বানপীড়িতৰ ওপৰত জঁপিয়াই পৰিল বিজেপি বিধায়কৰ গুণ্ডাবাহিনী

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • বানপীড়িতই আঠুৱা খোজাত খৰ্গহস্ত হ'ল বিধায়ক। বিজেপিৰ গুণ্ডাবাহিনী জঁপিয়াই পৰিল বানপীড়িতৰ ওপৰত
    #nbnews #nbnewsdigital #flood #AssamFlood
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

КОМЕНТАРІ • 215

  • @manojtalukdar6647
    @manojtalukdar6647 3 місяці тому +42

    মুখ্য মন্ত্ৰী ডাঙৰীয়া বিহিত তদন্ত কৰি এই জনাৰ ওপৰত ব্যবস্থা লওক 💯

  • @pranabbhuyan3276
    @pranabbhuyan3276 3 місяці тому +44

    খাই পেলাব লাগিছিল MALটোক

  • @VisionsNez
    @VisionsNez 3 місяці тому +28

    যিসকলে ভোট দি এজন মানুহক বিধায়ক,মন্ত্ৰী বনাই ৰাজভোগ খাবলৈ ৰাজধানীলৈ পঠায় তেনে সাধাৰণ ৰাইজ তথা নাগৰিকৰ ওপৰত এনে অত্যাচাৰ মুঠেই গ্ৰহণ যোগ্য নহয়।বিপদৰ সময়ত যদি সহায় কৰিব নোৱাৰে তেন্তে এনে বিধায়ক লাগে কিয় জনতাক!!!!

  • @mohendradohutia-dj5km
    @mohendradohutia-dj5km 3 місяці тому +30

    বিজেপিক ভোট দিয়া পৰিনাম। বিজেপিয়ে আঠুৱা ব্যৱহাৰ নকৰে।আঠুৱা কি বস্তু খায় নে পিন্ধে চিনি নাপাই। এইবাৰ আকৌ ২০২৬ত এই জনক ৰাইজে ভোট দিব নে!,,

  • @GitumoniKonwar-gh7tl
    @GitumoniKonwar-gh7tl 3 місяці тому +23

    আমাৰ ৰাইজে বিজেপি বিষয়ে ধেৰ বেয়াকৈ কলেওঁ ভোট টো আকৌ বিজেপি ত হে দিয়ে।

    • @zeemusicassam2332
      @zeemusicassam2332 3 місяці тому +1

      Toi disa laura kotha kua sudur bhai

    • @zeemusicassam2332
      @zeemusicassam2332 3 місяці тому

      BJP congress ki aase indian manuhe beya set sidha kotha politics kori thake johora bure Akhamiya ik hobo hik kela

    • @yogiapurbanath4617
      @yogiapurbanath4617 3 місяці тому

      Apuni akdom thik koisea....

  • @junboro4378
    @junboro4378 3 місяці тому +7

    আঠুৱা নহই AC খুজিব লাগিছিল, ইহঁতি আঠুৱা চিনি নাপাই ।

  • @sibanathburagohain7573
    @sibanathburagohain7573 3 місяці тому +9

    ৰাইজ সচেতন নহ'লে আৰু বহুতো ভূগিবলৈ সাজু থাকক। ধন্যবাদ

  • @sushildutta8287
    @sushildutta8287 3 місяці тому +4

    শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়। আপোনাৰ প্ৰতিনিধি বা কৰ্মী সকলে বানপিৰিতক সহায় নকৰে নাই কিন্তু বেয়া ব্যৱহাৰ নকৰে যেন এইয়ে আমাৰ অনুৰোধ।

  • @AmarjyotiKolita
    @AmarjyotiKolita 3 місяці тому +1

    ভগৱান আছে, এইবোৰক উপযুক্ত শাস্তি দিব।

  • @BhaskarGogoi-n6m
    @BhaskarGogoi-n6m 3 місяці тому +19

    জুৱাৰী নাম্বাৰ ওৱান বিধায়ক এইজন শৰ্মা

  • @nripenborgohain201
    @nripenborgohain201 2 місяці тому +1

    বানপীড়িতৰ ৰাইজ এক হওক - ২০২৬ চনত উত্তৰ দিওক ৷ ইহঁতৰ দপদপনিত ৰাইজ অতিষ্ঠ হৈছে ৷

  • @RizulAli-i1k
    @RizulAli-i1k 3 місяці тому +16

    ,,,বিজেপীক ভোট দিয়া কচু

  • @NirmaliDutta-js4yl
    @NirmaliDutta-js4yl 3 місяці тому +52

    কংগ্ৰেছে দিয়া আঁঠুৱা আমাৰ ঘৰত এতিয়াও আছৈ।বহুত ভাল আঁঠুৱা।

  • @janardanbora2803
    @janardanbora2803 3 місяці тому +2

    আৰু ভোট দে এইবোৰক

  • @BrojenChetia-i8n
    @BrojenChetia-i8n 3 місяці тому +53

    কি ব্যৱস্থা ল'ব গৃহ বিভাগে বিজেপি গোন্দাববাহিনী ওপৰত?

  • @darpandeka5141
    @darpandeka5141 3 місяці тому +13

    কোন বিজেপ বিধায়কৰ গুণ্ডা বাহিনী ? আহক আমাৰ ওচৰলৈ তহতৰ দৰে গুণ্ডাৰ শক্তি কিমান এবাৰ চাই লও ।

  • @NareswarRabha-b3v
    @NareswarRabha-b3v 3 місяці тому +3

    দুখ লাগে ।কিন্তু নিৰ্ব্বচনৰ সময়ত এইসকল মানুহে মিঠা মিঠা কলে এইবোৰ পাহৰি বানাক্ৰান্ত সকলে তেওঁলোককে ভোট দিয়ে ।

  • @subhashsut2215
    @subhashsut2215 3 місяці тому +70

    MLA টোক‌ হালোৱা এচাৰিয়ে কোবাব‌ লাগিছিল অধম বিজেপি।

    • @pgoswami5378
      @pgoswami5378 2 місяці тому

      আপুনি থিকেই কৈছে, কিন্তু কোবোৱাই নহয়,কোবাই পিঠি ফালি
      দিলেহে এসেকা পালেহেঁতেন।

  • @durgeswardutta3313
    @durgeswardutta3313 3 місяці тому +24

    2026 ahi ase, raije sinta koribo

  • @assam2006
    @assam2006 3 місяці тому +11

    ব্যৱহাৰটো বিশেষ সম্প্ৰদায়ক কৰা ব্যৱহাৰ কৰাৰ দৰে কৰিছে।

  • @boruahhoren4850
    @boruahhoren4850 3 місяці тому

    এনে মানসিকতা ৰ বিধায়ক জন ধিক্কাৰ যোগ্য্।

  • @dipkamaldeka9696
    @dipkamaldeka9696 3 місяці тому +9

    থিকে আছে বি জে পি ক ভোট দি যাব ।নাও দুবিলেও টিঙাৰ পৰা ননমা সকলে অলপ পাব লাগে।

  • @rationale-point3023
    @rationale-point3023 3 місяці тому +4

    ভূল আমাৰ। আমি মিঠা মিঠা কথাত পাহৰি যাওঁ বিবেচনা কৰিবলৈ যাক ভোট দিম সেই জন কিমান উপযুক্ত।২০২৬ ত উত্তৰ দিব পাৰিব লাগিব।
    অসমত অসমীয়াৰ দুখ বুজা, অসমীয়াৰ সৰলতা বুজা জন প্ৰতিনিধি আজি নাই। আমি বিবেকক ভোটৰ চিন্তা কৰাৰ দায়িত্ব দিব লাগিব। মূল্যবোধ পৰিৱৰ্তনৰ কাৰণে। পৰিৱৰ্ত্তন গ্ৰহণ যোগ্য হ'ব লাগিব।ই প্ৰাকৃতিক, মাটিৰ মৰম, মাটিৰ গোন্ধ যুক্ত, কৃষ্টি,সংস্কৃতি, উদাৰতা,আপোন, শ্ৰদ্ধা ভক্তি পূৰ্ণ হ'ব লাগিব।শংকৰ আজানৰ ভক্তি ধৰ্মৰ সৎ প্ৰতিবিম্ব যুক্ত হ'ব লাগিব পৰিৱৰ্ত্তন ।২০২৬ ৰ নিৰ্বাচনত আমি বিবেক ভোটাৰ হ'ম।জয় আই অসম।
    অ' মোৰ আপোনাৰ দেশ.....
    .......... ........ .......... ..........

  • @janardanbora2803
    @janardanbora2803 3 місяці тому +1

    মাননীয় মুখ্যমন্তীয়ে দেখিছে নাই বাৰু এইবোৰক বাৰে বাৰে জিকাই অনাৰ বাবে অসংকাৰ বাসিছে গতিকে এই বোৰক বিদাই দিব হল আৰু অসমৰ পৰা

  • @khagenborgohain5600
    @khagenborgohain5600 3 місяці тому +1

    আইনে কিবা কৰিবনে ? ? ভোট দিয়াৰ ফল এইয়াহে নে ? ?

  • @JadumaniSaikia
    @JadumaniSaikia 2 місяці тому

    এনে ধৰণৰ প্ৰতিনিধি নিৰ্বাচন নকৰিব ৰাইজ

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 3 місяці тому +3

    এইয়া বৰ বৰ অসভ্যালি এই পাসন্দ গুন্দা সকলক উপযুক্ত সাষ্টী বিহাৰ ব্যবস্থা কৰিব লাগে ভবিষ্যতে এই পাসন্দ সকলক চিৰ বিদায় নিদিলে অদুৰ ভবিষ্যতে এই চেচ্ছাছাৰিতাৰ কবলত পৰিব বুলি ভাবো বিচাৰ জনগনে কৰক তাৰেই কামনাৰে

  • @imdadali9519
    @imdadali9519 3 місяці тому +3

    গৃহ বিভাগে এই সকলক ব্যৱষ্ঠা গ্ৰহন কৰক।

  • @SalimatDdinDdin
    @SalimatDdinDdin 3 місяці тому

    আকৌ এবাৰ তেওঁক ভূত দি জিকাব ❤ পাৰে

  • @SunilPatar-qb6yy
    @SunilPatar-qb6yy 2 місяці тому

    এইটো নকৰি এটা আঠু আদি দিলেই কামশেষ তাকে নকৰি বিতৰ্কৰ মাজলৈ যাব নেলাগে | কাৰণ এই সময়ত প্রত্যেকেই বিভিন্ন সমস্যাত ভোগি থাকে তেনেই সৰু কথা

  • @nirubora3660
    @nirubora3660 2 місяці тому

    কংগেছক আঠূরা কম্বলৰ কথা কৈ বি জে পি য়ে দি পৰাচিত হব লাগিব ।

  • @arpitadutta9888
    @arpitadutta9888 3 місяці тому +1

    Ahankari

  • @hemalatachetia3765
    @hemalatachetia3765 2 місяці тому

    অসমৰ জনসাধাৰণক মই বিনম্ৰ অনুৰোধ কৰিছো ,অহা 2026 চনত নিৰ্বাচনত ভোট দিব যাতে সাধাৰণ জনতাৰ দুখে,,বিপদে,,আপদে সহায় কৰে,,সান্তনা দিয়ে তেনেকুৱা ব্যক্তিক ,,পাৰ্টিৰ নাম নাচাই প্ৰাৰ্থীক নিজৰ বিবেকে ভোট দিব। ।🙏🙏🙏✍️

  • @SurojitDoley-f2z
    @SurojitDoley-f2z 3 місяці тому +2

    BJP ক ভোট দি মচলা পাইছে নহয়।

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw 3 місяці тому

    আঠু কঢ়ি ক্ষমা খুজিব লাগিব।ননচেনচটো।

  • @binoykalita7597
    @binoykalita7597 3 місяці тому +3

    এই বান্দৰবোৰক ভুট দিয়াসকলৰ এনে দখাই হব। অমানৱীয় চৰিত্ৰৰ গৰাকীয়ে ইয়াতকৈ আৰু কি দিব জনসাধাৰণক।

  • @pgoswami5378
    @pgoswami5378 2 місяці тому

    এখেতক বিধায়ক হোৱাৰ যোগ্যতাও
    ৰাইজেই নিৰূপণ কৰিছিল।এতিয়া বানপীড়িত ৰাইজৰ ওপৰত চৰ্দাৰী মনোভাৱ পোষণ কৰি নিজৰ স্বভাৱ
    উদঙাই দিব নেলাগিছিল।তেখেতে এই ৰাইজসকলক নিজৰ সমষ্টিৰ আপোন লোক বুলি ভাবিব নোৱাৰাটো অতি দূৰ্ভাগ্যৰ কথা।

  • @RanjitDeka-b9i
    @RanjitDeka-b9i 3 місяці тому

    বিধায়ক ঠিকেই কৈছে | কংগ্ৰেচী সংস্কৃতি লব নোৱাৰে আৰু তেজ খাব নাপালে মহ কেনেকৈ বাচিব ? একপক্ষীয় হলে নহব | সকলোৰে কথা সমানে ভাবিব লাগিব |

  • @mridulkumarborah4181
    @mridulkumarborah4181 3 місяці тому

    Raijor anususanar proyojan.

  • @boruah8390
    @boruah8390 3 місяці тому

    তাক আৰক্ষীয়ে দৌৰাই এনʼকাউন্টাৰ কৰিব লাগে।।

  • @santonuborah5903
    @santonuborah5903 3 місяці тому

  • @asomiaasom6008
    @asomiaasom6008 3 місяці тому

    এইটোক এচাৰিৰে কোৱাই কোবাই আঠুকঢ়াই গৰুৰ দৰে নাঙল টানিব দি হালবাব লাগে ।তেতিয়াহে সিঁ মানুহৰ মুল্য বুজিব ।

  • @madhabmedhi1322
    @madhabmedhi1322 3 місяці тому

    এনেকুৱা নিষ্ঠুৰ মানুহক কোনে ভোট দিছিল

  • @rakashdas9087
    @rakashdas9087 3 місяці тому +6

    উত্তৰ প্ৰদেশৰ দৰে হব সাজু থাকক

  • @BharatGaro
    @BharatGaro 3 місяці тому

    সময় দিব উত্তৰ ৰাজেশ।

  • @mubarakali381
    @mubarakali381 3 місяці тому

    Bhal kotha kune vote di jikaisil nu.dhunia hoise

  • @ripunboruah5831
    @ripunboruah5831 3 місяці тому

    এই সকল ৫০০টতিয়া আকৌ এবাৰ বিজেপি😂

  • @lilimai43
    @lilimai43 3 місяці тому

    बবিধাঅক পদ খাৰিজ কৰি দিলে হল

  • @BhadrakantaBordoloi-o1d
    @BhadrakantaBordoloi-o1d 3 місяці тому

    Good

  • @DharaniDDD-ns7qv
    @DharaniDDD-ns7qv 3 місяці тому +1

    Aru vote di

  • @pabinsarma2989
    @pabinsarma2989 3 місяці тому +20

    অতি দুখ জনক ঘটনা,,, বেয়া কাম কৰিছে এই বিপদৰ সময়ত ৰাইজ ক সহায় কৰিব লাগে বিধায়ক জনে,,, দাদা

  • @gobinbhuyan2158
    @gobinbhuyan2158 3 місяці тому

    Apekha korak aru beya din ahi ase...atiyau janatar setana aha nai...

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 3 місяці тому

    Is it so strange

  • @ronjonihazarika-nw1cu
    @ronjonihazarika-nw1cu 3 місяці тому

    নেপালৰ পৰা আহি ইয়াত গুণ্ডা কৰিবলৈ আহিছে

  • @myway3433
    @myway3433 2 місяці тому

    এই গৰুটোক কিয় টিকত দিলে বাৰু ।

  • @satyenkakoty7148
    @satyenkakoty7148 3 місяці тому

    অহংকাৰেই পতন আনিব

  • @_axomia_lora_2624
    @_axomia_lora_2624 3 місяці тому

    এইজন ঘূণাসুতিৰ পৰা মুল সুতিলৈ অহা মানুহ।

  • @GokulChutia-q5j
    @GokulChutia-q5j 3 місяці тому

    B J p go back

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 3 місяці тому

    Awful and strange

  • @damayantidihingia5374
    @damayantidihingia5374 3 місяці тому

    Moi gourub gogoi dangoriya .amer falor pora maneo live prime dangoreyak jonaboloi onurudh thakil

  • @GeetaDeori-we8hv
    @GeetaDeori-we8hv 3 місяці тому

    Manu hisabe jiray takiboloi hiking lagib

  • @pranjal1393
    @pranjal1393 3 місяці тому +1

    এয়াই হয় যেতিয়া মানুহে প্ৰতিনিধি চাই ভোট নিদি দল আৰু কোনোবা মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ চেহেৰা চাই ভোট দিয়ে। এয়া নেতা, আৰু ভোট দি জিকাওক ইহঁত বোৰক।

  • @hemengogoi4708
    @hemengogoi4708 3 місяці тому

    বিজেপিক পহু খেদা দিব লাগে।

  • @hemjeet2023
    @hemjeet2023 2 місяці тому

    কংগ্ৰেছৰ মানুহকে মহে খামুৰে নেকি কুকুৰ সিহঁতে কি বুজিব

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 3 місяці тому

    বাৰে বাৰে , এটা কথা কোৱাৰ বাবে আপোনাৰ কথা নুশুনো ।

  • @BjpHatao
    @BjpHatao 3 місяці тому

    আৰু ভোট দে 😂😂😂😂😂

  • @BirenendraNathBarman-uk8bu
    @BirenendraNathBarman-uk8bu 2 місяці тому

    ঠিকেই কৰিছে বিধায়ক Bhaskar শৰ্মাই। BJP ৰ eijna hiprofile বিধায়ক K etiya মুখ্য মন্ত্ৰী কি উপহাৰ দিব ??

  • @polenmoran2877
    @polenmoran2877 3 місяці тому

    Arunjyoti moran kot gol

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm 3 місяці тому +11

    দুখজনক ,বানত ককবকাই থকা জনতাৰ ওপৰত কৰা আক্ৰমণ অমানবীয় ।

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 3 місяці тому

    Really absurd

  • @AbhinabkumarGogoi
    @AbhinabkumarGogoi 3 місяці тому

    Dibrugarh MP jon kot.

  • @GogoiBhupen551
    @GogoiBhupen551 3 місяці тому

    BJP ল'বহে পাৰে ক'ত দিব

  • @hemjeet2023
    @hemjeet2023 2 місяці тому

    BJP ৰ নেতাৰ অসংহাৰ বেছি হৈছে ৰাইজ। আমি 2026ত অসংহাৰৰ সলনি শান্তিৰ বৰঅসম স্হাপন কৰো আহক

  • @BijuChetia-dw8hb
    @BijuChetia-dw8hb 3 місяці тому

    Ajon bidhayakr ane asoran hob nalage

  • @ktamuli6
    @ktamuli6 3 місяці тому

    Eibaar iyak vote diya nohobo

  • @RunumaSonowal
    @RunumaSonowal 3 місяці тому

    Election r Athuwa bisora nasil.Hihote Banpanir Athuwa bisarisil hibirot ase

  • @uttamgogoi6832
    @uttamgogoi6832 3 місяці тому

    Haitu MLA name t kologko

  • @MdAli-dl9jr
    @MdAli-dl9jr 3 місяці тому

    Ako ebar

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru 3 місяці тому

    MLA k pitibo lage

  • @mintumonidaskonwar2609
    @mintumonidaskonwar2609 3 місяці тому

    Athuakhon kiman dorkari hoi tew ki gompab tew hua ac roomt.CM Sir aai bilak r babe adin apunak tolpelab.

  • @dipulsarma7527
    @dipulsarma7527 3 місяці тому +1

    BJP ৰ মানুহক মহে নাখাই নেকি? আঠুৱা ব্যৱহাৰ নকৰে নেকি যদি নকৰে এয়া ৰামৰ কৃপা নেকি !

  • @rajubgamer4135
    @rajubgamer4135 3 місяці тому

    Din aru rati bola kotha ase .aji din kali rati ...

  • @rajibbormedhi8638
    @rajibbormedhi8638 3 місяці тому +11

    Good news

  • @ajitnarah6687
    @ajitnarah6687 3 місяці тому

    2026ত গম পাব।

  • @ashiqahmed1375
    @ashiqahmed1375 2 місяці тому

    ENVY SPITEFUL HUWAR OUTCOMES AI BILAK......

  • @AbinashDas-wf2rl
    @AbinashDas-wf2rl 3 місяці тому

    Aru vote diak bjp

  • @rajibroyroy-vr7dk
    @rajibroyroy-vr7dk 3 місяці тому

    Aru diva bhal khy diva athia maza lagisy.

  • @GokulChutia-q5j
    @GokulChutia-q5j 3 місяці тому

    BJ P go back

  • @AnilDutta-l5s
    @AnilDutta-l5s 3 місяці тому

    Kantilia sor kiyo nidile raije

  • @dibakarsonowal5253
    @dibakarsonowal5253 3 місяці тому

    Public representatives should maintain restraint while dealing with the flood effected people. Mosquito curtain is must at this juncture. Hope good sense will prevail on the ruling party

  • @DipDas-vi8ki
    @DipDas-vi8ki 3 місяці тому +6

    moja

  • @lakheswarkalita6097
    @lakheswarkalita6097 3 місяці тому

    Vote for bjp

  • @babulbarua1153
    @babulbarua1153 3 місяці тому

    Athua lage jadi congress k vote dibo thikei raije etiya gom pal je bjp athua nidiye jadi bastur dam barabo lage bjp k vote dibo aru athua lagile congresok vote dibo.

  • @palashbora5038
    @palashbora5038 3 місяці тому

    Aibalk raijor kam koribole mla hoise janu nijor toka hompoti bonabole he mla hoise

  • @rajenborah6629
    @rajenborah6629 3 місяці тому

    হাই জন প্ৰতিনিধি😂😂😂😂

  • @Ramjanali-i6n
    @Ramjanali-i6n 3 місяці тому

    বানপীৰত লোকসকল বিশেষ জাতিৰ নেকি সেয়্ কংগ্রেছে আঠুৱা দিব বুলি কৈছে।

  • @timesofaxom7698
    @timesofaxom7698 3 місяці тому

    এতিয়া সকলো মৰাণ সংগঠন এক হব লগে। এজন অনাঅসমীয়া আমাৰ মৰাণ জাতীয় লৰা এজনক হাত লগোৱা অতি বেয়া লগা কথা ।।।

  • @किरण2021
    @किरण2021 3 місяці тому

    😂😂😂... বেচেৰাক দোষ দি লাভ নাই... কি কৰিব... মূখ্য মন্ত্ৰীয়ে সকলো খামোচ মাৰি ধৰি আছে... কিবা এটা দিৱলৈ ওপৰৰ পৰা অৰ্ডাৰ লাগে...
    খঙে ৰাগে দিলে পুহি ৰখা ৰাং কুকুৰ লগায়.....
    বিজেপিৰ বিধায়ক আৰু বিধায়কৰ ৰাং কুকুৰ বোৰে নিজকে ভগৱান বুলি ভাবে...

  • @Bidyutgogoivloge
    @Bidyutgogoivloge 3 місяці тому

    Ajon MLA r aibur ki bibohar be

  • @ambikakrishna5793
    @ambikakrishna5793 3 місяці тому +1

    এগৰাকী জনপ্ৰতিনিধিৰ যদি এনে আচৰণ হ'ব নালাগে দেই।