ভাগৱত পাঠ ভোলাৰাম দাস

Поділитися
Вставка
  • Опубліковано 27 січ 2025

КОМЕНТАРІ • 233

  • @manuranjanchetia6867
    @manuranjanchetia6867 Рік тому +17

    হে হৰি হে হৰি হে ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম হে কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @nolinsaikia1949
    @nolinsaikia1949 Рік тому +4

    Krishna Krishna bahut hundor bakhyan

  • @Balamurali8039
    @Balamurali8039 2 роки тому +16

    হৰেকৃষ্ণ হৰে ৰাম হৰেকৃষ্ণ হৰে ৰাম

  • @pabanbora5669
    @pabanbora5669 2 роки тому +7

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম সুন্দৰ প্ৰভূ

  • @digantaborah4285
    @digantaborah4285 2 роки тому +11

    Bhout val lagel bhagavat hun3

  • @nipenchandranath5102
    @nipenchandranath5102 Рік тому +3

    ভগৱান

  • @somudrakumarchutia2741
    @somudrakumarchutia2741 Рік тому +7

    কৃষ্ণ জয় গোবিন্দ 🙏

  • @rubineog9534
    @rubineog9534 2 роки тому +19

    Pronam bapjon val lagil .
    apunar hoina sobdotu suni val laga.🙏🙏🙏🙏🙏

  • @barnalidas6262
    @barnalidas6262 2 роки тому +7

    কৃষ্ণ অতি সুন্দৰ হৈছে বাপ।

  • @Ridipaxom
    @Ridipaxom Рік тому +4

    কৃষ্ণ কৃষ্ণ বাপ চৰণে প্ৰণাম ❤

  • @kabitadas61
    @kabitadas61 2 роки тому +5

    কৃষ্ণ কৃষ্ণ প্ৰভু ৰাম ৰাম

  • @drawwithnikunja9362
    @drawwithnikunja9362 Рік тому +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম বাপ

  • @bhabeshchandratalukdar7229
    @bhabeshchandratalukdar7229 2 роки тому +7

    হৰি হৰি ৰাম কৃষ্ণ ।

  • @dhrubabora9184
    @dhrubabora9184 2 роки тому +10

    কৃষ্ণ ৰাম🙏 আপোনাৰ ব্যাখ্যা শুনি দেহ মন ভৰি পৰে।

  • @bhumitabora2496
    @bhumitabora2496 Рік тому +6

    কৃষ্ণ কৃষ্ণ দুয়ো জনকে আমাৰ ফালৰপৰা সেৱা আগবঢ়োৱা হৈছে গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ বাপ

  • @Jai_MaHaKaaL643
    @Jai_MaHaKaaL643 Рік тому +6

    প্ৰভূ কৃষ্ণ ৰাম 🙏🙏🙏

  • @Jaanmoni9711
    @Jaanmoni9711 2 роки тому +9

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏 সেৱা জনালোঁ🙏🙏🙏

  • @kiranchnagmai5127
    @kiranchnagmai5127 Рік тому +7

    Krishno bapjona

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 роки тому +18

    প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক,লগতে আপোনাৰ লগতে বাপ জনক কৃপা হক কৃষ্ণ, জয় গুৰু শংকৰ 🙏

  • @bidurdekabidurdeka7268
    @bidurdekabidurdeka7268 2 роки тому +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏 আপোনাৰ ভাগৱত পাঠ ব্যাখ্যা শুনি আনন্দৰ লভিলো , 🙏🙏🙏🙏 কৃষ্ণ..........

  • @janiramkalita4395
    @janiramkalita4395 Рік тому +2

    Krishna pranam

  • @ramcharandeka9143
    @ramcharandeka9143 2 роки тому +9

    Om namah bhagawate vasudevaya.

  • @tileswaryein1295
    @tileswaryein1295 2 роки тому +22

    Krisno krisno bab boisnob. Apunar byakya huni hosakoi moi hontusto. Apunar dirghayu kamona korilu. Hekot voktivora hewa jonalu.

  • @jitumoniborah3264
    @jitumoniborah3264 Рік тому +3

    Jay,Jay,Ram,ram

  • @QrunBordoloi
    @QrunBordoloi Рік тому +9

    ভাগৱত পাথ সুনি মন তো বহুত ভাল লাগিল ককা পাৰিলে আৰু ভাগৱত পাথ আৰু বনাৱ

  • @debitadeori7133
    @debitadeori7133 Рік тому +3

    Krishna Ram 🙏🙏🙏

  • @prafullachdas3897
    @prafullachdas3897 Рік тому +4

    নাৰায়ণ কৃষ্ণ কৃষ্ণ

  • @madantalukdar7830
    @madantalukdar7830 2 роки тому +7

    Krishna Krishna Krishna Baap Sewa Janalo. Bhaal Lagil

  • @nayanbordoloi481
    @nayanbordoloi481 2 роки тому +8

    Krishna Krishna bap

  • @biswanathpathak3555
    @biswanathpathak3555 2 роки тому +17

    পাঠ শুনি বৰ আনন্দ অনুভৱ কৰিলো । লগতে বাপ জনকো সেৱা জনালো । কৃষ্ণ প্ৰভু।

  • @anjumanisonowal2784
    @anjumanisonowal2784 2 роки тому +9

    হে পভু

  • @ratulborah8253
    @ratulborah8253 2 роки тому +6

    Krishna hori ram ram

  • @pradipGogoi-p1m
    @pradipGogoi-p1m Рік тому +3

    ভগৱন্ত ভক্তি যুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কিচনৰ কূপাত গুছয় সঙসাৰ ভয় এহি মানে গীতা ৰ নিৰ্ণয়। ভগৱন্তৰ ভক্তি থকা চেতনা বা জীৱৰ আত্ম জ্ঞান ঈশ্বৰৰ ইচ্ছাত মিলে। ঈশ্বৰৰ দয়াত হে সঙসাৰৰ সমস্ত ভয় দূৰ হয়। এই য়াই গীতাৰ মতা মত। প্ৰদীপ গগৈ।

  • @rubulsaikia8656
    @rubulsaikia8656 Рік тому +7

    অতি সুন্দৰ কৃষ্ণ কৃষ্ণ সেৱা জনাইছোঁ সকলোলৈকে ভক্তি ভৰা সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছোঁ।

  • @kumudmedhi6071
    @kumudmedhi6071 Рік тому +2

    Duijonke pranam janalu

  • @amarbordoloi6867
    @amarbordoloi6867 Рік тому +3

    Krishna Krishna

  • @shattpatar2202
    @shattpatar2202 10 місяців тому +2

    🙏🙏🙏গণেশ বাবা ওম কৃষ্ণ কৃষ্ণ কৃষ্ণ....................কোটি কোটি কোটি প্ৰণাম.........................🙏🙏🙏

  • @DoyramdasDas-hn4dh
    @DoyramdasDas-hn4dh Рік тому +2

    অতি সুন্দৰ

  • @ratulhira9940
    @ratulhira9940 2 роки тому +5

    মু বরতা হয়। আশিবাদ koribor💝❤

  • @sakuntalamazi1601
    @sakuntalamazi1601 2 роки тому +8

    Krishna krishna krishna 🙏🙏🙏

  • @rinaboruah1721
    @rinaboruah1721 2 роки тому +10

    Krishna krisna 🙏🙏🙏🙏🙏🙏

  • @girishbaishya1176
    @girishbaishya1176 2 роки тому +10

    Joy joy krishna dev.

  • @phatikhazarika9539
    @phatikhazarika9539 2 роки тому +10

    Krishna Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @shibosaloi8549
    @shibosaloi8549 4 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ, ৰাম ৰাম ৰাম ৰাম ৰাম। সমাজৰ বাবে ব্যৱহৃত অতি প্রয়োজনীয় ভাঙনি প্রভূ চৰণত শত শত প্রণাম।

  • @puspabora8077
    @puspabora8077 2 роки тому +16

    কৃষ্ণ🙏 শংকৰ গুৰু হৰি ৰাম ,ৰাম,ৰাম, 🙏 গুৰু , দেৱ , নাম , ভকত , এই ছাৰিও ভকত লৈ ছাৰিও শৰণত কুৰ্টি প্ৰনাম । 🙏🙏🙏🙏 কৃষ্ণ

    • @Ridipaxom
      @Ridipaxom Рік тому

      কৃষ্ণ কৃষ্ণ ❤

  • @upakhisivam5568
    @upakhisivam5568 2 роки тому +8

    কৃষ্ণ প্ৰভূ সবাৰে চৰণত প্ৰণিপাত জনালো কৃষ্ণ কৃষ্ণ 🙏

  • @Nikhita7959
    @Nikhita7959 Рік тому +4

    Dhannobath mor jibonto hoy

  • @punyarabha151
    @punyarabha151 2 роки тому +7

    🙏 Krishna 🙏 Madhaba Madhaba Madhaba 🙏🙏🔥,,,,,,,,

  • @pankajdutta7321
    @pankajdutta7321 Рік тому +8

    Bohut val lagisa huni bap

  • @nabakumarsarmah
    @nabakumarsarmah 2 роки тому +6

    Om

  • @bhaktirsagor
    @bhaktirsagor 2 роки тому +14

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @sushendey2394
    @sushendey2394 Рік тому +5

    Kreesna kreesna

  • @barnalidas7784
    @barnalidas7784 2 роки тому +7

    Krishna Krishna 🙏🙏

  • @junmonidevi6127
    @junmonidevi6127 Рік тому +3

    Dhuniya

  • @junali555
    @junali555 Рік тому +8

    Krishna🙏

  • @nilakantasaharia888
    @nilakantasaharia888 Рік тому +5

    🙏🙏 good ve ri. Good

  • @rkmgamerofficial2240
    @rkmgamerofficial2240 2 роки тому +6

    সুন্দৰ

  • @ShrimantaBlog
    @ShrimantaBlog 4 місяці тому

    পাঠকৰ কণ্ঠই আমাৰ মন আপুলত হৈ পৰম শান্তি পাইছোঁ ,লগতে দাস বাপৰ বাখ্যা শুনি পৰম তৃপ্তি অনুভব যেন লাগিল। কৃষ্ণ কৃষ্ণ বাপ সকলোৰে চৰণত আমাৰ সেৱা আগবহালো। কৃষ্ণ।।

  • @sonjoybonia5468
    @sonjoybonia5468 2 роки тому +9

    Krishna... Krishna... Ram.... Ram.. 🙏🙏🙏🙏

  • @d.dvlock4360
    @d.dvlock4360 2 роки тому +9

    গুৰু দেৱ প্ৰণাম।🙏🙏🙏

  • @Luhitteron
    @Luhitteron Рік тому +1

    Jai.kirshna.

  • @abhi__ff9876
    @abhi__ff9876 Рік тому +5

    Krishna👃👃👃

  • @hemantadas3783
    @hemantadas3783 Рік тому +8

    Krishna bap🙏apunar vagowat baikhya xuni khub vhal lagill❤️❤️

  • @nitulduttanituldutta3077
    @nitulduttanituldutta3077 2 роки тому +6

    সুন্দৰ 🙏🙏🙏🙏

  • @niroladeka8668
    @niroladeka8668 2 роки тому +7

    ভাল লাগিল

  • @MunDas-ds8fu
    @MunDas-ds8fu 5 місяців тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @benudharboruah4511
    @benudharboruah4511 2 роки тому +8

    🙏🏻🙏🏻🙏🏻🙏🏻

  • @fokatiavideos3523
    @fokatiavideos3523 4 місяці тому +1

    কৃষ্ণ বাপ কিমান নম্বৰ স্কন্ধৰ কথা কৈ আছে

  • @gitabaishya5673
    @gitabaishya5673 2 роки тому +6

    Amg

  • @rupalikonwarhazarika8009
    @rupalikonwarhazarika8009 2 роки тому +7

    Krishna

  • @RitamoniGogoi-tb3wi
    @RitamoniGogoi-tb3wi 6 місяців тому +1

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @manuranjanchetia6867
    @manuranjanchetia6867 Рік тому +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @pulakjyoti8375
    @pulakjyoti8375 Рік тому +4

    Krishna baap...... Huni hontukh lovilu

  • @MrinalHazarika-zb5zh
    @MrinalHazarika-zb5zh 11 місяців тому +1

    Om nomo bhagwate Basu debaya

  • @montugogoi796
    @montugogoi796 2 роки тому +8

    কৃষ্ণ

  • @Krishna-tk1gk
    @Krishna-tk1gk 2 роки тому +8

    Krishna ❤❤🙏🙏🙏

  • @pradipGogoi-p1m
    @pradipGogoi-p1m Рік тому +1

    প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সবব অৱতাৰৰ কাৰণ নাৰায়ণ। ব্ৰহ্ম হে সত্য বাকী সকলো মিথ্যা। মায়া ময় 24তত্বৰপ্ৰকূতিৰ ভৌতিক পঞ্চ মহাভূতৰ দেহ বিলাক উৰণ বুৰণ গজন ভ্ৰমণ ‌ সকলো মাথোঁ মায়াৰ ভ্ৰম। প্ৰকৃতি আৰু ঈশ্বৰ ব্ৰহ্মৰ ওপৰত নহয়। ব্ৰহ্মৰ পৰা দুই প্ৰকূতিৰ উৎপত্তি হৈছিল। প্ৰথম পৰা প্ৰকূতিৰ চেতনা আৰু দ্বিতীয় অপৰা প্ৰকূতিৰ24তত্ত্বৰ ভৌতিক পঞ্চ মহাভূতৰ দেহ বিলাক। পৰা আৰু অপৰা দুটা প্ৰকূতি উত্তম নৰম মিলি চেতনা আৰু দেহৰ লগত মিলি এক জীৱিত প্ৰাণীৰ সূষ্টি হয়। আৰম্ভৰ পৰা দুই চেতনা আৰু প্ৰকূতি একে লগত মিলি থকা বাবে নিজকে দেহ জ্ঞান কৰে সেইহে মনে বুদ্ধি অহঙকাৰ মিলি চেতনাক লুকুৱাই ৰাখে আৰু নিজকে মই বুলি ভাবে আৰু চেতনা শক্তিক ঘেৰি লৈ মনে বুদ্ধিৰ সহযোগত 24তত্বৰ দেহ টোক ৰাজসিক তামসিক গুণ বিশিষ্ট হৈ চলাই। মনে বূদ্ধিৰ সহায়ত অজ্ঞানতা দূৰ কৰি মই ক শূন্য কৰি অভ্যাস আৰু বৈৰাগ্য দ্বাৰা পৰিচালিত হৈ পৱিত্ৰ অহঙকাৰে জীৱাত্মা বা চেতনা শক্তিক চিনি লৈ সীমিত দেহত থকা সুক্ষ্ম চেতনা ক দেহৰ বাহিৰফালে থকা গভীৰ আৰু সবব্যাপি সনাতন চৈতন্যপূণ মূক্ত পৱিত্ৰ আত্মাৰ লগত মিলি যাব লাগে তেওঁৰেই ইচ্ছা অনুসৰি প্ৰকাশ হ'ব লাগিব জীৱ আৰু আত্মাৰ লগত। তেতিয়া দেহ দেহী দুয়োৰ মুক্তি লাভ হ'ব। অনাদি অনন্ত সবজ্ঞ নিগূন পৰব্ৰহ্ম পৰম আত্মা চৈতন্য পূৰ্ণ পৰম ব্ৰহ্ম কৃষ্ণৰ লগত মিলিত হ'ব। প্ৰদীপ গগৈ।

  • @madhabdas5888
    @madhabdas5888 5 місяців тому

    কৃষ্ণ।ককা। আপোনাৰ। ভাগৱত।।সুনি।বৰ।ভাল।লাগিল।

  • @ikklive5333
    @ikklive5333 2 роки тому +10

    Krishna Bap

  • @RaniGogoi-by1kr
    @RaniGogoi-by1kr Рік тому +4

    😊

  • @gajenhira5585
    @gajenhira5585 Рік тому +4

    Aapopinak Prabhu bhagbantai kripa korak Aru dighayu kamana korilo....

  • @Request_motivation
    @Request_motivation 2 роки тому +9

    কৃষ্ণ 🙏🙏🙏

  • @pradipGogoi-p1m
    @pradipGogoi-p1m Рік тому +1

    ধৰ্মীয় শাস্ত্ৰ সমূহত আধ্যাত্মিক তত্ত্ব জ্ঞান বাস্তৱিক ধ্যান ধাৰণা বৈজ্ঞানিক দাৰ্শনিক চিন্তাধাৰাই ভৰপূৰ হৈ থাকে। তাক লঘু ভাৱনাৰ ব্যক্তিগত মন্তব্য প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ চিন্তা চৰ্চাৰে প্ৰকূত অথ বাহিৰ কৰিব লাগিব।

  • @sunitadutta9012
    @sunitadutta9012 8 місяців тому +1

    Krishno dhonyo holu probhu

  • @jaganathsonowal6873
    @jaganathsonowal6873 2 роки тому +6

    🙏 কৃষ্ণ 👣👈🤲

  • @kanakbarman2863
    @kanakbarman2863 Рік тому +1

    অতি মনপৰসা বাখাবাপ

  • @basantabora9404
    @basantabora9404 2 роки тому +5

    🙏

  • @kamaldas-k2r
    @kamaldas-k2r 9 місяців тому +1

    ৰাম কৃষ্ণ 🙏

  • @UpenchDasUpenchDas
    @UpenchDasUpenchDas 3 місяці тому

    . গুৰু দেৱ প্রনাম। 🙏🙏🙏

  • @dhanankalita3452
    @dhanankalita3452 2 роки тому +8

    Krishno krishno.

  • @UditSaikia-y2k
    @UditSaikia-y2k 8 місяців тому

    Xundor bapjon dhunia koise really❤❤

  • @purnabora8200
    @purnabora8200 2 роки тому +12

    কৃষ্ণ কৃষ্ণ ।

  • @DipankarSutradhar-d8c
    @DipankarSutradhar-d8c Рік тому +3

    Krishna ram Krishna ram

  • @minatimech4993
    @minatimech4993 2 роки тому +4

    Krishna baap.

  • @pradipGogoi-p1m
    @pradipGogoi-p1m Рік тому +1

    যুগে যুগে দুষ্ট দৈত্য দানৱ অসুৰ সকলে প্ৰকূতিৰ ওপৰত নানান অত্যাচাৰ অবিচাৰ বেভ্ৰিচাৰ কৰি আহিছে। তেতাত সীতা দ্বাপৰ যুগত দ্ৰৌপদীক দুই প্ৰকূতিক আৰু কলিত প্ৰকূতিৰ ভৌতিক ৰাসায়নিক সকলো সম্পদ দানৱীয় মানৱে ধঙশ যজ্ঞ কৰিছে ‌ তাৰ ফলত পূথিৱীৰ বিনাশ হ'ব এদিন। প্ৰকৃতিৰ অথ চকুৰে দেখা পোৱা সকলো উদ্ভিদ দেহ জগত। ধৰ্ম কম্ম ৰাজনীতি নামত শোষণ নিষ্পেষণ দুৰ্নীতি ভ্ৰষ্টাচাৰ অণ্যায় বেভ্ৰিচাৰ আৰু কুটনীতি অত্যাচাৰত ব্যতিব্যস্ত হৈছে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি দেহৰ। প্ৰদীপ গগৈ।

  • @SanatanBordoloi-p7r
    @SanatanBordoloi-p7r 2 місяці тому +1

    Jai shri Krishna

  • @chabinchandraray2919
    @chabinchandraray2919 Рік тому +4

    Kishan

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 роки тому +14

    পাঠ ইমান সুন্দৰ। কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।

  • @krishnakakaty2624
    @krishnakakaty2624 Рік тому +3

    Krishna. Krishna. Provu. Xewahe. Jonàisu

  • @taramaiphukan8785
    @taramaiphukan8785 Рік тому +3

    হে বাপ জন কথা এভাগ জানিব বিচাৰো অপৰাধ নকৰিব।জয় বিজয় বৈকুণ্ঠ লৈ কিয় গৈছিল আৰু চাৰিসিদ্ধই কি কথাত শাপ দিলে জানিবৰ বৰ মন গৈছে। পাৰিলে কবচোন জানিবৰ বৰ মন গৈছে। কৃষ্ণ কৃষ্ণ।