Mariani News | মৰিয়নিৰ চেলেং বাগান প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি N18V
Вставка
- Опубліковано 20 лют 2024
- মৰিয়নিৰ চেলেং বাগান প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।পৰীক্ষা দিবলৈ আহিল ছাত্ৰ-ছাত্ৰী। নাহিল শিক্ষক।সুৰামত্ত হৈ বিদ্যালয়ত উপস্থিত প্ৰধান শিক্ষক।
#mariani #nakachari #news18assamoriginals #nakachari
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
সঁচাকৈ তেখেত ৰ অসুখ হৈছে সঁচা কথাই কৈছে প্ৰধান শিক্ষকে
আৰু বহুত ওলাব এনেকুৱা চৰকাৰী স্কুল। শিক্ষা মন্ত্রী ৰনোজ পেগু আপুনি এইবোৰ দেখি চেনে???? আপোনাৰ দোভাল মৰা কথা কয় যে।
দমভালি মৰা কথা কয় যে।শিক্ষা মন্ত্রী জনে।
ওপৰৰ ...
তেখেতৰ চাকৰিৰ প্ৰতি মোহ নোহোৱা হৈছে , তেখেতৰ আজৰি ( অৱসৰ ) পাবৰ সময়ো হ'ল হ'বলা , গতিকে তেখেতৰ কৰ্তব্যত হেমাহি দেখিবলৈ পোৱা গৈছে। তেওঁ চাকৰি কৰি কৰি আমোৱালে হ'বলা আৰু আনহাতে কিবা কিহবাৰ অসুখত পৰা যেনো দেখা গৈছে , সেয়ে তেওঁ চাকৰি কৰিব পৰা বা কৰ্তব্য পালন কৰিব পৰা অৱস্হাতো নোহোৱা যেনো লাগিছে।
Teacharok satraror osorot3 galiparar komota asene?
দুখজনক অৱস্থা। শিক্ষকজনে অৱসৰ লোৱা উচিত।
G ood future of assam
মুখ্য মন্ত্ৰী মহোদয় আপোনাৰ হস্তক্ষেপ অতিশয় প্ৰয়োজনীয় বুলি ভাবিছোঁ 🙏
মূখ্যমন্ত্ৰী মহোদয় উলোৰ লগত বগৰী নুপুৰিব। নহ'ল মই সকলোকে sabonash kar dhungi be careful.saty main jariyate.jai hind
Ŵ¹q809@@jungogoi1875
একেখন বিদ্যালয়ৰ অভিভাৱকক আধা কিলোমিটাৰ দূৰত্বৰ সমবায় পৰা mid day meal চাউলকেইটা আনি দিওঁতে ৩০০ টকা লয়, অফিচত প্ৰতি মাহতে চহী কৰোঁতে ৩০০-৫০০ টকা লয়, প্ৰতি জনৰ ৫.৪৫টকাৰ পৰা খৰি কিনিব লাগিব,আলু দালি , নিমখ,পিয়াজ,তেল,ডীম কিনিব লাগিব টকা প্ৰধান শিক্ষকৰ পৰা যায়হে , তথাপি মানুহ বিলাকে বেলেগ দৃষ্টিৰে চোৱা দেখা যায, তাতে প্ৰায় এজনীয়া শিক্ষক, কিন্তু মই মদাহী, চৰিত্ৰ হীন শিক্ষকক ভাল নাপাওঁ
।
এইটো বাতৰিত সাংঘাটিক বিলাকেহে কথা কৈ আছে। প্ৰধান শিক্ষকে ভাত বনাই থাকক, কথাই কব নিদিয়ে।
Reality of our education condition
মদাহী মাষ্টাৰ ব হু ত আছে।
একদম ঠিক
বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল বিদ্যালয়লৈ নি দিয়াৰ দায়িত্ব স্থানীয় সমবায় কাৰ্যালয়ৰ৷
p😊
এনেকুৱা শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে কাৰন এনেকুৱা শিক্ষকৰ কাৰনে গোটেই শিক্ষক জাতিটোৰ বদনাম হয় লগতে সকলোৱে সন্দেহৰ চকুৰে চাই
He should be suspended immediately
The school is running with good condition. But..
Good job sir.
❤
50/50 Sop Akei Heibor News Bojai Ako Love Nai Boli Babhu Mormote,
Nijr gauloi jbo lge..jate mod khai hodai jabo pre
প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নাই৷প্ৰধান শিক্ষকৰ দায়িত্ব পালনত পকেটৰ ধন যথেষ্ট খৰচ হয় প্ৰতি মাহে৷গতিকে কোনো শিক্ষকে প্ৰধান শিক্ষকৰ দায়িত্ব ল’ব নিবিচাৰে৷
মজা
Akhan Pradhan hikhak? Kenekoi sakari pai najano
এনেদৰে মদাহী আৰু হাজিৰা শিক্ষক অসমত এতিয়াও হেজাৰ হেজাৰ আছে।
একদম ঠিক
পঢ়াৰাব নালাগে চৰকাৰে লাখ লাখ দৰমহা দিয়া
❤❤❤❤❤❤
केलेंकारी हिकश्यक😊😇
❤❤❤❤
চৰকাৰী বিদ্যালয় হল কিয়?
এইবোৰ শিক্ষক নে?
দেহি ঐ ।সেইজনৰ মদ খাই alcoholic neuritis হৈছে
Sakori gol aru siro by by tata
মানে শিক্ষা পাছত, খোৱা আগত
He is a Mantel teacher
কি মানুহ হে?
Well done..where is SMC
It is very very illegal, Block officer kot Asa,CRCC ki korisa
Ajikali mastorburor hoise ki. Aibur johorai
তেখেতেক চুটি দিয়াই দিয়ক
Rupjyoti kurmik pohabola diok
😂
SelengBaganr Raijkhonor. Kotha. Aru Modua Mastorr. Reporters agot loga Donda kajia huni ami. Asorit hoisu. Gotike. Hei modus masters ki biloi hoist heikhini sikha babbage bisar kori hikhokjanak transfer diyok ghorr. Usorloi gahatu burah manuh.jahetu hei Baganor manuhkhini u. Dondurah aru masters Modua . Mur montoiby. Imani.Dhonybad. Selena baganor Raij.
চৰকাৰলৈ অনুৰুধ প্ৰতিখন স্কুলত তদন্ত কৰি চাওক যিসকল শিক্ষকে মদ খায় স্কুলত যায় কি পঢ়ায়,তেনে শিক্ষকক অব্যাহতি দি নতুন টেট শিক্ষক মকৰল কৰক,চিক্স চিদোল অন্চলকো সামৰি কৰক অনুসন্ধান নহলে শিক্ষা কিদিছে
School nhoi Vat khabo juwa Hotel hoise Sarkari School r namot.Vat khuwa namot poha khuna nai aru
একদম ঠিক কথা😂
Take koi civil services . Fouji bhai 9/11 month sutti napai aro ice t j&k t attanga adi logat youdha kori Mori theke . Jai shree Ram
হেৰি। ছাৰ, মই daily 23+23 অহা যোৱা কৰোঁ। প্ৰাৰ্থনা কৰোৱাওগৈ। 3,30 ছুটী হয়। আপুনি 5 কিলোমিটাৰ যাব নোৱাৰেনে। শিক্ষকৰ কলংক নানিব ছাৰ।
Hoise ki oh;🔥⚡
শিক্ষামন্ত্ৰী মহোদয় এইয়া আপোনাৰ শিক্ষা বিভাগৰ নমুনা। আপুনি কিদৰে শিক্ষা বিভাগৰ পৰা বিদায় লওক।
Tet qualified kiman pori ase val val axokolok voluntary retirement di tet qualified buorok appointment dibo lage
একদম ঠিক কথা
গল চাকৰি
Aibilak hikhokhe kenekio sarkori pale.
কংগ্রেচৰ দিনত পোৱা😂
Anekwa sikhyak jobor barkhastha koribo lage
Salary too much as compared to services
aibur dakha ni sorkara val kam hoisa daii ai sorkaror denot
Madahi master
কেতিয়াবা বহুত কাম থাকে
Sarkare aibor masretark sakari pra olai dib lage aaru khakalo school t goi sek krib lage .
Tal bandhisa kala pitibo lage aiborok
Aibor karone moi mor laratok prived school diso ehote amr konkon lora sowali bor jibon dhankha krise...
Tar thaka manuhjeirar Kam heituwei neki hudhuk chun
Aeijonk ktiabai bidai Dibo hll...
তাত চাগে CRCC নাই৷ BEEO নাই৷ SMC নাই৷ নহ’লে এনে অৰাজকতা হব নোৱাৰে৷ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে মন কৰক৷
Himota mamai saosene. Pegu dangoria kenewa lgide. D. O sahab ki karise
Terminat from service .. stop all allawns .
যানবাহন চালকৰ মদখোৱা পৰীক্ষা কৰা Breath analyserঅত এতিয়া শিক্ষকেও ফুঁ মৰাৰ ব্যৱস্থা কৰিব লাগিব নেকি ?
এই শ্ৰেণীৰ শিক্ষকৰ বাবে আমাৰ বাকী ভাল শিক্ষক সকলৰো শান্তি নোহোৱা হৈছে। ৫ কিলোমিটাৰ অহা যোৱা কৰিব নোৱাৰে। আমি আকৌ সদায় ১২০ কিলোমিটাৰ অহা যোৱা কৰো বিদ্যালয় লৈ। সময়ত যাও আৰু সময়ত আহো। এৰাব নোৱাৰা অসুবিধা ত ৬০০০ টকা দৰমহা ৰ পৰা কটা খূৱাইও ছুটি লৈছোঁ। সেই কাৰণে বেলেগ ৰ কাৰণে বদনাম ৰ ভাগী হ'বলৈ ভাল নালাগে।🙏🙏🙏
Akpoyko nokoribo ussit bissar lowk.
বিষয়া কৰ্মচাৰীসকলে নাজানে নেকি
নে এনে কৰ্মচাৰী তেওঁ লোকৰ বাবে সোনৰ কণী পৰা হাঁহ, নহ'লে কোনো কাৰণ আজিলৈকে নাজানে।
Hoi diok eman basor hol officer bilake ki ase B.O. Gogoi oha pasot hai hokolu dhora parise
Aro bahut school ase jat m bhujan nidie sarkere Saba lage
Modahi head sir😂
Eyar Katiy patrol dhai de
Saspended Emitidli
Bahut school aase anekuwa bhai ajn master re school kri aase
School nahile ki hol darmha tu pai ase poisa r lagat he kotha
Kun aitu atsa leader sage ..okol sugli ihotor
Eu lukok hahokhir bota dibo laage on duty khaai aahibo paarise j
😂
তেওঁ চাকৰি কৰাৰ ইচ্ছা নাই ,😂
😂
এইজন শিক্ষকক আজিৰ পৰাই বৰ্খাস্ত কৰক । মদাহী শিক্ষক দৰকাৰ নাই ।
নিউজ কৰাসকল জানেনে মাহত দিনৰ বাবে চাউল দিয়ে আৰু প্ৰতি ছাত্ৰছাত্ৰীৰ বাবে কিমান গ্ৰামকৈ চাউল দিয়ে?
Eaman kasto karisu bhogobhane tohotor hisab lobo roh ,moi jodi maribo loga hoi tohotok kaku nere mur aatma a ,adin hisab lobo a,wait n watch.Mur anotor aamtma Kandi se mur karomo fal aiwa nke😮😮😮
Jai BJP.sorkar.aru dhak dhul bojaok sikshar settrot
Aku nojonake comments pass nokoribo atia hai gom paisu news bilake too much kare buli, atia aru mur kunu news k believe nokoru.All news are not true.😮😮😮
Tata by by good by gaya 😂😂
Aji kali Heikrne sorkari schlt lora suwalik nopohai
Army bure J emn durot job kote
Modahi😂😂😂
Ti
ল'ৰা ছোৱালীক কি শিক্ষা দিব এই শিক্ষকে
Gov. Teacher 80000/- salary per month . Nerves disease.
Sir, ai guru ba gadha bilak bhalkay naki Diba sir
মদাহী শিক্ষক ।
Sorkare ehotok salaritu olp borai dile hol,, nohole akou anekuwa ponditei dhorna dib dormohar babe
For purpose these irresponsible people should be allowed to be teachers. He should be published for
good of students, This person should be published by the local people. He is entirely unworthy person to be a teacher . He should be punished for his irresponsibility
Sir by by tata😢
Bl r news channel oleic
Ki mane student kita hudile bhad diye buli koi ki news
😅
❤❤❤❤❤❤❤😅😅😅😊😊😊
😂😂😂😂😂
Bhut ase hanakua
Faltu aisab suspense kaaribo lage aisab
Kiachaeinsalipay😅😅😅😅
বেছিভাগ চৰকাৰী শিক্ষকেই বম মদকুৰ হয়😂
A tho tho ...rou toke dhou to....
L