#Ankur_Orchid
Вставка
- Опубліковано 8 бер 2022
- Orchidaceae, commonly called the orchid family, is a diverse and widespread family of flowering plants, with blooms that are often colourful and fragrant. Along with the Asteraceae, they are one of the two largest families of flowering plants.
Dhuniya
Wonderful
Imn bur imn dhuniya lagise
বঢ়িয়া .
Hundor Dada
Wow😍
Mjhh 😍
এবাৰ চাবলৈ গৈ আছো বহুত ধুনীয়া হৈছে
Moja
বিৰাট ধুনীয়া। সোনকালে গৈ আছে চাবলৈ।
খুব ভাল লাগিছে।পাৰিলে সোনকালেই যাম।
বহুত সুন্দৰ নিদৰ্শন। কথা হ'ল আপুনি বিক্ৰী কৰে নেকি??
খুবেই সুন্দৰ ।ভিডিঅতো আপুনি নিজেই কৰি দেখুৱাৰ বাবে বেছি ভাল লাগিল ।
খুবেই ধুনীয়া। কিমানজোপা মান সংগ্ৰহত আছে বাৰু? আপুনি আন এটা ভিডিওত কোৱাৰ দৰে মইও আগ্ৰহী আপোনাৰ পৰা অৰ্কিড সংগ্ৰহ কৰিবলৈ। মোৰ মাথো প্ৰায় ৩০জোপামানহে আছে।
Dada fast time salu aru subscribe korilo moyo orchid bohut vhal paw . Kisuman moyo rakhiso wild orchid kintu name kisumanro najanu jodi apunar contec numbear pale janiluhoy. Apunak photo bilak dibo parilohoy.
অংকুৰ দা আমাৰ ইয়াত Dandrobium unicum হ'ব নাই বাৰু?
Dada apuni sell kora naa