Why pig farmers don't get fair price ? pig farm । pig farm in assam

Поділитися
Вставка
  • Опубліковано 1 чер 2022
  • about this video - Why pig farmers don't get fair price ? pig farm । pig farm in assam
    আমি আমাৰ গাহৰিকবজাৰত বিক্ৰী কৰিব গ'লে উচিত মূল্য নাপাওঁ কিন্তু কিহৰ বাবে নাপাওঁ ?
    পোৱালি অসমত যঠেষ্ট production হৈছে কিন্তু বজাৰত পোৱালিৰ একেবাৰে দাম নাই এনেকুৱা কিয় হয় ?
    বাহিৰৰ পৰা আমাৰ অসমত কোনে গাহৰিৰ পোৱালি আনি আছে ?
    গাহৰি মাংসৰ দাম ৩৮০/- টকা কিন্তু পালক এজনে ২০০/- টকাও নাপায় !
    কেনেকৈ আমি গাহৰিৰ উচিত মূল্য পাবলৈ সক্ষম হম তাৰে ওপৰত ভিত্তি কৰিয়েই ভিডিঅটো বনোৱা হৈছে গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চালে সকলো কথা জানিব পাৰিব 🤝
    #pig_farm_in_assam
    #assam_pig_farm
    #pig_farm
    #pig_farm_assam
    #gahori_palon
    #piggerybusiness
    #piggery
    #assam_pig_market
    thank you 💟
  • Навчання та стиль

КОМЕНТАРІ • 68