দ্য কনক্লেভৰ মঞ্চত বিভিন্ন বিষয়ৰ প্ৰশ্নবাণৰ সন্মুখীন হ’ল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ...

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ পৰা ভাৰত-বাংলাদেশৰ সম্পৰ্কলৈ, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যৰ পৰা মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতিলৈ। প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ দ্য কনক্লেভৰ মঞ্চত বিভিন্ন বিষয়ৰ প্ৰশ্নবাণৰ সন্মুখীন হ’ল দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত বিশ্বৰ প্ৰেক্ষাপটত কেনেদৰে আগুৱাইছে ভাৰত। এই সন্দৰ্ভতো বিস্তৃত ব্যাখ্যা আগবঢ়ালে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।
    #TheConclave2024 #PratidinConclave #Pratidintime #Asomiyapratidin #sjayshankar

КОМЕНТАРІ • 1

  • @7gc970
    @7gc970 День тому +5

    বহুত ভাল কথাৰ ।বিশ্বত শ্ৰেষ্ঠ উন্নয়ন দেশ হিছাপে আগোৱাই যোৱাৰ আশাৰ কৰিলো ।