এডেনিয়ামৰ শিপা আৰু ডাল কটাৰ পদ্ধতি আৰু শীতৰ পাছত ল'বলগীয়া যতন Adenium branch and root pruning

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 15

  • @ruplekhadutta2307
    @ruplekhadutta2307 4 місяці тому

    বৰ ভাল লাগিল।যথেষ্ট শিকিলোঁ ।

  • @surabhigogoi8792
    @surabhigogoi8792 Рік тому

    অশেষ ধন্যবাদ 👌🙏🙏

  • @rashmi5407
    @rashmi5407 Рік тому

    vaal lagil jaani...aru video paam buli akha korilu

  • @gayatriphukon2849
    @gayatriphukon2849 Рік тому +1

    Dada moi aji anisu kaijupa mn atya kena koi ru ru care lim jonabo nkj

    • @GardenAddiction
      @GardenAddiction  Рік тому +1

      বালিয়া মাটি প্ৰস্তুত কৰিব। পানী যাতে সহজে ওলাই যায়। টাবত ৰোৱাৰ পাছত এসপ্তাহ ছাঁ পৰা ঠাইত থ'ব। পানী স্প্ৰে কৰি থাকিব। তাৰপাছত লাহে লাহে ৰ'দলৈ উলিয়াব। টাবৰ মাটিখিনি জেকনি উঠিবলৈ নিদিব।

    • @GardenAddiction
      @GardenAddiction  Рік тому

      ua-cam.com/video/ScYWkYaQyO8/v-deo.html

    • @gayatriphukon2849
      @gayatriphukon2849 Рік тому

      @@GardenAddiction kale anuta guri 2 olop kumol hoi asil atya saff fangiside t teai thoisu keba hobo nki besi deri pani t thakila jonabo sun

    • @GardenAddiction
      @GardenAddiction  Рік тому +1

      @@gayatriphukon2849 পোন্ধৰ মিনিটমান থ'লেই হ'ব। গুৰিটো কোমল হৈ থাকিলে একো নহয়, ৰোৱাৰ পাছত লাহে লাহে ঠিক হৈ যাব।

    • @gayatriphukon2849
      @gayatriphukon2849 Рік тому

      @@GardenAddiction thank u sir

  • @ranjitagoswami2023
    @ranjitagoswami2023 Рік тому

    Bordoloi apuni kotha bur eman xundor ki koi moi really bohut vl loga
    Buguvulilea plant kuntu time t fertilizer dbo laga kindly jona bo

    • @GardenAddiction
      @GardenAddiction  Рік тому

      অশেষ ধন্যবাদ। ফেব্ৰুৱাৰী-মাৰ্চ আৰু ছেপ্তেম্বৰ-অক্টোবৰ মাহত বাগানভেলিয়াত সাৰ দিলে ভাল।

  • @ruplekhadutta2307
    @ruplekhadutta2307 4 місяці тому

    আপোনাৰ দুই তিনিটা ভিডিও চাইছো।দেখিছোঁ আপোনাৰবাগান চাদত। কিন্তু গৰমকালি প্ৰখৰ ৰ'দত ফুলবোৰ বচাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে বাৰু?

    • @GardenAddiction
      @GardenAddiction  4 місяці тому

      কেতিয়াবা গ্ৰীন নেটেৰে ঢাকি দিওঁ আৰু পানী ছটিয়াই থাকোঁ মাজে মাজে।