I FEEL FOR THEM “This video has so much Emotions to Feel for UNPRIVILEGED unfortunate KIDS😢”,,I don’t know where Humanity is heading toward with Such Pain.
मासूम की मासूमियत खा गए,ग़रीब बच्चो के बचपन छीन लिए,नन्हे हाथो में किताबों की जगह औजार दे दिए ।।फिर भी मेरा देश महान है,देश विश्व गुरु बनने जा रहा है ।।
আপোনাৰ গান বোৰত যি ৰহস্যবাদী অদৃশ্য ধাৰা বৈ থাকে , সেইটো বহুত দুৰ্লভ, আপোনাৰ যি আলসুৱা ব্যক্তিত্ব সেয়া আমাৰ বাবে অনুপ্ৰেৰণা ❤
কি "শব্দ" , কি "চিন্তা-ধাৰা" , কি "কন্ঠ" , আপোনাৰ প্ৰতিটো গানেই হ্নদয় চুই যায় পাপন দা । আপুনি মহান , আপোনাৰ গান শুনিলে হে গান শুনিছোঁ যেন অনুভৱ হয় । আপোনাৰ লগতে সকলোৱে কুশলে থাকক ভালে থাকক...............,
পাপন দা সঁচাকৈয়ে পৃথক, সেয়া লাগিলে ব্যক্তিত্ব
হওঁক বা সংগীত l❤❤❤
বহুত বহুত মৰম সকলোলৈ ❤❤❤❤
কি ভাষাৰে বুজাম পাপন দা । আপোনাৰ চিন্তা ধাৰা সঁচাই পৃথক । এনেদৰেই জাতি মাটি ভেটি সাধাৰণ মানুহৰ হৃদয়ত থাকক।❤
❤
আপোনাৰ চিন্তা আৰু ব্যক্তিত্ব আৰু অগতানুগতিক চিন্তাই আমাক সন্মোহিত কৰি ৰাখে সদায় পাপন দা
আপোনাৰ চিন্তা-চৰ্চা, মানবীয় দৃষ্টিকোণ আৰু সৰলতা বোৰ প্ৰতিটো গীততেই মই দেখা পাওঁ,, এয়াও সকলোতকৈ সুকীয়া হৃদয়স্পৰ্শী,, কুশলে থাকক সকলো লগতে আপুনি ও,, শুভাশা আজীৱন আছে 🌼🤍
অসমীয়া গান শুনা আন এটি কাৰণ অংগৰাগ পাপন মহন্ত ❤
ধন্যবাদ পাপন দা 🙏
অনন্য সুন্দৰ গীত । সুন্দৰ কথাৰে ভৰাই তোলা গীতৰ স্ৰষ্টা মানসী বায়নলৈ অশেষ ধন্যবাদ । লগতে সুৰকাৰ সৌৰভ মহন্তই অতি সুন্দৰ ৰূপত গীতটো সজাই তুলিছে । তাতে সুৱগা চৰাইছে পাপনৰ কণ্ঠই । গীতটিৰ লগত জড়িত আটাইলৈ আন্তৰিক অভিনন্দন ❤️❤️❤️
বহুত ধন্যবাদ ❤❤
সঁচাই এক বিশেষ উপস্থাপন কৰিলে পাপন দা! আমি সদায় গোচৰ কৰি থাকোঁ বহুত পাইও, কাৰোবাৰ টো ৰাতি সুবলে নিজৰ ঘৰ এখনো নাই
সকলোতকৈ বেলেগ চিন্তা ধাৰাটো পাপন দা. কবলৈ ভাষা নাই ইমান ধুনীয়া হৈছে❤❤❤❤
পাপনদা আপোনাৰ পৰা এনেদৰেই বহুত বহুত হিন্দী,অসমীয়া সুন্দৰ সুন্দৰ গীত আশা কৰোঁ।।আপুনি অসম তথা ভাৰতৰ গৌৰৱ।
আপোনাৰ গান সদায় প্রিয় আৰু প্ৰিয় হৈ থাকিব ,আপোনাৰ গানৰ মাজত এক সুকীয়া অনুভূতি বিচাৰি পাওঁ । আগলৈ আৰু ভাল ভাল গান পাওঁ যেন আপোনাৰ পৰা পাপন দা❤❤।
অনুপম পাপন দা...... 😍
জীৱন উদযাপন পাহৰি ভাগৰ,
নগৰ-চহৰ অথবা গাওঁ আৰু চৰ,
মানুহৰ এমোকোৰা হাঁহিৰে
পোৱা নোপোৱাৰ অভাৱ অভিযোগ
যেন সকলো অকাৰণ..!! ❤️🙏
আপোনাৰ গানৰ মাজত বিলীন হৈ মই নিজকে কেতিয়াবা বিচাৰি নাপাওঁগে । Papon da you are the best.❤❤❤
সদায় বিশেষ এই মানুহজন ❤❤
" জোনাকৰ সাধু বুজিব নো কি অকা নাই কেতিয়াও বেলিৰ ছবি " "হেৰা বাটৰুৱা উভতি ছোৱা......." । কি শব্দ হ্নদয় চুই যায়। কি সুন্দৰ চিন্তা-চৰ্চা আপোনাৰ । Evergreen Song's , আপোনাৰ গানৰ শব্দ বোৰ বৰ ধুনীয়া পাপন দা । আপুনি অমৰ হৈ ৰওঁক । আৰু আগ বঢ়াই দিব এনেকোৱা গান । ❤❤❤
পাপন দা আপুনি মোৰ মই ভাল পোৱা আটাইতকৈ ভাল পোৱা গায়ক, আপোনাৰ চিন্তা ধাৰা বোৰ বেলেগ কৈ বহুত বেলেগ সেইকাৰণে আপোনাক ভাল লাগে love you dada ❤️
অন্তৰ চুই যোৱা সচা অনুভৱ। ভগৱান তোমাৰ সহায় হওক
হৃদয় চুই যোৱা গান.....ধন্যবাদ পাপন দা
মানসী বা আপোনাৰ শব্দৰ পুৰণি অনুৰাগী আমি।এইবাৰ পাপনৰ কণ্ঠই আপোনাৰ শব্দক যেন এক অনন্য মাত্ৰা প্ৰদান কৰিলে।
বহুত বহুত ধন্যবাদ❤❤
গভীৰ অৰ্থ পূৰ্ণ গীত, খুবেই সুন্দৰ। ❤❤❤
Papon....U again proved why you are apart from others....bor bhaal lagil....Love from Darjeeling
পাপন দা respect Button ❤
Double tap
ভাল লগিল আপোনাৰ বেছি গীত আৰু সৃষ্টি অতুলনীয় পাপন সেই বাবে স্পেচিয়েল❤❤❤❤❤❤
মনৰ ভাৱনাত চিৰ সত্য বোৰে যেতিয়া খুন্দা মাৰে তেতিয়া অজানিতে চকুলো বৈ আহে ..... শিল্পীৰ মহানতা....উদাৰতাত......
সৃষ্টি হয় সমাজৰ সজাগতা..... গীতটিৰ মাধুৰ্য্য আৰু গভীৰতা বাৰুকৈয়ে অনুভৱ কৰিলোঁ !❤🙏
আপোনাৰ গানবোৰত কিমান যে ৰসহ্য থাকে। সঁচাই মন চুই যায় অ পাপন দা💓💝💖
...সেইবাবেই আপুনি প্রিয়।কি শব্দ,কি সুৰ,কি কনচেপ্ট,কি গভীৰতা,কি অৰ্থ ...একদম ব্যতিক্ৰম❤
বহুত ধুনীয়া হৈছে , হিয়া চুই গৈছে। আপুনি পুৰণি শব্দবোৰক হেৰাই যাব দিয়া নাই , বহুত ভাল লাগিল 😍❤
গান নহয় কেৱল এইটো, পাপন দাৰ পৰা এটা বেলেগ ভাল লগা প্ৰাণ ভৰা কিবা এটা পাওঁ, যিটো মই পাওঁ সেইটো শব্দৰে বুজাব নোৱাৰি, লাভ you 🙏 Papon দা ❤
❤
পাপন দাই সদাই পৃথক সৃষ্টি কৰে। Love You Dada❤
Papon da Excellent work. Moi u hodai vabi thaku ehotor babe kiba eta koribo pora hole. May God bless them 🙏
Love from Arunachal Pradesh ❣️
From NERIST
বুজাব পৰা একো ভাষা নাই। মাথো শুনিছোঁ গান টো । বুকুৰ কোনোবা এটা কোণত যে খুন্দা মাৰি যায়। ❤❤❤❤
I love papon because his voice is melody and painful ❤❤❤ from Dalkhola,Uttar Dinajpur, West Bengal, India.❤❤❤❤
ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে সকলোবোৰ!!
ভালোবাসা অবিরাম. বাংলাদেশ থেকে 🇧🇩
প্ৰতিটো শব্দ,দৃশ্য ই হৃদয় চুই গল😢😢❤ভালে থাকক প্ৰতিজন ❤
সকলো দিশৰ পৰাই এটি অতিকে সুন্দৰ গীত শুনিলো। অতি মন পৰশা কথা আৰু সুৰৰ গীতটো পাপনৰ কণ্ঠই সোনত সুৱগা চৰাইছে।
Lyrics and video very Good
ইহঁতক দেখুৱাই অলপ কিবা এটা টো কৰিলে,they should be happy,while they see herself in this video ❤❤❤
All the team✔️✔️🏆🏆🏆🏆🏆
Heart touching song. Love from Barpeta❤
মন চুই গ’ল৷ পাপনদাৰ কণ্ঠৰ লগতে গীতটিৰ লেখিকাকো বহুত শ্ৰদ্ধা নিবেদিলো৷
thank you papon daa. You are trying to teach everyone that everybody has their own heart and soul which is equal for god and should be equal for us.
ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি আচলতে ❤
এনে যোগাত্মক গান হব লাগে,,,, সঁচাই আপোনাৰ গীতত যাদু আছে।❤
ভাল লাগিল। এনেদৰেই আগুৱাই যাওক তাৰেই কামনা থাকিল।
Note:- ইয়াত যাৰ বুলি কোৱা নাই, জাৰ বুলিহে কৈছে। অৰ্থাৎ ঠাণ্ডা বা শীতৰ কথা কোৱা হৈছে।
Absolutely gorgeous ❤
Papon respect button❤❤❤❤
হৃদয় চুই গৈছে Love u papon da❤❤❤❤
Each song he he sings wow❤❤❤
❤❤❤❤ বহু সুন্দৰ সংগীত।। বহু সুন্দৰ সুন্দৰ
পাপন তুমি ভাল কাম কৰিচা এই শিসু বোৰক সামৰি❤❤❤❤
মন ভৰি গৈছে।
Another masterpiece by voice king of Asia.❤ beautiful voice.pain reflects in every word.
আহ... কি শব্দ.. কি চিন্তা... দাদা আপুনি অনন্য..
Always a big fan 🥀💗
পাপনৰ মন পৰশা গীতৰ তালিকাত আৰু এটি গীত যোগ হ'ল । আগৰ গীতবোৰৰ দৰেই মানসী গোস্বামী বায়নৰ ব্যতিক্ৰমী গীতৰ কথা, সৌৰভ মহন্তৰ সুৰৰ কথা কবই লাগিব । লগতে সুন্দৰ দৃশ্যায়নৰ বাবে চন্দ্ৰ কুমাৰৰ নামো লব লাগিব ।
দৃশ্যায়ন দেখি বোধ হৈছে, ভিডিঅ' একেই ৰাখি গীতটো হিন্দিত কৰাৰ কথাও গীতিকাৰে ভাবিব পাৰে
বহুত ধন্যবাদ❤ নিশ্চয় ভাবিম
Papon Da Mohan❤
bohut bhal lagil ganto everything
হৃদয়স্পৰ্শী |
papon dar git hunile vat khabo pahuri jng moi eman mane val lage git bur bukukhan kiba dhak dhak mari thake 😢❤❤
Tusi Great Ho, Angraag. ❤
❤❤❤❤❤❤❤❤❤papon daaa❤❤❤❤❤❤❤❤❤❤❤
বৰ ভাল লাগিল। এক ব্যতিক্ৰমী অনন্য প্ৰচেষ্টা।
Ruhh ko chu liya ❤
এই কণ্ঠই বুকু স্পৰ্শ কৰি যায়❤
আপোনাৰ গানবোৰে মন চুই যায় কি কম আৰু বহুত বহুত ধুনীয়া ৰৈ আছিলোঁ।❤❤❤
পাপন ❤❤
পাপন দা আপুনি সঁচাই সুকীয়া,
কি সুন্দৰ শব্দ।
সুন্দৰ, অতি সুন্দৰ ,সচাই পাপন অন্যান্য
All time Papon da favourite 🎉🎉🎉🎉🎉🎉🎉🎉❤
ভাষা নাই❤❤❤
*মৰিগাঁৱৰ পৰা মৰম যাচিলোঁ* ❤❤❤❤
অতুলনীয়
❤❤❤❤❤❤❤❤❤Khub dhuniya lagise❤❤❤❤
Very Heart touching...❤❤❤
Every child is India's future...🇮🇳
সুন্দৰ ❤
জীৱন যে মায়াময়
ইমান সুন্দৰ! মন ভৰি গ'ল ❤️
A masterpiece gifted to those innocent souls on Children's day. Really inspiring ❤️❤️❤️
মানুহজন সদায়েই বিশেষ ❤
সুন্দৰ। Visual ধুনীয়া হৈছে।
I FEEL FOR THEM “This video has so much Emotions to Feel for UNPRIVILEGED unfortunate KIDS😢”,,I don’t know where Humanity is heading toward with Such Pain.
কিয় বা পাপন দা, আপুনি অন্তৰ চুই দিয়ে প্ৰতিবাৰেই !! প্ৰণাম🙏
Whatever lyrics it is Papon da makes it melodius ❤
More respect 🙏 you papon da and also the concept of song ❤❤❤❤ ( Please send me heart Papon da ♥️ )
Khubi sundr voice , music, and none other then papon
Woke up to listen to this gem from Papon, as the sun rises over the Mandalay hills.
Kih hundor uff😍😍❤️❤️
That's song is worth it
Hat's off you dada and your creativity is always awesome.
You are incredible papon da.
God bless
One request from core of my heart to Papan sir. Please come up this song in Bengali and Hindi language too. Please 🙏
Papon daa means different ❤
বৰ ধুনীয়া লিখিছে বৌ ❤❤
বহুত ধন্যবাদ❤
Old ❤️💯Best Singr ✅🔥Papon...
সুন্দৰ concept
অতি সুন্দৰ❤❤
Dhuniya gaan.. Manashi aunty, bhaal hoise 👌 Great words ❤
হৃদয় চুই যোৱা সুৰ আৰু কণ্ঠ।ধন্যবাদ
Always You'r great.. Papon Da❤
Concept is heart touching❤
मासूम की मासूमियत खा गए,ग़रीब बच्चो के बचपन छीन लिए,नन्हे हाथो में किताबों की जगह औजार दे दिए ।।फिर भी मेरा देश महान है,देश विश्व गुरु बनने जा रहा है ।।