গৌৰৱ গগৈৰ পৰা পৰাজয়ৰ কৈফিয়ৎ LIVE

Поділитися
Вставка
  • Опубліковано 26 лис 2024

КОМЕНТАРІ •

  • @Grbora94953
    @Grbora94953 Годину тому +2

    2026চনতো কংগ্ৰেছৰ কাম নাই। বিৰুদ্ধি ঐক্যক কৰা গাদ্দাৰী পৰাজয়ৰ মুল কাৰণ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Годину тому

    এ আই চি চিৰ পৰা বিচৰা হলে ভাল আছিল।অসম কংগ্ৰেছৰ নেতা কেইটাৰ মাথাই নাই!বিহালিত হৰাটো অহংকাৰ আৰু চামগুৰিত হৰাটো দুটা অহংকাৰ আৰু এ আই ইউ ডি এফ এ নিৰ্বাচন নেখেলাৰ বাবে।কাৰণ কংগ্ৰেছৰ মূৰ্খামিৰ বাবে সংখ্যালঘূৰ ভোটাৰ সকলক কংগ্ৰেছলৈ আনিব নোৱাৰাটো।বাকী কেইটাৰ কথা মই ভালকৈ কব নোৱাৰিম! কিন্তু অহংকাৰ এক নম্বৰ।

  • @pgoswami5378
    @pgoswami5378 2 години тому +2

    কংগ্ৰেছ দল ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিলেহে জিকিব
    পাৰিব।

  • @hiranmayedeka2520
    @hiranmayedeka2520 2 години тому +4

    কংগ্ৰেছক আ জিবনলৈ জনতাই ৰাম ভগৱানক পুজা পাতল নমো নমো কৰি কংগ্ৰেছক জনতাই আ জিবনলৈ ইপাৰ পৰা সি পাৰলৈ পাকিস্তানলৈ দলিয়াই দিছে। মোভ ভাৰতবৰ্ষৰ জনতাৰ ভগৱান হিমন্ত বিশ্ব শৰ্ম অসমৰ জনতাৰ আই আই মাতৃৰ হিয়াৰ দাপোন স্বৰূপ ৰোপ ❤❤❤❤❤❤❤❤❤

    • @rajivgogoiwarrens6290
      @rajivgogoiwarrens6290 Годину тому

      অসমীয়া ভাষাত ভালকৈ লিখক না ।

  • @bijoybasumatary-y1v
    @bijoybasumatary-y1v 2 години тому

    Gute leadership holabo lagibo congress party,protm bupen borah kedabo Lage,

  • @Ashokrabha-o2q
    @Ashokrabha-o2q 54 хвилини тому

    লোকসভাত 2026 ত কোন থাকিব তাৰ
    ভিত্তিত হে জনসাধাৰণে ভোট দিব।নহলে কাম নহব নিশ্চয়, গতিকে.........

  • @bishaldas3964
    @bishaldas3964 2 години тому +2

    2026 t sarkar congressorey hobo no doubt

  • @mdgaming243
    @mdgaming243 Годину тому

    Congress or asolote main manuh jone nii 😂😂😂 now he is a great leader ❤

  • @bapandas2873
    @bapandas2873 2 години тому +1

    অহা দিনত দেখোন সকলোতে
    সদায় হাৰিব । নাটকৰ কোনো
    লাভ নাই ।

  • @mihirdev9553
    @mihirdev9553 Годину тому

    Congnochief

  • @abhilekhR1
    @abhilekhR1 19 хвилин тому

    Congress sarkar kotha baad diyok...agote organisations thik korok

  • @HiteshKumar-hv2sn
    @HiteshKumar-hv2sn 2 години тому

    কৈফিয়ৎ লব বোলে তাকো ভূপন বৰাই হাহা……😊

  • @pradipsharma6588
    @pradipsharma6588 Годину тому

    Congressir lagat axomar manuh etia nai

  • @bipulkumarborah6232
    @bipulkumarborah6232 25 хвилин тому

    Iam BJP support but Bhupen Bora Zindabad. 3 gogoi kot gol😮😮😮?

  • @ABHILASHRay-u1b
    @ABHILASHRay-u1b 3 години тому +2

    Poriyal kendrik

  • @BhaskarNath-c7u
    @BhaskarNath-c7u 3 години тому +1

    Kongress dol harar main karon bangla desi miya premi aru pariyal kendik

    • @Adnant732
      @Adnant732 2 години тому

      Ajikali.Miya i Bjp k vote diye

  • @pramoddeka8984
    @pramoddeka8984 2 години тому

    তহতৰ লেকচাৰ বাদ দি

  • @khargeswarnath2624
    @khargeswarnath2624 13 хвилин тому +1

    চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি 😂😂😂😂

  • @KripanandaNath-s9y
    @KripanandaNath-s9y 2 години тому

    Y̤e̤s̤ N̤E̤W̤S̤ A̤S̤S̤A̤M̤