'ৰেন মৌ'ত আইচেংফাৰ স'তে 'নন্দিনী'ৰ সম্পাদক, সু-লেখিকা মাইনী মহন্ত। EP 37

Поділитися
Вставка
  • Опубліковано 27 гру 2024

КОМЕНТАРІ • 204

  • @aichengfaboruah
    @aichengfaboruah  8 місяців тому +26

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏

  • @Upasvlog-i3f
    @Upasvlog-i3f 7 місяців тому +6

    মাইনি মহন্তৰ ব্যক্তিত্বই সদায় আকৰ্ষণ কৰে মোক । দেখিলেই এক শ্ৰদ্ধা ভাৱ আহি যায় ।ভালে থাকক সদায় , সু স্বাস্থ্য কামনা কৰিলোঁ ❤❤

  • @shantipriyakataki4604
    @shantipriyakataki4604 8 місяців тому +4

    বৰ ভাল লাগিল। এনেকুৱা আৰু অনুষ্ঠান বিচাৰোঁ ।

  • @MonikaBorgohain-uv7zx
    @MonikaBorgohain-uv7zx 8 місяців тому +4

    ধন্যবাদ আইচেংফা বা,আজিৰ খণ্ডটিৰ জড়িয়তে বহুতো নজনা কথা জানিব পাৰিলো,বহুত ভাল লাগিল।

  • @PompinaBorah
    @PompinaBorah 8 місяців тому +2

    খুবেই ভাল লাগিল,,,,,Mind refreshing 😊

  • @archishakonch1348
    @archishakonch1348 8 місяців тому +2

    ইমান ভাল লাগিল কবলৈ ভাষাৰ অভাৱ, ধন্যবাদ এনে কোৱা সাক্ষাৎ কৰা চাবলৈ পোৱাৰ বাবে,

  • @jahnabisaikia3266
    @jahnabisaikia3266 7 місяців тому +2

    প্ৰতিটো খণ্ড চাওঁ ভাল লাগে কিন্তু আজিৰ খণ্ডটি সকলোতকৈ ভাল লাগিল 🌻৷

  • @sukanyadevibora6928
    @sukanyadevibora6928 2 місяці тому

    বাইদেউ ইমান সফল জনপ্ৰিয় হৈও নিজৰ অভিনয়ৰ কথাখিনি বৰ সৰল আৰু ৰসালকৈ ক’লে নাহাঁহি নোৱাৰিলোঁ ৷ এটি সুন্দৰ অনুষ্ঠান ৷বহুত বেছি ভাল লাগিল ৷ধন্যবাদ

  • @gunahandique3909
    @gunahandique3909 8 місяців тому +5

    বৰ ভাল লাগিল অনুষ্ঠানটো।।।। মাইনী বা কথা বোৰ কবিতা কবিতা লাগিল।লগতে আইছেংফা কথা বোৰ বৰ মৰমলগা,,,

  • @abhisekkaushik9780
    @abhisekkaushik9780 8 місяців тому +2

    খুবেই সুন্দৰ এটা অনুষ্ঠান। ভাল লাগিল।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 8 місяців тому +4

    মাইনী বাইদেউ অসমৰ এগৰাকী যথেষ্ঠ মননশীল লেখিকা। বাইদেউৰ সৈতে লোৱা এই সাক্ষাৎকাৰটো যাত্ৰা ৰেন মৌ অনুষ্ঠানটোৰ এক অনন্য আৰু ব্যতিক্ৰমী আৰু অন্যতম অনুষ্ঠান। বাইদেউৰ লগতে আইচেঙফাৰ আৰু জুলফি সকলোলৈকে বহুত বহুত শুভ কামনা জনালোঁ।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 8 місяців тому +7

    আমাৰ মৰম আৰু শ্ৰদ্ধাৰ মাইনী বাইদেউলৈ আমাৰ তৰফৰ পৰা এবুকু অন্তৰভৰা শুভ কামনা জনালোঁ। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক মাইনী বা। মোৰ অতি শ্ৰদ্ধাৰ প্ৰিয় সাঙবাদিক আৰু শ্ৰদ্ধাৰ সন্মানীয় লেখিকা। তেখেতৰ লিখনিবোৰ পঢ়ি আমি আপ্লুত হও। বাইদেউক ভগৱানে কূশলে ৰাখক।❤❤❤❤

  • @farhasuhana9646
    @farhasuhana9646 6 місяців тому +1

    বাইদেউৰ কিতাপ সৰুৰে পৰাই পঢ়ি আহিছোঁ। ভাললাগে তেখেতৰ ব্যক্তিত্ব❤

  • @ManashProtimBaruah-ve9ie
    @ManashProtimBaruah-ve9ie 8 місяців тому +3

    ইমান ধুনীয়া এটা কথোপকথন। সঁচাই খুব ভাল লাগিল। ইমান পৰিপক্ৰ কথোপকথন। বাইদেউ লৈ এটা মাত্ৰ অনুৰোধ। একিগাই খনৰ অসমীয়া অনুবাদ এটা পাৰিলে কৰকচোন। ইংৰাজী কিতাপ খন পঢ়ি এটা অনুভৱ হল যে আমাৰ মাতৃভাষাত পঢ়িব পালে আৰু বেছি ভাল লাগিল হই। অনেক অযুদ সুভকামনা ৰেন মৌ লৈ।। ৰাইপুৰ ছাতিছগড় ৰ পৰা❤❤❤

  • @minakshidevi7064
    @minakshidevi7064 7 місяців тому +1

    মাইনী বা মোৰ খুব মৰমৰ। খুব ভাল পাওঁ। খুব সুন্দৰ আলোচনা।

  • @kalpananeog3532
    @kalpananeog3532 8 місяців тому +7

    অনুস্থানটো চাই বৰ ভাল লাগিল, ইমান পৰে সুন্দৰ কাহিনী এটাৰ সৈতে যেন সুন্দৰ চুটি ছবি এখনহে উপভোগ কৰিলোঁ এনে লাগিল । সামগ্ৰিক ভাৱে বিভিন্ন স্পৰ্শকাতৰ বিষয়বস্তুৰ ওপৰত,অনুস্থানটোৰ আঁতধৰোতা মোৰ মৰমৰ আইচেংফাৰ সুন্দৰ আৰু ধুনীয়া প্ৰশ্ৰবোৰৰ,মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ মাইনীবাৰ উপস্থিত বুদ্ধিমত্তাৰে দিয়া গহীন -গম্ভিৰ উত্তৰবোৰে মোৰ লগতে, অনুস্থানটো উপভোগ কৰা সকলো ব্যক্তিৰে অন্তৰ চুই যোৱাৰ লগতে, আপ্লুতʼও হৈছে। কোনোবাখিনিত আনন্দত আত্মহাৰা হৈছোঁ, কোনোবাখিনিত আকৌ বহু কথাই নিজৰ লগত মিলাই চাইছো বা মিলিও গৈছে। মুঠৰ ওপৰত অলপো আমনি নলগাকৈ খুউব ভাল লগা এটা অনুষ্ঠান উপভোগ কৰিলোঁ।
    মাইনীবা মোৰ বাবে আদৰ্শ নাৰী,বাʼৰ নিৰ্ভিক আৰু স্পষ্টবাদীতাই মোক সদায় বিশেষ ভাৱে আকৰ্ষণ কৰে। পিছলৈ বাʼহঁতৰ ঘৰ যিহেতু বিশ্বনাথ চাৰিআলিৰ নৱপুৰত, আৰু মোৰো ঘৰ নৱপুৰতে গতিকে বাহঁতৰ ঘৰখনৰ পৰিয়ালকো আমি ভালকৈ জানো। বাʼক বৰকৈ লগ পোৱা নাই যদিও, তেখেতৰ মাʼক আমি বৰমা বুলি মাতো,তেখেত ইমান মৰমীয়াল আৰু অমায়িক আছিল যে তেখেতৰ ব্যক্তিত্বই আমাৰ জীৱনত বিশেষ ভাৱে প্ৰভাৱ পেলাইছিল আৰু এজন ককায়েক দীজেন মহন্ত,,,, তেখেতৰ অভিনয়, বিশেষকৈ কৌতুক অভিনয়ৰ কথা, এতিয়াও চাগে বিশ্বনাথ চাৰিআলিৰ সকলোৰে মনত গভীৰ সাঁচ বহুৱায় আছে।
    শেষত মাইনীবালৈ মৰম আৰু শুভকামনা জনাই,মোৰ মৰমৰ আইচেংফা আৰু আইচেংফাৰ সহযোগী কৰ্মকৰ্তা সকললৈ এসোপামান মৰম, আশীৰ্বাদ আৰু শুভকামনা জনালোঁ, 'ৰেন মৌ ' ৰ যাত্ৰা এইদৰেই সদায় অব্যাহত থাকক, তাৰেই কামনাৰে,,,,,,❤😊
    কল্পনা নেওঁগ, মালিগাঁও চাৰিআলি, গুৱাহাটী,,,,,,

  • @kangkanagogoi388
    @kangkanagogoi388 8 місяців тому +2

    প্রথম চালো বহুত বেছি ভাল লাগিল। আইচেংফা বৰুৱা ইমান মৰম লগা। দুয়ো গৰাকীয়ে কথাবোৰ ইমান ধুনিয়াকৈ কয়। সচাঁই বহুত ভাল লাগিল।

  • @kishorekangkan4343
    @kishorekangkan4343 8 місяців тому +8

    আইচেংফা বাৰ “আইয়ু” আৰু বৰষা বাৰ “আইয়ু” বৰ মৰমলগা😊 ❤

  • @babitadeka8849
    @babitadeka8849 8 місяців тому +4

    আইচেংফা তোমাক বহুত ভাল লাগে ❤ আজিৰ খণ্ডটি আৰু খগেন দা ৰ খণ্ডটি বহুত ভাল লাগিল 🤍 'ৰেন মৌ' ৰ যাত্ৰা অবিৰত হওঁক ❤

  • @DiptiSharmaBaruah
    @DiptiSharmaBaruah 7 місяців тому +1

    ২০০০ চনত ডিমাপুৰত আছিলো৷ নন্দিনী, প্ৰিয় সখী আৰু বিস্ময় ৰেলৱে ষ্টেচনৰ কিতাপৰ দোকানখনত আনি থবলৈ কওঁ৷ বৰ আগ্ৰহেৰে পঢ়িছিলোঁ৷ ইমান সুন্দৰকৈ লিখিব জনা ব্যক্তি গৰাকীৰ আত্মিক অনুভৱবোৰো ইমান সৰল, মোহনীয়৷ সঁচাকৈ মোহিত হ’লো৷ আৰু দুয়োলৈকে শ্ৰদ্ধা, মৰম জ্ঞাপন কৰিলোঁ ❤❤

  • @binadevi2307
    @binadevi2307 8 місяців тому +2

    মাইনী মহন্তৰ সাক্ষাৎকাৰ টোৰ বাবে আইচু্ংফালৈ বহুত ধন্যবাদ।মাইনীৰ বিনম্ৰতাই সকলোকে উজ্জীৱিত কৰি তুলে,সাহস য়োগাই।যাৰ বাবে তেখেত সদায় শ্ৰদ্ধাৰ পাত্ৰী

  • @rinubordoloi1241
    @rinubordoloi1241 8 місяців тому +3

    ইমান সুন্দৰ এটা অনুষ্ঠান, মনত দাগ কাটি গৈছে।

  • @manishadeka6600
    @manishadeka6600 8 місяців тому +4

    মাইনী মহন্ত বাইদেউৰ গ্ৰন্থ পঢ়িছো প্ৰায়খিনিয়েই।প্ৰিয় লেখিকা❤️❤️।কথাবোৰ বৰ ধুনীয়াকৈ কয়।episode টো বৰ ভাল লাগিছে বা🥰🥰।গাম্ভীৰ্যপূৰ্ণ হৈছে।Love u lots "Jaatra"❤️❤️❤️

  • @moureensvlogandworld225
    @moureensvlogandworld225 8 місяців тому +2

    সন্ধিয়া সময়খিনি আপোনালকৰ মধুৰ বাৰ্তালাপে সন্মোহিত কৰি ৰাখিলে❤।খুউব সুন্দৰ।

  • @sandhyaphukan3560
    @sandhyaphukan3560 8 місяців тому +3

    'ৰেন মৌ' আজি অনুস্থানটি বহুত ভাল লাগিল। আপোনালোক দুয়োৰে হাঁহি ভৰা কথোপকথন শুনি উপকৃত হলো।মাইনী বাইদেউক বহুত ভাল লাগে।

  • @DipaliDeka-rl9oe
    @DipaliDeka-rl9oe 8 місяців тому +3

    খুবেই ভাল লাগিল অনুষ্ঠানটি

  • @mayuribaruah571
    @mayuribaruah571 8 місяців тому +5

    ভাল লাগিল ৷ মাইনী মহন্ত বাইদেউৰ কিতাপ ভাল লাগে ৷ আপোনাৰ সকলো অনুষ্ঠানেই ভাল লাগে ৷

  • @kongkonagogoi1042
    @kongkonagogoi1042 8 місяців тому +7

    মেট্ৰিকৰ টেষ্ট পৰীক্ষা দি আহি মাইনী মহন্তৰ গল্পৰ কিতাপ পঢ়িছিলোঁ৷ প্ৰতিটো পৰীক্ষাৰ শেষত এটা গল্প পঢ়াৰ হেপাঁহ যে কিমান আছিল৷ সদায় প্ৰিয় মাইনী মহন্ত ৷

  • @TCF573
    @TCF573 7 місяців тому +1

    Bohut bhal lagil dei

  • @gitanjoliborah2604
    @gitanjoliborah2604 7 місяців тому +1

    সুন্দৰ❤❤

  • @purabikalita4864
    @purabikalita4864 8 місяців тому +4

    কথাখিনি শুনি বহুত ভাল লাগিল ,,, আইছেংফা বা আপোনাৰ কথা বিলাক শুনি মোৰ বহুত ভাল লাগে,,,

  • @geetmusicals4538
    @geetmusicals4538 8 місяців тому +3

    অতি সুন্দৰ 💐 ভাল লাগিল

  • @r.hazarika9231
    @r.hazarika9231 3 місяці тому

    মাইনী মহন্ত বাইদেউৰ ব্যক্তিত্বই সদায়েই আকৰ্ষণ কৰে। তেখেতৰ লেখা পঢ়ি বহুত ভাল লাগে । তোমাৰ যাত্ৰা অনুষ্ঠানৰ মাধ্যমেৰে বাইদেউ সবিশেষ জানি বহুত ভাল লাগিল। বাইদেউ এনেদৰে আগলৈকে সুন্দৰ সুন্দৰ লেখা পঢ়িবলৈ পাওঁ, লগতে তেখেতৰ কুশল কামনা কৰিলোঁ। তোমাৰ লৈও আন্তৰিক ধন্যবাদ জনাইছোঁ ❤️❤️।

  • @Rupam-dc8ts
    @Rupam-dc8ts 8 місяців тому +3

    যাত্ৰা'ৰ 'ৰেন মৌ'ৰ আজিৰ খণ্ডটি অন্যতম । 'ৰেন মৌ'ৰ যাত্ৰা অবিৰত হওক ❤। বা আপোনাক বহুত ধুনীয়া লাগিছে আৰু আপোনাৰ আইঅ' খুব মৰম লগা ❤।

  • @chumisreading3264
    @chumisreading3264 8 місяців тому +5

    স্বামীৰ কথা ইমান উৎসাহেৰে কৈছে।শুনি বৰ ভাল লাগিল।

  • @Tora532
    @Tora532 8 місяців тому +2

    Val lagil bahut 🙏🙏🙏may God bless both of you

  • @pubaliborah7017
    @pubaliborah7017 8 місяців тому +3

    ❤❤❤ ভাল লাগিল

  • @jilmilsahariah7420
    @jilmilsahariah7420 7 місяців тому +1

    Bahut val lagil ❤❤❤❤🎉🎉🎉

  • @gitikadevi325
    @gitikadevi325 8 місяців тому +3

    Khub bhal lagil, bahut prerana palo....

  • @mayurigogoi7490
    @mayurigogoi7490 8 місяців тому +4

    মাইনী বা ইমান ধুনীয়া হৈ আছে আৰু বহুত দিনৰ মূৰত দেখা পালো ভাল লাগিল।মোৰ মৰমৰ হয় মাইনী বা ❤❤❤❤❤❤

  • @mbgohain7262
    @mbgohain7262 8 місяців тому +3

    Khub bhal lagile ❤❤

  • @kavitaduttagoswami6716
    @kavitaduttagoswami6716 8 місяців тому +4

    মাইনীৰ গ্ৰন্থবোৰ এসময়ত খুব কিনি কিনি পঢ়িলো। কেতিয়াবা কেতিয়াবা ক'ৰবাত লগপাই যাওঁ যেতিয়া ইমান আপোন ভাবেৰে কথাপাতে। তাতে তুমি তেওঁৰ কথাবোৰো বৰ সুন্দৰকৈ উলিয়ালা। মাইনীৰ এই সাক্ষাৎকাৰ টোত যেন মই এখন কিতাপহে পঢ়িলোঁ। খুব ভাললাগিল। দুয়োলৈ বহুত শুভকামনা জনালো দেই।

  • @shyamalDeka-i5h
    @shyamalDeka-i5h 7 місяців тому +1

    ধুনীয়া লাগিছে চাই ।

  • @prabitachutia448
    @prabitachutia448 8 місяців тому +4

    আজি মাইনী মহন্তৰ কথা খিনি শুনি বহুত ভাল লাগিল , তেখেতৰ কিতাপ প্ৰায় খিনিয়েই পঢ়িছো , আজি অলপ চুলি খিনি কম বগা দেখিছো , ভাল লাগিছে এনেকৈয়ে থাকিলে ভাল দেখি , মোৰ প্ৰিয় লেখিকাৰ ভিতৰত এগৰাকী , ধন্যবাদ আইচেংফা আগলৈ

  • @junmonidas4024
    @junmonidas4024 7 місяців тому +1

    আপোনালোকৰ কথোপকথন বহুত ভাল লাগিল!!🙏🙏দুয়োগৰাকী ব্যক্তি মোৰ খুব প্ৰিয়!!🥰🥰

  • @nabanitakalita1775
    @nabanitakalita1775 8 місяців тому +1

    খুৱ সুন্দৰ লাগিল অনুষ্ঠানটো ৷ মাইনী বা আৰু আইচেংফা বা দুয়োগৰাকীলৈ অযুত মৰম❤

  • @rupanjaliboruah9834
    @rupanjaliboruah9834 8 місяців тому +3

    বৰ ভাল লাগিল কথাখিনি ❤

  • @nanditadutta6770
    @nanditadutta6770 8 місяців тому +3

    খুব ভাল লাগিল।

  • @gyandeepnath3600
    @gyandeepnath3600 8 місяців тому +2

    বহুত বেছি ভাল লাগিল ❤

  • @jinaborgohain1909
    @jinaborgohain1909 8 місяців тому +3

    তেখেতে ইমান সৰল ভাষাত কথাবোৰৰ সমিধান দি গৈছে শুনি ভাল লাগিল । দুয়ো গৰাকীয়ে বৰ মৰমৰ ❤❤

  • @debajitdihingia2825
    @debajitdihingia2825 8 місяців тому +2

    ভাল লাগিল অনুষ্ঠানটো চাই ❤

  • @jayantibg5041
    @jayantibg5041 8 місяців тому +2

    Mama .r kotha huni bar val lagil.

  • @KaSiYali
    @KaSiYali 8 місяців тому +3

    মাইনী মহন্ত‍ বাইদেউ খুউব প্ৰিয় এগৰাকী ব্যক্তি ❤

  • @RupjyotiBaruahRB
    @RupjyotiBaruahRB 6 місяців тому +1

    আজি বাক‌ বহুত ধুনীয়া লাগিছে।

  • @Bidbeast
    @Bidbeast 8 місяців тому +1

    বহুত ধুনীয়া কথা কলে ।আজিকালি অফিচ কাছাৰীত জাতি ভেদ প্ৰথা নাই ।খুব ভাল লাগে সন্মান প্ৰদৰ্শন সুখী হৈছোঁ।

  • @jyotibora8504
    @jyotibora8504 8 місяців тому +2

    বহুত ধন্যবাদ মাইনী বাইদেউ

  • @chintabhuyan8443
    @chintabhuyan8443 8 місяців тому +3

    খুবেই ভাল লাগিল, মাইনী য়ে ইমান ধুনীয়াকৈ বুজাই দিছে

  • @KalpanaDevi-h2q
    @KalpanaDevi-h2q 8 місяців тому +3

    বহুত ভাল লাগিল দেই ।❤❤

  • @pkdhuniya4967
    @pkdhuniya4967 8 місяців тому +7

    Ba r aai 'o' word ti mr bohut vl lgy...❤

  • @parimoonvlog2783
    @parimoonvlog2783 7 місяців тому +1

    Bohut bhal lagil❤❤

  • @MamaniBorah-ks2xi
    @MamaniBorah-ks2xi 8 місяців тому +4

    বহুত ভাল লাগিল ❤

  • @indranisonowal5477
    @indranisonowal5477 8 місяців тому +3

    Mur priyo lekhika.... college book fair ot maini baa kitap bhut collection krixlu

  • @minakshidas3254
    @minakshidas3254 8 місяців тому +3

    খুব ভাল লাগিল।তেখেতলৈ শুভেচ্ছা থাকিল।

  • @JayashreeboruahJayashreeboruah
    @JayashreeboruahJayashreeboruah 8 місяців тому +4

    Aisangfa ba voice tu eman dhuniya ❤❤❤❤

  • @678oktoyoutube
    @678oktoyoutube 7 місяців тому +2

    আইচেংফা আৰু মাইনিবা দুগৰাকীৰ কথাই সকলোকে আপ্লুত কৰিব বুলি আশা কৰিলো

  • @TribeniKhanikar
    @TribeniKhanikar 8 місяців тому +3

    One of my fevourite writer. Tq jatra

  • @mainuboruah996
    @mainuboruah996 8 місяців тому +1

    খুউব ভাল লাগিল ❤

  • @sweetymech8119
    @sweetymech8119 8 місяців тому +3

    Moi bohut val paw baidew..aji dekhi bohut val lagil...thank u...আইচেংফা baidew❤

  • @nilabbalin6994
    @nilabbalin6994 8 місяців тому +2

    Wohh Maini baak bohut val pao❤❤❤

  • @PurabiSaikia-ec4tt
    @PurabiSaikia-ec4tt 8 місяців тому +2

    আইচেংফা বাৰ্তালাপ অতি সুন্দৰ হৈছে

  • @tulumonigogoi8385
    @tulumonigogoi8385 8 місяців тому +3

    ইমান বেছি ভাল লাগিছে❤❤

  • @SishirKumarNath
    @SishirKumarNath 8 місяців тому +3

    Many thank to jatra....

  • @SurprisedFishingRod-ew2np
    @SurprisedFishingRod-ew2np 8 місяців тому +3

    Val lge show t saay..edin dimpu k matibasun .God blsd ❤

  • @Bidbeast
    @Bidbeast 8 місяців тому +3

    মাইনী মহন্ত বাইদেউ আপুনি বহুত প্ৰেৰণা ।আপোনাক আপোনাৰ লেখনী বোৰ পঢ়িছিলোঁ।আপোনাক দেখি অভিভূত হৈছোঁ।

  • @swarnalatadas5177
    @swarnalatadas5177 8 місяців тому +3

    বহুত ভাল লাগিল বাইদেউ ♥️

  • @madhusmritasaikia1670
    @madhusmritasaikia1670 8 місяців тому +1

    খুব ভাল লাগিল কথাখিনি। প্ৰশ্ন অতি সুন্দৰ। লীনা শৰ্মা বাইদেউৰ লগত এটা অনুষ্ঠান কৰিবা বুলি আশা কৰিলোঁ, আইচেংফা। মৰম থাকিল তোমালৈ।❤

  • @PadminiMoran
    @PadminiMoran 8 місяців тому +2

    Mur priyo byokti duiugoraki ekeloge,bhal lagil anusthanti

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 8 місяців тому +4

    খুব ভাল লাগিল অনুষ্ঠানটো চাই। মোৰ প্ৰিয় এগৰাকী ব্যক্তি। সদায় ভালে থাকক 🙏🏻🙏🏻🥰🥰🥰

  • @manashiboruah6531
    @manashiboruah6531 8 місяців тому +2

    কথাখিনি বৰ ভাল লাগিল ।

  • @UtpalaBhattacharjee
    @UtpalaBhattacharjee 8 місяців тому +1

    Apurbo lagile,thanks both of you.

  • @kashmirisaikia489
    @kashmirisaikia489 8 місяців тому +1

    বহুত বহুত বেছি ভাল লাগিল ❤️

  • @mrbairagi3666
    @mrbairagi3666 8 місяців тому +4

    সৰুতে নন্দিনী ত প্ৰায়ে নামটো দেখিবলৈ পাওঁ ❤ বৰ ভাল লাগিল আজিৰ খণ্ডটো চাই 🎉

  • @BharatiSarmah-w8s
    @BharatiSarmah-w8s 8 місяців тому +3

    ভাল লাগিল

  • @AijoneePori
    @AijoneePori 8 місяців тому +3

    সুন্দৰ

  • @TCF573
    @TCF573 7 місяців тому +1

    Very progreesive writer Maini ba
    I love and respect her very much

  • @TapanDas-gx5fj
    @TapanDas-gx5fj 8 місяців тому +5

    Ma'am, this episode is a best one so far as my opinion reason being lots of positive message came out for the society and younger generations❤🎉

  • @kushilabkashyap6275
    @kushilabkashyap6275 8 місяців тому +1

    Bohut val lagil🎉

  • @joyshreegogoi6569
    @joyshreegogoi6569 8 місяців тому +3

    Priyo lekhika..❤❤❤

  • @riturajkashyap9738
    @riturajkashyap9738 8 місяців тому +3

    সুন্দৰ।আই অ।

  • @akankhyaduttaakankhya5063
    @akankhyaduttaakankhya5063 8 місяців тому +3

    মাইনি‌ বা‌ মোৰ খুব বেচি মৰমৰ‌ । আইচেঙফালৈ শুভ কামনা থাকিল ।

  • @Danirojasfc6
    @Danirojasfc6 8 місяців тому +3

    Absolutely right mam....

  • @tanmayhandique_
    @tanmayhandique_ 8 місяців тому +4

    এইটো সচাঁ কথা অসম তথা, উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা অপৰিসীম, অদম্য, অতুলনীয়।

  • @purbaligogoi5193
    @purbaligogoi5193 8 місяців тому +2

    Val lagil interview.

  • @pinkiscreativity2810
    @pinkiscreativity2810 8 місяців тому +1

    Priyo nari maini mahanta❤️

  • @dipalisonowal2432
    @dipalisonowal2432 8 місяців тому +1

    Emman xundor anusthan ata prasar korar babe bohut dhoinyabad jonalu . Baideur kothabure hidoi sui gol.

  • @shikhadas5536
    @shikhadas5536 8 місяців тому +2

    বুধবাৰ আমিও পঢ়িছিলোঁ। তাতেই দিয়া ধাৰাবাহিক উপন্যাস এখনৰ কথা এতিয়াও মনত পৰে। লিখক কোন পাহৰিছো। কিন্তু কাহিনী টো মন চুই যোৱা

  • @SavagemodeON973
    @SavagemodeON973 7 місяців тому +2

    Tumak kiyo Iman Morom lage. Moi najanu kintu Tumak bor morom lage.......
    Love you. Moi kunudin Tumak comment kori puwa nai show first time.

  • @lukumoniborahacs6103
    @lukumoniborahacs6103 8 місяців тому +3

    Such relevant conversation! Beautiful presentation!

  • @moushumidas8461
    @moushumidas8461 7 місяців тому +1

    Two elegant and beautiful ladies ❤

  • @bichitradevi432
    @bichitradevi432 8 місяців тому +5

    দুয়ো গৰাকী মোৰ প্ৰিয় নাৰী ভাল লাগিল অনুষ্ঠানটি