Guwahati News: মহানগৰীৰ এসময়ৰ আঢ্যৱন্ত পৰিয়াল, এতিয়া হৈ পৰিছে পথৰ ভিক্ষাৰী!
Вставка
- Опубліковано 7 лют 2025
- মহানগৰীৰ এসময়ৰ আঢ্যৱন্ত পৰিয়াল, এতিয়া হৈ পৰিছে পথৰ ভিক্ষাৰী! জীয়ৰীৰ বাবে সৰ্বস্বান্ত হ'ল ONGCৰ কৰ্মচাৰী পিতৃ। প্ৰৱঞ্চনাৰে সকলো সা-সম্পত্তি লুটি অন্তৰ্ধান জী-জোঁৱাই । অৱশেষত ফ্লেটটোও ল'লে বেংকে। সকলো হেৰুৱাই চকুলো এতিয়া চকুলো টুকিছে এহাল পিতৃ-মাতৃয়ে।
#assam #livenews #nd24live #nd24news #nd24assamese #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
আইনৰ নিয়াই পালে নাই তাক লই আৰু এটা NEWS বনাৱ বুলি আশা থাকিল Waiting.............. কোনে কোনে বিচাৰে like এটা কৰি দিৱ.......
শেষ পৰিনতি জানিবলৈ মনটো উতাৱল হৈ আছো
@@runuchetia1658are
Qaą4q]₹-⅚ 😢#@@runuchetia1658
লৰা ছোৱালীক উচ্চ শিক্ষা দিয়া সকলো শ্ৰেণীৰ মানুহৰ সক্ষম নহব পাৰে কিন্তু চৰকাৰৰ ফালৰ পৰা গীতা ৰামায়ণৰ পুৰাণৰ শিক্ষা দিয়া বাধ্যতামূলক কৰিব লাগে । মানুহ ধনী হওঁক বা নহওঁক লৰা ছোৱালীয়ে সুন্দৰ সংস্কাৰ নিশ্চয় পাব মোৰ বিশ্বাস।
ৰাধে ৰাধে
Right
সেই জোৱাইয়ে ছোৱালী জনীকো খেদি পঠাব এদিন ।।
very right
Right
সেই হাল জী জোঁৱাইৰ জীৱনত কেতিয়াও সুখ নহয়।মাক দেউতাকৰ অভিশাপতো লাগিবই লগতে ৰাইজৰ অভিশাপো লাগিব।
সকলো ছোৱালী একে নহয় ।
@@nabanitabora2073ajikali jitu trend soli ase...sob eke...kuneo hari najai
Police ase lgt plus kunobai sanghamitra bula joni o ase aru kunuba thakibo pare Karan jiyori joni e okole koribo nuwaree . police k falibo lage ..birat poisa.khai
Vidio dekha lekin ek bat problem of family is very dukhat isko kon thik karega crime ko kon dekhta
Aapuni aanka sohai kori paisese ne
আইনৰ ওচৰ চাপক ন্যায় নিশ্চয় পাব ।
মুখ্য মন্ত্ৰী ডাঙৰীয়াই ছোৱালী জনীক বিচাৰি আনি ব্যৱস্থাৰ গ্ৰহণ কৰিলে সকলোৱে ভাল পাব।
Govt involves Acha bank responsible nohoy niki 😡😡😡
এইটো বিষয়তো মুখ্যমন্ত্ৰীয়ে মূৰ ঘমাব লাগিলে অসমে আকাশ চুই দিবহে দাদা।
Mukhyo mantri beleg kam nai aru byaktigoto xomoshyat kio xomoy nosto koribo aain ase aaine sabo
বিশ্বাস থাকিবই লাগিব, বিশ্বাসতে এই পৃথিবী চলি আছে। সকলো সন্তান এনেকুৱা নহয়টো। কথাটো হল ভাল সংস্কাৰ অভাব। লৰা ছোৱালীক ৰজাৰ দৰে ডাঙৰ কৰাৰ প্ৰয়োজন নাই। অভাব ৰ অনুভব কৰোৱাৰ দৰকাৰ। নহলে জীৱনবৰ অৰ্থ বুজি নুঠিব। ছোৱালী জনীয়ে খুৱ সোনকালে অনুভব কৰিব। ভগবানে নকৰক গিৰীয়েক জনেই তাইক উলিয়াই নিদিয়ে যেন।
Oo xeitue hobo Jai ase Jen Lage.
Xokolu property nijor namot Kori Giriyeke taik divorce dibo.
Karon xi eta daal bekaar.
Kotha hol axomiya manuh rakshash hoi. Axomiya manuh dore corrupt misoliya manuh dekha nai. Sob kaamot poisa khuje
ধন অৰ্জন কৰিলেই নহব সংস্কাৰ মূল বস্তু | আপোনালোকে সংস্কাৰ দিব নোৱাৰিলে| আইনৰ সহায় লওক |
Right
দোষ আপোনালকৰে ৷ অগাধ সম্পত্তি গোটাই ছোৱালীক বিলাসী জীৱনযাপনৰ শিক্ষা দিলে কিন্তু সংস্কাৰৰ শিক্ষা নিদিলে যাৰ ফলস্বৰূপে আপোনালোকক নিজৰ ছোৱালীয়ে বনালে অঘৰী ৷ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা যেন কাৰোৱেই নহয় ৷
Aapne sahi kaha, ye itna jyada pyar karte hai bacche ko, accha bura shikhate nahi
100% right koise
Right
@@shellyghosh9374 People should give religious education to their kids from childhood 😊.
Ak dom hosa ktha
সিহঁতে বেছি দিন খাবলৈ নাপায়।
চাই থাকক। ধৈৰ্য ধৰক আপোনালোকে।ভগৱান আছে নহয়।বিচাৰ তেওঁ কৰিব।
@@Gunakantaboruah-up5vc ছোৱালী জনীৰহে কষ্ট হ'ব।
মাইকিমানো বোৰ বেছি বদমাচ আজিকালি দিনত । আৰু এটা কথা মানুহৰ ভুল হৈ কিন্তু যিবোৰ সন্তানক মাকবাপেকে পিতন দিয়ে সেইবোৰ সন্তান ভাল হৈ আৰু বেছি কলিজা , দেহা , সুনটো কোৱা সন্তান বোৰ এক নম্বৰ মিহি হাৰামি হয় ।
লৰা ছোৱালীক আজাদী নহয় সংস্কাৰ দিব লাগে । এই খিনিৰ বাবে একমাত্ৰ দায়ী নিজে অৰ্থাৎ পিতৃ মাতৃ ।
আমি বহুত টকা খৰচ কৰি পঢ়ুৱাও কিন্তু লৰা ছোৱালীক মাত্ৰ ২০০ টকা খৰচ কৰি শ্ৰীমদ্ভগৱতগীতা কিনি নিদিও । গীতা শিক্ষা দিয়ক ।
Jiyek jowayekor nam porichoy address doyak
এসময়ত গাওঁৰ হোজা খেতিয়কৰ ঘৰত এজন মেধাৱী ল'ৰাৰ জন্ম হয়।হোজা বাপেকে কষ্টৰে পুতেকক পঢ়াই ডাঙৰ মানুহ কৰে।পুতেক জন এসময়ত সুপ্ৰতিষ্ঠিত হয়।বিয়া বাৰু কৰাই গাৱঁলৈ পিঠি দিয়ে। ঘৈনিয়েকে গাওঁত থকা নিজৰ ককাই ভাইৰ লগত সম্পৰ্ক কৰিবলৈ নিদিয়ে।এনে দৰে আপোন মানুহ বোৰ হেৰাই যায় আৰু টকাৰ মোহত ল'ৰা ছোৱালীয়ে সম্পৰ্ক আৱেগ,মানবীয়তা শিকিবলৈ সময়ে নাপায়।😮
100% true
Right
Exactly. প্ৰায়বোৰ গাঁৱতে তেনেকুৱা দেখিবলৈ পোৱা যায়। চাহৰমুখি Micro Family ৰ পৰিণাম। সংস্কাৰ মাক বাপেক এ নিশিকিলে গতিকে লৰা ছোৱালীয়ে কৰ পৰা পাব।
Xundor bislexon...
একদম সঁচা কথা কৈছে আপুনি দাদা,
জীৱনৰ কুটিলতা। সেই জী-জোঁৱাইৰ সুখ হ'বনে কেতিয়াবা। নিশ্চয় নহয়। অভিশাপতো লাগিবই।
Ebur nai ajikyle ,hau sau
তেন্তে এওঁলোক দুয়োও কিবা পাপ কৰিছিল নিচ্ছয়।
Teur jiykok teur lora sowali tenek khabo
Thikei koise...
Napai dei....paap lagibo....khub beya kaam korise
আপোনালোকে ভুল তাতেই কৰিলে লগাতকৈ বেছি দিলে সন্তানক যদি অলপো কষ্ট কৰিবলৈ নিদিয়ে, নিজে কেনেকৈ কষ্ট কৰি ইনকাম কৰিছে বুজিবলৈ নিদিয়ে, যি লাগে তাকেই দিয়ে তেন্তে শিকিব কেনেকৈ। সকলো মাক-দেউতাকে সন্তানে বিচৰা সকলো দিব বিচাৰে আৰু বহুতৰ ক্ষমতা থাকেও তথাপি কিন্তু বহুত কথা ভাবি জুখি মাখি দিয়ে যাতে সিঁহতৰ ভবিষ্যত ভাল হয়। আমাক সৰুতে অকল দৰকাৰ হোৱা খিনি দিয়াৰ বাবে আজি মা-দেউতাৰ কষ্ট বুজি পাওঁ। আপোনালোকৰ বুকুত কামোৰ মাৰি তাই ক'তো শান্তি নাপায়।
Ekdom thik kotha koisa tumi.. aji kali mak deutae bacchak logatkoi besi diye,hehote kosto mul eku Buji napai.
@@kashmiriborah4529 হয় দেই। তাই মোৰ ক্লাছমেট আছিল সেয়ে দেখিছিলো কিমান বেছি চৌখিন আছিল তাই।
গৰু পিতন দিব লাগে জিয়েক জনীক।
19:23
"কোনো পিতৃমাতৃয়ে নিজৰ লৰা ছোৱালীক বিশ্বাস কৰিব নালাগে।"..এইষাৰ কি কথা কব আহিছে...নিজৰ সন্তানক সংস্কাৰ দিব নোৱাৰিলে বুলি আনক এনেকুৱা কথা কব নাপায়..
ঠিকেই কৈছে আপুনি....আমি দেখোন নিজৰ মা দেউতাক কিবা এটা খুজিবলৈও বেয়া পাওঁ...নিজৰ ছোৱালীক শিক্ষা দিব নোৱাৰিলে বুলি সকলোৱে তেওঁৰ ছোৱালীৰ দৰে হব বুলি কথা আছে নেকি.....
Tene noholeu, beleg tu hoie dekhun. Ei j viral video, drugs mod bhang, toi noholi buli sobei nohobo ne
হয় মুৰত তোলাৰ ফল পাইছে এতিয়া
Right
এই সকল মানুহে এটা সময়ত নিজৰ ঘৰ মানুহক চিনি নাপাইছিল..নিজৰ ছোৱালীৰ ওপৰতে টকা খৰচ কৰিছিল। দুখীয়া মানুহক কিবা এটা দি পাইছিল নে চাগে। সেইকাৰণে এতিয়া নিজৰ ছোৱালীয়ে নিজৰ মাক দেউতাকৰ লগত এই খন কৰিছে। সৰুপৰা তেওঁলোকে শিক্ষা দিয়া ভুল কৰিলে। স্বাৰ্থপৰ ভাৱে তুলিছিল সেইবাবে এতিয়া ফল পাইছে তেনেকৈয়ে।
Apuni Kenke gom pale manuh kei gorakri r Kotha.... Ghr r manuh nk apunar ne Ene ji pai taake koi dile
@@kuldeepbarman4487তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ কমেণ্ট দেখিছো ফেচবুকত। মানুহ গৰাকী হেনো বহুত বেছি অহংকাৰী আছিল। কোনোবা সৰু ল'ৰা এজন এদিন ভোকত খাদ্য খুজিছিল, ল'ৰাজনক বহুত বেয়া ব্যৱহাৰ কৰি খেদি দিয়া বুলি কমেণত কোৱা মই দেখিছো।
Manuhok honman,hokolure logot mili thoka ,beya ke nukuwa,poriyalor logot bhal hoi thoka,
eibur ataitkoi dangor hikhya
Apuni yei manuh 2 ijonor enemy neki ....NIS manakhikota apuner
থাৰ্ড ক্লাছ ট্ৰেন লেবাৰ মানুহ মা আপোনি কোৱা এই শব্দ কেইটাতে সকলো প্ৰশ্নৰ উওৰ আছে ❤ ভগৱানে আপোনালোকৰ ভাল কৰক ৰাধে ৰাধে❤
মানুহৰ মাজত এনেধৰণৰ শ্ৰেণীবিভাজন আৰু বৈষম্যৰ ফল স্বৰূপে আজি নিজেই পথৰ ভিক্ষাৰী, সন্তানক যি সংস্কাৰ দিছে তাৰেই প্ৰতিফল...! কুকুৰৰ নেজ চিধা নহয় আৰু চিধা হ'ল মানেই পগলা....!!
Aibur xobdoi xuni scamme jen lagise
এইবোৰ শব্দৰ পৰা গম পাব পাৰি যে এওঁলোকৰ নিচিনা মানুহহে নিজৰ ভাল দিনত সাধাৰণ লোকক চাগে কেনেকুৱা ব্যৱহাৰ কৰিছিল..
@@behappy1903 ঈশ্বৰ সকলোৰে ভালৰ বাবে গতিকে তেওঁ সকলোৰে মংগল কৰক তাৰেই প্ৰাৰ্থনা কৃষ্ণ ৷
You are right too.
ছোৱালী বিলাকৰ মুখ খন কিয় ঢাকি দিয়া তোমালোকে এইটো বেয়া কথা সেই কাৰণে ইহঁতে সুবিধা পায়
Husband is silent and wife is speaking 😅here daughter is like his mother 😅😅...karma
আইনৰ সহায় লৈ সিহঁতক ধৰাই দিয়ক ল'ৰাৰ ঘৰ য'ত তাত বা সেই ঠাইত ফটো দি পুলিচত ধৰাই দিয়ক।কিনো চাই আছে। ৰৈ থকা সময় নাই আৰু।
Thik koise
কিন্তু কোনেও হেনো সহায় সহযোগ কৰা নাই
বৰ্মা বৰটা চিন্তা নকৰিব কৰ্মা বুলি কথা এটা আছে....হয়তো কিবা ভূল আপোনালোকৰো হৈছে অতীতত....এতিয়াও ভাল মানু্হৰ সংখ্যা শেষ হোৱা নাই....আপোনালোকক অন্তৰেৰে ভালপোৱা মানুহ কোনোবা নহয় কোনোবা আছে নিশ্চয়, তেওঁলোকৰ লগত আলোচনাৰ মাধ্যমৰে জনা-শুনা অভিজ্ঞ আইনজ্ঞৰ ওচৰ চাপক আৰু উপযুক্ত পদক্ষেপ লওঁক ........
Asole aponi kenay gom palay othitor vul or kotha?
@@mamondey6670 আপোনি ভালদৰে কথাখিনি প্ৰথম শুণক বুজক তাৰপাছত ভাবক....আৰু মই তেখেতসকলৰ আগৰ থকা ঠাইৰে হয়
শিক্ষা তকৈ সংস্কাৰ বেছি দিব লাগে। ছোৱালীৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লওঁক। আৰু জী-জোঁৱাইক মনৰ পৰাই অভিশাপ দিয়ক যাতে নৰকতো ঠাই নাপায়। আপোনালোকক দিয়া দুখত কৈ ১০০০ গুণ বেছি কষ্ট পায়। ভগৱানৰ বিচাৰ আছে।
আপোনাৰ ছোৱালীক জোৱায় মাৰিব এতিয়া
আপুনি বহী ৰাজ্যৰ জোবাইক চাবি দিয়াৰ এইয়া পৰি নাম
যেনে কৰ্ম তেনে ফল , প্ৰত্যক্ষ হয় তেনুৱাভাবে ঈশ্বৰৰ মহাবল ৷
যথাৰ্থতে - বৰ্তমানৰ ক্ৰিয়াত অতীত ৷
আৰু এনুৱা বৰ্তমানৰপৰাই গঢ়া হয় আমাৰ ভবিষ্যত ভেটি যথাৱৎ শিক্ষাই আঁটি ৷
দুয়োজনৰে কুশল কামনা কৰিলোঁ 🙏
কৃষ্ণ কৃষ্ণ 😢😢
শুনিয়েই ভয় লাগি গৈছে, এজনী নিজৰ ছোৱালীয়ে এনেকুৱা কৰিলে, কেনেকুৱা ছোৱালী ঔ 😡😰 নৰকত পঁচি মৰক অ, এনেকুৱা লৰা ছোৱালী,
মিডিয়াই ইচ্ছা কৰিলে, সহায় কৰিব পাৰে , ছোৱালী জনীক বিচাৰি ওলিয়াই , কেচ কৰক, Please যি সকলে এখেত সকলক চিনি পায়, সহায় কৰক ।। বৰ দুখ লাগিছে অ , কত আছে বৰ্তমান তেওঁলোক, জানে যদি কব চোন কোনোবাই 🥺
ওমমম……
3rd class trainত লেবাৰৰ লগত আহিছে… ইয়াটো কিছু সংস্কাৰৰ কথা থাকিব পাৰে ন… বুজা সকলে বুজিছে বাৰু।।
বাকি ভগৱনে মংগল কৰক…
SBI ৰ কৰ্মচাৰী জডিত..SBI ত গ্ৰাহকৰ টকা হৰলুকী সাধাৰণ কথা হৈ পৰিছে।
ধনে ধানে, সকলো আছিল,,,,,,, কিন্তু আপোনালোকৰ লগত "মানু্হ" নাছিল । বিলাসীতা ই বিপদ
মানুহে কয় লৰাই হেনো বুঢ়া বয়সত মাক দেউতাকক নাচাই মই কথাতো নামানো ছোৱালীও কম নহয় দেখিলে কি বদমাচ ছোৱালী মোৰ লৰা আৰু ছোৱালী দুয়ো জনে বহুত বেলগ মাক দেউতাকক যথেষ্ট গুৰুত্ব ৰাখে
আপুনি ছোৱালীক ভাল সংস্কাৰ দিয়া নাই,, অকল টকা পইচাৰ লেবেল দিছিল
সঁচা কৈছে ।
mor anekuwa lagise mayek aru jiyeke agate dukhiya manuhak guratta diya nasil pura level di ghuri furisil
সৌখিনত ৰখা টোৱেই ভুল আছিল।সম্ভৱ সমাজ প্ৰিয় নাছিল চাগে।সমাজ প্ৰিয় হবলৈ হলে সকলোৰে লগত মিলি জুলি থাকিব লাগে।যিটো নগৰীয়া সমাজত দেখা নেজাই।গাঁও সমাজত এইটো কিন্তু আছে।ভুল হয়টো এইবোৰৰ ও হব পাৰে।আৰু নিউজ চেনেল সমূহক এটা কথাই বেয়া লাগে বেয়া কাম কৰা মহিলা এগৰাকীক কিয় মুখ ঢাকি ঢাকি থয়।ভুল হলে ক্ষমা কৰিব দেই।
কোনো পিতৃ মাতৃ ৰ ক্ষেত্ৰতে এনেকুৱা হব নালাগে, বহুত বেয়া লাগিল, কিন্তু আপোনালোকৰ মানসিকতা ও ভাল নহয় , বনুৱা আহিলে কাৰণে ট্ৰেইনখন থাৰ্ড ক্লাছ হল নেকি?
Manokhikotare fol manuhe vuge
কিহৰ পাল্লাত পৰিল এই পৰিয়ালটো। ভাগ্যৰ বিড়ম্বনা। ভাগ্য বোলা শব্দটো সঁচাকৈয়ে বৰ অদ্ভূত শব্দ।😮😮😮
নিজে ৰাজসুখত থাকি আন লোকক গুৰুত্ব দিয়া নাছিল চাগে; ন'হলে এই সময়ত আত্মীয়ই আপোনালোকক আশ্ৰয় দিলে হেঁতেন।
@@muninborah6784 ajir jugot eitu nakhate, kon atmiyoi kak asroy diye, vl dinot so be lgt thake, beya dinot kono lgt nathake, atmio tu bixexkoi
Ajikali relatives ba sinaki manuh jiey nohouk val dinot logot thakey aru bipod ba beyea dinot side katey
হয় নিজৰ বুলিলৈ কোনো নাই নে ? যি এই বিপদত সহায় কৰিলে হেতেন ।
,আপোনালোকৰ আত্মীয় কোনো নাই নেকি আৰু
ভালৰ লগত সঙ্গ কৰিলে ভাল কাম কৰিব,চোৰৰ লগত থাকিলে চোৰেই হব ইয়াতকৈ কি আশা কৰিব, এইয়াই নতুন প্ৰজন্মৰ মানসিক ধাৰণা,পিচে সকলো নহয়,লাজ লগা কথা।
ছোৱালী জনীৰ অৱস্থাটো চাগে আৰু বেয়া হ'ব,মোৰ এনেকুৱা হে লাগিছে
সকলো সন্তান একে নহয় ।গাৱৰ দুখীয়া লৰা ছোৱালীয়ে মাক বাপেক ক বৃদ্ধা আশ্ৰমত নথয় ।থয় ধনী ঘৰৰ লৰা ছোৱালী য়ে হে গতিকে তেখেত সকলৰ ছোৱালীক কিবা শিক্ষা দিছিল ।যাৰ কাৰণে আজি নিজৰ ছোৱালীয়ে এনেকুৱা অৱস্থা কৰিলে ।
বেছি ৰাণীৰ দৰে লালন-পালন কৰাৰ বাবেই আজি এই দশা.কিন্ত্ত আপোনাৰ জীউ বেছি দিন খাব নোৱাৰে.
অপেক্ষা মাথোঁ সময়ৰ । কৰ্ম ফল ভোগ কৰিবই
Kio aoloke nijor sosur sasu mar logt ane korise nki ba bea krisl nki
Karmafal Adin nohoi Adin vog koriboi lagib sabe
100 right
No right kalponik
If you don't give gifts to children, they will cry for some time, but if you don't give them values, they will cry for the whole life.
যেনে কৰ্ম তেনে ফল৷ তেখেতসকলৰ জীয়ে যদিহে এনে অপ কৰ্ম কৰিছে তাৰ ফল নিশ্চিতভাৱে ভোগ কৰিব ৷
বাতৰিটো চাই হৃদয় চুই গল ৷
বৰ ভাল লাগিল কথাখিনি। সঁচাকৈ এখন অদ্বিতীয় ঘৰ,এটা অদ্বিতীয় পৰিয়াল। ইয়াত বৰ্ণিত প্ৰতিজন সদস্যকে দেখাৰ সৌভাগ্য হৈছে।ঘৰখন সংৰক্ষণ কৰাৰ অতি প্ৰয়োজন।গিৰিনদা আৰু দ্বীপেনদা কিমান ভাল ক্ৰিকেটাৰ আছিল দেখাই জানে।আমিও দেখিছোঁ।শ্ৰী ভাগৱতীক ধন্যবাদ জনালো।
আপুনি বেলেগৰ ভিডিঅ’ বৰুৱা পৰিয়ালৰ কমেণ্ট কৰিলেচোন 😅
অত্যাধিক মৰমে লৰা ছোৱালীক এনে কৰে .আৰু টকা পইছা হলে মানুহ বাস্তৱ জীৱনৰ আও ভাও বূজিব নিবিচাৰে
অচিন কাঠৰ থুৰা সদায় বিপদজনক । মানুহ একাল সুখ একাল দুখ এইয়াই কলি যুগৰ নীতিয়ে যেন হ'বলৈ গৈছে ।।
আইউদেহী বৰ দুৰ্ভগীয়া জীয়ৰী জনী কাৰণ এদিন ধ্বংস হব যে খাটাং ১০০%😅😅😅😅😅😅
কিছুমান আধ্যবন্ত ঘৰৰ মাক দেউতাকে বিশেষকৈ মহানগৰীৰ লৰা ছোৱালীক যি লাহে তাকেই দি বহুত বেছি মৰম কৰি সন্তান মোহত একো মনা কৰিব নোৱাৰে। শুনি বেয়া লাগিছে।। এতিয়া কত কি কৰি আছে সেই খবৰ জনাব বুলি আশা ৰাখিলোঁ।
কলিকতীয়া কেইটাই গোতেই অসমখন লুটি আছে, আপুনি সাধাৰণ
নিজৰ জীয়েকে লুটিছে ৷
Aaji Syamantika Sarmah o bhugi ase
Kahilipara, gameshguri, lakhra paltabazar ,birubari, rihabari , আহি যাব। বেংগলী দপদপনিৰ কথা গম পাব।
Moi furibo goisilu darjijilg
Tare muslim aru hindu Bengali a 5000 toka lutile...next time moi pale pithi fali dim
এয়া এক অতি বেদনাদায়ক তথা ৰহস্য জনক ঘটনা ? অপেক্ষা কৰক সত্য উৎঘাতন হবই ! সেই সময়ত আপুনি নিজৰ সন্তান বুলি ক্ষমা নকৰিব । গীতাৰ বাণী মনত ৰাখিব - কৰ্ম মতে ফল পাবাই !
কবলৈ বেয়া লাগে যে চাকৰি জীৱনত আপোনালোকে মানুহক মানুহ বুলি গণ্য নকৰে অহংকাৰ হয় লৰা ছোৱালীক একো অভাৱ হবলৈ নিদি যিয়েই যি বিচাৰে তাকেই দিয়ে আৰু এতিয়া তাৰ ফল ভোগ কৰিব লগা। হৈছে। যি কি নহওঁক নিজৰ সন্তানৰ এনেকুৱা ব্যৱহাৰ সমাজৰ
কাম্য নহয়। এনে সন্তান গৰিহণাৰহে যোগ্য। মাক দেউতাকৰ মনত আঘাত দিয়া সন্তানে তেওঁ লোকৰ বৃদ্ধ জীৱনতো এনে কৰ্ম্মফল ভোগ কৰিব লাগিব। পিতৃ মাতৃৰ মনত আঘাত দিয়া সন্তানে তেওঁলোকৰ জীৱন কেতিয়াও শান্তিৰে শুব খাব নোৱাৰে।
এই বিলাক আ
জোৱায়েক জীয়েকৰ ওপৰত কেচ দিয়া উচিত । লগতে চৰকাৰৰ পৰা সহযোগ বিচৰা উচিত । আপুনি আপোনাৰ শহুৰ-শাহু তথা স্বামীয়ে পিতৃ - মাতৃক যথোচিত আদৰ সন্মান কৰিছিল নে? এই কথা টোও মনত পেলাব । মোৰ বোধেৰে আপোনালোকে সেয়া কৰা নাছিল । কেৱল দম্ভ আৰু বিলাসীতা ত জীৱন কটাইছিল ।
এই অভাজনো ongc ৰ employe.মোৰ কৰ্ম দিনৰ অভিজ্ঞতাৰ কিছু কথা কৱ খুজিছো যে বহো ব্যক্ৰিয়ে অন্যায় পথেৰে ধন ঘটে।যিবিলাক ব্যক্টিৰ এনে চৰিট্ৰ সেই ব্যক্টি বিলাকৰ এনে দুৰ্দশা হৈছে।হয়টো আপোনালোক সেই শ্ৰেণীত নপৰে আপোনালোকৰ দিনেই বেয়া।এতিয়া আপোনালোকে আইনৰ সহায় লওক।
ছোৱালীয়ে মাক দেউতাকক এনে কৰা কথাটো অসমত প্ৰথম আৰম্ভ হব ধৰিছে। এয়া অসমৰ বাবে বৰ ভয়ানক কথা। ইয়াৰ আইনী প্ৰকিয়া হব লাগে। কঠোৰ শাস্তি হব লাগে। এতিয়াই কঠোৰ ভাবে নিৰ্মূল কৰিব লাগে।
জীয়েকৰ picture খন ৰাজস্থান ত থকা অসমীয়া লোকক দি দিয়ক । তেওঁলোকে সহায় কৰিব ।
যি জনী ছোৱালীয়ে নিজৰ মাক দেউতাকক ঠগিব পাৰি ছে তেনেকুৱা কুলা্ংগাৰ ছোৱালী মৰি যোৱাই ভাল। ইয়াৰ কৰ্মফল তাই ভুগিব লাগিব।
ইমান বেছি বিশ্বাস কৰা বাবে এনেকুৱা হল দুখ লাগিছে ৷ মানুহ ইমান নিস্থুৰ হব পাৰে জন্ম দিয়া পিতৃ মাতৃৰ ক্ষেত্ৰত
শুনিছিলো লৰাতকৈ ছোৱালী বিলাকে মাক-বাপেকক বেছিকৈ লালন পালন কৰে আৰু তাৰ প্ৰমাণ মোৰ মা দেউতা আৰু বাইদেওদুজনি আৰু ভন্টিজনি। কিন্তু এইটো এটা বহুটো বিৰল দুঃখ লগা ঘটনা। এইবিলাক ছোৱালীযে এসময়ত হয়টো নিজে তাতোতকৈ অধিক ভুগিব।
Plz approach court of law, fradulent transactions can be traced, since it happened inside bank premise. Raise case against her. Hope you will get justice.এই বয়সত আপোনাৰ বহুত কষ্ট হৈছে৷ দেখি অন্তৰাত্মা কান্দি উঠিছে মোৰ
লৰা ছোৱালীক সদায় ভাল শিক্ষা দিয়াত বেছি গুৰুত্ব দিব লাগে , বেছি materialistic way ত ডাঙৰ কৰিলে ডাঙৰ হোৱাৰ পিছত পৰিয়াল, মাক দেউতাক এইবিলাক একো matter নকৰা হৈ পৰে, নিজৰ বিলাসী lifestyle ৰ বাবে মাক দেউতাক গুৰু গোঁসাই সকলো পাহৰি যায়।
বেচি মৰম কৰিলে এনেকুৱা হয়। ভগবান আছে নহয়। তাৰ ফল পাব।
খুব দুখ লাগিল আপোনালোকক এনেকৈ দেখি,মই মোৰ সমৰ্থ অনুযায়ী আপোনালোকক কিবা এটা দিছোঁ, কালিৰ সাক্ষাৎ টো চাই,ভগবান সহায় হওঁক।দাদা জনক ভগৱানে ভাল কৈ ৰাখক
ঐশ্বৰ্য বিভূতি সকলো দিলে আপোনাৰ সন্তানক , কিন্তু নৈতিক শিক্ষাই নিদিলে।
বৰ ভাল দুখীয়াৰক সহায় কৰেনে কেতিয়াবা আপোনালোকে ? নিজক চিনি পালে এনেকুৱাই হব মেদাম । ভাবা ভাবা ।
সদাই বেলেঞ্চত থাকিব লাগে আৰু লৰা ছোৱালীকো বেলেঞ্চত ৰাখিব লাগে ৷অতি শাসনো বেয়া আৰু একেবাৰে শাসন নকৰাটোও বেয়া । জীৱন ভাৰসাম্যতাৰ নাম হয় । যদি একেবাৰে তাইক উঠাই নিদি কিছু পৰিমাণে শাসনত ৰাখিলে হয় আজি এই দশা নহলে হয় । যিকি নহওঁক আইন আছে কানুন আছে আৰু আইন কানুনো যদি টকাৰ বলত বহতীয়া হৈছে তেনেহলে সেই আইন সমাজ জীৱনৰ বাবে অভিশাপস্বৰূপ হয়।
আচলতে আপোনালোকে ছোৱালী জনীক যে ৰাণীৰ নিচিনা ৰাখিলে সেইটোৱেই ভুল কৰিলে সংস্কাৰ দিব নাজানিলে, কেৱল টকা পইচা ধন সম্পদ এই বোৰহে শিকালে,
পিতৃ মাতৃ ওচৰত যিমানেই টকা নাথাকক কিয় সন্তানক কেতিয়াও জানিবলৈ দিব নালাগে। অলপ অভাৱ কি লৰা ছোৱালীক শিকাব লাগে। লগা বস্তু তো দি দিব নালাগে সৰুৰ পৰা। সংস্কাৰ নশিকিলে।মৰম, দয়া,মমতা, শিষ্টাচাৰ, সন্মান একো শিক্ষা নললে তেওঁলোকৰ সন্তানে।
নাপাই নিজ পিতৃ মাতৃক এনেকোৱা কৰিব পাপে চুব..লোভে পাপ পাপে মৃত্যু হ'ব...বনৰী জাতৰ ছোৱালী ইয়াকে কয়
অসমত দৰা অভাৱ আছিল নেকি,এতিয়া কৈ কি লাভ,
আপোনাৰ কথাই পৰিচয়। আপোনাৰ সয়স্কায। শ্ৰমিক হ'লে ও আপোনাৰ ছোৱালী তকৈ বহু পৰিমাণে ওপৰত।3rd class বুলি নকব
Aajikali bohirajyot nijor ji k biya di ba ba loi maak bapeke
Tike koise shemontika ki hoise kolikota biya hoi
Exactly Bihari aru bengali r logote ei biya hbo dhorise
তাই কতো শান্তি নাপায়.... এনেকুৱা পপীয়া সন্তান কাকো নিদিয়ক....মাক, দেউতাকৰ অভিশাপে মেৰিয়াই মেৰিয়াই ধৰক আৰু ক'বলৈ ভাষা নাই.... আধুনিক দিনৰ আধুনিক সন্তান ..... এয়াই উদাহৰণ .. এয়াই মাক, দেউতাকৰ ওপৰত দায়িত্ব নহয় নে,এয়াই মানৱীয়তা.. এনেকুৱা সন্তান গেলি গেলি মৰক
Kothabur xunile kintu xontanok lalon palonotei dukh ase jn onuvob hoy gotike ji xikhyare xikhito korise xeyai xikise sage
হে হৰি,মৰমৰ চুমাই নাকতি ওফৰাই,ঘৰ শত্ৰু বিভিষণ,একদম নাপায় দেই,মাক দেউতাককৈ বাহিৰাগতো নিজৰ হল, ইয়াৰ ফল ভালকৈ পাব মৰমৰ স্বামীয়ে তাইক চাব কুকুৰৰ দৰে অৱস্থা কৰিব, টকা বোৰ শেষ হব দিয়ক 😮😮কুলক্ষণীয়া ছোৱালী 😢
Thik kaise
এই সমস্যাৰ আইনী সমাধান নাই নে কি? মুখ্য মন্ত্ৰী মহোদয়ে বিষযটোত হস্তক্ষেপ কৰা উচিত ।
আপুনি চকু মুদি ইমান বোৰ চহী কৰিম নেলাগিছিল।শিক্ষিত মানুহেই যদি এনেকুৱা কৰে বাকী সকললৈ কি থাকিল ..
Right now I am watching the video,I feel the mother has still mad love and affection for the daughter.
নিজৰ ককাই ভাই লগত সম্প নাথাকিলে এনে হয়
ককাই ভাই তেনে নকৰিব বুলি কি কথা আছে
অচিন কাঠৰ ঠোৰাৰ লগত জাতে সংগ নকৰে । আচৰিত ধৰণে আমাৰ ছোৱালী বিলাকক ঠগে। কাৰণ আমি সৰল ।এনেকুৱা ঘটনা টাৰগেট কৰি লয় তেল গেছ কোম্পানীত চাকৰী কৰা অসমীয়াৰ লগত হয়। ছোৱালীজনীয়ে বেয়া ফাণ্ডত পৰিলে। আৰু যাতে কাৰো এনেকুৱা নহয়🙏
পিতৃ -মাতৃৰ সংস্কাৰ নথকা বাবেই সন্তানৰ চৰিত্ৰ এনে নিকৃষ্ট হ'বলৈ পাইছে
Wah apuni gomei pai gol karon....
Right
Oko makehe sign mara kotha koy .. Deutarr bhumika nasl nki.....sakori to bapekehe krisl .... Mota tuk tlot rakhi swalik alakhot rakhisl sage.... But conditions bht dukh loga .. Iseare mangl krk
তেওঁ লোকে কিয় পুলিচ লগাই সিহঁতক ধৰাই নানে কিয়? এনেকুৱা পাপীষ্ঠ জীয়ৰীক শাস্তি দিব লাগে। তেওঁ লোকে ইয়াৰ বাবে ব্যৱস্থা কৰা নাই নেকি?
দোষ আপোনালোকৰ। ছোৱালীক লগাতকৈ বেচিকে টকা-পইছা আৰু বিলাসী জীৱন দিলে কিন্তু সংস্কাৰ দিব পাহৰিলে। জীৱ-জন্তুৰ প্ৰতি বা মানুহৰ প্ৰতি মৰম কৰিব নিশিকালে, ভোকাতুৰৰ হাতত অলপ খাদ্য বা পিয়াহঁত আতুৰ জনক পানী অলপ দিবলৈ নিশিকালে। এইবোৰ তাৰেই ফল। কেৱল টকা হে দিলে। এতিয়া বেলেগক উপদেশ দি লাভ নাই। আমি দুখীয়া হ'ব পাৰো টকা-পইছা নাই কিন্তু লৰা-ছোৱালীক মানৱীয়তা গুণখিনি শিকাইছো।
Bohut vaal kotha koise aapuni 🙏
পৃতি মাতৃ হাল আইনৰ সহায় লওক.. নিশ্চয় ন্যাই পাব...??? ভগৱান নো কত আছে এই পৃথিৱীত...???? হাই মানৱতা....!!! কলি যুগত ভগৱান ও অন্তৰ্ধান হল পৃথিৱীৰ পৰা....!!!
আপোনাৰ জী জোঁৱাই আইনৰ যোগেদি ধৰি আনক আৰু সকলো আপোনালোকৰ প্ৰাপ্য লয় লওক।
লৰা ছোৱালীৰ উচ্চ শিক্ষা থকাৰ পিছতো নিজৰ জন্ম দিয়া মাক বাপেকক কিয় এনেকুৱা কৰে বৰ বেয়া লাগে 😢 মা বাপেকক এনেকুৱা কৰিলে মহাপাপ লাগে। অলপ পলম হব কিন্তু এই জনমত পাব শাস্তি 4:35
আপুনি সন্তানক বিশ্বাস নকৰিবলৈ কলে????আপুনি ছোৱালীক মানুহ হবলৈ শিকাইছিল নে??
We need a strong law regarding this problem in Assam.
সময়ে সময়ৰ কাম কৰিব অ নিজৰ ও তুলিছে নহয় লৰা ছোৱালী 😢
আইনৰ সহায় লওক
দুখীয়াক দান নিদিয়া ফল ,পাপৰ ফল ধন বনালে মানুহ নবনালে ।
মোৰ মতে SBI কৰ্মচাৰী আৰু অকিল জনক ধৰিৱ লাগে তেতিয়া সকলো উলাই জাৱ
এটা সময়ত তেওঁ লোকেও নিশ্চয় চাগে নিজৰ আত্মীয়ক তেনেকুৱা কিবা এটা কৰিছিল,তাৰেই পৰিণতি,সেই গৰাকী জী কম নহয় ,তেওঁ এদিন তেনেকুৱা নিজৰ পুত্ৰ বোৱাৰী বা অন্য কাৰোবাৰ পৰা তেনে ব্যৱহাৰ পাব।
এওঁলোকে আগতে কিছু পৰিমাণে হ'লেও আনৰ বা নিজৰ পৰিয়ালৰ কাৰোবাক অনিষ্ট বা মনত কিৱা দোষ দি থৈছে নিশ্চয় তাৰে ফল ভূগিছে নহয়জানো কি কয়?
কৰবাত আপোনালোকৰ অলপ ভুল হল নেকি বাৰু ?
ভূল নো কোনে নকৰে। সেই বুলি বিপদত পৰিলে মানুহ আগ বাঢ়ি অহা টো উচিত। judgement kora tu thik nohoi.
I am putting all my life for my family. For mom and dad. May be my parents raised me as a real man.
এই বোৰ হয় মাক দেউতাকে যেতিয়া ল'ৰা ছোৱালী ডাঙৰ কৰে তেতিয়া পইছাৰে দুনিয়া জুখিব পাৰি বুলি ভাবে দুখীয়া মানুহৰ প্ৰতি ছবি কেতিয়াও নেদেখুবাই গতিকে সেই ফল আমি ভোগিবই লাগিব গতিকে ল'ৰা ছোৱালীক ঘৰুৱা সংস্কাৰ শিকাওক
বহুত হাজাৰ হাজাৰ ল'ৰা ছোৱালী এতিয়াও খাবলৈ নাপালেও মা দেউতাক ঈশ্বৰৰ দৰে সেবা কৰি আছে
গতিকে ল'ৰা ছোৱালীক কষ্টৰ মাজেৰে ডাঙৰ কৰিবলৈ শিকিব লাগে
আপুনি এতিয়াও আনৰ ল'ৰাটোক দোষ দি আছে।আপোনাৰ পেটৰ সন্তানেই বিশ্বাস ঘাটক। এতিয়াও সময় আছে।তাইৰ ওপৰত কেচ ফাইল কৰক।
সেই জোৱাইয়ে ছোৱালী জনীকো খেদি পঠাব এদিন ।
মাক দেউতাকক যেনেকৈ ৰাস্তালৈ আনিছে সেই গিৰিয়েক ঘৈণীয়েকৰ ও একেই অৱস্থা হব।
Ohonge poton....
Moja ....ei nhoi Mnuhok mnuh buli novoba guwahatir prai burr enkua hbo..... Kisumnk bad d
...
মই নিজেই এজন বেংকৰ কৰ্মচাৰী। গতিকে মই কওঁ যে এইটো সম্পূৰ্ণ বেংকৰ মানুহ জড়িত। প্ৰথম কথা যে কোনেও আহি locker খুলিব নোৱাৰে আৰু দ্বিতীয় কথা যে loan against property হবলৈ হলে valuation কৰিবলৈ আহে বেংক আৰু verfication হবই। কোনো verification নোহোৱাকৈ কেনেকৈ canara বেংকে লোণ disburesment কৰিলে। গতিকে বেংকৰ সকলো কামত সকলো জনতা সজাগ হব। নিজৰ বিবেক খটুৱাব, কোনো বেংকৰ কৰ্মচাৰীয়ে কলেও নপঢ়াকৈ কোনো চহী নকৰিব আৰু নিজৰ ducuments নিদিব।
এয়াই কৰ্মফল বুলিভাবক ভাঙি নপৰিব কিবা নহয় কিবা উপায় উলিয়াব উহঁ কি দুখৰ বিষয়
Honorable CM of Assam plz look into dis matter 🙏
Assam chief Minister: himanta Biswa Sarma immediate take action against this incident happening*we request you all & Assam police 🚨 for humanity and mankind help them 🙏🏾 thank you so much 🙏🏾 God bless them Almighty God 🪆
He will do it for vote bank only. Bongal kita k h etiya importance diye etiya axom ot.
বাইদেউ গৰাকীক বিয়া কৰাই মানুহ জন বোবা হৈ গল যেন লাগিছে।