এটি সুন্দৰ জুনা নাম উপভোগ কৰক মাধৱ কলিতাৰ দলৰ। (Plz share)

Поділитися
Вставка
  • Опубліковано 6 січ 2025

КОМЕНТАРІ • 13

  • @upendrajitsarma
    @upendrajitsarma 7 місяців тому

    পাঠকক ধন্যবাদ জনালো

  • @girindranathroy3948
    @girindranathroy3948 Рік тому +1

    অতি‌ সুন্দৰ,, আগতে বহু ত চাইছো

  • @rideryt608
    @rideryt608 3 роки тому +1

    সুন্দৰ পৰিবেশন ।আজিৰ পৰা পাঁচ বছৰ আগতেই আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিলোঁ ।

  • @akashtalukdar4543
    @akashtalukdar4543 3 роки тому +1

    সুন্দৰ

  • @kusumidas4039
    @kusumidas4039 3 роки тому +1

    Vl lagise

  • @nipansarma7196
    @nipansarma7196 2 роки тому +1

    নামটি অতিসুন্দৰ হৈছে আগলৈও এনেকুৱা Vdo পাম বুলি আখা কৰিলু

  • @kishorbaishyaentertainment4724
    @kishorbaishyaentertainment4724 3 роки тому +1

    Super

  • @RadhamohanGoswami
    @RadhamohanGoswami Рік тому

    Namar major advertise thakile bhal nalage

  • @parthapratimchoudhury5982
    @parthapratimchoudhury5982 Рік тому

    Juna namot nagara badon..kiman jukti sangata

  • @haliramdas4543
    @haliramdas4543 Рік тому

    মাধৱ কলিতাৰ নাম এনেই ভাল। কণ্ঠ সুন্দৰ। কিন্তু জুনা নামত নাগাৰা বজাই আচল আমেজ নষ্ট কৰি দিলে। আমি জুনা নামৰ মহাগুৰু ৰামচৰণ পাঠক, কোহি পাঠক আদি নমস্য পাঠকসকলৰো জুনা নাম চাই পাইছোঁ । তেওঁলোকে কেতিয়াও জুনা নামক নাগাৰা নামৰ লগত একাকাৰ কৰি গোৱা নাছিল। মোৰ মতে মাধৱ কলিতাই জুনা নামত নাগাৰা ব্যৱহাৰ কৰি জুনা নামৰ মাধুৰ্য্য বঢ়োৱাতকৈ ম্লানহে কৰিছে। শুনিবলৈ শ্ৰুতিকটু হৈছে ।

  • @mejangkarientertainment442
    @mejangkarientertainment442 3 роки тому +2

    Val ligil 🙏

  • @nabarajbongshi6421
    @nabarajbongshi6421 3 роки тому

    Juna namat nagara bajuwa tu moi Val dykha nai