প্ৰথমবাৰলৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ মুখত অখিল গগৈৰ পুত্ৰৰ কথা

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
    Please follow up page to watch live and latest news with latest updates every hour.
    দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
    To subscribe to our channel click here / @danewsplusassam
    Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
    Follow us on Twitter-
    / danewsplus​
    Facebook-
    / danewsplus.dnp
    Koo app- www.kooapp.com...

КОМЕНТАРІ • 579

  • @rupamkumarsarma1200
    @rupamkumarsarma1200 Рік тому +138

    বাতৰি টো সোনকালে কৈ শেষ কৰিব। মানুহৰ ধৰ্য্যৰ পৰীক্ষা নলব।এয়া ভাল সাংবাদিকতা নহয়।

  • @ranjitduttaey3967
    @ranjitduttaey3967 Рік тому +79

    বাঘৰ পোৱালি বাঘেই হ'ব , ধন্যবাদ জনালো

  • @pramodchmalakar-lq7ou
    @pramodchmalakar-lq7ou Рік тому +78

    আজি কালি সাংবাদিক সকলৰ এটা চখ হৈছে, বাতৰি এটা ঘূৰাই পকাই,পকাই ঘূৰাই,পকাই-পকাই 'ঘূৰাই-ঘূৰাই,ক ওতে ক ওতে মূল বাতৰিটো শুনিবলৈ ধৈৰ্যচ্যুত হৈ কাতি দিবলগা হয়।

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu Рік тому +157

    ঘূৰাই পকাই এটা কথাই কৈ থাকে। পাগলা সাংবাদিক

    • @anukulrabha5766
      @anukulrabha5766 Рік тому +11

      ই সাংবদিক নহয় কুকুৰ ।

    • @MohinulHoque-lw1gw
      @MohinulHoque-lw1gw Рік тому +3

      ​😮❤

    • @pritidevi9678
      @pritidevi9678 11 місяців тому +2

      Correct

    • @juhisharma8340
      @juhisharma8340 11 місяців тому +1

      Correct

    • @user-eu2cn6nr9f
      @user-eu2cn6nr9f 6 місяців тому

      🎉🎉🎉a​@@anukulrabha5766😢😢😢😢🎉🎉🎉😢😂😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅😅😅😅😅😅😅😅😅😅😅😂😂🎉🎉🎉🎉🎉😢😢😢😮😮😢😢😢🎉😢🎉🎉😮😮😮😮😮😮😮😮😮😮😮😮😮😮😂😂

  • @dipalibhagawati9050
    @dipalibhagawati9050 Рік тому +122

    বাতৰি কওঁতে ইমান মৰ চিয়ঁৰ কিয় মাৰে। ইমান বেয়া শুনি।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Рік тому +33

    Like father like son. Thank you.

  • @asomiaasom6008
    @asomiaasom6008 Рік тому +21

    জনতাৰ ধন সম্পদ লুটি পুটি গোটাই পৰ্বত সম সম্পদেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাবালক পুত্ৰ ই ১৬ ১৭টা কোম্পানীৰ মালিক হব পাৰে ,টকা নথকা স্বদেশ স্বাজাতিৰ জনতাৰ দুৰ্যোগত এজন অসমীয়া হিচাপে দুৰ্গত নিৰ্যাতিত লোকৰ লগত দুখৰ সমভাগী হৈ প্ৰতিবাথ কৰাটো বেয়া ,জাতিদ্ৰোহী গাদ্দাৰ হিমন্তই তাকে নকয় কি কব ?গাদ্দাৰ হিমন্তইহে প্ৰতিবাদ আন্দোলন কৰিব পাৰে বাকী বেলেগে নোৱাৰে নালাগে ।হিমন্তই কোনশ্ৰেণীৰ পৰা ছাত্ৰ সন্থা কৰি প্ৰতিবাদ কৰিছিল, ছাত্ৰ নেতা হৈছিল ,আছুৰ নামত টকা তুলি খাইছিল ,আলফাৰ নামত টকা উঠাই খাইছিল ,মানবেন্দ্ৰ শৰ্মাক মাৰি কোনে কংগ্ৰেছ নেতা বিধায়ক হৈছিল এইবোৰ হিমন্ত চাৰে মনত ৰখা ভাল ।

  • @tamannamuskan3552
    @tamannamuskan3552 Рік тому +44

    মূখ্যমন্ত্ৰী পূএ কিয এতিয়াই দশ বাৰটা কোম্পানীৰ মালিক হ'ব পালে ।

  • @sonjay1122
    @sonjay1122 Рік тому +18

    DA news plus ৰ সাংবাদিক জনে জনসাধাৰণক মুৰ্খ বুলি ভাবে নে নিজকে মুৰ্খ পৰিচয় দিছে ধৰিব পৰা নাই। এফাঁকি বাক্য বাবে বাৰে টেটুফলা কিয় চিঞৰিছে হে। অত্যাধিক ভাল নহয়।

    • @narayankumarbora3762
      @narayankumarbora3762 Рік тому +1

      Sangbadik huwar agate bazarat khar khajuli, Andore nigani mara ouisad chyari chyari bikir karisil neki ne news pohi thakute hagibaloi lagi assey?

  • @tushargoswami6036
    @tushargoswami6036 Рік тому +15

    দুই মিনিটৰ বাতৰি ঘূৰাই পকাই পকাই দীঘল কৰি একেডালকে বলকি থাকিলে ভাল নালাগে।

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 Рік тому +14

    সিংহৰ পুৱালি গুজৰি গুজৰি ওলাই আহে আৰু শিয়ালৰ পুৱালি প্ৰানৰ ভয়ত গৈ গাতত সুমায়

  • @darpandeka5141
    @darpandeka5141 Рік тому +58

    তৰুণ গগৈ ডাঙৰীয়াক আপুনি কিমান অপমান কৰিছিল ? গতিকে জেষ্ঠ কণিষ্ঠৰ কথা আপোনাৰ মুখত শোভা নাপায়

  • @bitulkonwar1099
    @bitulkonwar1099 Рік тому +14

    ইমান কৈ নিচিঞৰিব সোনটো তোমাৰ দৰে মানুহ ধুম কলা নহয়

  • @user-eo2zl1ql8x
    @user-eo2zl1ql8x Рік тому +13

    বাৰে বাৰে এটা শব্দকে হাজাৰবাৰ কৈ গুৰত্ম হীন বাতৰি প্লচাৰ নকৰিবা বলিয়া মানুহৰ দৰে ছিঞৰিব নালাগে

  • @rajudutta7246
    @rajudutta7246 Рік тому +29

    আগৰ মুখ্যমন্ত্ৰীসকলৰ সন্মান
    আছিল, বৰ্তমান মুখ্যমন্ত্ৰীৰ লাজ, সন্মান, ব্যক্তিত্ব বুলি কোনো বস্তু নাই, তিৰিমুৱা বেপৰুৱা চৰিত্ৰৰ।

  • @nanigopalphukan198
    @nanigopalphukan198 Рік тому +19

    আৰু অলপ টেটু ফালি চিঞৰি কব নোৱাৰেনে?

  • @ParamaSaikia-kw8qk
    @ParamaSaikia-kw8qk Рік тому +19

    এই সাংবাদিক জনৰ সৈছে কি একেই বোৰকে বকি আছে কুকুৰে কামোৰা আছিল নেকি সৰুতে

    • @Ajkbvvvv
      @Ajkbvvvv 11 місяців тому

      Ekdom thik koise

  • @saddikurohman2966
    @saddikurohman2966 Рік тому +15

    বাপ ৰে Heart failed হৈ যাব। আপোনালোকৰ news ৰ ভয়ত।

  • @KailashBarman-ej8md
    @KailashBarman-ej8md Рік тому +3

    ইমান ডাঙৰ কথা নহয় ডাঙৰ কথা সোতৰ বয়সৰ লৰাই ওঠৰ টা কোম্পানী মালিক হোৱাটো ডাঙৰ কথা।

  • @sailentalukdar4539
    @sailentalukdar4539 Рік тому +10

    বাতৰিটো দেখোন শেষেই হ’ল 😂😂 মই ভাবিছিলো তাৰ হাগা নালাগালৈকে আটাহ পাৰি থাকিব 😂

  • @assameseboy2264
    @assameseboy2264 Рік тому +11

    সাংঘাতিক ককাই বেছিকৈ নিচিঞৰিব নহলে হাগা ওলাই যাব😂😂

  • @anukulrabha5766
    @anukulrabha5766 Рік тому +8

    হিমন্ত পুত্ৰৰ 20 টা কোম্পানীৰ বাতৰি ক , গৰু ।

  • @ubaudullaahmed3846
    @ubaudullaahmed3846 Рік тому +7

    কেতিয়া জানাব আপোনী ? কোনো দিন আপোনাৰ বাতৰি নেছাও বুলি অঙ্গীকাৰ কৰিলো |

  • @ujjalkonwar2859
    @ujjalkonwar2859 Місяць тому +1

    😮পপপ😮পপপ
    একো কাম নাই যদি
    সাংবাদিককে কৰ ।
    পপপ বকিলেও হব
    তঁতঁতঁ বকিলেও হব
    মাইকটো লৈ
    যিহকে তিহকে ক ..

  • @dilipkumarnath3901
    @dilipkumarnath3901 Рік тому +9

    ইমানকৈএটা‌ কথাকে কৈ বেছি দীঘল কৰে কিয় ?

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu Рік тому +30

    সাংবাদিক জনৰ হাগা যাব।😂

  • @surendrasahariah9040
    @surendrasahariah9040 8 місяців тому +3

    লাহে লাহে কোৱা বোপাই , তোমাৰ ডিঙি ফাটিলে অখিল বা হিমন্ত ই ভূগিব নাহে, তুমিয়েই ডাক্তৰৰ চেম্বাৰে চেম্বাৰে ঘুৰি ফুৰিব লাগিব ।

  • @anukulrabha5766
    @anukulrabha5766 Рік тому +3

    হিমন্ত পত্নী 60 বিঘা মাটিৰ বাতৰি ক , চুৱৰ ।

  • @saddikurohman2966
    @saddikurohman2966 Рік тому +6

    লাহে লাহে কলেও হয়। আমি বুজি পাওঁ

  • @AnjuDutta-bl9yn
    @AnjuDutta-bl9yn Місяць тому +1

    Good

  • @user-mg6sj4yc6m
    @user-mg6sj4yc6m 6 місяців тому +2

    কব খোজা সিনি ভালকৈ কলে এটা লাইক বেছি পালে হয় এতিয়া এটা কমহে পাব

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf Рік тому +2

    Alhil gogoi zindabad,

  • @khiteswarnath1859
    @khiteswarnath1859 7 днів тому

    এটা কথাকে ১০০ বাৰ মানকে কৈ থাকে ।

  • @pinkudeka3102
    @pinkudeka3102 Рік тому +1

    আপোনাৰ ছোৱালীওঁ নামি পৰিছে বিজেপিৰ গুন গাই থকা ৰিপাব্লিক ভাৰত নামৰ নিউজচেনেলটোত....

  • @xurordeolkalabithika1129
    @xurordeolkalabithika1129 Рік тому +2

    সকলোকে মূৰ্খ বুলি জ্ঞান কৰি‌ আপোনালোকে এইদৰে আবুল তাবুল বলকি থাকে।

  • @surajkonwar9360
    @surajkonwar9360 Рік тому +4

    বাতৰি পৰিৱেশন কৰিছে নে দৰ্শকক দম দিছে ..শুনি কিন্তু দম দিয়া নিচিনা লাগিছে ....

  • @kshudiramdas6037
    @kshudiramdas6037 Місяць тому

    Father should gentle enough to teach his family to follow.

  • @tksarmah2632
    @tksarmah2632 9 місяців тому +1

    একেটা কথাকে গোটেই জীৱনটো পেঘেনিয়াই থকাটোকে বাতৰি বুলি কয় নেকি ?
    বজৰুৱা মানসিকতা।

  • @rafikulali4396
    @rafikulali4396 Рік тому +3

    হাগা যাব কিয় ইমান চিঞৰি আছা
    লাহে কলে বুজি পাম টো

  • @joshnaray3117
    @joshnaray3117 Рік тому +2

    পাগল নেকি কেলা একেটা কথাকে কৈথাকে অখল গগৈৰ পুত্রয়ে থাকিব নোৱাৰে নেকি | অকল বামুন শৰ্মা বিলাকেহে থাকিব পাৰে নিকি পাগল

  • @gitanjalideka8767
    @gitanjalideka8767 25 днів тому

    ল'ৰা বাপেকৰ কান্ধৰ সমনীয়া হ'লে হেনো বাপেকৰ বোজা কাঢ়ি লয়! অসমীয়াত কথা এষাৰ আছে নহয়!

  • @RashidulIslam-nl1wy
    @RashidulIslam-nl1wy 5 днів тому

    Very.good

  • @tksarmah2632
    @tksarmah2632 Рік тому +8

    তৰল কথাৰে বাতৰিৰ পাতনি।
    ধিক্কাৰজনক।

  • @rumihazarika5255
    @rumihazarika5255 8 місяців тому +1

    আগতে হালোৱা আছিল নেকি এই বাতৰি পৰিবেশন কৰা জন, মিছাতে ইমান হুলস্থুল কৰি আছে,

  • @paramanandabora1047
    @paramanandabora1047 7 місяців тому +1

    Like father like his son

  • @hiteshkalita9067
    @hiteshkalita9067 Рік тому +12

    সি্ংহৰ পুত্ৰ সি্ংহ হয়

  • @NabinRabha-nz2xy
    @NabinRabha-nz2xy Рік тому +5

    বাতৰিৰ মানদণ্ড বজায় ৰাখিব লাগে।

  • @bholaramboro2771
    @bholaramboro2771 3 місяці тому

    সমূহ ৰাইজলৈ এটা অনুৰোধ, কৰবাত যদি ভাল মেণ্টেল হস্পিটেল আছে তেনেহলে এওঁক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে ।

  • @mihigunda9134
    @mihigunda9134 11 місяців тому +2

    Video start from 5.40

  • @budhakoch7400
    @budhakoch7400 Рік тому +2

    Val nalage aneke apuni news kole

  • @pankajbhuyan3308
    @pankajbhuyan3308 3 місяці тому +1

    Main point kobo lage..

  • @prohenjitdoley685
    @prohenjitdoley685 6 місяців тому +1

    এটা কথাক দহ বাৰ ৰিপিত কিয় সাংবাদিকবোৰে ? এবাৰ,দুবাৰ কলেও ৰাইজে বুজি পাই ।

  • @luchaking5863
    @luchaking5863 11 місяців тому +3

    Mathai ghula hoi goise bare bare etai 😮😮😮😮 kothake koi aase short news dibo

  • @NurjamalHoque-by4zm
    @NurjamalHoque-by4zm 2 місяці тому

    এটা কথা বাৰে বাৰে কৈ মানুহৰ বাতৰি শুনাৰ ধৈৰ্য নোহোৱা হয়।

  • @rirupon9251
    @rirupon9251 11 місяців тому +1

    সোণটো তোমাক কি বুলি কম । তোমাক ধন্যবাদ তুমি আৰু আগুৱাই যোৱাৰ। কিন্তু ভগৱানে ওপৰত বিশ্বাস ৰাখি বা ।

  • @dipanjolidihinginya4265
    @dipanjolidihinginya4265 10 місяців тому +1

    অখিল গগৈ পুত্ৰ বুলি কেইবা কলি ভাবি চা।

  • @lakhikalita8394
    @lakhikalita8394 5 місяців тому +1

    চমূকৈ কলে ভাল লাগে

  • @aditiboruah5632
    @aditiboruah5632 3 місяці тому +1

    তাৰ গৰম বেছি নেকি 😮
    নহ'ব বা কিয়
    এইবাৰ হাৰিম বুলি জানিলে 😅

  • @keshabsaikia4609
    @keshabsaikia4609 3 місяці тому

    Bhal kotha

  • @gogoigamingnuub
    @gogoigamingnuub Рік тому +1

    Hundor bhai

  • @dipukuhi2017
    @dipukuhi2017 Рік тому +4

    অলপ কম কৈ ছিঞৰিলেও হব

  • @bantygogoi4656
    @bantygogoi4656 Рік тому +2

    অখিল। গগৈৰ পুত্ৰ অখিল গগৈৰ পুত্ৰ অখিল গগৈৰ পুত্ৰ অখিল। গগৈ পুত্ৰ
    ,,,,,,,,,,,,,,,,,,

  • @user-vd7he4pg5p
    @user-vd7he4pg5p 3 місяці тому +1

    একেটা কথাকে গাই গাই আমনি নালাগে নালাগেনে

  • @jdas7767
    @jdas7767 2 місяці тому

    10 second news expanded to 9 minutes.. thank you news channel for wasting our valuable time

  • @user-mo1kh7jh3p
    @user-mo1kh7jh3p Рік тому +1

    Okgoodvery

  • @Suraj_defender
    @Suraj_defender День тому

    চিঞৰ টো অকণমান কম হৈছে আৰু বেছি চিঞৰা।। ডিঙি সুকাইছে যদি দুপেগ মাৰি লোৱা

  • @puwaramnarzary2894
    @puwaramnarzary2894 Рік тому +44

    Like father like son
    Thank you akhil gogai.

  • @chandraborah35
    @chandraborah35 Рік тому +1

    অলপ বেচি হৈছে নেকি ।

  • @saidulislam8623
    @saidulislam8623 Місяць тому

    আপোনাৰ কোনটো খবৰ সৰু সব ডাঙৰ খবৰ লাহে লাহে কথা কলে কিবা অসুবিধা হয় নে ।

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr Місяць тому

    বাঘে শিয়ালৰ পোৱালি জন্ম নিদিয়ে বাঘ জন্ম দিয়ে তাকে ইমান চিয়ৰ বাখৰ কৰি বাতৰি ক'ৱ নালাগে বুলি ভাবোঁ আখিল গগৈ বা পুত্ৰয়ে ইমান ডাঙৰ ভুল কৰা নাই তকে জ্বলি পুৰি মৰিৱ নালাগে ।

  • @anubaruah9256
    @anubaruah9256 Місяць тому

    এইটো পাগলৰ দৰে চিঞৰি লেহে হয় নেকি ।মস্ত পাগল ।তোৰ মাতেই শুনিব মন নেজাই ।ঐ গৰু ইমান নিচিয়ৰিবি ।

  • @dipikaphukan7387
    @dipikaphukan7387 Рік тому +3

    ইমান চিঞৰ কিয় ?

  • @user-jb6tj2nk3n
    @user-jb6tj2nk3n 29 днів тому

    বিধান সভাত এলিয়েন ওলাল নেকি ইমান চিয়ঁৰিচে যে সাংবাদিক মহাসয়

  • @ranjitporgohain8774
    @ranjitporgohain8774 Рік тому +1

    একেটা কথাকে কিমান বাৰ কৈ থাক

  • @runumidutta5490
    @runumidutta5490 Рік тому +1

    লেম্প লৈ প্ৰতিবাদ কৰিলে কি হ'ব, কেৰাচিন তেলৰ দামটোৱোটো কম নহয়

  • @RojitaDas
    @RojitaDas Рік тому +1

    Akhil daa 🙏🙏👍🙏👍👍

  • @joshnaray3117
    @joshnaray3117 Рік тому +8

    গগৈৰ পত্রয়ে নামি পৰাৰ কাৰনে ভয় খাইছে বামুনে 😁😁😁😁😁😁

  • @himsikhargaming6201
    @himsikhargaming6201 Рік тому +2

    Alop sound besi hoise. Attac ahibo

  • @moneybear7836
    @moneybear7836 Рік тому +3

    বাপেক চাই পুতেক ।

  • @rajanikantadasdas5474
    @rajanikantadasdas5474 Рік тому +2

    মেইন কথাটো নাহেই দেখোন।কি নিউজ চাবি এইবোৰ

  • @Gaoliya208
    @Gaoliya208 Рік тому +2

    Mur deuta ane bisonat xui asile moi jetiya news tu kanor khaxot xunai dilu deutai jopiai uthise kot ki hol buli😂😂😂

    • @KR-by3es
      @KR-by3es 11 місяців тому

      😅😅😅😂😂

  • @padumidas8103
    @padumidas8103 11 місяців тому

    একেটা কথাকে কিমান বাৰ চুবাই থকা ।যি ক এবাৰতে কবি ।কাম নাই আৰু একে কথাকে এশ বাৰ বলকি থকা

  • @dwijensarmah4370
    @dwijensarmah4370 Місяць тому

    সেইখন বিধানসভা নে তিৰীৰ কাজিয়া! ধেৎ

  • @user-zf1qj6tf4b
    @user-zf1qj6tf4b 2 місяці тому

    ❤❤❤❤

  • @user-dj2zx4gc3d
    @user-dj2zx4gc3d 11 місяців тому

    এটা কথা বাৰে বাৰে টেটুফালি চিয়ৰি নিউজ কৰা বাতৰি আচলতে বৰ বিৰক্তিয়ে লাগে। ইবিলাক সাংবাদিক নে টাংবাদিক

  • @dipakkonwar8462
    @dipakkonwar8462 6 місяців тому

    , সিংহৰ পুত্ৰৰ লগত মেকূৰীৰ তুলনা কিয় ?

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr Місяць тому

    Kunja. .... .. amak ajan bhal rajnoitik neta lage ❤❤❤❤❤❤❤❤

  • @badandeogharia4644
    @badandeogharia4644 Рік тому +1

    সময় অপচয় কৰি সংবাদ পৰিবেশন একেবাৰে আমনি দায়ক হৈ পৰিছে ।

  • @harmujali1052
    @harmujali1052 2 місяці тому

    এটা কথা কবলৈ গৈ ইমান অলাগতীয়াল কথা কৈ সময় নষ্ট কৰে ।

  • @khanentertainment8038
    @khanentertainment8038 5 місяців тому

    ঐ আমাক মূৰ্খ বুলি ববা নেকি? বাতৰি ভাল কৈ প্ৰচাৰ কৰা।

  • @lachitroy924
    @lachitroy924 3 місяці тому +1

    Ata ktha ke kiman ko a

  • @Hemantagogoi-y7d
    @Hemantagogoi-y7d 10 днів тому

    ৰম ৰাম

  • @jintusonowal831
    @jintusonowal831 11 місяців тому +1

    Men point t ahib lage ..aketa kthake siari siari koi ass kiaaa be ...nisiarileu huni pam be...😮😮😮😮😮😮

  • @SriCCDas
    @SriCCDas 2 місяці тому

    অখিল ইমান ভাল নহয় কাৰণ তেখেতে কংগ্ৰেছৰ ৰ্কায্যকালত সময়ত বহু চৰকাৰী সম্পত্তিৰ লোকচান কৰিছে আৰু এতিয়া তেখেতৰ পুত্ৰৰ কথা ভৱিশ্বৰ কথা।

  • @AsadulIslam-ql3zh
    @AsadulIslam-ql3zh 5 місяців тому

    ❤❤❤❤❤❤❤❤

  • @nirugogoi4576
    @nirugogoi4576 10 днів тому

    সাঙবাদিক জন একেখিনি কৰে দেই থাকে

  • @deepabaishya223
    @deepabaishya223 4 місяці тому

    ঘাঁহ খুজুবালে নতুন হয় !

  • @emranhussain3800
    @emranhussain3800 14 днів тому

    ভাই এটা কথা বার বার কো য়ার বাবে ভাল নালাগে

  • @educationknowledgefromassa7900
    @educationknowledgefromassa7900 8 місяців тому

    কিয় বাতৰিছো কৰিছো? লাউৰা তইহে জান ক্লা কিয় বাতৰিটো কৰিছ৷ মই জানিম নিকি ক্লা? তই তোৰ কনিটোত হাট মাৰ যা ক্লা

  • @trikenda
    @trikenda Рік тому +3

    1 minitor news 9 minit logale faltu news