Dibrugarh ৰ হত্যাকাণ্ড : আৰক্ষীয়ে কৰায়ত্ত কৰিছে হত্যাৰ মূল অভিযুক্ত দ্বীপজ্যোতি ৰাজবংশী N18V

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Dibrugarh ৰ হত্যাকাণ্ড : আৰক্ষীয়ে কৰায়ত্ত কৰিছে হত্যাৰ মূল অভিযুক্ত দ্বীপজ্যোতি ৰাজবংশী N18V
    #dibrugarhnews #news18assamoriginals
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 132

  • @jborgohain2116
    @jborgohain2116 Місяць тому +76

    কি যে হৈছে মানুহবোৰৰ! মানুহবোৰৰ মানৱীয়তা গুণবোৰ হেৰাই গৈছে!!!!

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f Місяць тому +49

    Iএইবোৰক লগে লগে Ancounter কৰিব লাগে৷ মানুহ মাৰো বুলি মাৰিপেলাব৷ কিযে হৈছে ৷ 😢😢

  • @mohendradas1757
    @mohendradas1757 Місяць тому +13

    এনে ধৰণৰ হত্যাৰ উন্মাদনা থকা মানুহ সুস্থ মানসিকতাৰ লক্ষন নহয়।আইন কানুনৰ প্ৰতি নুন্যতম শ্ৰদ্ধাবোধ নথকা এনে অপৰাধীৰ প্ৰতি চৰকাৰ আৰু সমাজ কঠোৰ হ'ব লাগে । অনুসন্ধান আৰু বিচাৰ পক্ৰিয়া অনৰ্থক দীঘলীয়া নকৰি সমূহ এঘাৰজনীয়া হত্যাকাৰী দলকে ফাঁচি বা সমপৰ্য্যায়ৰ দৃষ্টান্তমূলক শাস্তি বিহাটো উচিত বুলি ভাবোঁ।

  • @jamunaray4032
    @jamunaray4032 Місяць тому +20

    আইন ব্যৱস্থা একদম সো লোক ঢোলোক যাৰ বাবে সবৰে সাহস হৈছে মানুহ মাৰিবলৈ

  • @nityasashibsaikia3571
    @nityasashibsaikia3571 Місяць тому +12

    গৃহস্হি ঘৰত মাঙ্গলিক কৰ্মৰ নকৰা ফলত আজি যুৱচাম উগ্ৰ হ'ব ধৰিছে। দুখ অভিভাৱকৰ তথা সমাজ ব্যৱস্থাৰ।

  • @anjanborah-5069
    @anjanborah-5069 Місяць тому +29

    মাক আৰু পত্নী গৰাকীক অলপ দুখ কৰিবৰ বাবে সময় দিয়ক সাংবাদিক বন্ধু সকল 🙏🙏 । মোৰ ক্ষেত্ৰত এনেকুৱা অসভ্যালী কৰিলে কি যে কৰিলো হয় 😢😢

    • @gongkachari1535
      @gongkachari1535 Місяць тому

      ম‌ইয়ো সেইটোকে ভাবিছোঁ আজিকালি মানে কিবা হ'বলৈ পাই হে, গোটেই সোপা জূম বান্ধি আগুৰি ধৰি উশাহ ক্ষতি নোহোৱাকৈ ইটো পিছত সিটো প্ৰশ্ন শুধি ব্যতিব্যস্ত কৰি তুলে একেবাৰে, দূখ কৰিবলৈ কান্দিবলৈও ৰেহাই নিদিয়ে মানে, গোটেই বুম কেইটা মুখৰ আগত পদৰা দি দিব পোৰা।

    • @jigyasjyotibora3356
      @jigyasjyotibora3356 Місяць тому

      Take kela ki poristhi makor ki onuvob sabole nai ihote

  • @TukharTukhardeori-fc5nu
    @TukharTukhardeori-fc5nu Місяць тому +16

    Fasi diyak

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l Місяць тому +4

    সাঙবাদিক বন্ধু সকল আপোনালোকৰ ব্যবহাৰ কেনে হৈছে নাজানো কিন্তু দুষ বেজাৰত থকাৰ সময়ত নিউজ কৰা কেনে হৈছে বাৰু।

  • @ManiyalNag
    @ManiyalNag Місяць тому +4

    অসম চৰকাৰ বিনয় কৰোঁ এই কিতাক ফাঁচী দিয়ক

  • @Danirojasfc6
    @Danirojasfc6 Місяць тому +5

    আজি কালি কোনে কিমান মানুহক জীৱিত অৱস্থাত মৰিয়াই মৰিয়াই হত্যা কৰিব পাৰে তাৰেই যেন প্ৰতিযোগীতাত ভাগ লৈছে এইসকল বিবেক বিহীন মূৰ্খ মানুহে।
    আৰু আৰু চৰকাৰে নীৰৱে চাই আছে আৰু এখন ৰচনা লিখিব দিছেঁ মানুহজনক কিয় মাৰিলে!।
    তাৰ পিছত জেলত নহই......
    ৰিহাইদ্ৰেছন চেন্টাৰত জিৰণি লবলৈ পঠিয়াই দিছে। এয়াই আজিৰ চৰকাৰ।
    মোদী হ্যাই টো মোমকীন হ্যাই 🙄😔

    • @Danirojasfc6
      @Danirojasfc6 Місяць тому +1

      এইবোৰকেই অন্ধভক্ত বুলি কয়।
      মানুহ মাৰিব পাছত ভগৱানৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিব মোক ক্ষমা কৰা প্ৰভু।

  • @rajvlog5014
    @rajvlog5014 Місяць тому +6

    কি যে হব এই দুনিয়া, খন মানুহ বিলাগৰ কোনো বিচাৰ বুদ্ধি নাইকীয়া হৈ গৈছে।

  • @axomiabuwari
    @axomiabuwari Місяць тому +3

    কি যে হৈছে মানুবোৰ😮😮

  • @deepdekamix5180
    @deepdekamix5180 Місяць тому +4

    এইকেইটা পাৱত গজা সাংবাদিক মাকক এনেকৈ প্ৰশ্ন কৰিছে..

  • @pratuldas6125
    @pratuldas6125 Місяць тому +5

    এইটোক দেখিলেই পিশাচৰ নিচিনা লাগিছে I এনেকুৱা ভাৱ হৈছে - এচাম অপৰাধীয়ে অসম পুলিচক মুঠেই ভয় নকৰা হৈছে I

    • @Jeebankatha-kk
      @Jeebankatha-kk Місяць тому

      Bopoi o polich 🤣🤣, polich mani poisa, polich mani dhone manhu, aamar nesena dukheya manhuor babi polich nohoy. 1matroo baba mahadav 🙏

  • @dipalisonowal8842
    @dipalisonowal8842 Місяць тому +7

    Ancounter Kori bodmas ketak zero kork

  • @dharmeswaribora4706
    @dharmeswaribora4706 Місяць тому +5

    মাকক কিয় এনেকে সুধি আছে কি যে মানুহবো

  • @aminrahul1977
    @aminrahul1977 Місяць тому +1

    First Track Judgement Please

  • @porishmita674
    @porishmita674 Місяць тому +3

    Ki হৈছে বাৰু মানুহ বোৰ।। ইমান দেখি kio বুজি নলয়

  • @anjalidas4572
    @anjalidas4572 Місяць тому +3

    মানুহ জনে ঠিকেই কৈছে

  • @voxx7840
    @voxx7840 Місяць тому +1

    Failure of administrative system and Govt too😡

  • @bantidas2403
    @bantidas2403 Місяць тому

    মৃত্যুৰ পিছত একো নাই কেছ সকলো জিয়াই থাকোতে সকলোও হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম

  • @aratigohain5885
    @aratigohain5885 Місяць тому +1

    যুগৰ শেষ হৈছে।এইবোৰ মানুহ নহয় নৰখাদক

  • @lachitbanowary3354
    @lachitbanowary3354 Місяць тому +2

    Ancounter korok

  • @TheAMIETE
    @TheAMIETE Місяць тому

    Please cm sir i kindly request you ai noropikhaj gitak through fast tack adalotor thuredi fasi diyok at least maak jonia hantit hubo paribo 🙏🙏🙏🙏

  • @tutumanibarman5384
    @tutumanibarman5384 Місяць тому +1

    অপৰাধী বোৰক ধৰা পৰাৰ লগা লগ মাৰি পেলালে এনেবোৰ ঘটনা কম হল হৈ কিজানি । জেইলত ৰাখি সুখত ভাত খুৱাই থাকি লাভ নাই ।অপৰাধী ধৰা পৰিলে মাৰি পেলাব লাগে ।

  • @trevor9747
    @trevor9747 Місяць тому

    Why nobody fears the police and law system?

  • @bantidas2403
    @bantidas2403 Місяць тому

    সকলোও ৰাইজে কক এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল কৃষ্ণ

  • @SaruNath-pq8rf
    @SaruNath-pq8rf Місяць тому

    প্ৰসাশন বিভাগক কৈছো টকা কেইটা মান লৈ দোষি সকলক এৰি দিয়ক । ইয়াত কোনো ন্যায় ৰ প্ৰশ্ন ই নাহে। কাৰণ এজন হলেহে ইনকাউনটাৰ কৰে এতিয়া ১২ জনক কি কৰিব। একো কৰিব নোৱাৰে যেনেকৈ অভি নীলৰ ঘটনাৰ নিচিনাই। 😂😂😂😂

  • @AnnoyedGarden-jo1kh
    @AnnoyedGarden-jo1kh Місяць тому

    হত্যা কাৰিক যাবজ্জীবন কাৰাদণ্ড বিহিব লাগে।

  • @umeshprodhan
    @umeshprodhan Місяць тому

    Ancounter kribo lga

  • @bananichakravarty43
    @bananichakravarty43 Місяць тому +1

    Enekoi questions nokoribo.putra xok kenekuwa huwa jonehe gom pai.

  • @MoonBegum-dl3rw
    @MoonBegum-dl3rw Місяць тому

    😢😢😢😢😢😢 miss you kaka 😢😢😢😢😭😭😭😭

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому

    মিঞাক হাহোতে হাহোতে এই বেমাৰবোৰ অচমীয়ালৈ সোচৰিলে!

  • @MonujSarmah-tg3vz
    @MonujSarmah-tg3vz Місяць тому

    যেতিয়া লৈকে মানুহে মানুহক মৰাক লৈ ফাঁচী দিয়াৰ এখন আইন চৰকাৰে প্ৰস্তুত নকৰে, তেতিয়ালৈকে এই পাগলবোৰৰ উৎপাত চলি থাকিব। বহুত দেৰি হৈছে। আগতেই আনিব লাগিছিল এনেকুৱা এখন আইন। মানু্হ মাৰিব প্ৰমাণ হোৱাৰ পাছত ডাইৰেক্ট ফাঁচী। তেতিয়া হে যদি অকণমান মানু্হ মৰাৰ আগতে ভাবিব।

  • @anjumaassameserecepie
    @anjumaassameserecepie Місяць тому

    Hossai😢😢😢😢ki je hoise😢😢😢😢

  • @hdmry238
    @hdmry238 Місяць тому

    Manuh kaitar sehera sai gompoajai je ei jagar poribes khub beha onubhob hoy....

  • @bantidas2403
    @bantidas2403 Місяць тому

    মই একো নকাও কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @user-oj4kh4os5f
    @user-oj4kh4os5f Місяць тому +1

    Aiburok mare palabo lage

  • @himadrigogoi4683
    @himadrigogoi4683 Місяць тому

    মানুহৰ মাজত মানৱতা নাইকীয়া হ'ল।

  • @gautamsaikia3564
    @gautamsaikia3564 Місяць тому +1

    ইয়াক কেলা দেখি এনেকুৱা লাগিছে টানি আনি থেকেচি পেলাওঁ নেকি। মদ খালে কাকো চিনি নপায় পাগল সব

  • @junvlogs1967
    @junvlogs1967 Місяць тому

    Fast track courtr joriyote case solai honkale fasi dibo Lage dukhik

  • @upenpokhrel1740
    @upenpokhrel1740 Місяць тому

    direct fasi dibo lage

  • @bhabendoley6151
    @bhabendoley6151 Місяць тому

    কোনো কথাই নাই।জাতেই এ বাৰ নহয়, ফাঁচি দিব লগে।সৰু বুলি এৰিব নেলগে।

  • @assamormobileminivlog4774
    @assamormobileminivlog4774 Місяць тому

    Doctore 10 bajat kio kole tar agote operation karibo nuarile nky.....tetea hoi2 basi gol heten

  • @AffectionateEagleRay-sd2us
    @AffectionateEagleRay-sd2us Місяць тому

    Fasi jetiya loike akhomt nohoye tetiyar loike hoi thakibo dukhi keitak fasi diyok

  • @tastyrasoi15
    @tastyrasoi15 Місяць тому

    অসমীয়া জাতি টোয়ে পাগল হৈছে

  • @lachitgogoi7949
    @lachitgogoi7949 Місяць тому

    সংবাদ মাধ্যম নে পুলিচ Si বুজিব পৰা নাই মই

  • @ankurzubeen1158
    @ankurzubeen1158 Місяць тому

    মানুহ মাৰা ধৌ উঠিছে কেলা এইবোৰ মানুহ নহয় জনোৱাৰ হয়

  • @amalkalita5581
    @amalkalita5581 Місяць тому

    এনে নৰপিষাচ মানুহবোৰক ফাচি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে।

  • @truetrack5949
    @truetrack5949 Місяць тому

    Manuh dharmik hobo lage nohole aibur hoboi

  • @bijumonikalita588
    @bijumonikalita588 Місяць тому

    মানুহৰ মানৱীয়তা নাইকিয়া হৈ গ'ল

  • @jayadass2681
    @jayadass2681 Місяць тому

    এনে জঘনয় মানুহ পৃথিৱীত থাকেনে।

  • @hirakkalita2588
    @hirakkalita2588 Місяць тому

    Ei mohapapi borok direct ancounter koribo lage

  • @jayadass2681
    @jayadass2681 Місяць тому

    নিতাই সৰ্বনাশ মাতিলে নিচা বিৰুদ্ধে প্ৰতিবাদ কৰিব কোনে ?

  • @AnupamDas-t5h
    @AnupamDas-t5h Місяць тому

    Hii axom bangali k aru support kar

  • @user-re5ut5tr2d
    @user-re5ut5tr2d Місяць тому +1

    Assamese manuhar anrkuwa character nasil mado dukan hiwar para and hoise

  • @pinkusarma7526
    @pinkusarma7526 Місяць тому

    Sarkaror kipat modor utpat krishna.

  • @kp23456
    @kp23456 Місяць тому

    এইবোৰ ল'ৰা ৰ মানসিকতা বেয়াই

  • @user-hr4md8gh6o
    @user-hr4md8gh6o Місяць тому

    😢😢😢😢😢😢😢😮😮😮😮😮

  • @AbdulMannan-g6c
    @AbdulMannan-g6c Місяць тому

    মদৰ দোকান আৰু ভৰাই দিয়ক মামা

  • @loknathrayl5266
    @loknathrayl5266 Місяць тому +1

    বৰ্তমান অসমত কি হৈ আছে 🤔🤬🤬

  • @Rvn_gaming_123
    @Rvn_gaming_123 Місяць тому

    Aji kali kaku bisax koribo nuari🙂

  • @BhriguSaikia-zs8ny
    @BhriguSaikia-zs8ny Місяць тому

    সেই কেইটাকো গুলী মাৰি দিব লাগে

  • @kushalsaikia1214
    @kushalsaikia1214 Місяць тому

    মদেই কাল । আৰু খা মদ ।।

  • @tanjitdas-g1y
    @tanjitdas-g1y Місяць тому

    আমি অসমীয়া আমাৰ অসম বুলি আজি কালি ভয় নোহোৱা হৈ গৈছে । administration তো নাই অসমত .karon govt e only hindu muslim t he busy ..okol mia geda gedi bur he bodmas thake amar assamia manuhor mentality hoi goise ...লোকক সমালোচনা কৰি কৰি আমি নিজে কোন দিশে গৈছো ।

  • @user-gf8rm2lp7f
    @user-gf8rm2lp7f Місяць тому

    Kiba ata ase

  • @jituborgohaibaba9151
    @jituborgohaibaba9151 Місяць тому

    Banguli kaitak Maribo lage...aru bohut asa tat

  • @mondeepbaruah4780
    @mondeepbaruah4780 Місяць тому

    Kamatapur pothai dbo Lage piti piti.....

  • @mithunali3881
    @mithunali3881 Місяць тому

    Sokor pani oli jai ki kom

  • @DreamInstaModel
    @DreamInstaModel Місяць тому

    Koneu Miyak Gali Paribo Pora nai 🤣🤣🤣🤣 Ai bar criminal khati Axomiya

  • @Jeebankatha-kk
    @Jeebankatha-kk Місяць тому +1

    Manhu more gol tamul khuwa ara nai, kala, aru dukhan man tamul ne deyok

  • @truetrack5949
    @truetrack5949 Місяць тому

    Mulyabridhi manuhok manohik vabe bhagori goise

  • @AffectionateEagleRay-sd2us
    @AffectionateEagleRay-sd2us Місяць тому

    Dr hemotor kanot nopore aibilak

  • @BontiPegu-eh2mp
    @BontiPegu-eh2mp Місяць тому

    Konii kaatii dee aikeitar klaaa

  • @probhatchetia3321
    @probhatchetia3321 Місяць тому

    Ai batoriye juba homajot utah hejugan dharise. Aji kunubai teacher ok hoita, aji puteke bapekok marise, pisot mobailot batori, tv batorit dekhuwai, shastir nmot karagarot thake. Ane hotitya karik directly fashi diok anhate eyar pora un doh janor uahajhe bohaise

  • @Sumita-ez6zv
    @Sumita-ez6zv Місяць тому

    Moi voba mote jailot hasti nidiye hai karone manuhbilak ane kando koriboloi voi nakhai

  • @pranjalgogoi3294
    @pranjalgogoi3294 Місяць тому

    Kako biscakh kori lav nay

  • @HabibUllah-yp9rd
    @HabibUllah-yp9rd Місяць тому

    Ai keyta kon Samprodayar jonabasun....

    • @creativemd8512
      @creativemd8512 Місяць тому

      Besi bhag tohotor a hoi d 99% tohotor a hoi

  • @chandankonwar4467
    @chandankonwar4467 Місяць тому

    Johara news chnl ki Baal qsn kori ase be

  • @firdausfaridasultana21
    @firdausfaridasultana21 Місяць тому +1

    বিশেষ সম্প্ৰদায়ৰ নেকি?

    • @sanatanrajbongshi1981
      @sanatanrajbongshi1981 Місяць тому

      তোৰ সম্প্ৰদায়ৰ যে কিমান বৈশিষ্ট্য, ১/ গৰু চোৰ ২/ চাগলি চোৰ ৩/ হিন্দু ধৰ্মৰ নকল কৰি ছোৱালী চোৰ ৪/ ধৰ্ষণ ৫/ হত্যা ৬/ জালিয়াতি ৭/ ডকাইত ৮/ প্ৰতিটো কথা মিছা ৯/ জেইলত ফাঁচীৰ ৰায়ৰ বাবে অপেক্ষা ১০/ আৰু বালখুৰুৱা তহতৰ ধৰ্ম😅😅😅

    • @firdausfaridasultana21
      @firdausfaridasultana21 Місяць тому +1

      @@sanatanrajbongshi1981 net goi sabi kar crime cases besi . Tohor godii mediai heibur dekhuabo nahe . Miya e kiba korilei douri jai dekhuwabole .. gubor khai matha tuou gubor bonai diso , whatsapp, UA-cam university r pora olp bahirot ulai sabi kot ki ghoti ase ...
      Tohotor gela jaat tur babei ami eri disu , eri d muslim hoisu .. Aru sai thak ki ki j hobo earth ..
      Gubor khua jaat 🤣🤣

    • @sanatanrajbongshi1981
      @sanatanrajbongshi1981 Місяць тому

      @@firdausfaridasultana21 অই বালখুৰুৱা জাত, মেডিয়াৰ ওপৰত এক্সন কিয় লব নোৱাৰা যদি মেডিয়াই এনেই দেখাই, সংবিধান শিক্ষা দিব আহিছা জহৰা জাত

  • @ganarabha176
    @ganarabha176 Місяць тому

    Hat vori kati dii

  • @papubarman9243
    @papubarman9243 Місяць тому

    Fasi dibo lagi

  • @bhaskarjyotikonwar2449
    @bhaskarjyotikonwar2449 Місяць тому

    Ohhh makaok tu tohoti bad nidili

  • @arupbaruah6314
    @arupbaruah6314 Місяць тому

    Dibrugarh jukari gaisa sibasagar jukari gaisa ki haisa

  • @basantabaruah8534
    @basantabaruah8534 Місяць тому

    এইসকল সাংবাদিকৰ জ্ঞান আছে কিন্তু কাণ্ড জ্ঞান নাই।শোকত ভাগি পৰা মাকৰ মুখত মাক্ৰোফোন।অলপ মানবীয়তা শিকিব ডাঙৰীয়া সকল।

  • @gitimonidevi3847
    @gitimonidevi3847 Місяць тому

    Kio marisil heitu katha nakoi fatua news kori aso

  • @firdausfaridasultana21
    @firdausfaridasultana21 Місяць тому

    @rajeshhazarika1663 news bur tohoteu vl ke sai lobi.
    Teacher k j student e marise , ponkhik j husband e mari pelaise , Raha t j karbi suwali k bapek putek e rape kori pregnant bonai jinda jolai disile heibur tohotor gela jaat r manuh ei asile . Tohor Jaat e crime korile godii media I dekhuwabo nahe miya ye kiba korilei douri ahe dekhuwabole .
    Tohotor jaat r koto nomuna sai thoisu aru ki kom news channel r proti tu news afalor pora vl k sabi then gom pabi , gubor khuwa gela jaat🤣🤣

  • @junjyotigogoi5074
    @junjyotigogoi5074 Місяць тому +1

    Manuhor majot kiya morom seneh nuhuwa hoi ahise. Bor dhukh loga ghatona.

  • @RokstarFF3464
    @RokstarFF3464 Місяць тому

    Tahatko fasi diblage. Tatia Hale ai. Pashubur. Thik hab

  • @sahidurrahman1576
    @sahidurrahman1576 Місяць тому

    Bikhekh hompoday luk hoy nki

  • @shakirahmed3619
    @shakirahmed3619 Місяць тому

    Mordor dukan bon hobo lagy

  • @anshug214
    @anshug214 Місяць тому

    Mak suda news channel

  • @padmakonwar6471
    @padmakonwar6471 Місяць тому

    Mur mote hihitoku guliyai dib lage

  • @jahangirkhan4718
    @jahangirkhan4718 Місяць тому

    Kiba ata Mia manuhe korile deh khun ake bare cmnt box Mia Mia bohri jai atiya heibilak khati oxomia bilak kot gol klaaa atiya ullai aha ahi kiba ata kooo

  • @Rajkumar-ie7sd
    @Rajkumar-ie7sd Місяць тому +1

    এন্ধোৰ বাৰি ১২দাল গুতি২৪ টা কাতি কতি লাল কৰ্বা লাগব😅 😂😂😂😅😅

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l Місяць тому +1

    সাঙবাদিক বন্ধু সকল আপোনালোকৰ ব্যবহাৰ কেনে হৈছে নাজানো কিন্তু দুষ বেজাৰত থকাৰ সময়ত নিউজ কৰা কেনে হৈছে বাৰু।

  • @LalitChetia-le9pd
    @LalitChetia-le9pd Місяць тому

    Fasi dibo lage