ভক্তৰ দান-বৰঙণিৰে যদি মই গাড়ী-মাটি ক্ৰয় কৰিছেো বুলি প্ৰমাণ দিব পাৰে মোৰ কাণ কাটি দিম : শিখা মজিন্দাৰ

Поділитися
Вставка
  • Опубліковано 20 лют 2024
  • 📌ভক্তৰ দান-বৰঙণিৰে যদি মই গাড়ী-মাটি ক্ৰয় কৰিছেো বুলি প্ৰমাণ দিব পাৰে মোৰ কাণ কাটি দিম : শিখা মজিন্দাৰ। নিউজ লাইভৰ বিশেষ অনুষ্ঠানত সকলো বিতৰ্কৰ উত্তৰ দিলে অগ্নিনাভ শিৱ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা মজিন্দাৰে।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 331

  • @rodalisaikia
    @rodalisaikia 5 місяців тому +39

    ভগৱানৰ নামত কাৰোবাৰ মন গৈছে পইচা দিছে কাৰোবাৰ মন নাই নিদিলেই হল...কিহৰ কাৰণে ইমান বিতৰ্ক কৰিব লগে। বেলেগ ৰ কথা নাজানো মই শিখা বাক লগ কৰি সঁচাকৈয়ে এটা বহুত বেলেগ অনুভৱ কৰিছিলো। এতিয়া ও যদি মোৰ মন বেয়া লাগে শিখা বায়ে দিয়া নিৰ্মালী ভাগ হাতত লোৱা লগে লগে সকলো ঠিক হয় যায় ।মই বুজাব নোৱাৰোঁ শিখা বাৰ ফটো খন চাই মন তো কেনেকুৱা লাগে। বাবা তুমিয়েই সকলো। তুমি সকলো চাবা 🙏🙏🙏

  • @SD-ff1wc
    @SD-ff1wc 5 місяців тому +196

    মিডিয়াই কিয় মানুহজনীক ইমান অশান্তি দি আছে বাৰু৷ভগৱানক পূজা কৰাত মিডিয়াৰ আপত্তি ক’ত৷
    কালি যদি মই বাবাৰ দৰ্শনত যাওঁ মই কেৱল বাবাৰ দৰ্শনৰ কাৰণে যাম মানুহজনীৰ দৰ্শনত নাযাওঁ হয়তো মনৰ শান্তিত বাবাৰ নামত কিবা এটা উচৰ্গা এটা দিওঁ থৈ আহিব পাৰোঁ৷তাতে মানুহ জনীয়ে ঘৰ কিনে মাটি কিনে গাড়ী কিনে মন্দিৰ বনাই যি কৰে কৰি থাকক সেইটো তেওঁৰ ব্যক্তিগত কথা সেইবিষয়ে মিডিয়াৰ মাঠা মাৰিব কিতো আছে৷
    বাৰিষা আহিছে মাঠাউৰি বোৰৰ খবৰ লওক,কৃত্ৰিম বান প্ৰতিৰোধৰ কাৰণে চৰকাৰে কি কৰিছে খবৰ লওঁক কৃষকৰ বাবে চৰকাৰে লোৱা আচনি বোৰ কৃষকে পাইচে নে নাই খবৰ লওঁক চাহ জনগোষ্ঠীৰ বিষয়ে খবৰ লওঁক চক্ৰ বিষয়াৰ অ’ফিচত যাওঁক ৰাইজক সোধক পৰিৱৰ্তনে কিমান দূৰ ঢুকি পাইছে৷কি এইবোৰ অযথা কথাত লাগি আছে ৷
    আজি বেছিদিনৰ ঘটনা নহয় কিছুদিনৰ আগৰ কথা এদিন মোৰ মাহীয়ে এই মন্দিৰটোৰ কথা কৈ থাকোতে ময়ো তুচ্ছ তাছিল্য কৰিছিলো বহুত বাধা দিছিল কিন্তু পাছ দিনাই ৰাতিপুৱাই মোৰ মা শুৱা ৰুমটোৰ দৰ্জাখনত এডাল সাপ মেৰিয়াই আছিল দৰ্জাখন খুলিব গ’লেই য’ত হাত দিয়া হয়৷প্ৰশ্ন হ’ল ইমান ঠাণ্ডাত সেই বস্তুটো আহিল ক’ৰ পৰা৷
    বাইক খন লৈ গৈ আছো লাহে লাহে হঠাৎ এজনী সৰু ছোৱালী বিয়া ঘৰৰ পৰা দৌৰি দৌৰি আহি মোৰ বাইকত খুন্দা মাৰিলে ভাগ্য ভাল যে মই একেবাৰে লাহে লাহে গৈ আছিলো মোৰ লাগিলে যি হয় হওঁক কিন্তু ছোৱালী জনীৰ একো নহ’ল শেষত এই কথাই কথা নহয় বুলি আমাৰ ঘৰৰ ওচৰৰ শিৱ বাবাৰ মন্দিৰত গৈ সেৱা ক্ষমা ভিক্ষা খুজিলোঁ চাকি বন্তি দি আৰু এই বুলি কথা দিলো যে যদি মোৰ কপালত বা ভাগ্যত আছে এদিন হ’লেও মই অগ্নিনাভ বাবাৰ মন্দিৰত গৈ বাবাৰ আগত চাকি এগছ জ্বলাম৷এই ঘটনাটোৰ পৰা এটা কথা জীৱনত শিকিলো আমি মানুহ ভুল বা বেয়া হ’ব পাৰোঁ কিন্তু ঈশ্বৰ বা নেদেখা জনৰ কেতিয়া ভূল নহয় আৰু তেওঁ শক্তি কাহিনিও দুৰ্বল হ’ব নোৱাৰেঁ৷তেওঁৰ নাম বেলেগ বেলেগ হ’ব পাৰে কিন্তু তেওঁ এজনেই৷
    নতুনকৈ মদৰ দোকান বোৰ খোলাত যদি মিডিয়াৰ আপত্তি বিতৰ্ক নাই তেনেহ’লে এটা মন্দিৰ খোলাক লৈ আপত্তি ক’ত৷
    যদি কিছুমান ব্যক্তিগত নাৰ্ছিঙহোমে ৰোগীৰ তেজ শুহি খোৱাত মিডিয়াৰ আপত্তি নাই তেনেহলে মন্দিৰ এটা স্থাপন হোৱাত আপত্তি ক’ত৷
    যদি কিছুমান ব্যক্তিগত বিদ্যালয়ে উচ্চ শিক্ষাৰ নাম ছাত্ৰছাত্ৰীৰ অভিভাৱকৰ তেজ শুহি খোৱাত মিডিয়াৰ আপত্তি নাই তেনেহলে মন্দিৰ এটাক লৈ ইমান অনৰ্থক প্ৰশ্ন কিয়৷
    এটা কথা মনত ৰাখিব আমি ধৰ্মক ৰক্ষা কৰিলে আমাক ধৰ্মই ৰক্ষা কৰিব অৰ্থাৎ ধৰ্ম থাকিলেহে আমি থাকিম আৰু প্ৰত্যেকটো ধৰ্মকেই আমি সন্মান কৰা উচিত৷
    শেষত বাইদেউজনীকো ক’ব বিচাৰিছো মৌনতাটো আচৰিত শক্তি আছে মৌনতা এটা শক্তিশালী ভাষা হয় মৌন হৈ থকা মানে দুৰ্বলতা নুবুজাই আপুনি সকলোকে যুক্তি তৰ্কৰে কেতিয়াও বলে নোৱাৰিব মনাব নোৱাৰিব যিমানে তাকে কৰিব যত্ন কৰিব সিমানেই আপুনি অযুক্তিকৰ বিতৰ্কত সোমাই গৈ থাকিব গতিকে মৌন হৈ ধৰ্য্যসহ বাবা আৰু ভক্তৰ শুশ্ৰুষাত লাগি থাকক৷যিমান পাৰি সিমান হোৱাটছআপ ইউনিভাৰ্চিটিৰ পৰা বিদ্যা লোৱা আৰু ফেক্টৰীৰ পৰা উৎপন্ন হোৱা আধুনিক মানৱ প্ৰডাক্ট সমূহৰ পৰা দূৰত্ব বজাই ৰাখক৷
    জয় অগ্নিনাভ বাবা৷

    • @SankarDeka58
      @SankarDeka58 5 місяців тому +6

      থিকে কৈছে আপুনি ❤❤❤🎉🎉🎉

    • @pahidas34859
      @pahidas34859 5 місяців тому +1

      Hoi dai

    • @sarbeswargogoi2781
      @sarbeswargogoi2781 5 місяців тому +4

      এনে ধৰণৰ বাতৰি পৰিবেশন কৰি সাধাৰণতে হোজা,সহজ সৰল মানুহক আৰু অলপ অন্ধ কাৰৰ ফালেহে লৈ যাব পাৰে। আমাৰ সমাজত এক চাম লোকে সেইটোৱেই বিছাৰে।

    • @bonditaboruah-zr8kj
      @bonditaboruah-zr8kj 5 місяців тому +2

      Akdom right

    • @karabidas72
      @karabidas72 5 місяців тому +2

      Dukh lagise Baideo loi🥲

  • @surensarmah541
    @surensarmah541 5 місяців тому +61

    মানুহ গৰাকীয়ে কিন্তু কাকো মন্দিৰ ভাগলৈ মাতি নিয়া নাই। সকলোৰে মুখত শুনি মইও সপৰিয়ালে গোলাঘাটৰ পৰা গৈ বাবাৰ দৰ্শন কৰি আহিলো,জনসমুদৰ বাবে অৱশ্যে শিখা বাইদেউক লগ কৰি নিৰ্মালি ভাগ গ্ৰহণ কৰিব নোৱাৰি বেয়া লাগিল। কোনোবাই তালৈ নাযায়, নামানে তাত আমাৰ কবলৈ একো নাই, কিন্তু মানুহগৰাকীক এনেদৰে আক্ৰমন কৰাটো দুৰ্ভাগ্যজনক। বিশ্বাসে মিলয় হৰি, ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ হওক লগতে মহিলা গৰাকীকো আক্ৰমন নকৰিবলৈ আপোনাসবক কৰযোৰে অনুৰোধ জনালোঁ। এইগৰাকী শিখা বাইদেউ মোৰ না আগৰ চিনাকী না আজিৰ, কেৱলমাত্ৰ ভক্ত হিচাপে হে এই মন্তব্য ৰাখি আপোনালোকলৈ অনুৰোধ।

  • @rekhaborah9066
    @rekhaborah9066 5 місяців тому +21

    জয় অগ্নিনাভ বাবা 🙏🪔🌼🔱🕉️ বিতৰ্ক হ'ব নালাগে বাবাক লৈ।🙏

  • @priyankipriyagogoi6878
    @priyankipriyagogoi6878 5 місяців тому +24

    জয় অগ্নিনাভ বাবা কৃপা কৰিবা আশাবোৰ পূৰকৰিবা🙏🙏🙏 আৰু শিখা বা তোমি তোমাৰ কাম কৰি যোৱা যিজনে তোমাক ইমান মনোকষ্ট দিছে তেওঁক বাবাই ছাব।

  • @anjaliborah753
    @anjaliborah753 5 місяців тому +4

    জয় অগ্নিনাভ বাবা প্ৰাৰ্থনা কৰিছো ডাঙৰ বাবা ৰ চাকৰি হৈ গল আশীৰ্বাদ কৰিব 🙏🙏🙏

  • @BeautiRakhi
    @BeautiRakhi 5 місяців тому +7

    অগ্নিনাভ মন্দিৰ ভাগ বহুত জাগ্ৰত, তাত প্ৰভু বাবা ভোলানাথ বহুত জাগ্ৰত অৱস্থাত থকা যেন অনুমান হয়। মন্দিৰ ভাগ কোনো কাৰণতে অবিশ্বাস কৰিব নোৱাৰো। শাওঁণ মাহত মন্দিৰ ভাগলৈ গৈছিলোঁ। শৰাই দিয়া নিদিয়া বুলি নহয় প্ৰসাদ সকলোকে দিছিল, আমি শৰাই দিয়া নাছিলোঁ অৰিহনা নিজৰ ইচ্ছা মতে দিছিলোঁ তাত বাধ্যতা নাছিল যে এইখিনি দিবই লাগিব। বাকি কথা ক'বলৈ নাযাওঁ সেই ভাগ শিখা বাইদেউৰ ব্যক্তিগত মন্দিৰ তালৈ কাকো মাতি নিয়া নাই আমি নিজেই গৈছোঁ। Har Har Mahadev🙏🙏❤️Jai Baba Agninav🙏🙏❤️

  • @bharatibarkataki7592
    @bharatibarkataki7592 5 місяців тому +22

    অসমত গলিয়ে গলিয়ে হোৱা মদৰ দোকান কেইখন বন্ধ কৰাত যদি সেইসকল কলঙ্কই আগভাগ লৈ বন্ধ কৰি দেখুৱালে হয় তেতিয়া বহুত পৰিয়ালৰ আশীৰ্বাদ পালেহেঁতেন ৷ অসমত কিমান দুৰ্নীতি চলি থাকে সেইবোৰত মাত মাতিবলৈ সৎ সাহস নাই সেই মানুহ ৰূপী কলঙ্ক সকলৰ ৷ আনৰ ব্যক্তিগত মন্দিৰত লাগিছেগৈ ৷ বাবাৰ ওচৰত কোনোবাই সেৱা ল’ব যায় তেওঁলোককো অন্ধ ভক্ত অশিক্ষিত বুলি চিঞৰ বাখৰ ৷ কথাতেই কয় নহয় অল্প বিদ্যা ভয়ঙ্কৰী ৷

  • @asaduddinowaisi_gharwapsi
    @asaduddinowaisi_gharwapsi 5 місяців тому +11

    যি সকলে সনাতন ধৰ্মত আঘাত কৰাৰ চেষ্টা চলাইছে ভগৱানে অতি সোনকালে তেনে লোকক বিচাৰ কৰিব।
    মন্দিৰত দান আমি ভগৱানক নিদিওঁ ভগৱানৰ টকাৰ কোনো দৰকাৰ ও অভাৱ নাই। মন্দিৰত দান দিওঁ তেনেহেন লোকৰ কাৰণে যি এই ধৰ্মৰ আস্থা, ৰীতি নীতি সেই মন্দিৰত জীয়াই ৰাখিছে।
    মছজিদ যোৱা বোৰে ইয়াত কোনো শুংসূত্ৰ নাপাব।

  • @air33-ias53
    @air33-ias53 5 місяців тому +24

    এটা কথা মানুহে মানুহৰ পৰা সকলো লুকুৱাব পাৰে। কিন্তু এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী জনৰ পৰা জানো পাৰিব? গতিকে মানুহলৈ নহয় জগতৰ ঈশ্বৰলৈ হে ভয় খোৱা উচ্চিত আমি। 🙏

  • @girirajgogoi5460
    @girirajgogoi5460 5 місяців тому +5

    অলপ গীতা , নহলে শিৱ পূৰাণ বা যিকোনো এভাগ সিন্ধু ধৰ্ম ৰ পুথি ভালকৈ পঢ়ক, তেতিয়া সকলোৱে গম পাব যে ভগৱান কোন আৰু ভক্তি কি আৰু মহা পাপ বোৰ কি কি, এটা মহাপাপ ৰ ভিতৰতে কিন্তু আমিও কৰি আছোঁ, আৰু এওঁ ৰ কথাটো কব এ নিবিচাৰোঁ, কিমান যে বেয়া এটা দিন আহিলে, নিজৰ বুকুৰ মাজতে থকা ভাল ,দয়ালু , পৰাউপকাৰি, হৃদই খনতেই যে ভগৱান আছে আমি বুজিবলৈ কে নিবিচাৰোঁ, বুজাই কথাষাৰ নিশ্চয় বুজিব, ধন্যবাদ 🙏🙏🙏🙏

  • @kabitadolakasharia7152
    @kabitadolakasharia7152 5 місяців тому +4

    বাবা তুমি ভালে থাকিব ভালে ৰাখিব আপুনি সচাটো বিচাৰ কৰক ❤ আই আপুনি আপোনাৰ কাম কৰি যাওক ❤ জয় বাবা আগ্নিনাভ 🕉️🧿🌺💟💌🔱🪔

  • @seemaranisarmah1751
    @seemaranisarmah1751 5 місяців тому +4

    জয় অগ্নিনাভ বাব । বাইদেউ আপুনি নিজ কৰ্ম কৰি যাওঁক। মূল কথাটো হল চাকি, শৰাই ৰ ধায্য কৰা ফলক সমূহ আঁতৰাই পেলাওক। ভক্তই যি আৰিহনাই চাকি ,শৰাই ৰ বাৱত আগবহাই তাকে গ্ৰহন কৰে যেন। ৰাইজে নখ জোকাৰিলে নখ বৈ এই ফকৰা যোজনা ফাকি স্কুলত পঢ়ি আহিছোঁ। সকলো ভক্তৰ সাক্ষাত দৰ্শন কৰাৰ ইচ্ছা থাকে কিন্তু সকলোৰে ধায্য কৰা মূল্য দিয়াৰ সামৰ্থ নাথাকে। বিতকলৈ আহিলে ভাল নালাগে। ভগবানৰ প্ৰতি থকা ভক্তিত বিতৰ্ক ভাল নালাগে।

  • @sakuntaladevi2075
    @sakuntaladevi2075 5 місяців тому +13

    জয় বাবা অগ্নি নাভ জয় বাবা মুক্তি নাথ কৃপা কৰিবা প্ৰভু 🙏🙏🕉️🙏🙏🙏

  • @udiptakhanikar9168
    @udiptakhanikar9168 5 місяців тому +12

    কোনোবাই অৰিহনা নিদিয়ে নাই , বিশ্বাস নকৰে নাই, আঁতৰি থাককনা মিছাকৈ কিয় কুকুৰৰ দৰে ভুকি থাকিব লাগে । বাইদেৱে বাৰীৰ চুকত পাতিলোৱা মন্দিৰ ভাগলৈ আপোনালোকক কাহানিও আহিবলৈ কোৱা নাছিল। ইয়াত মানুহৰ বিশ্বাস আৰু আস্থাৰহে প্ৰতিফলন ঘটিছে।যি সকল নাযায় নাই আনক এনেদৰে বিভ্ৰান্তিৰ সৃষ্টি কৰা উচিত নহয়। সেয়েহে কয় আমাৰ অসমীয়া মানুহৰ বেলেগ শত্ৰু নাই । নিজেই নিজৰ শত্ৰু🤭

  • @diptidevi4055
    @diptidevi4055 5 місяців тому +9

    সস্তীয়া জনপ্ৰিয়তা বাবে এইবোৰে যিকোনো কাম কৰিব পাৰে।

  • @rafikulali4396
    @rafikulali4396 5 місяців тому +23

    মন্দিৰৰ মালিক থাকে নেকি,,,এনে লাগিছে যেন মন্দিৰ টোৰ মালিক,,,,যদি সন্দেহ আছে দান বৰঙণি নিদিলে হ'ল,,,ভগৱানে টো কেতিয়াও দান বৰঙণি বিছৰা নাই,,,সততাৰ লগত সদায় ভগৱান থাকে,,,,

    • @raunakabbas6183
      @raunakabbas6183 5 місяців тому +2

      😂 protikhn mandıror malik thake apuni kör dunia t aşe? Bisonat hui hui 😂 bahirar jogotor kahini eku e nejane apuni Sbote😂 teneka ase sboke dhorok akol agninav ok loi e bitorko kio?😂

    • @rafikulali4396
      @rafikulali4396 5 місяців тому

      @@raunakabbas6183
      মন্দিৰৰ মালিক নাথাকে,,, মন্দিৰৰ মালিক এটাই ভগৱান,,,,, মন্দিৰৰ এখন পৰিচালনা সমিতি থাকে,,,,
      মই মন্দিৰৰ লগত ওতঃপ্ৰোত ভাবে জড়িত,, মই শুই আছো নে তুমি শুই আছা,,জনগনে কব

    • @jaansaikia9308
      @jaansaikia9308 5 місяців тому +1

      Aito privatee mandir najane neki..atiyaa Raij jai badhaa kenekee dibo

    • @rashmirekhadevi80
      @rashmirekhadevi80 5 місяців тому

      Apuni mohan krishna he aww🙏😂

    • @rafikulali4396
      @rafikulali4396 5 місяців тому

      @@jaansaikia9308
      কি হে ভগৱান প্ৰাইভেট মন্দিৰত থাকে,,,
      মাটিৰ মালিক হে থাকে,,,,অ নিজা ঘৰ বনাই ভগৱানক কেইদ কৰি ৰাখিছে,,,, এতিয়া ৰাইজে ভগৱান ৰ আৰধনা কৰিব নোৱাৰে,, আৰধনা কৰিব লৈ মালিক জনৰ অনুমতি লাগিব,,কি কলা হে ভাই

  • @jayamoniborah3928
    @jayamoniborah3928 5 місяців тому +16

    Baideu apuni hudho kotha koise..apuni hodai hoitot thakok..june aibur krise. Vogobane adin holeu eyar bisa kribo..Jai Agninav Baba r Jai🙏🙏

  • @mondirachutia5925
    @mondirachutia5925 5 місяців тому +9

    জয় অগ্নিনাভ শিৱ বাবা 🙏🙏🙏

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 5 місяців тому +11

    এজন পুৰোহিতক সেৱা কৰিলে যি অৰিহণা দিয়া হয় সেয়া পুৰোহিত জনৰ নিজা উপাৰ্জন তাত কাৰো মাত মাতিব নোৱাৰে যি ভক্তই বেয়া মন্তব্য কৰিছে বাবাই সেই মানুহক বেচি দিন এই পৃথিৱীত জীয়াই নাৰাখে

  • @bikramkakati9067
    @bikramkakati9067 5 місяців тому +5

    জয় অগ্নিনাভ বাবা 🙏🙏🙏

  • @prasantagoswami1477
    @prasantagoswami1477 5 місяців тому +1

    যেয়ে যি কয় কৈ থাকক। যিবুজে তেও বুজিবই আৰু যিয়ে নুবুজে তেওক বুজাবলৈ যোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা একেই। যাৰ মন মুখ একে তেওহে প্ৰকৃত' ভক্ত। আত্মসৰ্মপন কৰাজনেহে ভগৱানৰ দৰ্শন পায়। আপুনি প্ৰকৃত ভক্ত, সেই গতিকে আপোনাৰ চোতালত ইমানবোৰ ভক্তৰ সমাগম । আপুনি নিজে নাখাই -ন'বই ৫/৬ ঘণ্টা আনৰ কাৰণে উপাসনা কৰে। নেদেখিলে বিশ্বাস নোহোৱাতো একো অস্বাভাবিকো নহয়। কিবা ফল পাইছে, সেইকাৰণেহে ভক্তৰ সোতবৈছে। এইবোৰ ৰ্চচ্ছা চলি থাকিব।এইবোৰলৈ মন দিলে আপোনাৰ আচল কামত বিঘিনি আহিব। আপোনাৰ কাম আপুনি কৰি যাওক। জয় গুৰু🙏জয় বাবা🙏 (মই আপোনালোকৰ লগত কথা পাতিব পৰাহ'লে ভাল আছিলে) যিমান যি সমস্যৰ সৃষ্টি হয় সকলো ওচৰৰ মানুহৰ পৰাই হয়। দূৰৈৰ মণ্ডৰলৈ ভক্তি বেছি হয়।

  • @udoydutta5299
    @udoydutta5299 5 місяців тому +1

    আচলতে বাবাক লৈ যি সকলে বিতৰ্ক কৰি আছে সেইসকল আচলতে কলিযুগৰ দুৰাচাৰী, অসূৰ,পাপীষ্ঠ।। Om namah shiva

  • @manjuranidevi7964
    @manjuranidevi7964 5 місяців тому +7

    জয় বাবা অগ্নিনাভ🙏🙏🙏

  • @jintumonikalita7229
    @jintumonikalita7229 5 місяців тому +5

    Agninav baba tumk bhut bissakh kru prvu..aji tumar karone moi mur kulat ata khontan paisu...tumi bisar kra baba june emn bea ke koise...tumi jagroto hua baba....bhgnr uprt kunu nai🙏🙏🙏amar jetia bipad ahe jetia kunu fale amae rasta nthake..tetia ami bhgnk matu aru tetia hhgbne kunuba fale di holew amak khohai kore...baba tumi promn dexuai dia...jai shree agninav sibo baba 🙏🙏🙏 mur bhut khng uthe agninav babak kunubai kiba kole moi bhut ksto paw...katon babat krpat moi aji maa hbo parisu...jimn dr dexuai u moi khofol hbo para nasilu

  • @shyamalhazarika4570
    @shyamalhazarika4570 5 місяців тому +7

    Jai Baba Agninav ❤❤❤axa ase 1din moi u jam axirbad lom baba r🙏🙇🙏🙇🙏🙇

  • @kapilbayan8408
    @kapilbayan8408 5 місяців тому +61

    জয় অগ্নিনাভ বাবা❤️🕉️

    • @user-sk2qe4ec9s
      @user-sk2qe4ec9s 5 місяців тому +3

      Agninabh namor kunu babae nai . Moye moye. Ohm nomoh sivai. Buli kouk.

    • @kapilbayan8408
      @kapilbayan8408 5 місяців тому

      @@user-sk2qe4ec9s হেমকোষখনত চাই লব ভালদৰে অগ্নিনাভ শিৱৰ আন এটা নাম..নজনাকৈ একো উত্তৰ নিদিব ।।

    • @tankeswarbhuyan370
      @tankeswarbhuyan370 5 місяців тому

      Sika Ba apuni sinta nkariba

  • @mainiburagohain8275
    @mainiburagohain8275 5 місяців тому +2

    জয় অগ্নিনাভ বাবা❤❤❤❤❤

  • @debamahanta3416
    @debamahanta3416 5 місяців тому +5

    জয় বাবা বাইদেউ ভগবান আছে ইমানতে সামৰণি মাৰক বাবা ওপৰত বিতৰ্ক নকৰিব

  • @mondirachutia5925
    @mondirachutia5925 5 місяців тому +6

    ভগৱানক জানো বিতৰ্কৰ কৰে,মানুহ বোৰ কিবা হল

  • @bikramkakati9067
    @bikramkakati9067 5 місяців тому +3

    জি জন মানুহে বাবাৰ মন্দিৰত মূতিম বুলি কৈছে সি সূনকালতে মৰিব🙏🙏🙏

  • @UrekhaSaikia
    @UrekhaSaikia 5 місяців тому +8

    জয় অগ্নি নাভ বাবা। শিখা বৰমা ❤ আপোনাৰ মাত খাৰ শুনিলে মোৰ আমনি নালাগে,🙏

  • @Rexxxxxxx55
    @Rexxxxxxx55 5 місяців тому +1

    জয় বাবা অগ্নিনাভ 🛐
    হৰ হৰ মহাদেৱ 💟

  • @himadrisonowal4017
    @himadrisonowal4017 5 місяців тому +7

    মানুহগৰাকীক কিয় ইমান অশান্তি কৰি আছে বেয়া লাগিছে।মই তেওৰ ভিডিঅ বহুত আগৰ পৰাই চাই আহিছো।তেওলোক আগৰ পৰাই সম্ভ্ৰান্তু আৰু ধনী মানুহ হয়।অকমান শান্তি দিয়ক শিখা খুড়ীক সকলোলৈকে অনুৰোধ কৰিছো🙏

    • @udeshnadewraja7370
      @udeshnadewraja7370 5 місяців тому +1

      Xosa kotha.. Manuh joni agor porae val lage mur

  • @user-cg2uq6fb1y
    @user-cg2uq6fb1y 5 місяців тому +4

    Kripa koriba baba

  • @bharatibarkataki7592
    @bharatibarkataki7592 5 місяців тому +5

    হয় সেইসকল সচাঁই কলঙ্ক ৷ এগৰাকীয়ে আকৌ আনৰ শব্দ কেইটামান নকল কৰি কৰি যি গাৰ জোৰেৰে ভক্তসকলক অশিক্ষিত অশিক্ষিত বুলি কৈ থাকে , ৰাম ৰাম তেওঁৰ সমান বিদগ্ধ পণ্ডিতনী , জ্ঞানী মানুহ অসমতেই নাই বুলি ভাৱে ৷ জয় অগ্নিনাভ বাবা , ওঁম নমঃ শিবায় ৷

    • @trishnaborgohain9128
      @trishnaborgohain9128 5 місяців тому +1

      সেই গৰাকী কল্পনা ৰাজবংশী। পাখী ৰাজবংশীৰ শাহুমাক। তেওঁৰ নিজা জ্ঞান বুলিবলৈ একোৱেই নাই। টকাৰ অহংকাৰে ভৰি আছে। আনৰ পৰা দেখি নিজে নোযোৱাকৈ ধাৰণা কৰি বিৰ্তক কৰি আছে।

    • @bharatibarkataki7592
      @bharatibarkataki7592 5 місяців тому +1

      @@trishnaborgohain9128 হয় , সচাঁকৈ ইমান অহঙ্কাৰী ৷ চিকাই বৰচাং পালে যে ৷

    • @bharatibarkataki7592
      @bharatibarkataki7592 5 місяців тому +1

      @@trishnaborgohain9128 হয় , সচাঁকৈ ইমান অহঙ্কাৰী ৷ চিকাই বৰচাং পালে যে ৷

    • @bharatibarkataki7592
      @bharatibarkataki7592 5 місяців тому +1

      ​@@trishnaborgohain9128 হয়, সচাঁকৈ ইমান অহঙ্কাৰী ৷ চিকাই বৰচাং পালে যে ৷

  • @luhitkumarbora809
    @luhitkumarbora809 5 місяців тому +6

    I believe in physical devotion,but I have faith on Shiva Baba.All devotees have their own opinion.

  • @UtpolSonowal-ir2im
    @UtpolSonowal-ir2im 5 місяців тому +3

    Joy Ogninav baba 🙏🙏🙏 kripa kork provu

  • @rajibbora1813
    @rajibbora1813 5 місяців тому +2

    জয় অগ্নিনাভ মহাদেৱ

  • @ranjugogoi419
    @ranjugogoi419 5 місяців тому

    সকলো মহিলা একেই অথচ এওঁ যে ইমান ভক্তি অন্য মহিলাই কিয় তেনেকুৱা ভগৱানৰ প্ৰতি এনে মনোভাৱ দেখাব নোৱাৰে আৰু আজি কালি মহিলাৰ ৰূপে বেলগ বহুতেই বেচ্ছা । ধন্যবাদ থাকিল তোমালৈ 💅💅💅💅👍💅💅💅👍💅👍💅💅👍💅👍💅

  • @DibyajyotiNath-yu9wh
    @DibyajyotiNath-yu9wh 5 місяців тому +6

    Jay Bhole Nath🙏🙏🙏🙏

  • @user-kt2mg4lr5t
    @user-kt2mg4lr5t 5 місяців тому +1

    ভগৱান সকলোতে বিৰাজমান , অগনিনাভ মন্দিৰ ৰ ভক্ত ক লৈ ইমান সমোলচনা কৰা বেয়া ।

  • @EnajoriMultimedia
    @EnajoriMultimedia 5 місяців тому +15

    জয় অগ্নিনাভ বাবা 🙏

  • @LipikaHazarika-cf6sv
    @LipikaHazarika-cf6sv 5 місяців тому +8

    Jai agninab Baba 💕

  • @himankhiborgohain
    @himankhiborgohain 5 місяців тому

    jiye namane namanile hl kio mne imn oxanti di ase mnhu jnik
    kimn mnhu r dukhor jibon xukhor kori dile kimn hokti ase agninabh baba r ❤️🧿🔱
    jiye enekoi teu r kotha misa koi koi asa saba baba e tumalukor ki dokha koribo
    jai agninabh baba ❤️🥺

  • @rajibyein3212
    @rajibyein3212 5 місяців тому +2

    Jai Shree Agninav Baba.

  • @nilakhisonowal5032
    @nilakhisonowal5032 5 місяців тому +3

    Jai Agninav baba 🙏🙏

  • @jantihira9356
    @jantihira9356 5 місяців тому

    এই খন কলিৰ জগত...কলিত ভগৱান ভক্ত পোৱা টো টান..কলিয়ে কৈছে ..মদ/মাঙস/ খাই ফুৰা বোৰ ভগৱান ভক্ত হ'ব নোৱাৰে.. সেই বোৰক... মই কলিয়ে পাম.. এতিয়া কলিয়ে পাইছে.. কোনোবাই মন্দিৰ নামত গৈ দান বৰঙণি দিছে..মোনে যেনেকে খাই.. দুদিন দেৰি হ'লেও ভগৱানে বমি কৰাই দিয়ে.. গতিকে সেই বোৰ অযথা কথাত এগৰাকী মানুহক টাগেট লোৱাক লৈ গম পাইছোঁ প্ৰায় একচাম মানুহ বহুত লুভীয়া হৈছে তাৰ ফলস্বৰূপ প্ৰকাশ পাইছে চেনেলৰ পৰা ধৰি একাধিক মানুহ।

  • @bonditachetia1708
    @bonditachetia1708 5 місяців тому +7

    Jay agninav baba

  • @daisykalita2666
    @daisykalita2666 5 місяців тому +1

    Sikha baidew apuni right kotha koise ,Jai Aggni nnav Baba ,🪔🙏🌹,Apuni Apunar kam kori jawk ,karu kotha nuxunibo

  • @user-qn9jo9we5o
    @user-qn9jo9we5o 5 місяців тому +1

    অগ্নিনাভ বাবা জয় হওক ,

  • @SanjayDas-fb1in
    @SanjayDas-fb1in 5 місяців тому +1

    Baa aponar kosta dakhi mor bor dhukh lagise...jay agninav baba

  • @BORGOSS4473
    @BORGOSS4473 5 місяців тому

    Har har mohadev ❤❤❤.... positily mon ata loi puja korile hokolu paba... negative mon ata loi puja korile aaku dal napabaa..... jai shiv mohakal.

  • @user-ui7xj7lk3q
    @user-ui7xj7lk3q 5 місяців тому +1

    জয় বাবা অগ্নিনাভ

  • @himendraphukan9844
    @himendraphukan9844 5 місяців тому +2

    Jai agninav baba 🕉️🕉️🔱🔱🙏🙏🙏

  • @user-cr2ht4lv7x
    @user-cr2ht4lv7x 5 місяців тому +2

    Jay Agninav baba 🙏🙏🙏

  • @pulinsharma8826
    @pulinsharma8826 5 місяців тому +3

    ভক্তপ্ৰাণ ৰাইজে মন্দি ৰ ভাগলৈ যায় নিজ ইচ্ছাৰে টকা পইচা দিয়ে তাত চকু চৰহা সকলে মানুহ গৰাকীক হাৰাশাস্তি কৰিছে কিয়। মন্দিৰ ভাগত ভক্তপ্ৰাণ ৰাইজে পুজা অৰ্চনা কৰে, সেৱা লয় তাত পেচাব কৰিবলৈ অধিকাৰ কত পালে। আজি কোনোবাই বেয়া পালেও বাক স্বাধীনতা কোনে কাৰ ভঙ্গ কৰিব পাৰে।

  • @kalyanivlogs4920
    @kalyanivlogs4920 5 місяців тому +3

    মোৰ cancerহোৱা লৰা বাবাই ভাল কৰিলে বাবাৰ মনত দুখ নিদিব

  • @barshinavlogs
    @barshinavlogs 5 місяців тому +1

    জয় অগ্নিনাভ বাবা🙏🙏🙏

  • @BinitaBoro-hv4wn
    @BinitaBoro-hv4wn 5 місяців тому +1

    Amar arhoi mahor lora ata ase, tak jen babai khusto kori rakhe

  • @PurabiDas-lx2dk
    @PurabiDas-lx2dk 5 місяців тому +2

    Jai agninav baba ❤

  • @pallabdas7975
    @pallabdas7975 5 місяців тому +2

    Jai Agninav Baba🙏🙏🙏

  • @babuldas4341
    @babuldas4341 5 місяців тому +2

    বিতৰ্ক কৰা ভাল নে, এই হল আমাৰ মানো । ভগৱানে বিচাৰ কৰিব

  • @pabitradeka7724
    @pabitradeka7724 5 місяців тому +3

    Har har mahadev 🕉️🕉️🕉️🕉️🚩🌺🙏🙏🙏

  • @krishnavlogs1006
    @krishnavlogs1006 5 місяців тому +1

    Baba 🙏🙏

  • @akshaychetia8448
    @akshaychetia8448 5 місяців тому +1

    এই youtube ৰ বিলাকে নিজৰ viewers বঢ়াবৰ কাৰণে বহুত তললৈ নামিব পাৰে l অগ্নীনাভ বাবাৰ মন্দিৰলৈ গৈ বহুতে ফল লাভ কৰিছে l তাৰ বাবে কোনোবাই মুক্ত হাতে দান কৰিছে তাৰ বাবে কোনোবাই জ্বলি মৰিছে চাগে l

  • @dipjyotibasumatary493
    @dipjyotibasumatary493 5 місяців тому +1

    Jai agninav baba ki jay . Baidyu apuni apunar kam kori takok baylygor kotha huni lav nai .anyo ajir manuhor manobota hayrai gol kynykoi manuhok bipodot pylabo paru haituhy bisari thaky .anyo anor unoti aru anok dykibo nowary kam nai. apuni nijor kam kori jaok sinta kori lav nai .joi agninav baba moio goi asu tumar soronot adin dhoribo ❤❤❤❤ manuhor taty anay vir howa nai .fol powa baby aru bisak kora baby hy taty goisy .jar bisak nai goi lav nai aru any abul tabul boki lav nai val nalagy

  • @pranitakonwar1413
    @pranitakonwar1413 5 місяців тому +2

    🙏🙏🙏

  • @arupkunwar3601
    @arupkunwar3601 5 місяців тому +5

    বাইদেউ আপুনি ভয় নকৰিব । আমি আছো আপোনৰ লগত ।

  • @rumidevi3382
    @rumidevi3382 5 місяців тому +2

    Joi agninav baba

  • @dipanwita8774
    @dipanwita8774 5 місяців тому +2

    Joy baba Agninav 🙏🙏🙏

  • @kosarisuwalisikha4711
    @kosarisuwalisikha4711 5 місяців тому +1

    Joi agninav baba 🙏🙏

  • @senapatianjali4815
    @senapatianjali4815 5 місяців тому +1

    মানুহ বোৰ দেখুন নিজেই যায় তেখেতে মাতি আনেজানো যিসকলৰ মনত ভক্তি ভাৱ আছে তেওঁ লোকেটো নিজে যায় বুলি মই ভাৱো।

  • @user-cc8lo4cl2l
    @user-cc8lo4cl2l 5 місяців тому

    জয় অগ্নিনাভ বাবা কৃপা কৰিবা

  • @user-fg4wl7jd6p
    @user-fg4wl7jd6p 5 місяців тому +2

    Om namah shivay 🙏🙏🙏🙏

  • @trishnahandique4438
    @trishnahandique4438 5 місяців тому +1

    Jai agninav baba 🙏🙏🙏.... Manuh gorakik emn okhanti kio di ase.... Mondir vagor le jabo mn nai najabo... Baideu goraki a mti mti ana nai nhoi...

  • @sangitadeka6493
    @sangitadeka6493 5 місяців тому +1

    Joi agninav baba❤

  • @user-mk5rs7mz2w
    @user-mk5rs7mz2w 5 місяців тому +1

    Joi Baba agninav 🌺🌹🌹

  • @devinath6400
    @devinath6400 5 місяців тому +1

    Jai baba agninav 🙏🙏🙏🔱🪔🌼🌺🌼

  • @basisthaacharya6590
    @basisthaacharya6590 5 місяців тому +4

    কেইজনমান চকু চৰহাৰ অভব্য কমেন্টৰ ফলত এটা ধৰ্মানুষ্ঠানত আঘাত হৈছে। কোনো ধৰ্মৰ প্ৰতি আস্থা আৰু বিশ্বাস থকা ভক্ত‌ই এনেধৰণৰ কুৎসা প্ৰচাৰ কৰিব নোৱাৰে। যিয়ে কৰিছে তেওঁৰ ধৰ্মৰ প্ৰতি শ্ৰদ্ধা নাই বুলি ভাবোঁ।

  • @dhrubadutta8717
    @dhrubadutta8717 5 місяців тому +1

    Joi Baba Agninav

  • @anamikasahu5960
    @anamikasahu5960 5 місяців тому

    জয় বাবা অগ্নিনাভ।

  • @user-de5rm6ey6j
    @user-de5rm6ey6j 5 місяців тому

    জয় অগ্নি নাভ বাব মনৰ আশা পূৰণ কৰিবা

  • @rabindraboro675
    @rabindraboro675 5 місяців тому +1

    Har Har mahadev ❤❤❤

  • @kalpanarabha5403
    @kalpanarabha5403 5 місяців тому +1

    Right

  • @Utpal_bora_123
    @Utpal_bora_123 5 місяців тому +1

    জয় অগ্নি নাভ বাবা

  • @BhaskarKalita-oj3wd
    @BhaskarKalita-oj3wd 5 місяців тому

    Baba ase nohoi hokolu thik hoi jabo..... Apuni sinta nokribo... Apunar kamm apuni Kori jaouk...... Jai agniav baba

  • @tankeswarBhuyan-ls1hh
    @tankeswarBhuyan-ls1hh 5 місяців тому +2

    Jay agninab baba

  • @moonsagarbarman3617
    @moonsagarbarman3617 5 місяців тому +1

    Jai baba Agninav 🙏, baba namot sadai agosi saki jolao , Mahadev oparot sadai bisakh ase mor monor asha baba puran koribo, aru sikha baai kako jor kori mota nai kunobai kiba bisakh kori goise tat eman kihar eman bitark, manuhe ji dise tak teu loise kako jor kora nai, bhagwanr namot eman kio bitarka ,

  • @jahangirmondal3354
    @jahangirmondal3354 5 місяців тому +8

    Religion was introduced to follow the life in a systemic way but now it seems different

  • @user-cw7ff4do4u
    @user-cw7ff4do4u 5 місяців тому +1

    moi agninav mandir goisu ghrtu dekhisu tekhetor ghrtu dekhilei dhoribo pari j tekhet purona dhoni manuh ac aji kli kar ghrt nu natha k napai dei ene k manuh jnik kosto dibo manuh goraki bhut nika monor manuh ❤

  • @borshaborah2331
    @borshaborah2331 5 місяців тому

    শিখা বা যোনে যিভাবে ভাবিব দিযক বাবাৰ আশিশ লৈ আগবাঢ়ি যাওক আমাকো আশীৰ্বাদ দিযক

  • @anuradhadohutia2808
    @anuradhadohutia2808 5 місяців тому +1

    Sikha baideu a thikei koise..jun a ai bitarkor sristi krise jun a babar logote babar vokto hokolok opoman krise tar bisar babai koriboi lagibo..sikha baideu a monot emn aghat paise ame babar vokto hoi emn aghat paisu eyar bisar hbo...kalpana ne ki heijoni tar din bealoi ahise heikarone emn uporoloi uthise..jai agninav baba tumar uporot amr bisakh ase baba

  • @user-mk5rs7mz2w
    @user-mk5rs7mz2w 5 місяців тому +2

    🌺 Joi 🌹 Baba 🌹 agninav 🌺🌹🌹

  • @bububania9764
    @bububania9764 5 місяців тому +2

    Jai agnivab baba

  • @Tinkudeka12
    @Tinkudeka12 5 місяців тому +1

    Jai agninav baba🙏🙏

  • @User-hp7ev9dr5n
    @User-hp7ev9dr5n 5 місяців тому +2

    Mondiroloi gole kiba eta orpon koriboli hokolure aha thake aru hei onuhori die ata asah thake je val hobo moiu bisah koru ajiloke vle soli ahisu teur kripat mondirot horai diyar logot muilyo diya hoi ee gotike tekhete mati kine gari kine beleg kamot bebohar kore kio lgi ase baru heitu teur byoktigoto kotha aru mondir tut aishorik hokti ase babetu iman manuhor agomon hoi ase baidew joniee nije mati ona nai moiu jam buli aha kori asu oti hunkale jamm

  • @hemantahaloi9968
    @hemantahaloi9968 5 місяців тому +1

    jay baba agninv baba

  • @ritachutiasaikia468
    @ritachutiasaikia468 5 місяців тому +2

    Babai hakalu bisar kariba. Joy Agninav Baba.

  • @deepaliphukan9022
    @deepaliphukan9022 5 місяців тому

    Imaan je pisot piribo nalage...❤