Riturparna sarmah...Akahe ane rodor khabar..

Поділитися
Вставка
  • Опубліковано 16 жов 2024
  • Riturparna sarmah...Akahe ane rodor khabar..

КОМЕНТАРІ • 23

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +4

    বহুত.. বহুত.., বহুত ধন্যবাদ জনাইছোঁ আপোনাক।এনে এটি বিৰল অথচ চিৰসেউজ ভি.ডি.অ.দেখি প্ৰাণ ভৰি উপভোগ কৰিলোঁ।মোৰ অতিশয় প্ৰিয় দৰদী শিল্পী ঋতুপৰ্ণ শৰ্মা দেৱৰ চিৰসেউজ গীতটি শুনি হীয়া জুৰ পৰি গ'ল।আশীৰ দশকতে তেখেতৰ বহুতো গীতে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছিল।"পাহাৰৰে জুৰি,ভৈয়ামৰে নদী,মিলিয়ে হয় দুয়ো লুইতৰ পানী, লুইতখনো লৰে দেখোন সাগৰ বুলি...."," যা যা যা যা, যা পখী দূৰলৈ,উৰি উৰি উৰি গুচি যা নীলা আকাশলৈ....","গছে বনে সেউজীয়া,লৰালিয়ে দেও দিয়া,মোহনীয়া মোৰ গাওঁ,নয়ণ ভৰি মই চাওঁ, সপোনতো মই পাওঁ...."আদি গীতবোৰ চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়।এই গৰাকী মহান দৰদী শিল্পীলৈ মোৰ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।

  • @dipaleesarma8001
    @dipaleesarma8001 2 роки тому +2

    Ai ganbor khub val lage

  • @dipaleesarma8001
    @dipaleesarma8001 2 роки тому +2

    Aadharuwa jen lagil thank u

  • @KAY-fu8mp
    @KAY-fu8mp Рік тому +1

    Eman Sundar kantha !

  • @nivagogoi9859
    @nivagogoi9859 Рік тому +1

    মোৰ প্ৰিয় গীত

  • @rajashridutta5374
    @rajashridutta5374 2 роки тому +3

    সুন্দৰ গীত 🙏

  • @ritulbhagabati9727
    @ritulbhagabati9727 3 роки тому +4

    শব্দ, সুৰ আৰু কণ্ঠৰ কি অপুৰ্ব সংমিশ্ৰণ !!!

  • @binoykalita3279
    @binoykalita3279 3 місяці тому

    ইমান মধুৰ এই গীত বোৰ । এই মহান শিল্পী ।🙏🙏🙏

  • @tuheensharma2296
    @tuheensharma2296 5 років тому +5

    Thank you so much Audio City for the beautiful initiative of uploading the rare video..!!

  • @nripennath1536
    @nripennath1536 3 роки тому +3

    Evergreen song.

  • @ChandanGautamOfficial
    @ChandanGautamOfficial 3 роки тому +2

    লাইভত এনে সুন্দৰ কণ্ঠ৷ এবাৰ ভাবকচোন কি অতুলনীয়

  • @music-station6720
    @music-station6720 4 роки тому +3

    Talented singer k. Akalote. Heruwalu

  • @MayurGogoipics
    @MayurGogoipics 4 роки тому +2

    Rare video, I have heard his voice, but a rare chance to hear live 😍Thanks Audio City

  • @nayansarma1640
    @nayansarma1640 5 років тому +4

    After a long time i listen this song

  • @PinkumaniChoudhury111
    @PinkumaniChoudhury111 2 місяці тому

    গীতটো শুনি খুব ভাল লাগিছে, মোৰ প্ৰিয় শিল্পী, অকালতে তেখেতক আমি হেৰুৱাব লগা হ'ল। গীতটোৰ শেষত আৰু এটা পেৰেগ্ৰাফ আছিল।

  • @chiranjibdutta565
    @chiranjibdutta565 9 місяців тому +1

    Siroxeuj geet

  • @atukakati
    @atukakati 11 років тому +3

    Nice song..used to listen to so often..

  • @navikashyap7932
    @navikashyap7932 3 роки тому +2

    সৰুতে এবাৰ তেওঁক বিহু মঞ্চত দেখাৰ সৌভাগ্য হৈছিল; ৰঙামাটি, বিজয়নগৰত।
    "গছে বনে সেউজীয়া" গীতটি পৰিবেশন কৰিছিল, ...আজিও মনত পৰে।

  • @jupitamonidutta3718
    @jupitamonidutta3718 Рік тому +2

    Rituporno Sarma we miss u. U expired too early. But the Original Soundtrack is better, than this Stage Performance.

  • @Karnadas2456
    @Karnadas2456 Рік тому

    ❤❤❤

  • @manindranath4509
    @manindranath4509 7 років тому +2

    মজা

  • @smitakshi16
    @smitakshi16 6 років тому +1

    makabika borai ei gantu beleg ke guwa gan tu upload koribo lagisil