মোদীয়ে বজালে ঢোল; বিপৰীতে কাশ্মীৰত ৰাহুলে তুলা ধুনা দি ধুলে মোদীক!

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • ⛔ছিংগাপুৰত মোদী ব্যস্ত আছিল ঢোল বজোৱাত!
    ⛔আনফালে কাশ্মীৰত মোদীৰ বেয়াকৈ ৰাজনৈতিক ঢোল বজাই আহিল ৰাহুল গান্ধীয়ে!
    ⛔প্ৰধান মন্ত্ৰী মোদী আৰু বিজেপিয়ে শুনিব নিবিচৰা বা সহ্য কৰিব নোখোজা কথাৰে চাৰ্ফ চাবোন দি এধুৱন দিলে ৰাহুল গান্ধীয়ে!
    ⛔ৰাহুলৰ মতে দুই কোটিপতি বন্ধুক সন্তুষ্ট কৰিবলৈকে জন্মু-কাশ্মীৰক ৰাজ্যৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চল কৰি অধিকাৰ কাঢ়ি ল’লে বিজেপি চৰকাৰে!___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 16