Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 2997|| 20.06.2024 ||

Поділитися
Вставка
  • Опубліковано 16 жов 2024
  • BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
    Facebook: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo

КОМЕНТАРІ • 465

  • @UtpalBuragohain-j1r
    @UtpalBuragohain-j1r 3 місяці тому +80

    আজিৰ খন্দতু চাই বহুত ভাল লাগিল । সচাঁকৈ ৰাভা দেবৰ আদৰ্শ আমি সকলোৱে জিয়াই ৰাখিব লাগে । হে স্বৰ্গময় ৰাভা এই কলুসিত অসমত পোনৰ জনম লৈ মৃত্ৰুমূখী অসমীয়াক তোমাৰ আদৰ্শৰে জিপাল কৰি তোলা । নহলে বৰ মোৱা সকলে ৰাজনিতিৰ চাকনৈয়াত আখনৰ লালসাত দেশ.জাতি.মাতি আৰু ভাষা সকলো শেষ কৰিব এতিয়া । লগন....উকলি.....গল..........!!

  • @sumongogoi1138
    @sumongogoi1138 3 місяці тому +27

    সঁচাকৈ মানুহ জনৰ কথাখিনিয়ে যেন হৃদয়ৰ কোনোবা খিনিত চুই গৈছে। কলাগুৰু বিষ্ণু ৰাভা দেৱ লৈ সহশ্ৰ প্ৰনাম জনাইছোঁ ।। 🪔🌼

  • @RekhamoniBora-ec2mn
    @RekhamoniBora-ec2mn 3 місяці тому +16

    কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভালৈ অশেষ ধন্যবাদ ❤❤❤❤❤

  • @dipankarlahanlahan5441
    @dipankarlahanlahan5441 3 місяці тому +56

    তৰা বাই বৰ ধুনীয়া গান গায়,,সিং ছাৰেও ধুনীয়া গায়।

  • @RatnaChangmai-y9q
    @RatnaChangmai-y9q 3 місяці тому +171

    ৩০০০ হাজাৰ খণ্ডৰ সম্পূৰ্ণ হোৱাৰ আগমূহূৰ্তত জনপ্রিয় চিৰিয়েল বেহাৰবাৰী আউট পষ্টৰ সকলো অভিনেতা-অভিনেত্ৰী কলা-কৌশলীলৈ শুভেচ্ছা জনালোঁ❤🙏

    • @KoshakantaDutta
      @KoshakantaDutta 3 місяці тому +8

      Jai kala guru deb Jai....🌹🙏🌹

    • @MUNINDRAREGON-x8w
      @MUNINDRAREGON-x8w 3 місяці тому +1

      😂😂😂😂😂

    • @PrahladGogoi-ti9mc
      @PrahladGogoi-ti9mc 3 місяці тому

      68856p❤2​@@MUNINDRAREGON-x8w

    • @LakhinathGogoi-yl7oe
      @LakhinathGogoi-yl7oe 3 місяці тому

      wq2vc😮p⁹😊😊😊😊😊😅😊😊😊
      k😅​@@KoshakantaDutta

    • @manjusaikiaa2297
      @manjusaikiaa2297 3 місяці тому

      ?n;?#LG😊😊😊😮pppp😅..
      ❤HmmPpppppppppPppppppppplppp​@@KoshakantaDutta

  • @Abhijit_Boruah_
    @Abhijit_Boruah_ 3 місяці тому +1

    কথাটোৱে মন চুই গল ৰাভা দেৱ আমি জীয়াই ৰাখিব লাগিব ❤❤❤❤
    আমাৰ বোকোত এতিয়াও জীয়াই আছে
    আৰু থাকিব ❤❤❤❤❤❤
    ধন্যবাদ ❤❤

  • @Raam80
    @Raam80 3 місяці тому +30

    সিং চাৰে ইমান ধনীয়া গাই উফ❤❤❤
    গান হাঁহি আৰু অভিনয় সঁচাই চাৰ বহুত ধুনীয়া ❤❤❤❤❤❤❤❤❤

  • @JayantaKalita-n1r
    @JayantaKalita-n1r 3 місяці тому +15

    বহুত দিন বেহাৰবাৰী চালোঁ কিন্তু আজি হে বসু দা দমটো দেখিলোঁ ❤❤❤❤❤❤

  • @akeashnolboria9239
    @akeashnolboria9239 3 місяці тому +48

    Beharbari outpost hodai sua hokole like ata kori jua...

  • @anantamoranvloge7255
    @anantamoranvloge7255 3 місяці тому +1

    সুন্দৰ ❤❤❤

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 3 місяці тому +25

    মৰমবোৰ গ'ম নোপোৱাকৈ বাঢ়ি যায় হাঁহি থকা মনটোৰ মাজত হৰ্ঠাতে আহি যায় অচিনাকি কোনোবা এজন কোনোবা এগৰাকী আৰু জীৱনটোৰ মাজত মৰম, ভালপোৱা আৱেগ সহানুভূতি দি লগাই লাহে লাগে মৰমৰ নিজৰা বোৱাই এক আশাৰ ৰেঙনি জীৱনটোৰ মাজত এনেকোৱাকৈ এক বান্ধোনৰ সৃষ্টি কৰি দিয়ে যি এৰাব নোৱাৰা ,,,, কিন্তু বহু বছৰৰ পাছত এদিন সকলোবোৰ মৰম ভালপোৱা আশা সপোন নোহোৱা কৰি আতৰি গুচি যায় কেতিয়াবা বিনাকাৰণে কেতিয়াবা বিভিন্ন কাৰণ দেখাই কেতিয়াবা এটা কাৰণ দৰ্শাই নোহোৱা হৈ যায়,,,,,যাৰ লগত সদায় দিন ৰাত কথাপাতি সুখৰ -দুখৰ অভ্যাসত পৰিণত হয়,,,, কিন্তু হেৰাই যায় তেতিয়া মনটোক বুজাবলৈ বহু কষ্ট বৰ বেদনাদায়ক হয়,,,,,জীৱনৰ প্ৰতি মৰমৰ প্ৰতি ভালপোৱা নামৰ শব্দটোৰ প্ৰতি অনিহা জন্মি যায়। সেয়ে মৰম বেছিকৈ পালেও বৰ ভয় লাগে জানোছা এদিন হেৰাই যায়।

  • @parthamixarsassam6762
    @parthamixarsassam6762 3 місяці тому +1

    বহুত ভাল লাগিল ৰাভা দেৱৰ বৰ্ণিল গাথা শুনি। আমাৰ হিয়াৰ আমঠু ৰাভা দেৱৰ গুণ গৰিমা অসমত জিলিকি থাকে যেন সদায়।

  • @NILAMANIMEDHI-jt6py
    @NILAMANIMEDHI-jt6py 3 місяці тому +2

    বহুদিনৰ মূৰত ভাললগা খন্ড এটি চালো । ধন্যবাদ BOP পৰিয়াললৈ ।

  • @joykalita9849
    @joykalita9849 3 місяці тому +16

    সদাই চাও ভাল লাগে ধেমেলীয়া হলে আৰু ভাল লাগে

  • @pompibora1372
    @pompibora1372 3 місяці тому +7

    সুন্দৰ
    ৰাকেশ দাৰ অভিনয় অতি সুন্দৰ লুটু ,কুমকুম ,ৰাকেশ আৰু ৰিছা Is best

  • @handique6888
    @handique6888 3 місяці тому +6

    কলাগুৰুৰ স্মৰণ অৰ্থপূৰ্ণ হৈছে।ভাল লাগিল।

  • @Mr.sourav312
    @Mr.sourav312 3 місяці тому +99

    বেহাৰবাৰী বহুত বছৰ হ'ল কিন্তু আজি লৈকে কমলৰ ভনীয়েকক দেখা পোৱা নগ'ল 😊

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq 3 місяці тому +1

    Bishnu prashad Rabha dibosh 🙏🙏🙏🙏🌸🌸🌺🌺🌼🌼

  • @ranjandoley3193
    @ranjandoley3193 3 місяці тому +1

    অতি সুন্দৰ উপস্থাপন।

  • @Kaustav_jyoti_Rabha
    @Kaustav_jyoti_Rabha 3 місяці тому

    কৃষ্ণ চেলুট বেহাৰবাৰী আউটপোষ্ট।🙏🙏🙏

  • @satyaranjanbharali2329
    @satyaranjanbharali2329 3 місяці тому +10

    তৰামাই কন্ঠটো ধুনিয়া

  • @dhrubadeka2992
    @dhrubadeka2992 3 місяці тому +1

    Toraa baa r karane ata ata like ❤🙃

  • @Deepbubu
    @Deepbubu 3 місяці тому +10

    বহুত বহুত ভাল লাগিল আজি চিন্ময় কটকীৰ অভিনয়ে অন্য এক সোৱাদ দিলে আজি।

  • @padmapaninath
    @padmapaninath 3 місяці тому +9

    সঠিক শক্তিমান প্ৰশ্ন উত্থাপন কৰিছে------- বছৰত এদিন বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ চৰ্চা কৰি বাকী সময় বোৰ সেই চেতনাৰে কাম নকৰিলে , আগনাবাঢ়িলে বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শ কেনেকৈ পালন হ'ব ?? আৰু সমাজে , থলুৱা জাতিয়ে কেনেকৈ অস্তিত্ব ৰক্ষা কৰিব ???? বছৰৰ প্ৰতিটো সময় বিষ্ণু প্ৰসাদ ৰাভাৰ চিন্তাৰে আগনাবাঢ়ি - এদিন গীত গাই লাভ নাই ।

  • @nanditadevi8484
    @nanditadevi8484 3 місяці тому +3

    ৰাভাদেৱক স্মৰণ কৰাত বৰ ভাল লাগিল।

  • @Assamesegirlmunmi
    @Assamesegirlmunmi 3 місяці тому

    সঁচাকৈ মানুহজনৰ কথা খিনীয়ে হৃদয় এক চুই গৈছে 🥺

  • @jugalrajbongshi5455
    @jugalrajbongshi5455 3 місяці тому +2

    Kum kum ❤ru lutu r love story lage ✅ Like button ❤
    Kum kum mur fav actres ❤

  • @pankanrabha
    @pankanrabha 3 місяці тому +7

    Jba baideo r biya khaba kune kune ready hoi ase ❤❤

  • @exploreassam7926
    @exploreassam7926 3 місяці тому +15

    গ্ল'বেলাইজেশ্যন আৰু ফিউশ্যনৰ সময়তো ৰাভাই আমাৰ শৈশৱ-কৈশোৰ-যৌৱন ঘেৰি আছিল, আজিও একো সলনি হোৱা নাই। সেই একেই ৰাভা।
    এই ৰাভা কাৰোবাৰ বাবে বিপ্লৱী, কাৰোবাৰ বাবে শিল্পী, কাৰোবাৰ বাবে কমৰেড, কাৰোবাৰ বাবে প্রেমিক, কাৰোবাৰ বাবে সৈনিক। এই ৰাভাই কলমৰ কথাও কৈছিল, বন্দুকৰ কথাও লিখিছিল। মানুহে ৰাভাক কিদৰে মনত ৰাখে সেয়া ব্যক্তিগত কথা।
    কিন্তু আমাৰ অহংকাৰ,"আমি ৰাভাৰ দেশৰ মানুহ।"

  • @MainaBora-zo2ey
    @MainaBora-zo2ey 3 місяці тому +35

    ❤️❤️Vote for মা দেউতা ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @NabadeepChutia-ln6ge
    @NabadeepChutia-ln6ge 3 місяці тому

    Beharbari outpostr সকলো কৰ্ম বিন্দলৈ 3000 খণ্ডৰ বহুত বহুত হুভেশ্যা 🎉🎉থাকিল । এনেকৈ জাতে আৰু বহুত আগলৈ আগ বাহি যায় টাকে সকলোৱে আশিবাদ কৰিব । ধণ্যবাদ।

  • @Bikashsewali
    @Bikashsewali 3 місяці тому +13

    সময় আৰু বয়স কাৰো বাবে ৰৈ নেথাকে গতিকে ছাৰৰ বিয়া খন হ'লে ভাল লাগিব জবা বাইদেউ লগত ❤❤❤❤

  • @pujapanyang3111
    @pujapanyang3111 3 місяці тому +8

    Joba❤❤ Joba baidew bhut dhuniya❤❤

  • @utpalnath7129
    @utpalnath7129 3 місяці тому +31

    কাৰ কাৰ গাৱত বান পানী হৈছে like কৰা❤❤❤

    • @Samiii788
      @Samiii788 3 місяці тому

      Furti aru pura ne ki

  • @deadman000
    @deadman000 3 місяці тому +7

    এইখন হাঁহি উঠিবৰ কাৰণে চাওঁ, প্ৰেমৰ নাটক চাবলৈ নাহো ইয়াত। জবা ৰিচাৰ দুখ দেখাই পেনপেনীয়া নকৰিবি কেলা ছেটৰ

  • @sslentertainment8442
    @sslentertainment8442 3 місяці тому +5

    3000 খণ্ডৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা জনালোঁ

  • @pallabblogss
    @pallabblogss 3 місяці тому +8

    K.k.and Mohan I miss you❤

  • @RubuBikash
    @RubuBikash 3 місяці тому +1

    Aji Moja lagise Gaan Boro bhal hoise

  • @jutibansarmah948
    @jutibansarmah948 3 місяці тому +5

    Rakesh and risha love story

  • @JoyontaDutta
    @JoyontaDutta 3 місяці тому +2

    Bosu dar gali gita moja lagile ❤❤❤❤❤❤ I love you beharbari outpost

  • @RahulSonowal-vp7ln
    @RahulSonowal-vp7ln 3 місяці тому

    আমাৰ বিপ্লৱী শিল্পী, জাতিৰ শিল্পী, #কলাগুৰু_বিষ্ণুপ্ৰসাদ_ৰাভাদেৱক অকল আজি #স্মৃতি দিৱস বুলি,, মানিব লাগে বুলিয়েই অকল নহব,, তেখেতৰ সকলো নীতি--সংস্কৃতি, আদৰ্শক সদায়েই মনত ৰাখি,, দায়িত্ববোৰ #পালন কৰিব লাগিব।।
    জয় আই অসম।।❤❤

  • @harshitkishorlaskar
    @harshitkishorlaskar 3 місяці тому

    জয়তু বেহৰবাৰী আউট পষ্ট । ২০ জুন ।

  • @ronuwabalidemow946
    @ronuwabalidemow946 3 місяці тому +2

    জবা বাইদেউ ক বিয়া খন সোনকালেই পাতক

  • @Dijeshgogoi
    @Dijeshgogoi 3 місяці тому +2

    ভাল হৈছে ❤❤

  • @mrmoon071
    @mrmoon071 3 місяці тому +4

    Mojaaa❤

  • @MridulKoch-u5c
    @MridulKoch-u5c 3 місяці тому +2

    Rabha sangeet xuni kune kune val pai comment karak

  • @Mousumi719
    @Mousumi719 3 місяці тому

    আমি আৰম্ভণি পৰা ছাই আছো বহুত ভাল লাগে👍👍👍👍👍

  • @AnamikaRabha-t8t
    @AnamikaRabha-t8t 3 місяці тому +2

    থানু দা আৰু জবা কেতিয়া বিয়া হব চাবলৈ ৰৈ আচু চাবলৈ

  • @layanhazarika4480
    @layanhazarika4480 3 місяці тому +5

    I like this serial.I can not sleep at night without looking this serial " Behar Bari out post". I am so big fan for this serial.Long live.

  • @smitabaruahtamang
    @smitabaruahtamang 3 місяці тому +2

    বাহ। তৰা মাই সুন্দৰ গান ❤❤❤

  • @DipakBoruah-f7g
    @DipakBoruah-f7g 3 місяці тому +4

    সচাকৈ বেহাৰবাৰীৰ খণ্ডটোৱে বুকুত সাজ বহুৱাই গল

  • @all4onechannel1122
    @all4onechannel1122 3 місяці тому +3

    Miss u Kalaguru Vishnu Prasad Rabha...😢😢😢

  • @hridaychoudhury8527
    @hridaychoudhury8527 3 місяці тому

    ৩ হাজাৰ খণ্ড সম্পূৰ্ণ হোৱাৰ আগমূহুৰ্তত কে কে ছাৰ আৰু মোহন ক দেখা পোৱা ৰ আশাৰে ৰৈ থাকিম।

  • @rkct5400
    @rkct5400 3 місяці тому +1

    Beharbari Outpost showing excellent credits in maximum episodes. Keep it up!

  • @hiyahiya2219
    @hiyahiya2219 3 місяці тому +2

    Singh sir e khub val gaai ❤
    Taramaai baideo ❤

  • @Mousumi719
    @Mousumi719 3 місяці тому

    বহুত সুন্দৰ

  • @ChandramaiPayeng
    @ChandramaiPayeng 3 місяці тому +64

    Kk aru muhon ketiya hahi boge😊😊

    • @HoriprasadMedhi
      @HoriprasadMedhi 3 місяці тому +8

      Aru ketiyau nahahe😢😂

    • @Himul05
      @Himul05 3 місяці тому +5

      Ketiya o nahe aru

    • @FoujiCRPF
      @FoujiCRPF 3 місяці тому

      Nahe bro opekshya kori lav nai teolokor thait notun notun member ahise

    • @RAKHABORA-t6m
      @RAKHABORA-t6m 3 місяці тому

      Kio

    • @kakolidoley5169
      @kakolidoley5169 3 місяці тому +2

      Tmr Assamese typing jetya loi k Correct nhoi 😂😂

  • @RAKHABORA-t6m
    @RAKHABORA-t6m 3 місяці тому +1

    Kk ru muhon ahbo lage ahok
    Kk da amunak bhood miss korisu😊

    • @RAKHABORA-t6m
      @RAKHABORA-t6m 3 місяці тому +1

      Kuna bisara like kora

    • @RAKHABORA-t6m
      @RAKHABORA-t6m 3 місяці тому +1

      Karu kk mhon vl nlge naki like kora nai kio

  • @lakhya671
    @lakhya671 3 місяці тому +3

    Si sir karone ata like👍

  • @assamgamerz2503
    @assamgamerz2503 3 місяці тому +6

    Advance congratulations for 3m subscribe 🎉🎉

  • @s.koriginalmemesclips9421
    @s.koriginalmemesclips9421 3 місяці тому +2

    Bhut dhunia hoise episode tu....

  • @KalpanaRajbongshi-p4u
    @KalpanaRajbongshi-p4u 3 місяці тому +9

    Kk/mohan kori thake j manuh bilak kk/mohan nuhuwak val laga ny nki apuna lukok jodi val laga ny nasale holl
    Kunubai nathakileu amar hodai priyo BBOP❤

    • @biswajeetsarmah2411
      @biswajeetsarmah2411 3 місяці тому

      Ekdom right.
      Team BBOP ajiu hilai ase. Thoka keijone ali boli ke acting koribo parise.

  • @Mr..nayan..0
    @Mr..nayan..0 3 місяці тому +3

    Mind blowing episode

  • @AxomPlaYz1
    @AxomPlaYz1 3 місяці тому +5

    Old Beharbari Outpost (Comedy/action) 😂😎🔥
    nowadays Beharbari Outpost (Tezady) 🤡👽🥸

  • @themedicobrain9399
    @themedicobrain9399 3 місяці тому +1

    বহুত ভাল লাগিল 🙏🙏

  • @JatinNarzary-mi1ii
    @JatinNarzary-mi1ii 3 місяці тому +1

    Tora bar voice tu eman dhuniya❤❤

  • @Dhunugaming114
    @Dhunugaming114 3 місяці тому +1

    10:06 miss you kk aru mohan ❤❤

  • @utjjalbaishya6759
    @utjjalbaishya6759 3 місяці тому

    কেকে আৰু মোহন আহীৱ লাগে।

  • @dipaphukan61
    @dipaphukan61 3 місяці тому +7

    All time favourite serial ------- 💔

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq 3 місяці тому +1

    Lotukon kamal acting 👍👍👍👍

  • @mukutborah4081
    @mukutborah4081 3 місяці тому

    আজি খণ্ডতোৰে সচাঁকে আবেগিক কৰি পেলালে🙏

  • @PinkiNeog-ls4bk
    @PinkiNeog-ls4bk 3 місяці тому +1

    ❤❤❤❤❤

  • @niharjyotinath
    @niharjyotinath 3 місяці тому +1

    Kk aru muhon ketiya ahib❤❤

  • @Ajaysaw-h1t
    @Ajaysaw-h1t 3 місяці тому

    অতি সুন্দৰ ❤

  • @LovelyDrum-eh3mk
    @LovelyDrum-eh3mk 3 місяці тому

    Miss you kk and mohon da

  • @Nipuhukai
    @Nipuhukai 3 місяці тому +5

    Joba baideu i love story video❤❤❤

  • @m3official209
    @m3official209 3 місяці тому

    😮 today best episode of my serial life.... thank you rajesh Da....

  • @PiyatomBoruah
    @PiyatomBoruah 3 місяці тому +2

    3 million ❤... congratulations in advance 🎉

  • @gogoikumaraluk
    @gogoikumaraluk 3 місяці тому +1

    Bhal lagile❤❤😢

  • @krishnarabha9833
    @krishnarabha9833 3 місяці тому

    Kk aru mohon thakili he behorbari outpost to sai val lage

  • @Nipuhukai
    @Nipuhukai 3 місяці тому +2

    I love you behabari outpost❤❤

  • @krishnabordoloi7313
    @krishnabordoloi7313 3 місяці тому

    সুন্দৰ কণ্ঠ

  • @JitenborahBorah-y2c
    @JitenborahBorah-y2c 3 місяці тому +45

    Today is my birthday but 0 like 😢😢

  • @RakeshPayeng-b6d
    @RakeshPayeng-b6d 3 місяці тому

    Bosumotari Sir moja Dise ❤

  • @BVlogs-bv9ex
    @BVlogs-bv9ex 3 місяці тому +1

    Kumkum lutukon si sir Joba baido❤❤❤❤❤❤❤❤

  • @ARS20OCT597
    @ARS20OCT597 3 місяці тому +1

    30lakh ki 100 hok tke bisaru 🎉 all family beharbari

  • @rahul-y8w5v
    @rahul-y8w5v 3 місяці тому

    তৰা বা ❤❤

  • @durgadharborah4530
    @durgadharborah4530 3 місяці тому

    Best episode to day.

  • @Imran_hussain36
    @Imran_hussain36 3 місяці тому +2

    Beuty ba aru susmita ba ahibo lge

  • @assamremix691
    @assamremix691 3 місяці тому +2

    বৰ সুন্দৰ লাগিছে দেই 💐 🙏 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ প্ৰণামো দিৱস লৈ।

  • @jubarajfreefire6190
    @jubarajfreefire6190 3 місяці тому +2

    Moja Richa baaa aru Tora baaa

  • @bogaipachani7856
    @bogaipachani7856 3 місяці тому +1

    Nice

  • @miss______pahi3235
    @miss______pahi3235 3 місяці тому

    Bor vl lagil deii ajir khindo 2 ❤

  • @enjoywithniku845
    @enjoywithniku845 3 місяці тому +2

    3000 episode tut kiba ata dhamaka lage hoy lutu kumkumr nohole Joba aru Sir laagee mane lage 🤨

  • @BhaskarNath-xo3en
    @BhaskarNath-xo3en 3 місяці тому

    Kk sir aru muhon dada nathakile val nalage kiba ketiya ahibo kk sir aru muhon dada

  • @kishurdeka8579
    @kishurdeka8579 3 місяці тому +3

    Love from zubeen da ❤️🩸 👍

  • @SanidulKhan-vg8sd
    @SanidulKhan-vg8sd 3 місяці тому

    Kk da and mohan kaitai ahibo but miss kore assu

  • @dipjutyboruah671
    @dipjutyboruah671 3 місяці тому +2

    tejetir karone ami BBOP nesau intartenment kori boloi sab lage❤❤

  • @BalinBora-qq8gr
    @BalinBora-qq8gr 3 місяці тому

    Kk muhon nohole sai Val nalage😂❤❤❤😢😮

  • @GunjanParasar-fy9mg
    @GunjanParasar-fy9mg 3 місяці тому

    Kk da miss you 😢😢😢