eman val lagil
ধন্যবাদ আপোনাক 🙏❤️❤️❤️🥰
মজা
বাইদৈউ লৈ ধন্যবাদ জ্ঞাপন কৰিছো পৌৰাণিক কৃষ্টি সমুহক জীয়াই ৰখাৰ বাবে আগুৱাই যাওক ❤️❤️🙏🙏
বৰ ভাল লাগিল
Bohut val lagise dalimi baidu .moi Dibrugarh pora koisu aponar nambarto pale val asil
Thnx
বাইদেউ ক tv t চাই থাকো সদাই বৰ ভাল লাগে
Thnx
Bahut vl lagil
Thnk u❤️
ধুনীয়া বৰমা
Thnx
বৰ ভাল লাগিল অনুষ্ঠানটি চাই| বাইদেউলৈ প্ৰণাম🙏
Thnk u
বাইদেউক বৰ ভাল লাগে সৰ্বগুণৰ অধিকাৰি বাইদেউ জাতিৰ সম্পদ
Good morning dear awesome video bhal lagil sai tumi kintu mur juwakalir aru ajir video suwanai sage moi kintu jetiyai notification pao sai diyu rati hok dine hok xodai support kori thakiba de moiu tumak korisu dear🙏full watch kori asu
Thnx baa kali gutei kita sam dei ekebare homoi puwa nai bohut manuh ahise bihu khabole xo homoi pua nai baa sorry
এপাদেউৰ বহুত প্ৰতভা আছে।ঘৰ ক'ত?নাম কি নেজানিলো? আৰু তোমাৰ নাম ? very nice tq so much.
Prothom part ase sabo tat hokolu ase kot ghor ki xob