ভাগৱত পাঠ ও অমৃতময় ব্যাখ্যা//Bhagawat path// ব্যাখ্যাকাৰঃ শ্ৰী বিনীত বৰা// পাঠঃ শ্ৰীযুত মাধৱ দাস

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • ভাগৱত পাঠ ও অমৃতময় ব্যাখ্যা//
    #কপিলৰ_দ্বাৰা_মাতৃ_দেৱহুতিক_ভক্তিৰ #লক্ষণ_বৰ্ণনা
    Bhagawat path// ব্যাখ্যাকাৰঃ শ্ৰী বিনীত বৰা// পাঠঃ শ্ৰীযুত মাধৱ দাস
    দৃষ্টি শক্তি কেতিয়াও সাধনাৰ অন্তৰায় হব নোৱাৰে । লাগে মাথোঁ একাগ্ৰতা আৰু প্ৰৱল মানসিক শক্তি । তাৰেই প্ৰমাণ স্বৰূপ গুৰুজনাৰ একান্ত সেৱক শ্ৰদ্ধাৰ বিনীত বৰা বাপজনা । মুখস্থ বিদ্যাৰে শ্ৰীমদ্‌ভাগৱতৰ পদ সমূহ আয়ত্ব কৰি পাঠ ও ব্যাখ্যাৰে অসমৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয়তা লাভ কৰা বাপজনাৰ মধুময় ব্যাখ্যা আগবঢ়োৱা হৈছে । আপোনাসৱ সমস্তজনৰ আশীষ প্ৰাৰ্থনাৰে শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ । কৃষ্ণ । আশাকৰোঁ লিংকটি share কৰাৰ লগতে চেনেলটিও subscribe কৰি আমাক ধন্য কৰিব । কৃষ্ণ ।

КОМЕНТАРІ • 51

  • @keshabbora7742
    @keshabbora7742 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @user-fv6bk6tv6o
    @user-fv6bk6tv6o 6 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @ranunayak3161
    @ranunayak3161 3 роки тому +1

    Krishna bap 🙏🙏

  • @atulbaishya9795
    @atulbaishya9795 2 роки тому +1

    কৃষ্ণ জয় গুৰু শংকৰ

  • @nirmalchangmai-kz5rd
    @nirmalchangmai-kz5rd 5 місяців тому +1

    বৰ সুন্দৰ ব্যাখ্যা আপোনাক কোটি কোটি বাৰ চৰণত ভক্তিভাৱেৰে প্ৰণাম জনাইছোঁ

  • @nirmalbora9337
    @nirmalbora9337 3 роки тому +1

    Krishna...I'm namah bhagawate basudvai

  • @sasankaburagohain9917
    @sasankaburagohain9917 3 роки тому +1

    কৃষ্ণ বাপ বহুত ভাল লাগিল ।

  • @saratdas7966
    @saratdas7966 3 роки тому +1

    KRISHMA sankar guru hari Ram

  • @digantavlog6748
    @digantavlog6748 3 роки тому +1

    সুন্দৰ নিদৰ্শন

  • @jumanvlogs3338
    @jumanvlogs3338 3 роки тому +1

    Oooo😨

  • @Sanjima1999
    @Sanjima1999 4 роки тому +4

    জয় গুৰু শংকৰ 🙏 কৃষ্ণ কৃষ্ণ বাপ জনা 🙏

  • @jhbloggolaghat
    @jhbloggolaghat 4 роки тому +2

    কৃষ্ণ বাপজন...বিনীত বৰা বাপ জনৰ বাখ্যা অনুস্থান সছাই অতি সুন্দৰ ।

  • @amritgogoi5509
    @amritgogoi5509 4 роки тому +1

    Very nice Explanation of bhagawat paths. Bhagabana Bora bup jonak sarbadai kripa korak. Krishna

  • @arupsaikia143
    @arupsaikia143 4 роки тому +3

    কৃষ্ণ অতি সুন্দৰ

  • @sarajonisardar429
    @sarajonisardar429 4 роки тому +3

    Krishna Krishna, 🙏

  • @gobindasaikia9028
    @gobindasaikia9028 4 роки тому +2

    Nice one val lagise gurujon.

  • @editz3024
    @editz3024 4 роки тому +3

    কৃষ্ণ কৃষ্ণ ৰাম বনমালী ৷

  • @khyatimontahandique3538
    @khyatimontahandique3538 4 роки тому +4

    কৃষ্ণ, ভাল লাগিল।

  • @jotindas4090
    @jotindas4090 4 роки тому +3

    সুন্দৰ লাগিল বাপজন।

  • @dhrubajyotidas4523
    @dhrubajyotidas4523 4 роки тому +1

    Krishna

  • @rashmirekhadutta6120
    @rashmirekhadutta6120 4 роки тому +2

    Krishna bapjon

  • @GoutomChutia-pp7gs
    @GoutomChutia-pp7gs 4 роки тому +2

    Krishana bap jon apunr bikha bohut val lagaa

  • @pranjaldutta58
    @pranjaldutta58 3 роки тому +1

    নম্বৰ এটা পাম নেকি।

    • @joygurusankar2224
      @joygurusankar2224  3 роки тому

      কাৰ নম্বৰ বিচৰা হৈছে বাৰু জনাবচোন

    • @atulbaishya9795
      @atulbaishya9795 2 роки тому

      কিহৰ নম্বৰ লাগে ? কিহত তুলনা কৰিছে
      আপোনী ?

  • @parashmanirajbongshi3401
    @parashmanirajbongshi3401 3 роки тому +1

    ধুনীয়া 🙏🙏🙏🙏🙏

  • @basantaboruah7006
    @basantaboruah7006 4 роки тому +2

    কৃষ্ণ,কৃষ্ণ।

  • @anupamrajkhowa5333
    @anupamrajkhowa5333 4 роки тому +3

    Nicc 🙏🙏🙏🙏🙏

  • @gajenborahborahgajen9801
    @gajenborahborahgajen9801 4 роки тому +1

    Kishn bap bor Val houisey

  • @tapandas7200
    @tapandas7200 4 роки тому +1

    Krisono val lagise

  • @dipanditabordoloi8486
    @dipanditabordoloi8486 4 роки тому +2

    KRISHNA KRISHNA BAP

  • @Dhunu112
    @Dhunu112 4 роки тому +2

    কৃষ্ণ... অতি সুন্দৰ ।

    • @putalimahanta6878
      @putalimahanta6878 4 роки тому

      শ্ৰৱণ সুখেৰে সুখী হলো । কৃষ্ণ ।

  • @gajenborahborahgajen9801
    @gajenborahborahgajen9801 4 роки тому +1

    Bap kishna bor val houisey path kora

  • @prasantasaikia851
    @prasantasaikia851 4 роки тому +1

    Vary.good.nathar.i.love.this.book.bhwgobat

  • @nitulchetia3470
    @nitulchetia3470 4 роки тому +2

    Krishna bapjana

  • @papuentertainment1048
    @papuentertainment1048 4 роки тому +2

    Val lagile dei....

  • @basantaboruah7006
    @basantaboruah7006 4 роки тому +2

    সুন্দৰ

  • @rupamonibora8900
    @rupamonibora8900 4 роки тому +2

    সুন্দৰ প্ৰদক্ষেপ।

  • @nayanbordoloi481
    @nayanbordoloi481 3 роки тому

    🙏🙏🙏

  • @jibanjyotidas4123
    @jibanjyotidas4123 4 роки тому +2

    Nice

  • @dhantisaikia5412
    @dhantisaikia5412 3 роки тому +1

    বিনোদ বাপ জনাৰ নম্বৰ টো দিয়ক চোন যোগাযোগ কৰিব বাবে

    • @joygurusankar2224
      @joygurusankar2224  3 роки тому

      +91 97 06 351965 Binit bora

    • @dhantisaikia5412
      @dhantisaikia5412 3 роки тому

      @@joygurusankar2224 আপুনিয়ে দিয়া নম্বৰ টো আছে কিন্তু তেখেতৰ নম্বৰ টো ত নেলাগে তেখেতক লগ কৰাৰ নম্বৰ টো দিলে ভাল হয় যদি পাৰে দিয়ক চোন

    • @dhantisaikia5412
      @dhantisaikia5412 3 роки тому

      @@joygurusankar2224 নম্বৰ টো লগা নাই লগ কৰিব পৰা নম্বৰ এটা দিয়ক চোন

    • @joygurusankar2224
      @joygurusankar2224  3 роки тому

      +91 81 34 012380