আপোনাৰ শৰণ শুদ্ধ নে। মানুহে মানুহক শৰণ দিব পাৰে জানো। শৰণ কিয় ল'ব লাগে। শৰণ সম্পৰ্কে A to Z ।

Поділитися
Вставка
  • Опубліковано 4 вер 2024

КОМЕНТАРІ • 308

  • @uttarateron4607
    @uttarateron4607 3 роки тому +37

    জয় কৃষ্ণগুৰু 🙏 প্ৰভুৰ ওচৰত শৰণ পাই সছাকৈ আমি বহুত ভাগ্যৱাণ প্ৰভুৰ ওচৰত এটাই পৰ্থানা তেওঁ যাতে অনায়সে হৃদ্য়ত থাকি লোকৰ হিতৰ হৈ কাম কৰিবলৈ শক্তি প্ৰদান কৰে 🙏 জয় কৃষ্ণগুৰু জয় কৃষ্ণ গুৰু

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому +1

      জয় কৃষ্ণগুৰু🙏🙏🙏
      খুউব সুন্দৰ কথা কৈছে। ভকতে ভক্তি কৰি লোকহিতকৰ কৰ্ম কৰাৰহে বাঞ্ছা কৰে। দাসীয়ে আপোনাৰ চৰণত সেৱা নিবেদিলোঁ। জয় কৃষ্ণগুৰু🙏🙏🙏

    • @kumudsaikia9850
      @kumudsaikia9850 3 роки тому

      6

    • @dhirensaikia4740
      @dhirensaikia4740 2 роки тому +4

      গুৰু অবিহনে জ্ঞান নহয় | কৃষ্ণক জানিবলৈও এজন গুৰু লাগিব | ঈশ্বৰৰ অৱতাৰি পুৰুষ হিচাবে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকহে জানো | যদি গুৰু অবিহনে কৃষ্ণক জানো তেনেহলে আমি কিমান জ্ঞানী পুৰুষ চিন্তা কৰকছোন |আপুনি এটা কথা কৈছে যে মানুহে মানুহক শৰণ দিব পাৰে জানো? ইয়াৰ উত্তৰত অধমে এটা কথা কওঁ যে এজন শুদ্ধ আৰু একান্ত ভকত বা সমাজ , অনুস্থান আদিয়ে স্বীকৃতি দিয়া একোজন অভিজ্ঞ,জ্ঞানী লোককহে উপদেশ দাতা গুৰু হিচাব এজন শিষ্যক শৰণ দিয়া আমি দেখিবলৈ পাইছো | কৃষ্ণক পাইবা যেন ভকতেহে পন্থ , কহি আছে গীতা ভাগৱত গ্ৰন্থ | মানুহে মানুহক শৰণ দিয়া দেখা নাই পোৱা |

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  2 роки тому

      জয় কৃষ্ণগুৰু🙏🙏🙏 আমাৰ সেৱা গ্ৰহণ কৰিব প্ৰভূ🙏
      পোন প্ৰথমে অশেষ ধন্যবাদ, আপোনাৰ মূল্যবান সময় কণত আমাৰ ভিডিঅ' চাই আপোনাৰ মন্তব্য ৰখাৰ বাবে।
      ঈশ্বৰৰ কথা মেচেজৰ জৰিয়তে লিখি প্ৰকাশ কৰাটো আমাৰ বাবে সম্ভৱ নহয় প্ৰভূ। আমি মাথো নিমিত্ত হৈ ঈশ্বৰৰ গুনানুকীৰ্তন কৰাৰহে যত্ন কৰিছো। ভূল ভ্ৰান্তিৰ বাবে ক্ষমা প্রার্থনাহে 🙏।
      ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গ । জ্ঞান মাৰ্গেৰে গৈ কোনেও কাহানিও ঈশ্বৰক পোৱা নাই আৰু নাপায় এই কথা আমি জানো নহয় নে। গতিকে আমি যুক্তি তর্ক কৰিলে তাৰ পৰা নিশ্চিয় ঈশ্বৰক লাভ কৰিব নোৱাৰো। গতিকে ভক্তি ভাৱেৰে বিচাৰিলে ঈশ্বৰক নিশ্চয়ই পাম। গতিকে আমি ঈশ্বৰৰ দূত হিচাপে নিমিত্ত হৈ তেৰাৰ গুনানুকীৰ্তন কৰি তেৰাৰ গুন যশ প্ৰচাৰহে কৰিব পাৰো। গতিকে তাৰেহে প্ৰয়াস কৰিছোঁ প্ৰভূ। কাৰণ আমি সকলোৱে জানোঁ , আৰু ভাগৱত শাস্ত্ৰতো নিশ্চয়কৈ পাইছোঁ যে যুগে যুগে যেতিয়া ধৰ্মৰ গ্লানি হয়, ভকত সজ্জনৰ ওপৰত অত্যাচাৰ উৎপীড়ন হয় তেতিয়া পৰম ব্ৰহ্ম, চৰাচৰ জগতৰ গৰাকী নিজেই ধৰাৰ বুকুত আৱিৰ্ভাব হয় । আৰু দুষ্টক দমন, সন্তক পালন কৰি সনাতন ধৰ্ম ৰক্ষা কৰেহি। গতিকে সেইজনা পৰম গুৰুৱে সময় অনুসৰি ৰাম , কৃষ্ণ, শ্ৰীমন্ত শংকৰদেৱ, যীশু, আল্লাহ আদি বিভিন্ন নামেৰে ধৰাৰ বুকুলৈ গুৰু ৰূপে আহিছে আৰু একনাম প্ৰদান কৰি মনুষ্যক উদ্ধাৰ কৰি গৈছে। গতিকে শাস্ত্ৰই আমাক তেনেজন গুৰুত শৰণ লোৱাৰ কথাহে কৈছে।আৰু আমি ভাবোচোন আমি ক'ৰ পৰা আহিছো! আমি ঈশ্বৰৰ পৰা আহিছো, শেষত ঈশ্বৰৰ ওচৰলৈহে যাব লাগিব। গতিকে মাজৰ সময়চোৱাতো ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ তেৰাৰ নাম লোৱাহে আমাৰ প্ৰধান কৰ্তব্য। প্ৰতি যুগে যুগে ঈশ্বৰে মনুষ্য ৰূপে অৱতাৰ হৈছে যেতিয়া বৰ্তমান কলিৰ কাল সন্ধিক্ষণত নিশ্চয়ই তেৰাৰ আৱিৰ্ভাব হৈছে। গতিকে সেইজনা সদগুৰুক বিচাৰি তেৰাৰ শ্ৰীচৰণত শৰণাপন্ন হৈ তেৰাই কৰ্ণপথে দিয়া একনাম জপ কৰাই হৈছে মনুষ্যৰ জীৱনৰ প্ৰধান কৰ্তব্য, নহয় নে! এইখিনিতে আৰু এটা কথা যে ভক্তিৰ বলতহে ঈশ্বৰক চিনি পাব পাৰি। ভক্তি অবিহনে অৰ্থাৎ যাৰ ফলত কংশ মামাই জগতৰ হৰিক চিনি নাপায় মাৰিবলৈ বিচৰাৰ দৰে, ৰামক বনবাস দিয়াৰ দৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক কোচবিহাৰলৈ খেদি পঠিওৱাৰ দৰে ঘটনা আমাৰ জীৱশ্ৰেষ্ঠ সমাজতে ঘটি গৈছে। সেইসময়ত আমি বা সেই সময়ৰ সমাজে গুৰুসকলক চিনিয়েই নাপালোঁ অথচ আজি সেইজনা কৃষ্ণ/ৰামৰ মুৰ্তিতে পূজা অৰ্চনা কৰিছো। মহাপুৰুষ শংকৰদেৱ গুৰুজনাক গুচি যোৱা ৫৫০ বছৰ পাছত আমি গুৰুজনাক চিনি পাইছোঁ, বুজি পাইছোঁ আৰু গুৰুজনাক বিচাৰিছোঁ। কিবা জানো লাভ হ'ব কওকচোন প্ৰভূ🙏। যিসকলে সেই সময়ত চিনি পালে তেঁওলোক তৰি গ'ল।কাৰণ আমাক শাস্ত্ৰই কৈছে যুগোপযুগী সদগুৰুত শৰণাপন্ন হোৱা, যুগোপযোগী নাম লোৱা। তেন্তে নিশ্চয়কৈ আমি বৰ্তমানৰ সদগুৰুজনাক বিচাৰিব লাগিব। যিদৰে পুৰণি ৫০০ টকাৰ নোট খনো টকাই হয় আৰু বৰ্তমানৰ ৫০০ টকাৰ নোট খনো টকা হয়।পাৰ্থক্য মাথো পুৰণি নোট খনৰ সময় উকলি অচল হৈ পৰিল। গতিকে আমি বৰ্তমানৰ খন ব্যবহাৰ কৰিব লাগিব। কাৰণ তেনে নোহোৱা হ'লে ৰাম অহাৰ পিছত কৃষ্ণ নাহিল হেতেন বা কৃষ্ণ অহাৰ পিছত মহাপুৰুষ শংকৰদেৱ গুৰুজনা নাহিল হেতেন। নিশ্চয়কৈ সময় অনুসৰি আহিব লগা হৈছে। গতিকে ভক্তি কৰি ঈশ্বৰক বিচাৰিলে নিশ্চয়কৈ পোৱা যাব। ভক্তিয়েহে ঈশ্বৰক চিনাকি কৰে।
      সত্য শুদ্ধ কথা যে বৰ্তমান পৰমব্ৰহ্মই সাকাৰ ৰূপ ধাৰণ কৰি নসত্ৰ ধামত কৃষ্ণগুৰু ৰূপে আছে। আমি আত্মপক্ষৰ সমৰ্থনৰে কোৱা বুলি নাভাবি এবাৰ আশ্ৰমলৈ আহিব , গুৰু ঈশ্বৰক চাই যাব। আজি আমাৰ পৰা হয়টো এটা বা দুটা প্ৰশ্নৰ উত্তৰ পাইছে,হয়টো নাপাবও পাৰে। কিন্তু আপোনাৰ মনত হাজাৰটা প্ৰশ্ন চলি আছে। গুৰুজনাৰ ওচৰলৈ আহিলে আপুনা-আপুনি প্ৰশ্নৰ উত্তৰ পাব। আৰু ইয়ালৈ আহিলে এনে নহয় যে শৰণ লব লাগিব, গুৰুজনাৰ আদৰ্শ গ্ৰহণ কৰিব লাগিব। সেয়া সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত।
      মনুষ্য জীৱন দুৰ্লভ। কৌটি কৌটি জন্মৰ পূণ্যৰ ফলত লাভ কৰা মনুষ্য জীৱনটি সদগুৰু নভজিলে বিফলে যাব। আজি কৃষ্ণগুৰু ৰূপে ঈশ্বৰে অৱতাৰ হৈছে। আজি আমি চিনি নাপাই , ৫০০,৫৫০ বছৰৰ পিছত বুজি পাই লাভ নহ'ব। সেই সময়লৈ ঈশ্বৰে অন্য অৱতাৰ ধাৰণ কৰিব।
      আমি সত্য শুদ্ধ কথাষাৰ প্ৰকাশ কৰাৰহে যত্ন কৰিছো প্ৰভূ, ভূল নুবুজে যেন🙏। পুনৰবাৰ আপোনাৰ চৰণত দাসীয়ে সেৱা জনালোঁ প্ৰভূ, জয় কৃষ্ণগুৰু🙏🙏🙏

    • @dudulbhai381
      @dudulbhai381 2 роки тому

  • @PutumoniGohain-fw6fp
    @PutumoniGohain-fw6fp 2 дні тому

    জয় কৃষ্ণ গুৰু🙏🙏🙏❤❤

  • @sidheswarrajbongshi4313
    @sidheswarrajbongshi4313 2 місяці тому

    🙏🙏🙏

  • @user-jv7us9ww2j
    @user-jv7us9ww2j 5 місяців тому

    Radhe radhe

  • @narenbora4720
    @narenbora4720 Рік тому

    So good topic.

  • @user-gu1eq7eb4d
    @user-gu1eq7eb4d Рік тому

    🎉

  • @baneswarpanging7727
    @baneswarpanging7727 Рік тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @baneswarpanging7727
    @baneswarpanging7727 Рік тому

    🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @durgarongpipi5886
    @durgarongpipi5886 2 місяці тому

    Joi mata di

  • @baneswarpanging7727
    @baneswarpanging7727 Рік тому

    🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @namunarayandutta1068
    @namunarayandutta1068 3 роки тому +4

    Jai shiri krishna

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      জয় কৃষ্ণগুৰু 🙏🙏🙏

  • @sanmanisutradhar8335
    @sanmanisutradhar8335 3 роки тому +3

    Joi krishno guru🙏🙏

  • @himanshusaikia5089
    @himanshusaikia5089 3 роки тому +3

    Joi krishna gru

  • @rikugogoi3759
    @rikugogoi3759 2 роки тому +1

    Bar sundar katha janale Aponak Bhagawane Mangal karak Ram Krishan

  • @atulkalita9885
    @atulkalita9885 3 роки тому +5

    Joy Krishna guru

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      জয় কৃষ্ণগুৰু 🙏🙏🙏

  • @user-ml5eb4hq8q
    @user-ml5eb4hq8q Рік тому +1

    ভাল লাগিল। ধন্যবাদ।

  • @giridharsingha6025
    @giridharsingha6025 3 роки тому +3

    jay krishno guru

  • @babulalbhaiti8846
    @babulalbhaiti8846 3 роки тому +4

    JOY KRISHNA GURU

  • @ramennath4229
    @ramennath4229 2 роки тому +2

    Joy sree krishna 🙏🙏🙏

  • @radhikarani8859
    @radhikarani8859 3 роки тому +4

    Joy krishna guru

  • @karimaboro3637
    @karimaboro3637 3 роки тому +3

    Joi Krishna guru

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      জয় কৃষ্ণগুৰু 🙏🙏🙏

  • @monikabhuyan6219
    @monikabhuyan6219 3 роки тому +5

    Joy krishnaguru 🙏🙏

  • @dipakborah1152
    @dipakborah1152 3 роки тому +4

    Apunak prnam jonaisu🙏🙏🙏🌺🌺🌺Krishna🌺🌺🌺🙏🙏🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому +1

      জয় কৃষ্ণগুৰু 🙏🙏🙏 সেৱা গ্ৰহণ কৰিব আমাৰ

  • @Leena650
    @Leena650 2 роки тому +2

    জয় কৃষ্ণ গুৰু 🙏🙏🙏

  • @rupalikalita2213
    @rupalikalita2213 3 роки тому +8

    Joy krishna guru🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому +1

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @soniyamasua8001
    @soniyamasua8001 3 роки тому +3

    He krishaguru provu kripa Kora🙏🙏

  • @linamahela2594
    @linamahela2594 3 роки тому +3

    Jai Krishna guru

  • @pranjoldutta7038
    @pranjoldutta7038 3 роки тому +6

    বৰ সুন্দৰ হৈছে 🙏🙏🙏 কৃষ্ণ কৃষ্ণ ৰাম 🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      ধন্যবাদ,জয় কৃষ্ণগুৰু🙏🙏🙏

  • @balinhazarika3945
    @balinhazarika3945 3 роки тому +3

    Joy Krishna Krishna Krishna garu

  • @baneswarpanging7727
    @baneswarpanging7727 Рік тому +1

    বহুত সুখী হলো আই গৰাকী আই মাতৃ বাইদেউ।বৃদ্ধাশ্ৰম নিপাত যাওক।

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  Рік тому

      ধন্যবাদ।সেৱাৰে জয় কৃষ্ণগুৰু🙏🙏🙏

  • @anamikathakuria1950
    @anamikathakuria1950 3 роки тому +3

    জয় কৃষ্ণগুৰু

  • @user-mp1wg4ut5x
    @user-mp1wg4ut5x 3 роки тому +6

    🙏🙏জয় কৃষ্ণগুৰু

  • @kushalgogoi1118
    @kushalgogoi1118 Рік тому

    সুন্দৰ বৰ্ণনা আই ।শৰণ দুই প্ৰকাৰৰ ।বাক্য শৰণ আৰু সাক্ষাত শৰণ ।সাক্ষাত শৰণ সম্ভৱ নে ?

  • @minaramborah4572
    @minaramborah4572 3 роки тому +3

    বৰ সুন্দৰ কথা ভাল লাগিল

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      ধন্যবাদ প্ৰভূ🙏সেৱা জনালোঁ জয় কৃষ্ণগুৰু🙏🙏🙏

  • @krishnagogoi1803
    @krishnagogoi1803 3 роки тому +4

    Jai Krishnaguru 🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому +1

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @kamaldas7471
    @kamaldas7471 3 роки тому +3

    Joy Krishnaguru

  • @kokosanu433
    @kokosanu433 3 роки тому +3

    Joi krishna guru. joi krishna guru. Joi krishna guru Prabhu //

  • @Science_Specttrum_6666
    @Science_Specttrum_6666 3 роки тому +3

    জয় কৃষ্ণগুৰু

  • @chandandas6407
    @chandandas6407 3 роки тому +3

    Jay Krishna Guru

  • @minatimech4993
    @minatimech4993 3 роки тому +4

    Joy Krishna guru porvu

  • @suratdas4715
    @suratdas4715 2 роки тому +4

    Jai jagat guru sri Manta sankar dev

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  2 роки тому +1

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @morxopun5288
    @morxopun5288 Рік тому

    Jay krishnaguru 🙏

  • @himasrikalita1207
    @himasrikalita1207 Рік тому

    🙏🙏 Jay krishanguru🙏🙏

  • @jayantachetia4488
    @jayantachetia4488 Рік тому +1

    জয় শ্রী কৃষ্ণ মাতৃ আপোনাক শত সহস্ৱ প্রণাম।

  • @bornaliborah9297
    @bornaliborah9297 Рік тому

    Anaquawa Katha bura hunila huni thakibola Mon jai jai krisno guru mamoni borah

  • @sunitagogoi8301
    @sunitagogoi8301 3 роки тому +8

    Jay Krishnaguru ❤️

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      জয় কৃষ্ণগুৰু🙏🙏🙏

    • @rumidas9224
      @rumidas9224 3 роки тому +1

      @@aadhyaatmiktatva jay krishnaguru

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @RupaliSaikia-zy1dk
    @RupaliSaikia-zy1dk Рік тому +1

    জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু

  • @gayatribordoloi5437
    @gayatribordoloi5437 3 роки тому +4

    Joy krishna guru🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @juntideka9893
    @juntideka9893 3 роки тому +4

    Jay Krishnaguru 🙏🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      জয় কৃষ্ণগুৰু 🙏🙏🙏

    • @sailenrajbongshi7220
      @sailenrajbongshi7220 2 роки тому

      শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাই আমাক শৰণ কি শিকাই গৈছে ৷জয় গুৰু শংকৰ ৷

  • @bondonadolakasharia6974
    @bondonadolakasharia6974 2 роки тому +1

    কৃষ্ণ আই মাতৃ

  • @pabanbora8516
    @pabanbora8516 3 роки тому +3

    Joi shri hori Bishnu.Joi guru sankar.joijaganath joi jaganath.

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      জয় কৃষ্ণগুৰু 🙏🙏🙏

  • @anupamsenapati8121
    @anupamsenapati8121 3 роки тому +5

    Jai jagat guru Sankara....Jai jagat guru Maddhava..

  • @kushalgogoi1118
    @kushalgogoi1118 Рік тому +1

    শেষত জয় কৃষ্ণ গুৰু বুলি কোৱাত সন্তোষ নহলো ।

  • @jyotimoi1766
    @jyotimoi1766 3 роки тому +2

    Joi krishnaguru

  • @bhubanduarah303
    @bhubanduarah303 2 роки тому

    Akdam satya katha jai Krishna guru

  • @niroddeka6379
    @niroddeka6379 2 роки тому

    Hare Krishna

  • @nabanitagogoi2958
    @nabanitagogoi2958 3 роки тому +3

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      জয় কৃষ্ণগুৰু 🙏🙏🙏

  • @lizadoley5785
    @lizadoley5785 3 роки тому +2

    কৃষ্ণ

  • @user-dx3fd7xh2n
    @user-dx3fd7xh2n 3 роки тому +4

    Joi jogot guru sri manta sankar 🙏🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому +1

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @buddhaboruah3008
    @buddhaboruah3008 2 роки тому

    Krishna krishna krishna🙏🙏🙏

  • @ujjalburagohain8159
    @ujjalburagohain8159 3 роки тому +4

    🙏

  • @songmishrandipaliborah1360
    @songmishrandipaliborah1360 Рік тому +1

    Joi shri Krishna

  • @pankajdeuri4750
    @pankajdeuri4750 2 роки тому

    জয় কৃষ্ণ গুৰু

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 3 роки тому +2

    Krishana

  • @lxgaming2862
    @lxgaming2862 3 роки тому +3

    Jay Krishnaguru
    Jay Krishnaguru
    Jay Krishnaguru
    🙏🙏🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому +1

      জয় কৃষ্ণগুৰু🙏🙏🙏

  • @sarbanandasingh269
    @sarbanandasingh269 Рік тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @diptiboruah912
    @diptiboruah912 3 роки тому +1

    Joi krisna

  • @arunbaruah8520
    @arunbaruah8520 2 роки тому

    Joi krishna guru 🙏🙏

  • @putulkalita7782
    @putulkalita7782 3 роки тому +4

    জয় কৃষ্ণগুৰু 🙏

  • @ranabaruah3142
    @ranabaruah3142 7 місяців тому

    জয় কৃষ্ণগুৰু🙏🙏🙏

  • @geetadewri2277
    @geetadewri2277 2 роки тому

    Krishna krishna ram🙏🙏🙏

  • @janmonirobidas8995
    @janmonirobidas8995 2 роки тому

    জয়কৃষ্ণগুৰু ভাল লাগিল
    বহু কথা শিকিব পালো
    joykrishnaguru!!

  • @sikatiramdas3027
    @sikatiramdas3027 3 роки тому +2

    Krishna🙏🙏🙏🙏🙏

  • @user-yw2kt1of3b
    @user-yw2kt1of3b Рік тому

    জয় কৃষ্ণ গুৰু আই ভাল লাগিল আপুনি কোন ঠাই কোন চক্ৰ পাৰিলে জনাব আমাৰ মৰিগাঁও চক্ৰ হয় জয় কৃষ্ণ গুৰু

  • @binamili3028
    @binamili3028 2 роки тому

    Krishna 🙏🙏

  • @bijumonisaikia8929
    @bijumonisaikia8929 2 роки тому

    Joy,krishnaguru

  • @padumidaspadumi7183
    @padumidaspadumi7183 11 місяців тому

    তেত্ৰিশ কৌটি ভগবন্তৰ বাহিৰে অন্য একোতে শৰণ লোৱা প্ৰয়োজন নাই আমাৰ,,, ধৰ্মৰ নামত দেৱ দেৱীক যি সকলে প্ৰতাৰনা কৰি আহিছে সেই সকলৰ ভাল দিন কিন্তু একেবাৰে যোৱা নাই,,, ।।।। উদাহৰণ স্বৰূপে কৃষ্ণ গুৰু দীক্ষা লোৱা সকলকে দেখা যায় ,,,,

  • @manujkalitamanujkalita865
    @manujkalitamanujkalita865 2 роки тому +1

    🙏🏼🙏🏼 কৃষ্ণ 🙏🏼🙏🏼

  • @chetananandpachani7439
    @chetananandpachani7439 3 роки тому +3

    জয় কৃষ্ণগুৰু...বৰ সুন্দৰ ভাৱে বিষয়টি যুগুত কৰি উপষ্ঠাপন কৰিছে, ভাল লাগিল। ভক্তিধৰ্মৰ অতি গুৰুত্বপূৰ্ণ বিষয়। আজি এই বিষয়ে মই গীতা মন্থনত পঢ়িছিলো আৰু ৰাতি এই প্ৰসংগতে ভিডিঅটি পায় ভাল লাগিল। সেৱা গ্ৰহণ কৰিব আই - জয় কৃষ্ণগুৰু

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому +1

      জয় কৃষ্ণগুৰু🙏 ঈশ্বৰৰ ইচ্ছা হৈছে প্ৰভূ, সেয়ে সকলো মিলাই দিছে। আমাৰো সেৱা গ্ৰহণ কৰিব। জয় কৃষ্ণগুৰু🙏🙏🙏

    • @chetananandpachani7439
      @chetananandpachani7439 3 роки тому +1

      @@aadhyaatmiktatva একেবাৰে আই , জয় কৃষ্ণগুৰু...

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому +1

      জয় কৃষ্ণগুৰু🙏🙏🙏

    • @Mompipathori.123
      @Mompipathori.123 2 роки тому

      সচাঁ কথা মানুহে মানুহৰ বাবে অকণমান হলেও সহায় নকৰি কেৱল ভাগৱত পাঠ কৰিলেই ভগৱনতক পোৱা নোবোযায় | কাৰণ কোনো মানুহেই বতাহ খাই জীয়াই নেথাকে . . . .

  • @nirensonowal3100
    @nirensonowal3100 Рік тому +1

    তাৰমানে আপুনি কৃষ্ণগুৰুৰ বিজ্ঞাপন দিছে ? ধৰ্মৰ নামত ফটোৱা ৷

  • @currentassam7464
    @currentassam7464 3 роки тому +3

    Joy guru

  • @rupanjoliborarupanjolibora9171
    @rupanjoliborarupanjolibora9171 2 роки тому

    🙏🙏🙏🙏

  • @bishwaraaj3233
    @bishwaraaj3233 2 роки тому

    Om hari hara a namh

  • @ramenmajumdar7244
    @ramenmajumdar7244 2 роки тому

    ধুনীয়া বাপ শব🙏🙏🙏🙏

  • @bontigogoi2622
    @bontigogoi2622 2 роки тому

    Hoi kishna guru

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 2 роки тому +4

    কথাংশ সুন্দৰ হৈছে। সু শ্ৰাব্য হৈছে। কিন্তু শাস্ত্ৰীয় কোনো উদ্ধৃতিৰে কথাবোৰ বুজাই দিব নোৱাৰাত ইয়াত শৰণৰ আচল কথাবোৰ অহা নাই।

  • @durgeswarphukan8498
    @durgeswarphukan8498 2 роки тому

    Ram krisn

  • @kanaklataburagohain9307
    @kanaklataburagohain9307 3 роки тому +1

    Val Iagil

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      ধন্যবাদ🙏জয় কৃষ্ণগুৰু🙏🙏🙏

  • @mamonidas5471
    @mamonidas5471 3 роки тому +2

    Apunar ktha khinir pra bhut giyan palu.

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  3 роки тому

      জয় কৃষ্ণগুৰু🙏🙏🙏 সেৱা জনালোঁ

  • @amalmedhi9412
    @amalmedhi9412 Рік тому +2

    আপুনি কোৱা কথা কিছু সচাঁ কিন্তু কৃষ্ণ গুৰুপ্ৰভু ইশ্বৰক ক'ত লগ পাম? তেও তো নিৰাকাৰ, সেয়েহে আমি একান্ত ভকতৰ ওচৰত শৰণ লব লাগিব আৰু আপুনি কৃষ্ণগুৰু প্ৰভুক কত লগ পাইছিল জনাবছোন🙏🙏🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  Рік тому

      জয় কৃষ্ণগুৰু প্ৰভূ আমাৰ সেৱা গ্ৰহণ কৰিব। সকলো কথা লিখি প্ৰকাশ কৰাটো সম্ভব নহয়। গতিকে আপোনাৰ contact number টো যদি পাওঁ তেন্তে সুবিধা হয়। জয় কৃষ্ণগুৰু🙏🙏🙏

    • @aadhyaatmiktatva
      @aadhyaatmiktatva  Рік тому

      কৃষ্ণগুৰু প্ৰভূ ঈশ্বৰ বৰ্তমান কৃষ্ণগুৰু সেৱাশ্রম, নসত্ৰ, বৰপেটাত সাকাৰ ৰূপে আছে৷ কলি পীড়িত লক্ষ্য লক্ষ্যজনে বৰ্তমান আশ্রয় লৈছেহি কৃষ্ণগুৰু প্ৰভূৰ শ্রীচৰণত। ইয়ালৈ আহিব, আহিলেই সকলো বুজি পাব। জয় কৃষ্ণগুৰু🙏🙏🙏

  • @digantabaruah5243
    @digantabaruah5243 3 роки тому +2

    Like it 🌹🙏🌹কৃষ্ণ কৃষ্ণ

  • @Gurugyan6360
    @Gurugyan6360 Рік тому +1

    আই, যাৰ আজ্ঞাত পাত এটা নলৰে....তেওঁক দেখা পাইচেনে......যাৰ একো নাই তেও কি ত্যাগ কৰিব......

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l Рік тому

    হৰিত শৰণ লৈয়া যিটোজনে এ হৰি ৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ অপাৰ সঙসাৰ সাগৰ এ ইটো মহাজনে অতি অপ্ৰয়াসে তৰে।।।।

  • @eloraborah4643
    @eloraborah4643 2 роки тому

    Krishna provu

  • @nilimadas1784
    @nilimadas1784 2 роки тому

    জয় কৃষ্ণগুৰু🙏

  • @rimamalakar590
    @rimamalakar590 2 роки тому

    Jai krishnaguru 🙏🙏🙏💙

  • @papunarah7010
    @papunarah7010 3 роки тому +1

    Nice editing. Ap

  • @amulyagogoi3257
    @amulyagogoi3257 3 роки тому +27

    ঈশ্বৰৰ ওচত আমি শৰণ ল'ব লাগে সচাঁ কিন্তু এই কলি যুগত ঈশ্বৰ প্ৰভু কৃষ্ণ ভাগৱত শাস্ত্ৰত বাঙময় ৰূপে বিৰাজমান গতিকে আমি তেওঁৰ ভক্তৰ যোগেদি প্ৰভুৰ ওচৰত শৰণ লবই লাগিব, আই আপুনি যিজনা গুৰুৰ আশীষ লৈ এই মহান বাণী প্ৰচাৰ কৰিছে তেওঁ নিশ্চয় মানুহ হ'ব ? তেওঁ নিশ্চিত ভাৱে স্বয়ং ভগৱান হ'ব নোৱাৰে ! আপোনালোকে আত্ম পক্ষৰ সমৰ্থনেৰে এই বাণী ভাগ প্ৰচাৰত বেছি গুৰুত্ব দিছে !

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 Рік тому +1

      Eibor ehotor mone soja katha

    • @user-km6fe5ex8f
      @user-km6fe5ex8f Рік тому

      @@dhrubajyotisarmah6733 Right

    • @barasharajbangshi719
      @barasharajbangshi719 Рік тому +1

      @@dhrubajyotisarmah6733 আপুণি শৰন লৈ চালেহে গম পাব ,আমিও আপোনাৰ দৰে ভাবিছিলো ।পূজা পাতল কৰা লোকে কি বুজি পাব ।ভাগরতত এইবোৰ কৈ থৈছে ।বিনা গুৰুৰ চৰনে ভকতি ৰকতি মূকুতি কেতিয়াও নহয় ।জয় কৃষ্ণগুৰু

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 Рік тому

      @@barasharajbangshi719 murtue dhuki paine hindu dhormo kiman puroni murtut mal ache jodi chabo mor upadhi sarma

    • @barasharajbangshi719
      @barasharajbangshi719 Рік тому

      @@dhrubajyotisarmah6733 হিন্দু ধৰম নহয় সনাতন ধৰম ।মূৰত নাই নেকি ?

  • @junalimech6504
    @junalimech6504 2 роки тому

    Kirshna🙏 Kirshna 🙏 Kirshna 🙏 Kirshna 🙏 aayegaraki🙏 kirshna 🙏 Kirshna 🙏 Kirshna 🙏 Kirshna 🙏

  • @ruhinidekaraja4677
    @ruhinidekaraja4677 3 роки тому +9

    আমি বৰ্তমানেও দাপৰ যুগতে স্থবিৰ হৈ আছোঁ! সেই কাৰণে আমাৰ উণ্ণয়ন দেখা নাযায় !