লুঙী পিন্ধক, লুঙীত ধৰি উলিয়াই দিয়ক বুলি বিধানসভাত কোৱা বিজেপিৰ বিধায়কক দেশজুৰি নিন্দা

Поділитися
Вставка
  • Опубліковано 4 лис 2024

КОМЕНТАРІ • 380

  • @MilanGogoi-m7f
    @MilanGogoi-m7f 2 місяці тому +72

    নাপাই তেনেকৈ কব তাক শব্দ টো বেয়া কথা এজন বিধায়ক হৈ শোভা নাপায় সমাজত

  • @TulikaboraKkp
    @TulikaboraKkp 2 місяці тому +109

    অখিলৰ লু্ঙিত ধৰি টানি উলিয়াই দিবলৈ কোৱা সকলে মেখেলা পিন্ধি বিধানলৈ আহিছিল ৷

    • @jugeswarphukan9726
      @jugeswarphukan9726 Місяць тому +1

      Haihai.haihaklbule.maiki.mekhela.pindhiahe.maikiea.jibisare.takekariba.parabur.akhilok.longikhulibale.koeabur.nijar.maiki.sage.mekheka.dhuidiea.hunisilu.konuba.atie.buli.maiki.des.konubar.dekharpara.ani.disil.pisat.femiliea.padan.nakarakarane.aku.ghorai.pathaisil.aibur.bjpmla.manuhar.karane.nahaj.miearkaranehe.

  • @Mojahar677
    @Mojahar677 2 місяці тому +74

    অসভ্য বিধায়ক

  • @chandraa5971
    @chandraa5971 2 місяці тому +19

    বিধানসভাৰ অধ্যক্ষ জন নিৰপেক্ষ হ'ব লাগে। কিন্তু বিধানসভাৰ অধ্যক্ষ জন এককক্ষীয় হে যেন লাগে। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ বিধায়ক সকলে জানিব লাগে। নতুন প্ৰজন্মক কি শিক্ষা দিব এই পাগল বিধায়কে।

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 2 місяці тому +60

    এজন বিধায়ক মুখত এই বোৰ শোভা নাপাই । লাজ নাই আপোনালোকৰ । অপমান কৰিব কাৰণে চাগৈ বিধায়ক হয় ।

    • @jyotirmoydaulaguphu3507
      @jyotirmoydaulaguphu3507 2 місяці тому

      Aeikarone tu amar hindu r obostha anekuwa ...miyak gali dilei problem ....jidina bangladesh r dore hobo ....tetiya loi Mori juwai val

    • @enigma2257
      @enigma2257 2 місяці тому

      Ola hu uber

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 2 місяці тому +93

    অপমান কিয় কৰিছে ।নিজকে ভাবিছে চাগৈ মোৰ বাহিৰে আন কোনো নাই ।2026 গম পাব ৰব।

    • @bhaskarphukan1423
      @bhaskarphukan1423 2 місяці тому +1

      Ki gum pabo😂😂😂

    • @Papudevnath-e9y
      @Papudevnath-e9y 2 місяці тому +1

      Ami asu nahai dada 😅 sapon bastabat parinit kariba nidio😂gam pabi gam pabi kai kai 2014 r para still 2024 modi hai asei 😅😅

    • @Dchutia-xy5zl
      @Dchutia-xy5zl 2 місяці тому +1

      কি গম পাব গেদা নে ফেদা 😱👎

    • @bhaskarphukan1423
      @bhaskarphukan1423 2 місяці тому

      @@Dchutia-xy5zl sudurbhai bhal ke likhi thobi sarkar B.J.P he thakibo feda

    • @bhaskarphukan1423
      @bhaskarphukan1423 2 місяці тому +2

      @@Dchutia-xy5zl b.j.p jindabad.

  • @prashanakumargogoi8924
    @prashanakumargogoi8924 2 місяці тому +42

    বিজেপি বিধায়ক নে ছিনমা হলৰ বেলেকা এই জন?

  • @GourabkrPegu
    @GourabkrPegu 2 місяці тому +27

    এই বিলাক শব্দ বেবহাৰ কৰিব নালাগে

  • @mollahabdulhamid
    @mollahabdulhamid 2 місяці тому +26

    বাদ দিয়াহে,
    ভাৰসাম্যহীন কিছুমানক ignore কৰিব লাগে, এটা সময়ত নিজে নিজেই ভিজা মেকুৰী হব।

  • @TechSavieR
    @TechSavieR 2 місяці тому +6

    লুঙী লৈ attention divert নকৰিব, এতিয়া smart meter কেনেকৈ উফৰাই দিব সেইটোহে ভাবক.

  • @enoshpando5639
    @enoshpando5639 2 місяці тому +10

    যি জনে কৈছে তেওঁৰ নাম নকয় কিয় ???

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 2 місяці тому +15

    সেই বিধায়ক জনক ভাল চকুৰ ডাক্টৰক দেখুৱাওক লংপেনণ্টক লুঙী দেখিলে যতিয়া তেওঁৰ চকুৰ বাৰুকৈয়ে বিকাৰ সৈছে।এইজন বিধায়কৰ যোগ্য নহয় ভগা চাইকেলৰ কেৰীয়াত ভগা টিং এটা বান্ধি লৈ মাছ বেপাৰ কৰাৰ হে যোগ্য।স্পিকাৰে এনে বাক্য সদনত কোৱাৰ বাবে কোনো অনুশাসন মূলক ব্যৱস্থা নলৈ কেৱল হব বুলি কৈ থৈ দিলে এই বাক্য বিৰোধী পক্ষই কোৱাহলে নিশ্চয়কৈ অনশাসনমূলক ব্যৱস্থা তৎক্ষনাত কৰিল হেতেন।এনে পক্ষপাতিত্ত্ব কৰিব নালাগে।

  • @janardanbora2803
    @janardanbora2803 2 місяці тому +6

    অসম ধ্বংসৰ দিশে গৈ আছে চাই থাকক নেতাৰ লৰা ছোৱালীক একো কৰিব নোৱাৰে কিন্তু মৰিব কেৱল দুখীয়া হুপা

  • @TulikaboraKkp
    @TulikaboraKkp 2 місяці тому +50

    বিজেপি মানে এটা গেলা বৰালি ৷

  • @animecontent8296
    @animecontent8296 2 місяці тому +6

    অখিল গগৈক অপমান কৰা এই বিধায়ক জনক চিৰদিনৰ বাবে নিলম্বন কৰক। এই অসভ্য বিধায়ক জন স্কুললৈ গৈছিল নে পামত গৰু চৰাই থাকোতেই পোনে পোনে বিধায়ক হল। মূৰ্খ এই কন জ্ঞান লৈ পবিত্ৰ সদনত পতিনিধি কৰিবলৈ আহিছে। এই বিলাক প্ৰতিনিধি সমষ্টিৰ কলংক।এই বিলাকক সদনৰ পৰা গতিয়াই বাহিৰ কৰি দিব লাগে। কিন্তু এইজন অধ্যক্ষৰ পৰা আশা কৰা নাযায়।এইজন নিৰপেক্ষ নহয়।

  • @SaifuddinAhmed-l7u
    @SaifuddinAhmed-l7u 2 місяці тому +10

    যি জন ব্যক্তি এইষাৰ কৈছিল ৷তেওঁক মন্ত্ৰীৰ পদে মুৰত ধৰিছে

  • @sayedulrahman
    @sayedulrahman 2 місяці тому +3

    অধ্যক্ষ কণা আৰু কলা। লাজ

    • @AnkurSharma-j3l
      @AnkurSharma-j3l 2 місяці тому

      eman jano jetiya toi ki bal kori aso geda

  • @kalpanaborah8745
    @kalpanaborah8745 2 місяці тому +11

    কিছুমান আধাপাগল বিধায়কে সদনৰ ৰ্ময্যদা নাইকিয়া কৰি পেলাইছে।

  • @jadavnath4360
    @jadavnath4360 2 місяці тому +3

    নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয়। এজন জনপ্ৰতিনিধিৰ মুখত এনেকুৱা কথা বৰ লজ্জিত বিষয়।

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te 2 місяці тому +18

    এইজনক চিনাক্ত কৰি থব ।ইয়াৰ আয়ুস টুটি আহিছে ।সময়ত কাম দিব ।

    • @pgcomplete3186
      @pgcomplete3186 2 місяці тому +2

      Right 👍

    • @Dchutia-xy5zl
      @Dchutia-xy5zl 2 місяці тому +1

      কাৰ কথা কলা বা....গেদা প্ৰেমীৰ কথা নে ফেদা প্ৰেমীৰ কথা 😂😂

    • @enigma2257
      @enigma2257 2 місяці тому

      Saudi arab gayab hobo 2050 ot tar pisot ki koribi?

  • @asomiaasom6008
    @asomiaasom6008 2 місяці тому +3

    এই কেইটা বিজেপি বিধায়ক মন্ত্ৰীয়ে অসম বিধান সভা কলুষিত কৰিছে ।

    • @enigma2257
      @enigma2257 2 місяці тому

      Saudi arab gayab hoi jabo 2050 ot tar pisot ki koribi?

  • @muned6442
    @muned6442 2 місяці тому +3

    সদনৰ ভিতৰত লুঙিত ধৰি উলিয়াই দিয়ক ,লুঙি খুলি দিয়ক এই বোৰ বেয়া কথা কবলৈকে সদনলৈ যায়

  • @pradipdas4167
    @pradipdas4167 2 місяці тому +6

    অধ্যক্ষৰ দায়িত্ব নিস্বাৰ্থ ভাবে পালন নকৰা পৰিলক্ষিত হৈছে অধ্যক্ষৰ আসনৰ সম্নান আছে বুলি ভাবো

  • @asomiaasom6008
    @asomiaasom6008 2 місяці тому +5

    অসম জাতীয় বীৰ সিংহ পুৰুষ অখিল গগৈক সদনত অপমান কৰি এতিয়া বিজেপি বিধায়ক মন্ত্ৰী কেইটাক দেশবাসীয়ে ঘৃণাৰে থুৱাই উপচাই সন্মান কৰিছে ।অসম বাজেপিৰ বিধায়ক মন্ত্ৰীক দেশবাসীয়ে থুৱাইছে কিমান সন্মান ।

    • @enigma2257
      @enigma2257 2 місяці тому

      Saudi arab gayab hoi jabo 2050 ot tar pisot ki koribi?

    • @asomiaasom6008
      @asomiaasom6008 2 місяці тому

      @@enigma2257 চৌদি আৰবৰ কথা কৰ পৰা আহিল ?

  • @mihirbaruah3453
    @mihirbaruah3453 2 місяці тому +1

    তেনে বিধায়ক চিনেমা হলৰ ব্লেকাৰ হব লাগিছিল।

  • @BitulGogoi-f6i
    @BitulGogoi-f6i 2 місяці тому +4

    কেনেকৈ পৰিচালিত কৰিছে আমি সকলোৱে চাই আছো অধ‌ক্ষ মহোদয় ?

    • @enigma2257
      @enigma2257 2 місяці тому

      Saudi arab gayab hoi jabo 2050 ot tar pisot ki koribi?

  • @surendrasurendra6163
    @surendrasurendra6163 2 місяці тому +11

    পৱিত্ৰ বিধানসভা সম্মান কৰিবলৈ নজনা বিনায়ক ক পাগল বুলি কলেও ভুল কৰাৰ নহব

    • @protimadutta2890
      @protimadutta2890 2 місяці тому

      আচল জনেই পগলা কুকুৰ----যিটোৱে চিঞৰিছে---সি ছুইডাৰ পিন্ধি আহিছে ।

  • @sakilgamerz8622
    @sakilgamerz8622 2 місяці тому +9

    বি ়জি়পিৰ বিধায়কবোৰ অসভ্য

  • @abdulbasik2614
    @abdulbasik2614 2 місяці тому +4

    Akhil da Sivasagar r real 🐯🐯🐯🐯🦁🦁🦁🦁

  • @bijitgogoi2170
    @bijitgogoi2170 2 місяці тому +5

    এজন বিধায়ক তাক বুলি কোৱা কথাটো এজন মন্ত্ৰীৰ কিমান গ্ৰ্যান আছে তাৰে প্ৰমান ।

  • @GhanashyamSarma-h7g
    @GhanashyamSarma-h7g 2 місяці тому +2

    Akhil gogoi zindabad

  • @kabitabhuyan545
    @kabitabhuyan545 2 місяці тому +2

    ইয়াক দৃষ্টান্ত মূলক শাস্তি দিয়ক

  • @MaikonBorah
    @MaikonBorah 2 місяці тому +2

    বিধানসভা ৰ অধ্যক্ষ জন ৩৩ জনৰ ওচৰত হে যেন পাইছো

  • @anjugogoi6222
    @anjugogoi6222 2 місяці тому +4

    বিধানসভা ত এই বিলাক শব্দ ব্যৱহাৰ কৰাটো বৰ বেয়া কথা

  • @krishnakantalahon6167
    @krishnakantalahon6167 2 місяці тому +2

    কোন হয় সেইটো গৰুটো?? চেহেৰা টো কিয় নেদেখুৱাই? নামটো উল্লেখ কৰিব লাগে কোন হয়!!

  • @Abdlah98
    @Abdlah98 2 місяці тому +2

    বিজেপিৰ অন্ধ ভক্ত সকলৰ বাদে সকলো সচেতন নাগৰিকে এই বাক্য ত দুখ প্ৰকাশ কৰিছে।

  • @Nirumoni4336
    @Nirumoni4336 2 місяці тому +2

    বিধানসভাৰ অদ্যোক্ষক জন নিৰোপেক্ষৌ নহয় বিধানসভাৰ সবাখন নিৰাপেক্ষৌ বাবে চলাই নিয়াৰ দায়িত্বৰ ভাৰৰ পৰা অদ্যোক্ষক জনে ভেথ্ৰৌ হোৱা দেখিবলৈ পাইছোঁ কাৰন কথাত আছে ক্ষমতা যাৰ লাঠী তাৰ বিজেপিৰ বিধায়ক হয় বুলি এটা সম্প্ৰদায়ৰ জাতিক লক্ষ্য কৰি বিধানসভাত সদনত অখিল গগৈ'ক বিজেপিৰ বিধায়ক জানে যি ইচ্ছা তাকে কৈ অপমানিতো কৰিছে সেয়া সংবাধ ম্যাধমেৰে দেশবাষি সকলেই দেখা পাইছে

  • @JayprioNath
    @JayprioNath 2 місяці тому +4

    পৱিত্ৰ বিধানসভাৰ মজিয়াত এইবোৰ কিয় অসভ্য ভাষা ক'ব লাগে। কোনে কৈছ এইটো ঠিক হোৱা নাই

  • @starllvt
    @starllvt 2 місяці тому +2

    বিধায়ক হোৱাৰ যগ্যতা নাই কিন্তু টকাৰ যোৰত বিধায়ক হৈছে এইবোৰ বিধায়কৰ পৰা কি আশা কৰা যায়

  • @AbdulKadirBorbhuyan-vc8fz
    @AbdulKadirBorbhuyan-vc8fz 2 місяці тому +2

    বিজেপিৰ বিধায়ক উদণ্ড যেন।ইস্পিকাৰে এনে ব্যৱহাৰ কৰা বিধায়কৰ ব্যৱস্থা কি ললে।অজ্ঞানিটোয়ে হাহিছে।ইমান ৰ্নিলজ্য ।

  • @kushaldas3027
    @kushaldas3027 2 місяці тому +5

    আমাৰ জনপ্ৰতিনিধিৰ পবিত্ৰ সদনত এনে শিষ্টাচাৰত এজন অসমীয়া বুলি ভাবিবনে?

  • @RajibRajkhowa-p9f
    @RajibRajkhowa-p9f 2 місяці тому +7

    পাগল বিধায়ক।কোন সেইজন ধেৎ।

  • @ajitborah4210
    @ajitborah4210 2 місяці тому +3

    ১নম্বৰ মাছৱৈ!পিয়াজ হাগাখোৱা!

    • @Dchutia-xy5zl
      @Dchutia-xy5zl 2 місяці тому

      গেদা নেকি,নে গেদাৰ সমৰ্থক ফেদা 😜😂

  • @gaurirabha3236
    @gaurirabha3236 2 місяці тому +5

    ৰাইজৰ প্ৰতিনিধি হোৱাৰ যোগ্যতা নাই । জনসাধাৰণক প্ৰতাৰণা ,অপমান কৰিলে ।

  • @PabitraDas-t8x
    @PabitraDas-t8x 2 місяці тому +2

    Head mastar ৰে তেনেকুৱা বাকী বিলাক কিয় নহব

  • @AbulKasem-bd3zp
    @AbulKasem-bd3zp 2 місяці тому +10

    BJPr Ohongkar Hoise

  • @janardanbora2803
    @janardanbora2803 2 місяці тому +1

    বিধান সভালৈ দেখিছোঁ অলপ দিনৰ পিছৰ পৰা দাহ কুঠাৰ লৈ আহিব আৰু বিধায়ক বোৰ 😅😅😅

  • @KalpanaBorgohain-t3o
    @KalpanaBorgohain-t3o 2 місяці тому +1

    অসভ্য

  • @chand8918
    @chand8918 2 місяці тому +17

    বাদ দিয়া হে ইমান বকিবলৈ কি আছে , বৰ্তমান অসমৰ বাতাৱৰণ কি পৰ্য্যায়লৈ গতি কৰিছে তহতে লক্ষ্য কৰিছানে

  • @indiragogoi7691
    @indiragogoi7691 2 місяці тому +1

    Bjp mla ki jane

  • @Kanishkadaimary-j5f
    @Kanishkadaimary-j5f 2 місяці тому +3

    খুব সুন্দৰ মন্তব্য বিজেপিৰ বিধায়ক মন্ত্ৰী সকলৰ। ধন্যবাদ

  • @rejjakali1874
    @rejjakali1874 2 місяці тому +4

    সেইজনৰ মানত সদনৰ একো সন্মান নাইয়েই ,,,,,, সিঁ এনেকুৱা আচৰন কৰিছে যেন চিনেমা হলত চিনেমাহে চাব ; সদনত যোৱা নাই!!
    আৰু অধ্যক্ষজনে কেৱল বিৰোধীক বহ্ক, বহ্ক, আৰে বহ্ক না.... আদি বচন মাতা আৰু Suspension কৰাৰ বাহিৰে বেলেগ কিবা কাম কৰা দেখিছেনে কোনোবাই??

  • @mrigankabaruah5385
    @mrigankabaruah5385 2 місяці тому +1

    হায় হায়!!
    গণতন্ত্ৰ জিন্দাবাদ!!
    পবিত্ৰ সদন 😢

  • @mamonibora2837
    @mamonibora2837 2 місяці тому +1

    সেই বোৰ বিধায়কে অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীৰ পেণ্ট নোখিলেহে ৰক্ষা ।

  • @putudeka2199
    @putudeka2199 2 місяці тому

    Mama jindabad❤️❤️❤️

  • @Mrinalstudio877
    @Mrinalstudio877 2 місяці тому +3

    ইমান তৰল মন্ত্ৰব কেনেকৈ দিব পাৰে এইবোৰ কাৰণে হে সদন খন নহয় আমাৰ মেইন কথা বোৰ হে আলোচনা কৰিব লাগে কেনেকৈ বস্তুৰ দাম কমাব পাৰে এইবোৰ হে আলোচনা কৰিব লাগে।

  • @mukutborah4081
    @mukutborah4081 2 місяці тому +2

    মুখ্য মন্ত্রী আসনখন সন্মান লাঘব কৰিলে এই খন চৰকাৰে।

  • @HiteshPadi
    @HiteshPadi 2 місяці тому

    যি কি নহওঁক আমি b jp ক ভোট দিমেই

  • @FarizUddinAhmed-md7uh
    @FarizUddinAhmed-md7uh 2 місяці тому +1

    2026 is coming...

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 2 місяці тому

    Zindabad..
    Akhil... Right..
    Gogoi...

  • @khilanjiaasomiya6052
    @khilanjiaasomiya6052 2 місяці тому

    BJP Zindabad

  • @nurulhoque6535
    @nurulhoque6535 2 місяці тому +1

    BJB party should be banned

  • @monjulahon7712
    @monjulahon7712 2 місяці тому +2

    ফাফৰে ধৰা কুকুৰ কেইটা পবিত্ৰ সদনত আছিল নে মাইকীৰ লগত কুকুৰ চুপতি কৰি আছিল , লাজ নাই এজন জন প্ৰতিনিধিৰ মূখত অখভ্য শব্দ ক'বলৈ । দেশৰ প্ৰতিজন মানুহে ইয়াৰ প্ৰতিবাদ কৰিব লাগে , সঙবিধান বিৰোধি কথা কৈছে ।

  • @manuarabegum527
    @manuarabegum527 Місяць тому

    সেই বিধায়ক জনক বিধান সভাৰ মজিয়াৰ পৰা কানত ধৰি উলিয়াই দিব লাগিছিল।

  • @khilanjiaasomiya6052
    @khilanjiaasomiya6052 2 місяці тому

    ঠিকেই কৈছে, ই মিয়াৰ এজেণ্ট

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 2 місяці тому

    অখিল গগৈক সদনৰ মজিয়াত লুঙীত ধৰি টানি বাহিৰ কৰি দিয়ক বুলি কোৱাৰ পাচতো বাকী সকল নীৰব দৰ্শক হৈ থাকিল,স্বয়ঙ মূখ্যমন্ত্ৰী আৰু অধ্যক্ষ নিমাত,তেখেত সকলৰ বিবেকে মানি লোৱাটো অসমীয়া জাতিৰ বাবে চৰম অপমান,বিধান সভাখন যেন ঠক-প্ৰবঞ্চক,মাফিয়াৰ হে সদন হোৱা যেন লাগে।

  • @bokulsaikia
    @bokulsaikia 2 місяці тому +4

    Please Disqualify this BJP MLA From Assam Assembly

    • @protimadutta2890
      @protimadutta2890 2 місяці тому +1

      BJP গেলা বৰালী পোৰা গেলিলে ।

  • @RitaChangmai-i7v
    @RitaChangmai-i7v 2 місяці тому +3

    BJP জিন্দাবাদ জয় শ্রী ৰাম

  • @ChrisBrownBreezyBoyyyy
    @ChrisBrownBreezyBoyyyy 2 місяці тому +10

    Bjp bhagao desh bachao

  • @dilipnath7240
    @dilipnath7240 2 місяці тому +6

    Akhil lungi pindhar juigya

  • @kandarpa2622
    @kandarpa2622 2 місяці тому +1

    The MLA who talked unparliamentary words should be punished.That particular BJP MLA immediately be punished.

  • @debenborah1483
    @debenborah1483 Місяць тому

    লুঙী ত। ধৰি তাক উলিয়াই দিয়ক, এই কথা কোৱা মানুহ টোক দেখা নাপালো ,এই ক্ষেত্ৰত বিধান সভাৰ অধ্যক্ষ ও দায়বদ্ধ. ।

  • @deepaksarkar6221
    @deepaksarkar6221 2 місяці тому +1

    Mama❤❤

  • @Ram-ow4gj
    @Ram-ow4gj 2 місяці тому +4

    Akhil gogoi CM huar bhut dangor planning Kari ase

  • @nababaishya9194
    @nababaishya9194 2 місяці тому +2

    লাজ সন্মান নহোৱা এইবিলাক

  • @jobforassam10
    @jobforassam10 2 місяці тому

    মানব‌ ডেকা আৰু দিগন্ত কলিতাই কৈছিল

  • @lulalu6707
    @lulalu6707 2 місяці тому

    অখিল ককাইদেউ সছা কথা উল্লেখ কৰিছে ভাঙৰিয়া ধন্যবাদ

  • @ArifaKhatun-mn2gw
    @ArifaKhatun-mn2gw 2 місяці тому +2

    এই MLA ক হদনৰ পৰা চিৰো দিনৰ বাবে উলিয়াই দিয়াক!

    • @AnkurSharma-j3l
      @AnkurSharma-j3l 2 місяці тому

      oi sudur bhai bangladeshi.1st sobdo keita hudhoke likhibole hiki lo

  • @shahjahanali355
    @shahjahanali355 Місяць тому

    ,লুঙীদৰীটানক শব্দ ব্যৱহাৰ কৰাগীয়ানী
    বিদায়ক জনে খমাখুজিব লাগে।

  • @maksidabegum1732
    @maksidabegum1732 Місяць тому

    অখিল গগৈৰকলঙিত ধৰিব নালাগে টোকহে নেঙটিত ধৰি উলিয়াই দিব লাগে

  • @iftikarahmedentertenment
    @iftikarahmedentertenment 2 місяці тому

    পিয়াজৰ বজাত জুই লাগিছে

  • @bapanchakravorty5639
    @bapanchakravorty5639 2 місяці тому

    Eibilak alosona kori lav nai.

  • @beejukalita1497
    @beejukalita1497 2 місяці тому

    ঠিকেই কৈছে

  • @nripenborgohain201
    @nripenborgohain201 Місяць тому

    অখিলক গালি দিয়া কেইজন কাৰ অক্সিজেনত কথা কৈছে ?

  • @SamudraSamudrakalita
    @SamudraSamudrakalita 2 місяці тому +1

    ঠিক কথা কৈ ইছে

  • @pabitradeka8027
    @pabitradeka8027 2 місяці тому

    সম্পূৰ্ণ হতাশাগ্ৰস্ত এই চৰকাৰ ।

  • @khilanjiaasomiya6052
    @khilanjiaasomiya6052 2 місяці тому

    অখিলুদ্দিনক আৰু যাতে বিধানসভালৈ যোৱাৰ সুবিধা অসমৰ ৰাইজে নিদিয়ে।

  • @Manikdoley-t4r
    @Manikdoley-t4r 2 місяці тому

    Bjp jindabad mama ❤❤

  • @AbdusSalam-e6p
    @AbdusSalam-e6p 2 місяці тому

    সামান্যতম জ্ঞান থকা এজন অতি সাধাৰণ মানুহেও এই কথাখিনি অত্যন্ত ঘৃণনীয় বুলি ক'ব।

  • @BijuKumbang-ou3fg
    @BijuKumbang-ou3fg 2 місяці тому

    অখিল এজন মানসিক ৰোগী, তেওঁক তেনেকৈ কুৱাটো একো ডাঙৰ কথা নহয়।আৰু তুমি মিয়া ক লৈ চিহৰি থকাকৈ গৈনিয়েকৰ লগত শুই থাকা গৈ।

  • @ahidulshek2607
    @ahidulshek2607 Місяць тому

    লুংগিৰ ভিতৰত জাংগি তাৰ ভিতৰত কিজে হব

  • @ShaharAliAhmed-xz8rb
    @ShaharAliAhmed-xz8rb 2 місяці тому +1

    বিধায়ক সকলোৰ অপমানিত কৰা হৈছিল

  • @pinkisarmah8400
    @pinkisarmah8400 2 місяці тому +1

    Montob karakeitak mekhela pindhok

  • @ssarma5755
    @ssarma5755 2 місяці тому +1

    Ki beya koise, Akhil r babe aji lungi khon e baki ase .. Lungi khon pindhile Akhil complete habo..

  • @mahendranathchaliha9853
    @mahendranathchaliha9853 2 місяці тому

    বিধান সভাৰ মজিয়াত ৱ্যৱহাৰ কৰা শব্দ?????????

  • @rajeshrao8883
    @rajeshrao8883 2 місяці тому

    If this is told in south India whose Lungi is respected attire, than that will be the worst day for that person. The power of lungi 😮

  • @RajibPame-q4d
    @RajibPame-q4d 2 місяці тому

    Akhil jindabad BJP go back

  • @Uko7pra
    @Uko7pra 2 місяці тому

    AMAR MOHAN CM

  • @tulashisarma3829
    @tulashisarma3829 2 місяці тому

    এম এল এ নে ভেৰা ৰখীয়া?

  • @janardonbora2795
    @janardonbora2795 2 місяці тому

    অধ্যক্ষ টো বিৰাট হিৰামি।বিধায়ককেইটা চোৰ যি কেইটাই কৈছে