দিল্লীলৈ গৈ অকলশৰীয়া হ’ল নেকি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ?
Вставка
- Опубліковано 8 лют 2025
- দিল্লীলৈ গৈ অকলশৰীয়া হ’ল নেকি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ?
(স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি -
rzp.io/l/ZrpLs...)
Visit: thecrosscurren...
Follow Us
Facebook: / thecrosscurrent
Facebook: / thecrosscurrentassam
UA-cam: / thecrosscurrentyoutube
UA-cam: / @thecrosscurrentassam1928
Instagram: / crosscu
#HimantaBiswaSarma #CMAssam #SarbanandaSonowal #BJPGovt #delhi #thecrosscurrent @TheCrossCurrentUA-cam
মুঠতে অহা ২০২৪ লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ এজনো সাংসদক টিকত দিব নালাগে। তেতিয়া হে হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ ওতপাত কমিব।।
সচাঁ কথা
মই একমত
Thik koise
এক দম সঁচা কথা কৈছে ।
leng mora aru beimni dutatei ustad...
এইয়া আৰম্ভণি, আৰু বহুত বাকী আছে নতুন বিজেপিৰ পৰা পাবলৈ ।চিনি লওক
👍👍 সছা কথা উল্লেখ কৰিছে 💪
নেতাসকলে বুজি লওঁক ৰাজনীতি কৰিলেও সৰ্বা নিচিনাকৈ কৰিব লাগে।পদৰ কাৰণে নহয় দলৰ কাৰণে ৰাজনীতি কৰক।উদাহৰণ-সৰ্বা।সেয়ে মই ৰাজনীতিক বেয়া পালেও বহুতৰ মাজত তেখেতক অন্যতম হিচাপে ভাৱি লওঁ।আমাৰ মাজুলীৰ পৰাই যে নিৰ্বাচন খেলিছে সেয়ে কোৱা নাই কথাতো।এজন প্ৰকৃত ৰাজনীতিৰ নেতা হিচাপে কৈছোঁ।না কাৰোবাৰ নিচিনাকৈ কেমেৰাৰ আগত বিপৰীত দলৰ বিৰুদ্ধে চুপতি মাৰি কথা কয় না কিবা অহংকাৰ দেখায়,তেখতৰ ওচৰত আধ্যাত্মিকতাৰ গুণে ভৰি আছে সেয়ে ৰাজনীতিক সমাজনীতি হিচাপে চলাব পাৰিছে।মানুহজন ধাৰ্মিক। সেইবাবেই তেখেত মোৰ বাবে অন্যতম।মই নাই তেখেতৰ পৰা নিজা স্বাৰ্থৰ কাৰণে আশাত কথা কৈছোঁ,নাই সৰ্বানন্দ সোণোৱালৰ স্বাৰ্থৰ কাৰণে কৈছোঁ।মই সেয়েই কৈছোঁ যে তেখেত যি কৰিছে সমাজৰ কাৰণে কৰিছে মনত একো অহংকাৰৰ ভাৱ নোলোৱাকৈ।নহ'লে যে সকলো অসমত পেটত গেছ লৈ ফুৰা নেতাই আছে।ভকতৰ মাজত থাকি টিকা দাঙি দি গেছ দিয়া নেতা সকলো।উদাহৰণস্বৰূপে বেহাৰবাৰী আউটপুষ্টৰ গাৰ্গ দাৰ টো ভাল - কথা পেটত ৰাখিব নোৱাৰি গেছ হৈ আন এজনক কোৱাৰ পাছত গেছ মুখেৰে ওলায় যায় কিন্তু নেতা সকলৰ টো নকবা আৰু।ৰাইজৰ প্ৰসাদ মণিকূটৰ ভিতৰতে ৰাইজতকৈ আগতে খায় খায় পেটত গেছ হৈ ৰাইজৰ মাজতে বহি চুইটকে লগাই দিয়ে।বৰ এই পাষণ্ড নহয় জানো ৰাইজৰ মাজত বহি এনে দি দিয়াতো।সকলোৱেই টো এই গেছ বেয়া পোৱা ন? নে কোনোবাই এই গেছ ভাল পোৱা মানুহ আছে?সকলোৱে বেয়া পায় সমাজৰ বাবে এয়া অপকাৰ সাধন কৰে।ঠিক তেনেকৈ মানুহবোৰে বেয়া বুলি গম পায় গেছ কিয় লৈ ফুৰে?হয় বাৰু প্ৰসাদতো ৰাইজতকৈ অলপ বেছি খালে চেহেৰাটো উজ্জ্বল হ'ব অলপ শকতো হ'ব কিন্তু এই লুকাই খোৱা অপৰাধৰ স্থান ভগৱানে ক'তো যে ৰখা নাই।মানুহৰ জীৱন লৈছা যেতিয়া মানুহ হৈ জীয়াই থাকিব চেষ্টা কৰা।তহঁতৰ পাষণ্ড নেতাবোৰৰ কাৰণে সমাজ তচনচ হৈ যাব ধৰিছে।প্ৰকৃতিৰ বিপৰীতে সকলো কাম কৰিব লৈছে সেয়ে আজি সমাজ ধ্বংসৰ গড়ালৈ ৰূপান্তৰিত হৈছে।পইচাই সকলো বুলি ভাৱি কামবোৰ নকৰিব বা নকব।কোৱাৰ আগত এশ বাৰ ভাৱিবি।মন্ত্ৰী হ'ল বিধায়ক হ'ল বুলিয়েই সকলো প্ৰকৃতিয়ে দিয়া অধিকাৰৰ পৰা বঞ্চিত কৰি কথাবোৰ ধমকেৰে নকবি।আৰু নকওঁ মন্ত্ৰী বুলি মনত ভাৱ আহিলেই খুব উঠে।সৰ্বা ধাৰ্মিকতাৰে সদায় আগবঢ়ািলে সদায় ভগৱানে তেখেতক ভাল স্থানত ৰাখিব।আশা কৰোঁ আপুনি যাতে অসম তথা দেশৰ কাৰণে আদৰ্শ হিচাপে ৰৈ যাওঁক তাৰে কামনা মাথোঁ।
বিজেপি দলৰ ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰক সমিতিৰ সদস্য হিচাপে যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বাহিৰে বেলেগ কোনো নেতা অসমলৈ আহিলে হৈ তেতিয়া তেওঁক সন্মান জনোৱাৰ উদ্দেশ্যে অসম বিজেপিৰ সকলো নেতা পালিনেতাই হেতাওপৰা লগালেহেতেন কিন্তু এইবাৰ একে পদৱী পোৱা অসমৰে আমাৰ মাজৰে এজন আহিছে কাৰণে তেওঁক বৰ বেছি উৎসাহ উদ্দীপনাৰে সন্মান জনোৱা পৰিলক্ষিত নহ'ল।এনেকোৱা হোৱাটো অনুচিত।
Hosa kotha
Himantabihini are afraid. In 2024 Loksabha election, a very few persons of Himanta will get tickets.
সোনোৱাল পুনৰ CM নহলে অসমত আকৌ বি জে পি চৰকাৰ নাহে
Himonta নিজৰ পাৱাৰ ঢেঁকাইছে।।দল বাগৰা চৰিত্ৰ আছে nhy মামাৰ।।sorbaandra হল great man
Sarbananda Sonowal Zindabad.
সংগ নিদিয়া বোৰক টিকতদিব নেলাগে।
yes.
ami xorbar falor tumi kar
Joli poki labh nai ai sarba da is the real leader.
Bhai kunu jala nai toi sakure dekhiso aru kanere khuniso nhoi news tu aru ki bujili.
Yes
@@prabindas6646 mather sud ১৫০০টকীৰা
Keidhin pisot himonta jodi pogola nohoi sabi
হা হা হা হিমন্তই কেজৰিৱালকো লগ ধৰিব বা অসমলৈ নিমন্ত্ৰণ জনাবলৈ যাব পাৰে । অসম ৰাজ্যিক বিজেপিৰ পতনমুখী যাত্ৰা আৰম্ভ হ''ল । এইবাৰ হিমন্ত বাহিনী বদৰুদ্দিনৰ দললৈ নাবাগৰিলেই হ'ল ।
মামাৰ পাখি কাতিব লাগে । বেছি হৈছে ।
Assam best CM - Horbanando Honuwal
সরবানদ্দলৈ ভয় হেমন্তর ,কাৰন কি থাকিব পাৰে। অপৰাধী যেন লাগিছে।
এইবোৰ সকলো নাটক মই delhi লৈ যাম তহতে যি কৰ কৰি থাক ! গতিকে পালিনেতাবোৰক অৰিজিনেল বিজেপি নেতাবোৰে চিনি থোৱাতু ভাল সোনোৱাল দাৰ বহত ভাল দিন আহি আচে ।
Our real Hero Sarabanda sonowal
Character never change.
ৰাজনৈতিক দৌৰ, ৰহস্য বুজিব নোৱাৰি
Atia kot lukal samsakhini. Jagadish Deka,Rahul kalita,Tapan Talykadar, Utpal Medhi,Utpal kalita, Gadha Bhatta,Ruhit Sharma, Gunajit Sharma.
Apuni bohut val kotha eta kole . Ei keitai hukuni mama kotha kole pokor loike joli jai
Ei keitai soponia keitak suport kore
purana Bjp kot ase ,hokolu congress bjp !
গগৈ আৰু শমা এবাৰ সম্পূৰ্ণ সোণোৱাল আৰু শমা
good book ৰ পৰা আঁতৰিল নেকি ৰাইজ আমাৰ মুখ্যমন্ত্ৰী ?
We support Sonowal Sir....
Bekti puja kora baad diyok... Homaj and partyk puja korok.... Val dise #Sonowal sir aa
পাইছে নে বাপেকৰ টকা সেই কারনে বিনা দৰকাৰত দিল্লী যাত্রা ৷
যি কি নহওক সৰ্বা ছাৰৰ বিয়াখন হৈ যোৱা হলে অন্ততঃ আজি এনেকৈ আলৈ আথানি নহ'ল হয়। বৰলা দেখি মামা পন্থীয়ে পাত্তা নিদিয়া হৈছে 🤣
👍👍 সছা
তেওঁ বেছি দিন নাই আৰু চাই লওক
BJP by by
😂😂😂😂ভালৈ হৈছে আখন এৰি দিছিল নহয় মামাক 😂😂😂😂😂
Sarba da real BJP. And MR Himanta mama hol original congress. Gatikay sarba is the best.
বিশ্বাসঘাটত সদায় বিশ্বাস কৰা ভুল।কেতিয়া কি ৰূপ লয় ঠিক নাই।
এইয়া নহয় বুলি ভাবিলে বা কলে অশুদ্ধৰ পক্ষ লোৱা হ'ব আৰু এটা সত্যক নেপথ্যলৈ ঠেলি দিয়াৰ ইচ্ছা প্ৰকাশ হ'ব।
মিডিয়াৰ মানুহৰ ইমান চিন্তা? মিডিয়াৰিপোৰ্ট কৰা সকলে মিলি ৰাজনৈতিক দল খোলক। আমি ৰাইজে মজা পাম।
সবান্ধৰ। সুমুৱাই। পুনৰ। অসমৰ। মুশমনতি। হক। কাকন। ভালমানু
Sorbada ajon nika aru sidha bhal manuh, mamai Sorbada juigyo agoteu nohoi aru agoloiu hobo nuware,
তৰুণ গগৈক কিন্তু মানিব লাগিব... মানিব লাগিব পুৰণি কংগ্ৰেছৰ বিধায়ক খিনিক...
হিমন্ত বিশ্ব শৰ্মাক টকা আৰু প্ৰলোভন দিয়া হৈছিল কংগ্ৰেছ দুফাল কৰাৰ...
তেতিয়া হিমন্ত ঘোৰাৰ বেপাৰত সিমান পাকৈত নাছিল বাবে গগৈ বাচি গৈছিল..
Eibilak sob Himantar voi ot jowa nai log koribo Sarbanandak
We ask all BJP and natunbjp men for selfless service.
Central BJP is thoroughly observing the role of natun BJP men in Assam Politics.
All will be reflected in the next election.
Sacred heart 💖 my bo Sonowal
Seifish.....Sarbananda sir is better than Himanta b.Sarma. joli lab nai
CM je change hob sure ...
Sarbananda Sonowal sir long live ❤❤❤
Sobananda Sonowal is better politician than Himonta Biswasarma.
বটদ্ৰোৱা থানত নগলে নহয়নে ?যি স্থানত শংকৰী ধৰ্ম শিষ্য সকলোৰ বাহিৰে আন গুৰু আন লোকৰ ধৰ্মক আন লোকৰ গুৰু দেৱ নাম ভকতক নিন্দা সমালোচনা বিৰোধ অবজ্ঞা তিৰস্কাৰ কৰা হয় তেনে স্থানত নগলেও হয় তাত ধৰ্ম নাই আছে মেলা অধৰ্ম পৰধৰ্ম নিন্দা ।যি স্থানত আন লোকৰ আৰাধ্য গুৰু দেৱ নাম ধৰ্ম ভকতক নিন্দা সমালোচনা বিৰোধ তিৰস্কাৰ কৰা হয় একপক্ষীয় আগ্ৰাসী ভাবেৰে যাক লৈ ৰাজনীতি কৰা হয় তাত ঈশ্বৰ ভগৱান ভক্তি ধৰ্ম নাথাকে তাত গৈও লাভ নাই ।শংকৰদেৱ গুৰু জনাক বেলেগ স্থানতো পোৱা যায় ।বটদ্ৰোৱাক লৈ হিমন্তই কিমান ৰাজনীতি কৰি থাকে থাকক ।বটদ্ৰোৱা থান এতিয়া ধৰ্মীয় স্থান হৈ থকা নাই বটদ্ৰোৱা থান একাংশৰ অসুৰৰ ৰাজনৈতিক স্থল একপক্ষীয় স্বাৰ্থ পুৰণৰ স্থলিলৈ পৰিণত হৈছে ।মহামৃত্যুঞ্জয় মন্দিৰলৈ যাওক বা শিৱ শংকৰ মহাদেৱৰ মন্দিৰলৈ যাওক ধৰ্ম হব ।২০% শংকৰী ধৰ্মীয় লোকৰ স্থানলৈ যোৱাতকৈ ৮০% সনাতন বৈদিক ধৰ্মালম্বী লোকৰ শিৱ মন্দিৰলৈ যাওক ।প্ৰভু ৰামেও পৰম ব্ৰহ্ম সনাতন শিৱ মহাদেৱক ভজিছিল ।ৰামৰ ভজনীয় পূজনীয় শিৱ শংকৰ মহাদেৱৰ স্থানত যাওক ।হৰ হৰ মহাদেৱ ।
Every action has a reaction.
SS jindabad
যেনে কৰ্ম তেনে ফল । জেইছা কৰণি তেইছা ভৰনী ।
Sarba da is selfless leader...
Bjp mnei bipod.. we want Kejriwal
Eijn himanta dolaar bgori.. lobhiya... nilaj brastaser.. Himantom taka aro matihe lage😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
Next cm sonwal. go back sharma
Himanta is king who already rule over Assam since 25 years ago. And Sarbanand is spiritual leader. Jonai janay bujay bulay.
Himanta bandana kori kono lakh nai. Aijonok jiman sonkale Godir pora khede simane asombakhir mongal.
SS is more better than hbs.
Old BJP Pure BJP
King always king 🤴
CM SIR
Ghenta
Soponiak nidibi thai bari .....
Sarbananda siror logot soku milabo kenekoi, hei karonei teo aatori thakil
Horba da is big zero.... Himonto da is big winner...
CM ক ভয় কৰে
Lobhya lobhya lobhya nilaj nilaj nilaj himanta
একো নেজানিলে বাতৰিৰ দিব নেলাগে আজি সোঙ বাৰ দিনা গোটেই দলৰ মানুহ লগখাই আদৰণিৰ কৰিছে ।
Dolor manuh amiu. Kintu montry bidhayok kotgol heidina. Bimol bora bahire knu nai.2024 dekha jabo kor pani kot jai.
Himonta r character change nohoi ru
তু হামাৰী থি জানসে পীয়াৰী দি ।তেৰেলিয়ে মে ্
কেইছিসৰদহদে কেইছি মজবুৰিয়া? মে ইয়সাসো ইয়সাসো ইসহা।
আছল কথাই কৈছে বাইদেউ আমাৰ মুখ্যমন্ত্ৰী সংবাদ মাধ্যম বেয়া পাই সেইবাবে অলপ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম লৈ বুলি হে.....?
Mur Bahut Dookh lagisey. Iman aloi athani Parbat/Paharar.
Disguise unemployment solve hoise, cross current e aku okolhoriya hoise bule.
BIMAL BORA CHIFE MINISTER HOBO
Muru seitu wei lagise
Kansha mama
Lagi aru Elagir Xaadhu. History repeats
Himantabiswar ajir porai ulta ginti suru hol. Nijar majot sital yuddha logai tohotor gerua party dhangsha hoi ja.
Correct.
Right
Sorbanondo next CM
BIMAN BHARA TO KONA DINA
Hemanta Gunda Bahinik lok sabha,r Timot Thibo Nalage
কোনেও পাত্তা নিদিলে,।
Val kotha posiboloi besi din nai
Manuh bilake atiya he buji pabo de
Hemanto pure congress government solai ase
BJP mane hoise badmas jehirila paisa lobhya...sarba nanda doesn't deserve this hypocrite party
তেল -পানীৰ লেখীয়া 😋😋😋
ভাল কথা
Lav nai sarba is sarba
Best CM amar Himanta Mama 🙏🙏
😁😁😁
Sorba takilaha bjp takibo.nohola bjp sas.
Faltu reporter kali sarbananda akolhoriya , aji himanta🤣🤣🤣
BJP kam nai ru kejriwal ahiase
Koi sarbananda
Hemanta is Dhalal !
Sarbanandak Against korise himanto i
Power lge
Bjp edin enekoi hekh hoi jbo...power babe
Helicopter.Uthise.dami.gari.kinise.flat.mati.kinise.raijor.tokare.afale.Sakori.dalalor.poisabur.asei
Lobby politics....
A good person always remains alone.
आमी अखमिया मानुहखिनि अलपमान
Apunaloke nije kalpana kora kotha bor o news hb pare.geda borak entertainment diar babe news korile aru 😆😆😆
😂😄😆🤣
Comment deya sakalay Aru ai channel toi je Koy taray olota hoy. Tuhung eman Jana. Keman lagilay Himanta aru Satbar majat kajia logabaloi . Sokoloway janay Himanta is Himanta. Saba is sarba. Aru ata news hoba Karan.
Himantay airport ot padesay. Ata news bonai day Satbar Bhayat Himantai padesay buli.
kantoliyaa sor khabi
sup toi besi boki aso
It is too bad work.
Ki falto news
Ba ba madam ji ki j boki boki news kowa kot ki kobo lage tak nokoi aal bal boki thake Assam direct recruitment grade 4 graduate candidate apply korise Dublicat employment bonai khaibilak nokoi aal bal results diyar pisot bukile konu lav nohobo miss baidu apunar nijor thao kitiya koba sune aru buhut ase kobole nokow diya rati pora din aru rati ketiyw khek nohoi