পিযুষ হাজৰীকক পহুখেদা মুছলমানৰ😝

Поділитися
Вставка
  • Опубліковано 29 вер 2024

КОМЕНТАРІ • 197

  • @inglishvlogs1015
    @inglishvlogs1015 3 місяці тому +49

    হিন্দু মুছলিম বা আন ধৰমৰ মানুহো অপৰাধত লিপ্ত হয়, কিন্তু অপৰাধী মুছলিম হলে এইখন চৰকাৰে শুউব হৈ চৈ কৰা দেখা যায়, বিশেষকৈ মূখ্যমন্ত্ৰী হিমন্তৰ দিনত এই সামপ্রদায়িক কথা সদায় তেওঁৰ মুখত থাকে, কিন্তু সৰ্বনদ সনোয়াল চাৰৰ মুখত কোনো দিনে নুশুনিলো,

  • @monujgogoi6709
    @monujgogoi6709 3 місяці тому +8

    বাইলুংদা, ঢকুৱাখনা হাপতিয়া চেতিয়া গাঁৱৰ কাণ্ডৰ ওপৰত আলোকপাত কৰক।

  • @SalimatDdinDdin
    @SalimatDdinDdin 2 місяці тому

    এইখন চৰকাৰে কেৱল হিন্দু মুছলমান কৰি কৰি ইলেক্ট্ৰন পাৰ হৈ গৈছে ❤❤ এতিয়া মুৰ মতে ইলেক্ট্ৰনৰ পিছত মূল্য বিধি কিমান হ'ল ৰাইজে বুজিবলৈ হ'ল

  • @debojyotihazarika81
    @debojyotihazarika81 2 місяці тому

    মুঠতে দুখীক চৰকাৰে ফাঁচী দিয়ক

  • @deboborah5858
    @deboborah5858 2 місяці тому

    অকমান কংগ্ৰেছ জিকিছেহে মুছলমানৰ উৎপাত কি হ'ব গম পাইছে নে ৰাইজে?

  • @ArifaKhatun-mn2gw
    @ArifaKhatun-mn2gw 3 місяці тому

    এই কাৰণে যোগ্য ব্যক্তিক মন্ত্ৰী পাতিব লাগে।

  • @rohimuddin3655
    @rohimuddin3655 3 місяці тому

    বিজেপি দলত সাম্প্রদায়িকতাত পাকৈত ব‍্যক্তি সকলোকহে পদবী দিয়া হয়।বিজেপিত বহুতো ভাল ভাল নেতা আছে কিন্তু তেওঁলোকে কোনো পদত অধিষ্ঠিত হব পারা নাই।

  • @HorenGogoi-my8dk
    @HorenGogoi-my8dk 3 місяці тому

    বিজেপিৰ ৰাজনিতিয়ে ৰাইজক আমোৱাইছে । বিজেপিৰ কাম নাই ।

    • @VolaNath-jb6ys
      @VolaNath-jb6ys 3 місяці тому

      ইহঁত ঠগ বাজী পাৰ্টি ছবেই জনে

  • @MohidulIslam-xj5ug
    @MohidulIslam-xj5ug 3 місяці тому

    I am an Indian citizen

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 3 місяці тому +1

    যোৱা 10 বছৰে বিজেপি চৰকাৰে বাংলাদেশী সকলক কি কৰিলে,,,

  • @diliphazarika8581
    @diliphazarika8581 3 місяці тому

    সুন্দৰ

  • @MubarakAli-iu2gt
    @MubarakAli-iu2gt 3 місяці тому

    এইবুৰ কংছেৰ কুকৰ্মৰ ফল। চালেবেৰে কুবুৱা কথা কৈ লাভনাই।

  • @ConfusedAtv-mo3vt
    @ConfusedAtv-mo3vt 3 місяці тому

    1

  • @monowarhosen-ul1hy
    @monowarhosen-ul1hy 3 місяці тому

    Bad.politicks

  • @mintusarmah281
    @mintusarmah281 3 місяці тому

    Mia khilanjianeki

  • @rupkhan-pl7bj
    @rupkhan-pl7bj 3 місяці тому

    Pijus hajurikay nijatu garidi khundamarisil atu Apunar

  • @AliurRohman-vq6we
    @AliurRohman-vq6we 2 місяці тому

    muslim homahe tar murot peshab kori khedibo lagisil

  • @jugeswarphukan9726
    @jugeswarphukan9726 3 місяці тому

    Kia.mate.anekua.manuhak.jidekhar.karane.matmatiba.najane.akal
    nijsarthar.karane.matmata.manuh.hsibure.aku.usathaithaka.manuh.aibur.bad.diak.atia.bjp.fare.manuh.nai.jatetate.sindiket.aikhan.sindiket.salua.sarkar
    .sindiket.karkarane.kari.dekh.bikiba.bisarise.alredi.bikise.atia.dekhat.akunai.dekh.dalaba.paribane.keita.mandhani.manuhak.dekh.khanbikire.kari.kar.opakar.kariba.kihaise.bjpt.aponalaluke.ketiau.bisakhat.lalaba.kiman.taka.kharas.karil.gorabak.haruabar.karane.eman.takakune.dile.ba.korpara.pale.jaketake.takabilale.kar.takakot.palekorpara.ahil.aibur.sindiket.kara.dokhiak.mari.ghata.paisa.nahaine.

  • @hemkantasaroh2824
    @hemkantasaroh2824 3 місяці тому +28

    মনিপুৰৰ ঘটনাত এষাৰ মাত মতা নাছিল তাৰ কাৰণ জনাবনে !?

  • @nogensaikia2441
    @nogensaikia2441 3 місяці тому +4

    এখন টাল কেতিয়াও অকলে নাবাজে। মোৰ অনুমান হিন্দু মুছলিম দুই পক্ষয় জগৰিয়া। কেৱল মছলিমক জগৰিয়া কৰি হিন্দুক নিৰ্দুখি হজাব নালাগে অপৰাধি দুই পক্ষ ।

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 3 місяці тому +43

    কিবা দিলে কিবা মিলে পয়চা দিলে বজাৰ মিলে। মই আনক সিঙ্হা কৰিছোঁ অৰ্থাৎ আনক দিছোঁ সিঙ্হা। মই দিয়া টো ঘূৰাই পামেই। এয়া ঘূৰাই দিয়ায় ঘৰৰ মালিকে। মই যেতিয়া সৰুক মৰম কৰো তেতিয়া মোৰ পৰা মৰম প্ৰাপ্ত হোৱা জন দ্বাৰা মোলৈ সন্মান প্ৰদান কৰায়। যেতিয়া আনক সৰু শিল গুটি এটা মাৰা যায় তাৰ প্ৰত্যোত্তৰ স্বৰূপ বোলডাৰৰ আক্ৰমণ প্ৰাপ্ত হৈছোঁ।যদি মই এটা জাতিক বা সম্প্ৰদায়ক নিদৃষ্ট কৰি কিবা এটা ক'ও নিশ্চয় তাৰ প্ৰত্যোত্তৰ পামেই।

    • @RunumeeBorah
      @RunumeeBorah 3 місяці тому +5

      এতিয়া ২ চকীয়া ৩ চকীয়াক মাফ দি মন ভুলাই বস্তুৰ দাম বহাই মন জয় কৰিব BJP য়ে

    • @mohendradohutia-dj5km
      @mohendradohutia-dj5km 3 місяці тому +1

      এই বিলাক পৰ্যবেক্ষণ কৰিবলৈ কোনো ৰাজনৈতিক ব্যক্তি নিমন্ত্ৰণ কৰিব নালাগে। কাৰণ,,এটা দলে আনটো দলক কামুৰা কামুৰি লাগে।এইবোৰ কথা সাধাৰণ ৰাইজে শুনি ভাল নাপায়। বুদ্ধিজীৱী,সমাজ কৰ্মী,, সাহিত্যিক, জেষ্ঠ্য নাগৰিক,শিক্ষক সমাজ, এনে বুৰ ব্যক্তি আলোচনালৈ মাতিব লাগে। ৰাইজে শুনি নিশ্চয় ভাল পাব। ধন্যবাদ।

    • @TulikaboraKkp
      @TulikaboraKkp 3 місяці тому

      'p'❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
      আমি সুক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিছো যে অসমৰ ৰাজনীতিক সকলে যেতিয়াই হতাশাত ভোগে তেতিয়াই সাম্প্ৰদায়িক মন্তব্যৰে সমাজত উৎশৃংখলতাৰ সৃষ্টি কৰি সমাজৰ জলন্ত সমস্যা সমূহ তল পেলোৱাৰ চেষ্টা কৰে ৷গতিকে আমি সাধাৰণ জনতা সজাগ নহলে এই সুবিধাবাদী ৰাজনীতি ক নেতাই সমাজত জুই জ্বলাই মানুহ মাৰি হলেও নিজৰ গাদী ৰক্ষাৰ চেষ্টা কৰিব ৷

    • @monujgogoi6709
      @monujgogoi6709 3 місяці тому

      চকু মুদা কুলি । আশা নকৰিব, লাভ নাই। সকলো বিক্ৰি গ'ল ।

  • @bishnuramrabha4714
    @bishnuramrabha4714 3 місяці тому +9

    Ranjit Sarma bula BJPir johora tuk kio kotha kobo maate.

  • @luhittaid9059
    @luhittaid9059 3 місяці тому +5

    সাম্প্ৰদায়িক ৰাজনীতিটো '২৬ লৈকে বেয়াধৰণে লৈ যাব বিচৰাৰ ইংগিত স্পষ্টভাৱে পোৱা গৈছে৷ সকলো ধৰ্মাৱলম্বী লোকক একেলগে লৈ গৈ ৰাজনীতি কৰিলে '২৬ত সুফল পাব৷ কিন্তু যদি এইবোৰ এজেণ্ডা পৰিহাৰ নকৰাকৈ ৰাজনীতি কৰি গৈ থাকে তেতিয়া হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই সৰহ৷ কাৰণ অসমৰ সৰহভাগ সচেতন নাগৰিকে এইবোৰ শুনি-শুনি আমুৱাইছে৷

  • @janardanbora2803
    @janardanbora2803 3 місяці тому +3

    এই মাইকী পাগল টোক কিয় মাটি এনে হয় বাৰে বাৰে 😅😅😅

  • @taradoi7957
    @taradoi7957 3 місяці тому +3

    অপৰাধীৰ জাত নাই , ধম' নাই । অপৰাধী অপৰাধী য়েই

  • @prabitachutia448
    @prabitachutia448 3 місяці тому +4

    দেশ প্ৰগতিৰ পথত হেনো বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে , অসমবাসীয়ে আৰু বহুত দেখিবলৈ বাকী আছে , ধৈৰ্য ধৰি সকলো চাই থাকক , এই বিলাক পৰিবৰ্তনৰ আগ জাননী হেনো !

  • @rofiqulislam1080
    @rofiqulislam1080 3 місяці тому +11

    ৰাজদ্বীপদা, আপুনি অকল বিজেপিৰ জনক সময় আৰু সুযোগ দিয়ে। কিন্তু কঙগ্ৰেছৰ জনৰ কথাৰ মাজত হস্তক্ষেপ কৰাটো উচিত জানো ??

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 3 місяці тому +5

    বিশ্ব সৃষ্টিৰ পৰা মানুহ বিচাৰে শান্তি,নিবিচাৰে অশান্তি পায় কৰ্মফল।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 3 місяці тому +4

    নগাঁও আৰু ধুবুৰীত ৰাইজে কাক ভোট দিব লাগিছিল,, কওক

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 3 місяці тому +4

    শৰ্মাৰ কেলেংকাৰি এটা উলাইছিল নেকি বাৰু,,, মনত পৰা যেন লাগিছে।

  • @anujdowerah4840
    @anujdowerah4840 3 місяці тому +3

    আচৰিত প্ৰকৃতিৰ হাজৰিকা । আতংবাদ যে এটা চিন্তা, তেওঁ জানে এনে ?

  • @NabinKakati-e1x
    @NabinKakati-e1x 3 місяці тому +1

    চৰকাৰ খন বিফল হৈছে , গৃহ বিভাগে ঘোঁৰা - ঘাঁহ কাটি আছেনে কি ?

  • @TulikaboraKkp
    @TulikaboraKkp 3 місяці тому +1

    বিজেপি দললৈ অৰিহণা আছিল আমাৰ ৷আমাৰ অঞ্চলত কিবা সভা পাতিলে আমি ঘৰে ঘৰে গৈ গামোচা বিচাৰি আনিছিলোঁ ৷ বহুত কষ্ট কৰি গঢ় দিয়া নীতি- আদৰ্শত চলা দ’লটো এতিয়া ৰঘুমলাই আগুৰি ধৰিলে ৷কংগ্ৰেছৰ পৰা অহা দালাল ভষ্টাচাৰি সোপাই দ’লটো ঘেৰি ধৰি মাৰি পেলালে ৷সেয়ে এই দ’লৰ পৰা আমিবোৰে নীৰৱে আতৰি আহিলোঁ ৷ সকলো নিষ্ঠাবান বিজেপি কৰ্মীলৈ সেৱা জনালোঁ ৷

  • @pgoswami5378
    @pgoswami5378 3 місяці тому +3

    পখী মৰে ৰ'ই, মানুহ মৰে ক'ই- বুলি
    কথা এষাৰ আছে।

  • @jugeswarphukan9726
    @jugeswarphukan9726 3 місяці тому +1

    Bjpik.akekube.hakaluea.nashat.karak.dekhar.jimabur.aghatahaise.habur.bjpir.karaneneki.manipor.hekh.haeigise.kintu.akukaranai.bjpsarkare.kimanipor.india.nahai.niki.kia.anehaise.kikaribale.bjpk.manuhe.vot.di.dekh.salabale.vot.disaisil
    ahangkari.bjpk.atihunkale.bidaidiak.nalage.buliea.bhabise.bjpk.

  • @SaniaBoruah
    @SaniaBoruah 3 місяці тому +1

    Who is the owner of Assam govment

  • @DebojitkrboraBora
    @DebojitkrboraBora 2 місяці тому

    সমুহ অসমবাসী ভোটাৰ জনসাধাৰণ ৰাইজে অহঙ্কাৰী বিজেপি নেতা মন্ত্ৰীক 2026ৰ বিধানসভা নিৰ্বাচনত ত্যাগ কৰাৰ কথা চিন্তা কৰক।।

  • @AltafHussain-le8fc
    @AltafHussain-le8fc Місяць тому

    বিজেপিৰ পালি নেতা দাদা ৰাইজে আপোনালোকক হিলদল ভাঙি ভোট দিয়া নাই!! আপোনালোকে EVM ক হিলদল ভাঙি ভোট লৈছে।

  • @DimbanathDoley
    @DimbanathDoley 3 місяці тому

    বি জে পি মানে দালাল ,দুৰ্নীতিৰ পৰায়ন ,বিভেদৰ সৃষ্টি কাৰী, ভুৱা প্ৰচাৰক,অসমৰ মাটি বিক্ৰেতা, অসমক কোম্পানীৰ ওচৰত লীজত ৰখা,দাদাগিৰি টোলগেট বনাই অসমবাসীক শোষন,তোষনৰ, ঠগ প্ৰৱঞ্চনাৰ কৰি অসমীয়াৰতেজ খোৱা
    সৰ্ব কালৰ কলংকিত চৰকাৰ। 26
    চনৰ নিৰ্বাচনত বি জে পি ক শ্ৰাদ্ধ পাতি
    বুঢ়া লোহিত উঠোৱা . . . . . .।
    বি জে পি দল ভুৱা প্ৰচাৰ ত সিদ্ধ হস্ত
    ৰাইজ বি জে পি কথাত ভোল নাযাব

  • @HafizurRahman-vf6sz
    @HafizurRahman-vf6sz 2 місяці тому

    ভোটদান গণতান্ত্ৰিক অধিকাৰ ইয়াত কোনে কাক ভোট দিব তাত কবলগীয়া কি থাকিব পাৰে। সকলো ভোট বিজেপিক দিব লাগিব নেকি? আনদলক ভোট দিয়াটো অপৰাধ নেকি? বিজেপিয়ে সদায় বিভাজনৰ ৰাজনীতি কৰি আছে। তেওঁলোকে উন্নয়নৰ ইস্যু লৈ ৰাজনীতি কৰিব নোৱাৰে সেইবাবে এনেকুৱা ভিত্তিহীন বিষয় লৈ ৰাজনীতি কৰি থাকে।

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl 2 місяці тому

    কমেণ্ট লিখা সকলোৰ বানান শব্দবোৰ চাই আচৰিত লাগিল ৷অসমত আছোনে কত আছো ভাৱিবই নোৱাৰি ৷ না ভাষা না শব্দ ৷বিতৰ্ক কৰি লাভ নাই এবাৰ কংগ্ৰেছ চৰকাৰ আহিলেই চব ঠিকহৈ যাব ৷মূৰে কপালে হাতথৈ কপাল ঢাকুৰি মৰিব মিছা যদি কৈছো সময়ত দেখা যাব ৷

  • @Fffygg56
    @Fffygg56 3 місяці тому

    যত যি সম্প্ৰদায়ৰ লোক থাকে নিছিত ভাৱে যি কোনো কামত তেওঁ লোকেই জঢ়িত হব। তাক ইমান সমালোচনা কৰা প্ৰয়োজন আছে বুলি ভৱা নেযায়। হিন্দু সংখ্যা লগিষ্ট হৈছে নেকি ?

  • @anjugogoi6536
    @anjugogoi6536 2 місяці тому

    tech tips ' tomi কিয় ওলাই থাকা ? তোমাৰ ভিডিঅ বা তোমাৰ নিউজ ' বুলি আমি জানো '' কাৰন তোমাক আমি সহায় কৰো । কিন্তু তোমি ওলাই থকাত অলপ বেয়া পাইছো ।

  • @tazulislam4745
    @tazulislam4745 3 місяці тому +2

    Why Ranjit Sharma and his company are silent about Monipur crisis.

  • @smritichetia7497
    @smritichetia7497 3 місяці тому +3

    এই মানুহ জনে কি নীতি শিক্ষা দিছে , নিজৰে নৈতিকতা নাই

  • @manobendrabordoloi4630
    @manobendrabordoloi4630 3 місяці тому +3

    Congress will sure return to power very near

  • @padumibaruah2798
    @padumibaruah2798 2 місяці тому

    Cm sir a Montri. Sokolok. Alop. Niom Nitit. Kotha koboloi. Sikauk. Niomanu Bortita solai. Rokharu Montri. Bidhayokor Dangor Niom. Raijei. Pothale. Badoni kori

  • @AjijrRahman
    @AjijrRahman 3 місяці тому +1

    Piyush Hazarika go back 😮

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 2 місяці тому

    2014_2024 chonon aie 10 bochorat. Modi sarkare ji khikaii gol kheya o banchanio.so, hidu ye cong. Aru musalmane BJP vote nidiye ya khatang tar babe daye bjp sarkar. Chior bakhor kori lab nai.

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 2 місяці тому

    2014_2024 chonon aie 10 bochorat. Modi sarkare ji khikaii gol kheya o banchanio.so, hidu ye cong. Aru musalmane BJP vote nidiye ya khatang tar babe daye bjp sarkar. Chior bakhor kori lab nai.

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 2 місяці тому

    2014_2024 chonon aie 10 bochorat. Modi sarkare ji khikaii gol kheya o banchanio.so, hidu ye cong. Aru musalmane BJP vote nidiye ya khatang tar babe daye bjp sarkar. Chior bakhor kori lab nai.

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 2 місяці тому

    2014_2024 chonon aie 10 bochorat. Modi sarkare ji khikaii gol kheya o banchanio.so, hidu ye cong. Aru musalmane BJP vote nidiye ya khatang tar babe daye bjp sarkar. Chior bakhor kori lab nai.

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 2 місяці тому

    2014_2024 chonon aie 10 bochorat. Modi sarkare ji khikaii gol kheya o banchanio.so, hidu ye cong. Aru musalmane BJP vote nidiye ya khatang tar babe daye bjp sarkar. Chior bakhor kori lab nai.

  • @amanurrahman1042
    @amanurrahman1042 3 місяці тому +2

    মীৰা বৰঠাকুৰ মুচলমান নেকি???

  • @tulonmohan9583
    @tulonmohan9583 3 місяці тому +2

    উন্নয়নৰ পক্ষতে ৰাইজ থাকি যোৱা ভাল। অতীতৰ উন্নয়নহীন দুঃসময় বোৰৰ স্মৃতিয়ে আমাক এতিয়াও ভয় খোৱাই থাকে।

    • @DipDas-vi8ki
      @DipDas-vi8ki 3 місяці тому

      unnayan sarthot Cong Lage,akhom khon bohu pisuai gol bjpr dinot

  • @test-ix9im
    @test-ix9im 3 місяці тому

    Analysis tho tohotor......pijush a thakai koisa..geda Bangladeshi aimokha

  • @AbdulHanan-ex1lz
    @AbdulHanan-ex1lz 2 місяці тому

    Bjp r lecture bilak hunile apunar gutei din tu paar hoi jabo.kintu, development r kotha kouk tetia hindu aru Muslim issue loi aahibo. Mia Muslim tu bjp r political marketing r khas item.

  • @pranjalboruah777
    @pranjalboruah777 3 місяці тому +3

    বি জে পি সংশয়ত ভুগিছে,এএই বি‌শয়তু পয্যবেশন করিবলগা বস্তু নহয়।

  • @amalsaikia1511
    @amalsaikia1511 3 місяці тому

    Prokit j rajnitibid hoy.ji Jondharonor nibasit protinidhi hoy Rajokiy Akhoon thaki lora dhemali homalusona ba alusona kunu jatir goina loi montyby koratu huva napai neki?

  • @amalsaikia1511
    @amalsaikia1511 3 місяці тому

    Hangbidhanik niti mani ji .lone nyai vabe ji Jone Nijor dayitt palon kori jonHdaronor unnoti sinta korok.Ania bogia kori Lora dhemali koriboloi din nai.jonhdar kotha sinta korai val neki

  • @PrashantaDihingia-t2g
    @PrashantaDihingia-t2g 2 місяці тому

    Jiman kalao hihate ak gut amar ha nhi HI babe 900000lake vot jikaba parisa
    Ji Ai Assam.

  • @KushalBharali-rv1eg
    @KushalBharali-rv1eg Місяць тому

    Piyush is very worried, because the game of 2026 is like a society, and secondly, the person who joins one party from another party is named in his name or is called Hizra. And now the situation in Assam is such that now people are very angry and are carrying hatred… they have been shamed and hence are shouting.

  • @Moha123914
    @Moha123914 3 місяці тому

    BJP n Bhakts will never support very secular fabrics of india n Assam.

  • @JoyguramBora
    @JoyguramBora 2 місяці тому

    বেলেগ।সম্পদাযর।বুলি।নচব।ডারেক।মিযা।বুলি।কব

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 3 місяці тому

    35 % commission loi kaam uborton diya montri jolosampod bibhagor Pijush Hazorika

  • @Moha123914
    @Moha123914 3 місяці тому

    BJP cannot solve our Assam foreigners issue because then their muslim angle will finished.

  • @stanislaus5243
    @stanislaus5243 3 місяці тому

    Where are the Bangladeshis? Mr Modi had already sent out the Bangladeshis on 16th May 2014.

  • @LazarVallury
    @LazarVallury 3 місяці тому

    Bjp neta hokl pagol hoise aoitu bjp jal. Bjp jalt bhri. Nidib?

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 3 місяці тому

    Rajib sarmai nije BJP pir hoi somprodayor sristi kori ahise Biswanath ot

  • @Moha123914
    @Moha123914 3 місяці тому

    Without muslims angles BJP can never do any politics.

  • @tuleswardeogharia9192
    @tuleswardeogharia9192 3 місяці тому

    দল বাগৰা নেতা কাম নাই । ভাল নেতা হলে সকলোকে সমান চকুৰে চাব লাগে । ধম্ম বণ সকলোকে সমান চকুৰে চাব লাগে । দলক লৈ কথা কোৱাটো বেয়া । সাধাৰণ জনতাই দল নেচাই আচঁনি কাম বিলাক সম অধিকাৰ দিব লাগে । ভাল কাম কৰিলে দল জীয়াই থাকিব ! একে আচঁনি দলক দি বাকী নিদিয়াটো ৰাইজে ভূল ধৰিব আৰু ধৰিছে । কোনো দলে বাপেকৰ সম্পতি বিক্ৰি কৰি দিয়া দেখা নাই ।

  • @AbdulrahmanArahman-x1d
    @AbdulrahmanArahman-x1d 3 місяці тому +1

    এই বোৰ কৰিবলৈ তোমালোকৰ নিচিনা মানোহৰ কাৰনে কৰিব লগা হৈছে।

  • @gobinbhuyan2158
    @gobinbhuyan2158 2 місяці тому

    Asani aru 1250 free Saul abar bandh kari sauk uttar pai jaba ciyari lav nai...😮😮😅

  • @bhasmazumdar9801
    @bhasmazumdar9801 3 місяці тому

    ৰাইজ হেমণ্টগুণ্ড আৰু পিযুচ গুণ্ডা ৰ বাবে B।j।p।K Raije ব্বেয় পাই আছ ২০২৬B।jpR চৰকাৰ হো হোৱা জটিল আছে

  • @borntobeunique5582
    @borntobeunique5582 3 місяці тому

    বাঘ হাজৰিকা নাছিল নৰ হাজৰিকা হে আছিল, এই বিলাক সম্প্ৰাদায়িক বাতৰি আপুনি পৰিবেশন কৰা নাছিল জানো? আপোনাৰ চেনেলত সদায়ে কেৱল সাম্প্ৰদায়িক বাতৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জীৰ বিভাগৰ মুৰব্বী অধ্যাপক গৰাকীয়ে বাঘ হাজৰিকা অসমৰ বুৰঞ্জীত আছে বুলি স্পসস্তি কৰণ দিয়াৰ পাছত ও আপুনি আজি পৰ্যন্ত কোনো বাতৰি পৰিৱেশন কৰা আমাৰ চকুত পৰা নাই। গতিকে সাম্প্ৰদায়িক কোন?

  • @MubarakAli-iu2gt
    @MubarakAli-iu2gt 3 місяці тому

    নামতহে লঘু কামত কিমত কিন্তু '''''''''''''!

  • @AkouDigantabhaiAkouDigantabhai
    @AkouDigantabhaiAkouDigantabhai 3 місяці тому +10

    Piyush h. Go back😡😡😡

    • @VolaNath-jb6ys
      @VolaNath-jb6ys 3 місяці тому

      পিয়াঁজ টো কংগ্ৰেছৰ এটা মাল আছিল এসময়ত!!!

  • @kakoligayan2065
    @kakoligayan2065 2 місяці тому

    পিনুষৰ
    ঠেঙ . ভাঙি
    দিব
    লাগিছিল

  • @JugeshDoley-gl7ct
    @JugeshDoley-gl7ct 3 місяці тому

    Bangladesi muslim kio rakise assamot sorkare

  • @SohidulIslam-jg4fi
    @SohidulIslam-jg4fi 2 місяці тому

    Chudir bhai .mone mone thak

  • @ProdipMahanta-rf2cy
    @ProdipMahanta-rf2cy 3 місяці тому

    ভুলতথদীছেবিজেপীবূকতিজনে

  • @Rajibdoley-d7p
    @Rajibdoley-d7p 2 місяці тому

    Apunar gf friends tu kt gol sir

  • @mr.talukdarfunnyvideo3915
    @mr.talukdarfunnyvideo3915 2 місяці тому

    Nic talk Mr.R K Sorkar...

  • @IndraKantaLaskar-g1c
    @IndraKantaLaskar-g1c 3 місяці тому

    এ নে কাম1951 চনৰ পঞ্জী চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো হে ভাল হল হেঁতেন।হাজৰিকাদেৱৰ মলিব লাগিব মিলাৱ লাগিব সকলোৱে চেষ্টা কৰক। আমি এই ভাবে থাকিব লাগিব।।

  • @jhoondeka8568
    @jhoondeka8568 2 місяці тому

    Bjp ৰ ব্যৰ্থতা

  • @heylizardffyt8717
    @heylizardffyt8717 3 місяці тому

    অসমত বা্ংলাদেচি কোনে আনিলে ছাৰ

  • @atul2025
    @atul2025 3 місяці тому +4

    Ranjit Sarma jodha modha Dr. Hiren Gohain r Sirok sanjucta nokoreba

  • @meditation6509
    @meditation6509 3 місяці тому

    আমি বুজিছে।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 місяці тому

    Very BJP Sarkar pyas Hazarika

  • @jitenkonwar3091
    @jitenkonwar3091 2 місяці тому

    হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক, অপৰাধীক কেতিয়াও ক্ষমা কৰা উচিত নহয়।

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 3 місяці тому

    Ji korise vale korise

  • @Moha123914
    @Moha123914 3 місяці тому

    Foreigners means only muslims ?

  • @pranabkhakhalary539
    @pranabkhakhalary539 3 місяці тому

    বাংলাদেশী বাংলাদেশী সদায় একেটা কথাকে কৈ থাকে কিন্তু খেদাৰ কথা কোনেও নকয়,কিয়!

  • @KamalMazumder-ht1bs
    @KamalMazumder-ht1bs 3 місяці тому

    কিয়?

  • @MubarakAli-iu2gt
    @MubarakAli-iu2gt 3 місяці тому

    কংৰেছৰ লোক অসম চৰকাৰৰ মন্ত্ৰীক চিনি নোপোৱাটো পৰিতাপৰ কথা। এনেলোক ৰাজনীতিৰ বাবে উপযুক্ত নহয়।

  • @gopaldeka8804
    @gopaldeka8804 3 місяці тому

    Teulukk aku vot lage. Kiy vot kune din

  • @DhanjiBayan
    @DhanjiBayan 3 місяці тому

    Bap napabo b.jp

  • @BidyutMalakar-kj9qf
    @BidyutMalakar-kj9qf 3 місяці тому

    Bjp misha mati lavh nai

  • @pinkisarmah8400
    @pinkisarmah8400 3 місяці тому +1

    Situ pahunahoi .garuhe

  • @jugeswarphukan9726
    @jugeswarphukan9726 3 місяці тому

    Pijuos.hajarikar.kijane.akhil.gogoi.kaidiessun.tenekua.ajan.minister.kar.minister.kisarkar.kone.atia.dekh.salaise.kisarkaro.kijanahadharane.tene.manuhak.adamgormentar.minister.kone.disil.darita.daritia.diajanu.hsiharirnahaijanu.heibure.bjp.manti.bjp.sarkar.bhabisak.pisale