বিচাৰকে ঠিয় হৈ দিলে।। বোৱাৰী গৰাকীয়ে গগনা সকলোতকৈ বেলেগ ইষ্টাইলত।। আপুনিও চালে চাই থাকিব

Поділитися
Вставка
  • Опубліковано 29 січ 2025

КОМЕНТАРІ • 58

  • @seujsaikia6565
    @seujsaikia6565 7 місяців тому +3

    মনিকা দাস কলিতা আপোনাৰ বিহু নাচ চাই বহুত আপ্লুত হলো। সুন্দৰ হৈছে। অশেষ শুভ কামনা জনাইছোঁ , টনচিল হৈছে বুলি কোৱা বাবে সহতে ঘৰতেই পোৱা এটা ঔষধৰ কথা মনত পৰিল বাবে কথাটো নকলে দুখে চুব,এনেও ঔষধ জনা লোকে কাৰোবাৰ বেমাৰ হৈছে বুলি গম পালে যদি মনে মনে থাকে বা শিকাই নিদিয়ে বা এপালি খাবলৈ নিদিয়ে সেইজনৰ ঔষধি গুণ শিকা নিশিকা কোনো মূল্য নাথাকে । সেই বাবেই ম‌ই জনাতো নকৈ নোৱাৰো । এতিয়া ঔষধ পালি হৈছে টণচিল হৈ থকা সময়ত বাৰীৰ ঢাপত পোৱা তিনিটা ধান জলকীয়া চিঙি আনি একেলগে তিনিওটা মুখত লৈ চোবাই চোবাই দুবাৰ মান ওপৰলৈ মূৰ কৰি ডিঙিৰ (যি ঠাইত টণচিল হয় ) সেইখিনি ঠাইত সেইখিনি চুবলৈ দিব লাগে । কিন্তু ,,, গিলি দিব নালাগে কেতিয়াও । অলপ সময় এনেকৈ থকাৰ পাছত বাহিৰত গৈ কোনোবা এঠাইত তললৈ মূৰ কৰি মুখখন মেলি থাকিব লাগে সম্পূৰ্ণ লেলাউটি খিনি ওলাই শেষ হোৱালৈকে । তাৰ পাছত মুখখন ভালকৈ ধুব লাগে । অলপ জলকীয়াৰ জালে পুৰিব কিন্তু ধয্য ধৰিব লাগিব সেইখিনি সময়ত । ভগৱানৰ কৃপাত দুনাই হোৱাৰ সম্ভাৱনা নাই বুলিয়েই ক'ব পাৰি । খুব সোনকালেই ভাল হ'ব । যদি ঔষধে ভাল ফলাফল দিয়ে মোক জনাব । সেউজ শ‌ইকী‌য়া তিনিচুকীয়া ৮৪ ৫৩৫ ২১২ ৯০ ধন্যবাদ।

    • @pallabigogoi6674
      @pallabigogoi6674  7 місяців тому

      ধন্যবাদ জনালোঁ আপোনাক ইমান সুন্দৰকৈ বুজাই দিয়াৰ বাবে নশ্চিয় ব্যবহাৰ কৰিম ভাল হ'লে ফোন কৰি জনাম মই ফোন কৰিম বাৰু

  • @junuhazarika5234
    @junuhazarika5234 7 місяців тому +1

    Khub val lagil

  • @hiranyajyotigayan
    @hiranyajyotigayan 7 місяців тому +7

    বৰ সুন্দৰকৈ নাছিলা👌👌

  • @sadanandagogoi1880
    @sadanandagogoi1880 7 місяців тому

    বহুত ভাল লাগিল। শুভেচ্ছা থাকিল।

  • @AnjaliMedhi-ff5on
    @AnjaliMedhi-ff5on 7 місяців тому +2

    বহুত বহুত ধন্যবাদ বৰ ধুনীয়া কৈ নাছিলা

  • @AjitGogoi-u1u
    @AjitGogoi-u1u 7 місяців тому +2

    Bohut val lagil❤❤❤👌👌👌👌👌👌👌

  • @kamalsaikia9351
    @kamalsaikia9351 7 місяців тому +2

    Bht bht vl lagil

  • @anilgogoi8636
    @anilgogoi8636 7 місяців тому +2

    বহুত আশীৰ্বাদ থাকিল মাজনী

  • @RatneswarRatneswarpachar
    @RatneswarRatneswarpachar 7 місяців тому

    Very nice .❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉

  • @tileswaridevi4341
    @tileswaridevi4341 7 місяців тому +2

    বৰ সুন্দৰ বিহু নৃত্য । সুভেচ্ছা থাকিল ।

  • @LalitBorah-r7u
    @LalitBorah-r7u 7 місяців тому +1

    Heart touching Bihu dance, welcome,

  • @monidipakonwar1778
    @monidipakonwar1778 7 місяців тому +1

    Bah bah Monika Congratulations Digboi Gaurav hoi

  • @KakatiKakati
    @KakatiKakati 7 місяців тому

    Waw bah bahut dhuniya hoi cute

  • @PonimaGogoi
    @PonimaGogoi 7 місяців тому

    Bahut vall hoyse day

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 місяців тому +1

    ❤❤❤❤❤ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। অতি সুন্দৰ পৰিৱেশন। তেওঁৰ কন্ঠও অতি সুন্দৰ আৰু শুৱলা। ভগৱানে কুশল কৰক।❤❤❤❤❤

  • @NarendraDeka-fj4jm
    @NarendraDeka-fj4jm 7 місяців тому

    ভাল লাগিছে

  • @housewifebornali2020
    @housewifebornali2020 7 місяців тому +8

    Val lagil ❤️❤️

  • @ArunHazarika-xi9ep
    @ArunHazarika-xi9ep 7 місяців тому

    বাহঃ

  • @bijulidas6789
    @bijulidas6789 7 місяців тому +1

    ইমান ধুনীয়া

  • @heojychannelvlog6347
    @heojychannelvlog6347 7 місяців тому +14

    Val lagil 👌

  • @allone2175
    @allone2175 7 місяців тому

    Very good

  • @Jantideka9864
    @Jantideka9864 7 місяців тому +1

    ❤❤❤ ভাল লাগিল,

  • @pradipgogoi3182
    @pradipgogoi3182 7 місяців тому

    অতি সুন্দৰ নাচ , আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্। শুভেচ্ছা জনালোঁ।

  • @RunimaVlogs
    @RunimaVlogs 8 місяців тому +2

    Hundor video 🎉🎉🎉

  • @RitaSarmah-f2o
    @RitaSarmah-f2o 7 місяців тому

    নম্বৰ দিবলৈ আমাৰ অভিজ্ঞতা নাই
    বাকী নাচনীৰ নাচ সুন্দৰ। ধন্যবাদ ♥️ মই তেজপুৰৰ পৰা চাই আছো।

  • @RanuDutta-dt2ph
    @RanuDutta-dt2ph 7 місяців тому +1

    Bohot bohot aakhibad disu

  • @RAHASHYA_777
    @RAHASHYA_777 7 місяців тому +2

    সুন্দৰ ❤

  • @amiyagogoi9537
    @amiyagogoi9537 7 місяців тому +1

    Val lagil

  • @bontigohain6398
    @bontigohain6398 7 місяців тому

    বৰ সুন্দৰ কৈ বিহু নাচিলে ভাল লাগিল

  • @bhupensaikia4837
    @bhupensaikia4837 7 місяців тому

    ❤❤❤❤❤❤❤

  • @Lalit_dutta_
    @Lalit_dutta_ 7 місяців тому +3

    Bor dhunia lagese

  • @back-bancher-gaming5606
    @back-bancher-gaming5606 7 місяців тому +1

    Bhut bhal lagil tumer nash say 16:27

  • @diptirealvlogster6804
    @diptirealvlogster6804 7 місяців тому +1

    Hundar❤❤

  • @dipaborah8479
    @dipaborah8479 7 місяців тому

  • @dijenborthakur1393
    @dijenborthakur1393 7 місяців тому +1

    ❤👌

  • @SumuLahon
    @SumuLahon 7 місяців тому +1

    ❤❤❤val lagil.

  • @KuntiRajak-z9c
    @KuntiRajak-z9c 7 місяців тому

    প্ৰথম স্থান অধিকাৰ কৰিবলগীয়া বোৱাৰী ❤️❤️❤️

  • @PrabinHazarika-xl7nw
    @PrabinHazarika-xl7nw 7 місяців тому +1

    প্ৰনাম জনাইছো মই তোমাৰ শাহু আৰু সমাজখনৰ।

  • @rashmirekhasoon3878
    @rashmirekhasoon3878 7 місяців тому +4

    Ami salu bhal lagile tekhetor nas sai.

  • @JunudasPathak
    @JunudasPathak 7 місяців тому

    Sundar Bibu

  • @senswasvlog2795
    @senswasvlog2795 7 місяців тому +1

    Xundr ❤ friend holu dei muru hoba buli akha korilu 🥰

  • @DipaBaruah-m8l
    @DipaBaruah-m8l 7 місяців тому +7

    এই পগেমটো চাইয়ে থাকো

  • @tulshigogoi7019
    @tulshigogoi7019 7 місяців тому +1

    আচলতে । দোণ বন বুলি কোৱা হয়।কিন্তু দুলবন বুলি সহজে কলো।

  • @RekhaHazarika-wh5xw
    @RekhaHazarika-wh5xw 7 місяців тому

    I😅loved😅you😊n😊thanks

  • @tulshigogoi7019
    @tulshigogoi7019 7 місяців тому +1

    টনসিলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব এটা সুলভে পোৱা দৰৱ। দৰৱটো হৈছে দুলবনৰ আগ কেইটামান কুমলীয়া আগ লৈ তাৰ লগত ৭/৯ টা মান জালুক পিহি লৈ কেঁৱা আঙুলৰ সমান বৰী বনাই তিনটি এটা এটা কৰি ৰসখিনি জিভাৰে চুপি ৰসখিনি ডিঙিয়ে গিলি দি চোৱা তিনি টি মুখৰ পৰা পেলাই দিব। প্রায় আধা ঘন্টা মানৰ পিছত বা আহাৰ খোৱা পিছত ও বন দৰৱ টি খাব পাৰিব । ধন্যবাদ। শিৱসাগৰ পৰা।

  • @MamoniBoruah-p4w
    @MamoniBoruah-p4w 7 місяців тому

    Bihua xkolor logot sahaguk tu Kom hoise akole nashi tkokar dore lagishe.

  • @RoshmiDas.
    @RoshmiDas. 7 місяців тому

    Mur ba hoi

  • @mobilephone6298
    @mobilephone6298 7 місяців тому +1

    Monika Das Kolita K 10 Number diboi lagibo.

  • @NabanitaDas-oq1yc
    @NabanitaDas-oq1yc 7 місяців тому

    Val lagil ❤❤

  • @junmoniburagohain-vi5zj
    @junmoniburagohain-vi5zj 7 місяців тому

    Val lagil