অৱশেষত মইনা আৰু দৰ্শনৰ বিয়া ❤️❤️ সম্পূৰ্ণ নীতি নিয়মেৰে, কোন কোন আহিল বিয়ালৈ চাওঁক সবিশেষ
Вставка
- Опубліковано 2 жов 2024
- মইনা আৰু দৰ্শনৰ বিয়াখন চাওঁক।
কোন কোন আহিল বিয়ালৈ চাওঁক সবিশেষ..😊
ভিডিঅ'টি চায় ভাল পালে আনজনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏🏻🙏🏻
ধন্যবাদ 😊😊
#wedding #assam #gungunkothamoromor
গুন গুন খনচাই সঁচা কৈ বহুত ভাল লাগে আৰু সদায় আহিব লাগিয়া খন্ধ বোৰ চাবলৈ আগ্ৰহ হেৰে অপেক্ষা কৰি থাকো
Kune kune gungun kotha moromor adi nsale thakibo nuare hey xokole like kora ❤
Moi ❤
Aji O sab mon goise nuwaru sab sanday ji
Moi
Moi
Moi ❤aro sunday o sabo mn jai ❤nosowake thakibo a nowaro 😊❤
সচাই , গুণ গুণ ছিৰিয়েল সন চাই বহুত ভাল লাগে 💞♥️
খন
Mayur dar babe eta like kora ❤👇
সঁচাই দেই বিয়াখন আমাৰ অসমীয়া সমাজৰ নিয়ম নীতি বোৰ দেখি বৰ ভাল লাগিল ❤❤❤। বিয়াৰ লগতে গুণ গুণৰ পৰিয়ালৰ সকলো লৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো 🙏🙏🙏 ।
ধাৰাবাহিক খন বহুত সুন্দৰ হৈছে আৰু দিঘলীয়া কৰাৰ আশা কৰিলো
অধিৰথ গুনগুনৰ ভালপোৱাতকৈও মোৰ ভালপোৱা ওপৰত চিৰিয়েলখন চোৱাত । ১০ বজাৰ লগে লগে বিচাৰো ।
Hosai sokulo boy aahil mor .moi Kamala Das prathamor pora bartomanoloi saiasu hosai bohut val. Lagise
গুন গুন ধাৰাবাহিক খন আছলতে প্ৰজিটিভ হয় সকলোতে সেই বাবে ৰাইজে আদৰি লৈছে। বিয়া খন ৰ নীতিনিয়ম বোৰ সম্পুর্ন দেখি বহুত ভাল লাগিছে লগতে ছোৱালী এজনী ওলাই দিলে মা দাদাৰ কিমান দুখ লাগে। সকলোৰে দাদা মইনাৰ দৰে নাপায় ❤ পুন্দৰিকক বহুত ধুনীয়া লাগিছে। ❤ ময়ুৰ মোৰ প্ৰিয় ইউটিউবাৰ❤
বহুত ভাল লাগিল ❤❤❤
Hritick da mur logor suali ajonir nijor mahiyekor lora.
Val lagil sai❤
Sai val. .lagisa. .
Bohut Val lagise sai ❤❤
Bohut bohut val lage serial khun Sai ❤
Mayur dadar babe biya khan agote dekhilu❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤❤ ধুনিয়া লাগিচে 😊😊😊
Bohut val lagile sai❤❤❤❤❤
Bohut vall lage odhirot dada gungu ba moina aru dorson aru pundorikol
❤❤❤❤❤Love from Golaghat
বিয়া খাবলৈ নামাতিলে কিন্তু দেই ....😂
My favourite serial ❤😊
দৰশন। আৰু ম ইনা বিয়াখন. ভাল. লাগিল❤❤❤❤❤
Bohut vl ligsa sai nice serial❤❤❤❤❤❤❤😢😢
বহুত বহুত ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤
❤❤❤
Duniya
দৰ্শন আৰু মইনাৰ real নামটো কি,,?plzz rply Moyur dada
যিটো মন্দিৰত ছুটিং কৰিছে, আমাৰ ঘৰৰ ওচৰতে, গম পোৱা হ'লে গ'লো হয়।🙂💗
মইনা আৰু দৰ্শন অতি সুন্দৰ যুটি , ৰিয়েলটো হওক . . .
Gun gunor pisot,akashi gonga serial khon hosai bohut val lage sai
My favourite serial ❤❤❤
Pothm porai Sai ahisu aji loike bhut bhut besiye Val lage❤❤
Kokaek bhoniekor morom but dekhi bohut vl lagise
Sirial khon bohut dhunia ❤❤❤
সঁচা এখন সুন্দৰ ধাৰাবাহিক ❤
দৰ্শন আৰু মইনা আচল নাম কি?
Gungun কথা মৰমৰ চিয়েলখন বৰ ভাল হৈছে😊😊😊❤❤❤
বিয়াত অধিৰথৰ দেউতাকক দেখাব লাগিছিল,
Bahut Val lagil
Val lgesa
ছিৰিয়েল খন পজেটিভ নিগেটিভ দুয়োটা চৰিত্ৰ ৰূপায়ণ কৰিছে কিন্তু বেছিভাগ ক্ষেত্ৰতে সফল পজেটিভ সেই বাবে আমি বহুত বহুত ভাল পাওঁ ❤❤❤❤🎉🎉🎉❤❤❤❤❤
গুণগুণ 🎉🎉 কথা 🎉🎉মৰমৰ❤❤
Love 💕 you ❤❤ so much
গুণগুণ কথা মৰমৰ
সমূহ কৰ্মকৰ্তা লৈ ভক্তিভৰা অভিনন্দন।
ছিৰিয়েল খনৰ আৰম্ভণি অতি সুন্দৰ ,সংলাপ, কাহিনী অতি সুন্দৰ । অভিনয় কৰা প্ৰতিজন অভিনেতা -অভিনেত্ৰীকে শ্ৰদ্ধাৰে আন্তৰিকতা জ্ঞাপন কৰিছোঁ। লগতে ছিৰিয়েল খনৰ ৰ্দীঘায়ু কামনাৰে .....।
শেষত ছিৰিয়েল খনৰ সমাপ্তি সুন্দৰকৈ কৰি ৰাইজৰ আৰ্শীবাদ বুটলি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠক তাৰে কামনাৰে.....
গুণগুণ কথা মৰমৰ শুভকাংক্ষী❤❤
Moina ajik dhunia lagise❤ from tezpur
বহুত বহুত ❤
গুন গুন ধাৰাবাহিক খনে কন্দুৱাই দিছে দেই।হৃদয় চুই যোৱা ধাৰাবাহিক। পৰিয়াল টোলৈ আশীৰ্বাদ থাকিল।
মোৰ প্ৰিয় ধাৰাবাহিক এইখন। বহুত ভাল পাওঁ চাই।
বহুত ভাল লাগিল ❤
বিয়াৰ নীতি - নিয়ম বোৰ বৰ ভাল লাগিছে দেখি । ❤
Bhal hoise bht
Moina ru dorsn hosake bia pati lba sun .milise o .bhut vl lagide
Mur bohut priyo gugun homhu poralke well come
Bohut Val lagise sai ❤❤❤❤❤❤
Kandi dilo mainar biya Khan Sai .asalate soali ajni anekai oliai dile kenekua lage .aru nijar kenekua lage seito nijeo gam paiso .gatike ki Kam aru .Val lagise gungun Sai .bahut Val siael akhan .agalai aru Val kri jab buli.akha karilo.
বহুত ভাল লাগিচে
বিয়া খাবলৈ ময়ো গৈ আছো দে ❤❤❤❤
Very good val logla sai thnkyou 🙏🙏💐🙏🙏
Bhalkethakiba❤❤😊😊😢😢
Biya khn agotiyakoi dekha paii bhll lgill deii mayur
Ei khon seriel ot he hokolu biyar niyom dekhuaise val lagil sai 😊😊😊❤❤
পাভৰ যোয়া
গুণ গুণ চিৰিয়েল খন শেষ হলে যে বহুত বেয়া লাগিব।
ধুনীয়া লাগিলে চাই
Moja
Mayur da main manuh..
সুন্দৰ বৰ ভাল লাগে চাই ❤❤❤
বিয়াখন সচাকৈ বহুত বেছি ভাল লাগিছে❤❤❤❤❤❤
মোৰ প্ৰিয় ধাৰাবাহিক ❤😊
বিয়াৰ নীতি নিয়ম দেখি বৰ ভাল লাগিছে 🎉🎉🎉🎉
Moi UA-cam sao je monday sab napale bht bya lage.... Khodai sao ajiloi ata episode o miss kora nai....gungun kotha moromr joldi khek nokorib...
Xosake loi aha koina joni morom lagise.Tumar logot milib jil
Congratulations both 💐💐
গুণ গুণ কথা মৰমৰ ৰিয়েল খন এখন অসমীয়া বাস্তৱধৰ্মী কাহিনী, সঁচাকৈয়ে বহুত ভাল লাগিছে, আগলৈ আৰু ভাল হোৱাৰ আশা কৰিলোঁ।
সকলো অভিনেতা অভিনেত্ৰী লগতে কাহিনীটোৰ লিখক ও পৰিচালক দেৱলৈ অভিনন্দন জনাইছো ।
গুণ গুণ চাই থাকো বহুত ভাল লাগে ❤️❤️
Bahut val lagiedey❤❤❤❤❤😢🎉🎉🎉😢❤❤❤❤😂❤❤❤❤❤❤❤❤❤❤❤❤❤🎉😢😢😢😢😢
প্রথম দিনৰ পৰা চাইচো বহুত ভাল পাও
Bohut vall lage gun gun koth moram
Good
কেঁৱত খুৰা ( দৰ্শনৰ বাপেকৰ ) নাচ টো মজা লাগিল 😂❤❤ বাকি বিয়া খনৰ কথা নকওঁ সুন্দৰ 👍 অসমীয়া সমাজৰ বিয়াৰ ৰীতি নীতি সকলো বিলাক দেখাইছে ভাল লাগিল 😍😍
Dada tumar video bur moja lage ❤aru aguwai juwa ❤❤
Gungun kotha moromar❤
বহুত বহুত ভাল লাগিছে❤❤❤❤❤❤❤❤❤❤
Moinar deutak kot ase
Aru dekhi pam sage
moi drily sai thaku 10:00pm
Mur prio seriel
ভাল লাগিল নীতিনিয়মৰে বিয়া পতাত ❤❤ কিন্ত আমাক বিয়ালৈ নেমাতিলে মইনা আৰু দৰ্শনে গুনগুনৰ বিয়ালৈ মাতিব দেই ❤❤
2jon mile dei bohut❤
ভাল লাগে serial খন
ধুনীয়া দেই❤
লাইক এটা কৰি দিব 💓
mojjaa
Val.lagal
বৰ ভাল চিৰিয়েল খন,সদায় চাও
বৰ সুন্দৰ অভিনয় সকলোৱে.. বহুত বহুত মৰম তথা আন্তৰিক অভিনন্দন সকলোকে ❤️❤️❤️❤️❤️❤️❤️❤️❤️
Nice 🎉🎉🎉🎉
Bahut val lagile ❤❤❤❤❤❤❤
নীতি-নিয়ম পালন কৰা হ'ল। কিন্তু কইনাৰ দেউতাক উপস্থিত নাই । বৌ হিচাপে কুইনৰ উপস্থিতি বিয়াত প্ৰয়োজন আছিল । পুন্দৰিকৰ মাক-দেউতাক থকা হলে বিয়াখন সম্পূৰ্ণ হল হেঁতেন ।
❤❤❤
Kune Kune gungun kotha moromor adi nsale
Nice
O moyur da pundorik Dak kb sun agr looks tu besi vl lga asil atia kiba looks tu change krile agr looks tu lge amak...aru ami hdai gungun kotha mrmr sau❤gungun poriyalor hkluloi bhut mrm jasilu ..love's from Lakhimpur ❤️ Eyar past gungun aru odhirothor biyakhn patib lge aru...biyar xmy kon bor dukh lgil sai bisehkoi moinar kandun 🥲