স্বাৰ্থপৰ II অসমীয়া চুটি ছবি II SWARTHAPAR II Assamese Short Movie

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • অসমীয়া চুটি ছবি II স্বাৰ্থপৰ ।I SWARTHAPAR II Assamese short movie
    ননী মাধৱ শৰ্মাৰ কাহিনী আৰু প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে , নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি স্বাৰ্থপৰ আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল ।
    আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
    Our other channel link
    / @iidrishtiarudarshan

КОМЕНТАРІ • 91