বিচাৰক সকলে দিহানামৰ দলসমূহক কি কি ভূল দেখাই দিলে।।জয়সাগৰ দিহানাম প্ৰতিযোগিতা।।

Поділитися
Вставка
  • Опубліковано 4 жов 2024

КОМЕНТАРІ • 6

  • @daskamal5202
    @daskamal5202 26 днів тому

    প্ৰবীণ দা ,ৰ,,পৰা মই বহুত বিহু শিকিলোঁ,,, একে লগে বিহু নাচো ❤চোতাল বিহুত❤

    • @trimurti2966
      @trimurti2966  26 днів тому +1

      মই ভালকে চিনি পাওঁ

  • @hemantahemanta4926
    @hemantahemanta4926 3 дні тому +1

    গামোচা খন লোৱাৰ পৰা গায়িকীলৈকে ইমানবোৰ নিয়ম নীতি কোনে কেতিয়া,ক'ত নিৰ্ধাৰণ কৰিলে, জানিব পাৰিলে ভাল আছিল। প্ৰতিজন বিচাৰকে কোৱাতকৈ এজনে সামগ্ৰীক ভাবে ক'লে ভাল হ'ব নেকি বাৰু? সকলোৱে ক'লে সময়ো বেছি অপব্যয় হয়। কথাবোৰ চিন্তা কৰিলে ভাল।

  • @junmoniborah5329
    @junmoniborah5329 25 днів тому

    প্ৰীতিযোগিতা নহয় প্ৰতিযোগিতা হে হ'ব লাগিছিল ।

    • @trimurti2966
      @trimurti2966  24 дні тому

      প্ৰতিযোগিতা লিখা আছে

  • @simantakonwar1213
    @simantakonwar1213 26 днів тому

    ভুল বানানো ভুল হৈছে