Lokhyo Luahe Bhai (লক্ষ্য লোৱাহে ভাই) - Jayanta Nath | Sandhya Devi | Shyamal Bhuyan

Поділитися
Вставка
  • Опубліковано 2 жов 2024
  • Presenting a new song "Lokhyo Luahe Bhai", sung by Jayanta Nath, penned and composed by Sandhya Devi in memoy of Dr. Prabali Sharma Bezbaruah.
    Title - Lokhyo Luahe Bhai
    Assamese Title - লক্ষ্য লোৱাহে ভাই
    Singer - Jayanta Nath
    Lyrics - Sandhya Devi
    Composition - Sandhya Devi
    Music - Shyamal Bhuyan
    Guitar - Homen Borah
    Keyboard - Shyamal Bhuyan
    Mix, Master - Studio Euphonix
    Lyrics -
    অচিনা বতাহে
    যেনি তেনি নিয়া
    নাৱৰ লক্ষ্য নাই
    লক্ষ্য বিহীন
    মানৱ জীৱন
    এনেদৰে গুচি যায়
    সেয়ে লক্ষ্য লোৱাহে ভাই
    সেয়ে লক্ষ্য লোৱাহে ভাই
    জীৱন ঘড়ীৰ
    পাখি দুটিত
    লক্ষ্য বান্ধি লোৱা
    সময়ৰ কাম
    সময়ত কৰি
    জীৱন ধন্য কৰা
    মানৱ জীৱন কিযে অমূল্য
    তুলনা পাবলৈ নাই
    জীৱন ৰবি এবাৰেই জানা
    পশ্চিমলৈ লহিয়াই
    সেয়ে লক্ষ্য লোৱাহে ভাই
    সেয়ে লক্ষ্য লোৱাহে ভাই
    মানৱ জীৱন
    শ্ৰেষ্ঠ জীৱন
    বিধাতাৰ দান জানি
    সংঘাত এৰি
    সংগ্ৰাম কৰা
    লক্ষ্যক সাৰথি কৰি
    জীৱন সজোৱা ৰঙীন সপোনেৰে
    সুন্দৰৰে সুবাস চতিয়াই
    সেয়ে লক্ষ্য লোৱাহে ভাই
    সেয়ে লক্ষ্য লোৱাহে ভাই
    অচিনা বতাহে
    যেনি তেনি নিয়া
    নাৱৰ লক্ষ্য নাই
    লক্ষ্য বিহীন
    মানৱ জীৱন
    এনেদৰে গুচি যায়
    সেয়ে লক্ষ্য লোৱাহে ভাই
    সেয়ে লক্ষ্য লোৱাহে ভাই
    #JayantaNath #LokhyoLuaheBhai
    Follow Jayanta Nath
    Website - www.jayantanat...
    Facebook - / imjayantanath
    Instagram - / imjayantanath
    Twitter - / imjayantanath

КОМЕНТАРІ • 10

  • @jadumoninath2130
    @jadumoninath2130 2 роки тому

    সুন্দৰ গীত। আপোনাৰ কণ্ঠদান বহু ভাল লাগিল।

  • @sandhyadeviofficialassam8585
    @sandhyadeviofficialassam8585 2 роки тому

    Very well composed and sung beautifully by Jayanta Nath.

  • @banashreedutta3903
    @banashreedutta3903 2 роки тому

    কালি গীতটিৰ শুভ মুক্তিৰ অনুষ্ঠানত শুনিয়েই অভিভূত হৈছিলো ৷ কথা ,সুৰ, কণ্ঠ তথা সংগীত হৃদয়স্পৰ্শী

  • @mdsafiulla8012
    @mdsafiulla8012 2 роки тому

    Sandhya baaidewar lakhya Poorna hau¥k

  • @rohanrajborahpro3852
    @rohanrajborahpro3852 2 роки тому

    Hundor geet

  • @bhagyalakshmineog6884
    @bhagyalakshmineog6884 2 роки тому

    Bor xundor hoise geeti ru bor vl lagil huni

  • @rabiyachangmai2481
    @rabiyachangmai2481 2 роки тому

    Val lagil honi 👌👌 🙏 new Friends holu dai bek koibo buli akha thakil🙏🙏

  • @ninagohain9424
    @ninagohain9424 2 роки тому

    Baideu bor xundor hoise geeti bor bhal lagil xuni Jayantor konthot gantu Kotha Aru xurere pran Pai uthise Music arrangement oti xundor

  • @pankajjyotibaruah3686
    @pankajjyotibaruah3686 2 роки тому

    সুন্দৰ কথা,সুৰ,সংগীত আৰু গায়কি।

  • @nekibhussain4073
    @nekibhussain4073 2 роки тому

    সুন্দৰ গীত , বৰ ভাল লাগিল।