পানৰ খেতি,কি কি সাৰ দিব, কেনেকৈ দিব লাগে।।

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • Hi
    I m Lila. Welcome to our UA-cam chennel #Biswanath Agrifarm।
    Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.

    পানৰ খেতি,কি কি সাৰ দিব, কেনেকৈ দিব লাগে।।
    About this chennel বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ থাকিব
    #পানখেতি#betelleaf#
    Other link vidoes
    • কম ঠাইত ভোট জলকীয়া খে...
    কম ঠাইতে ভোট জলকীয়া খেতি কৰক।
    • ভোট জলকীয়া পুলি প্ৰস্...
    ভোট জলকীয়া পুলি প্ৰস্তুত কৰক এনেদৰে।
    • জৈৱিক পচন সাৰ ঘৰতে কেন...
    জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
    • ভোট জলকীয়া খেতি কেতিয...
    ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
    • নেমু গছৰ মজা খোৱা কীট ...
    নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
    • এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
    • নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
    • নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
    • নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
    • জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
    • নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
    • জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
    • ভোট জলকীয়াত কি কি সাৰ...
    ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
    • বীজ শোধন কৈনেকৈ কৰিব ল...
    বীজ শোধন কৈনেকৈ কৰিব লাগে
    জয় আই অসম...

КОМЕНТАРІ • 89

  • @anjugogoi4945
    @anjugogoi4945 3 роки тому +3

    Val lagil, aagor aapunar video kori saisu, upokreeto hoisu.

  • @dharjensaikia9367
    @dharjensaikia9367 2 роки тому +1

    Very good trip for our kishan bhai, thanks a lot.

  • @niranbaro6973
    @niranbaro6973 3 роки тому +1

    Dhuniya lagise agaloi aru video Pam buli aakha karlu

  • @barundey7084
    @barundey7084 3 роки тому +3

    বৰ লাগতীয়াল ভিডিঅ' ,,,,,, প্ৰয়োগ কৰি সফল হৈছো,,, আপোনাৰ ভিডিঅ' চাই

  • @sunrisemultifarmingcentre6616
    @sunrisemultifarmingcentre6616 3 роки тому +2

    আপোনাৰ ভিডিঅ'বোৰ প্ৰায়ে চাওঁ‌ । ইমান সহজ সৰলকৈ সাধাৰণ কৃষকৰ উপযোগীকৈ ভিডিঅ'বোৰ বনাই লগতে নিজেই শ্ৰম বোৰ কৰি আছে। সেয়ে চাই খুব ভাল লাগে আৰু বহুত দিশত অনুপ্ৰাণিতও হও। বহু আগুৱাই যাওক আপুনি। শুভকামনা থাকিল।

  • @kishor4118
    @kishor4118 3 роки тому +1

    Khub hundor dada..notun knowledge palu akow aji o ..tnks dada

  • @gunindrasaikia4221
    @gunindrasaikia4221 2 роки тому +2

    Thanks

  • @gautamkakoti2341
    @gautamkakoti2341 Рік тому +1

    Excellent

  • @kalyanirajkhowa6494
    @kalyanirajkhowa6494 3 роки тому +3

    বহুত ভাল লাগিল ভিডিঅ'টো, ম‌ই ও ৰুইছোঁ ।

  • @amironmili9799
    @amironmili9799 Рік тому

    Good Job❤

  • @mithusamah9487
    @mithusamah9487 3 роки тому +1

    Dada paan buror rong tu boga dheleka hoi goise, dark green hobo lagisil. Atiya barixa gubor dibo parim ne

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому +1

      পাৰিব কিন্তু সম্পূৰ্ণ শুকান গোবৰ দিব।কেঁচা গোবৰ নিদিব।

  • @aftabuddinahmed738
    @aftabuddinahmed738 3 роки тому +2

    দাদা আপুনি যে পানৰ ভিডিঅ'দুটা দিছিলে মই দুয়োটা পদ্ধতিতে সফল হৈছো আপোনাক বহুত ধন্যবাদ থাকিল

  • @AftabAli-if5of
    @AftabAli-if5of 2 роки тому +1

    Dada apunr vedio bur Bhot vl lge sai kine

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 роки тому

      গুৰিত শুকান গোবৰ প্ৰায়ুগ কৰিব আৰু মাটি 1 ফিত মান উঠাই দিব।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 роки тому

      ধন্যবাদ আপোনালৈ।

  • @AchiniBoruah
    @AchiniBoruah 2 роки тому +1

    দাদা আমাৰ ঘৰৰ পাণজোপাৰ পাত বিলাক হালধীয়া হৈ সৰি গৈছে ,,,,,কি কৰিম কওকচোন.....পাণজোপা তামোলৰ গুৰিত আছে

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 роки тому

      গুৰিৰ শুকান গোবৰ দিয়ক আৰু শুকান যাবৰ দি ঢাকি পানী দিয়ক মাজে মাজে।পানী অভাৱত পাত সৰি গৈছে।

  • @lipikitchenassamesevlog4085
    @lipikitchenassamesevlog4085 3 роки тому +1

    Val Lagil

  • @AftabAli-if5of
    @AftabAli-if5of 2 роки тому

    Dada mur Pan gos ase 40jpa man xali pan bur mori jai plz ata upai diba ne

  • @kyabolegaaru6240
    @kyabolegaaru6240 3 роки тому +2

    👌👌👌

  • @pcpranjal2087
    @pcpranjal2087 3 роки тому +1

    Video to sai bhuta val lagisa dada nojana kotha janib parilu

  • @hridayangammansublogs8874
    @hridayangammansublogs8874 3 роки тому +2

    Thank you dada

  • @anjanborah6209
    @anjanborah6209 3 роки тому +1

    Thanku dada ki xar dib lage kowar babe. Dada jalukr vidio dibo son.

  • @jagbirsingh4763
    @jagbirsingh4763 3 роки тому +2

    One video on Ahom jolokia plzz 🙏

  • @manojarjel4216
    @manojarjel4216 3 роки тому +1

    God tips bro

  • @purandeka8516
    @purandeka8516 3 роки тому

    Panar oparar falar para bemar lagi pan bilak mari goise ki karibaloi lagibo

  • @padmanabhpatgiri5773
    @padmanabhpatgiri5773 3 роки тому +1

    Dada moi panor puli Tabot tulichu bhal hobone jonabo nichai.

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      কেনেকৈ ৰোলে কি দিলে কিমান ডাঙৰ তাপত ৰূলে তাৰ উপৰত নিৰ্ভৰ কৰিব। নিশ্বয় ভাল হব লাগে।

  • @deepjyotiboruah9496
    @deepjyotiboruah9496 2 роки тому +2

    তামোল আৰু পানবাগান লগাবৰ বাবে অভিজ্ঞ দুজনমান মানুহ পাম নেকি জনাবাচোন ।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 роки тому

      আমাৰ ইয়াত মানুহ কাম কৰিবলৈ পোৱা বহুত টান।

  • @rahulmix7831
    @rahulmix7831 2 роки тому

    Ki ki khar dibo lage pan khety

  • @debasishvideo6901
    @debasishvideo6901 3 роки тому +1

    ✔️Moja

  • @movieexplained759
    @movieexplained759 3 роки тому

    Da panor puli Pam naki

  • @baponrock6343
    @baponrock6343 3 роки тому +1

    মোৰ এটা প্ৰশ্ন আছিলে মোৰ বাৰীত তামোল গছ ৰোপণ কৰিছোঁ কিন্তু তামোল বিলাকৰ এই বাৰ প্ৰথম তামোল ফুল আহিছিলে কিন্তু ফুল বিলাক নাথাকিলে কিয় জনাৱচোন

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      প্ৰথম বছৰ ফুলবোৰ প্ৰায় সৰি যায়।next বছৰৰ পৰাহে ফল ধৰিব।

  • @rinkugogoi7636
    @rinkugogoi7636 3 роки тому +1

    ❤️❤️❤️❤️👍🏿

  • @babuldaimari6569
    @babuldaimari6569 3 роки тому +1

    Pan khetir mati kenekua hobo lage

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      যিকোনো মাটিতে পান ভাল হয় গুৰিত পানী জমা হব নালাগে

  • @lemo5418
    @lemo5418 3 роки тому +2

    Dada Apple ber r bagan khon abar cover koribo sun❤️

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому +1

      Next video পাৰিলে দিব চেষ্টা কৰিম।

    • @lemo5418
      @lemo5418 3 роки тому +1

      @@BiswanathAgrifarm ok dada

  • @jaansaikia9308
    @jaansaikia9308 3 роки тому +1

    Apunar pan bur xoro xoro hoise noton pan hisape mur Kin2 Bohut Dangor hoise....Agbur singi dibo jupuha hobo....

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      পানৰ জাত চাই সৰু ডাঙৰ হয় আপোনাৰ ভাল জাতৰ হব পাৰে।

  • @raazahmed6220
    @raazahmed6220 3 роки тому +1

    Dada moi vot jalakiya posaiso kiba hobo ne

    • @raazahmed6220
      @raazahmed6220 3 роки тому +1

      Mane moi ajir pora prai 25 din man agot guti uliwaiso aji posaiso kiba hobo neki

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      অলপ সোনকালে হল।এতিয়া গুটি গজি লগাউতে এই বছৰো নহব অহা বছৰৰ বাবেও নহব।কিয়নো ঠাণ্ডা দিনত ভোট জলকীয়া গছ ভাল নহব। আগষ্ট last ফালে গুটি পছোৱা হলে ভাল হলে হয়।

  • @bishnubasumatary1219
    @bishnubasumatary1219 3 роки тому +1

    Besikoi kori dekuwaksun .

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      কৰি আছোঁ লাহে লাহে দেখুৱাব পৰা হম।ধন্যবাদ।

  • @dipankarhizarika7671
    @dipankarhizarika7671 3 роки тому +1

    নাৰিকল গছত কি সাৰ দিব লাগে জনা বচোন প্ৰথম লাগিছে ফুল বোৰ সৰি গৈছে

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      প্ৰথম বছৰ ফুল সৰিব।পাৰিলে গুৰিত DAP, potas, আৰু বৰণ শুকান গোবৰৰ সৈতে মিহলাই ৰিং কৰি দিব।

  • @baponrock6343
    @baponrock6343 3 роки тому +1

    উত্তৰ কিন্তু নাপালোঁ আপোনাৰ পৰা

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      কেতিয়াবা ৰৈ যাব পাৰে coment বেছি হলে।sorry

  • @bijoyabora4346
    @bijoyabora4346 2 роки тому +1

    আমাৰ পান বিলাক কলা পৰি গৈছে কিহৰ কাৰনে হৈছে জনাৱচোন

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 роки тому

      এইটো গছৰ পৰা অহা বেমাৰ কিছুমান পান গছত এইটো বেমাৰ থাকেই।ভাল ডাল আনি ৰোপন কৰক।

  • @ankur7904
    @ankur7904 3 роки тому +1

    Dada apunar namtu ki kobo sun

  • @gaurabmili8263
    @gaurabmili8263 Рік тому

    মোক পান পুলি লাগে ।

  • @knowlagewould5651
    @knowlagewould5651 3 роки тому +1

    মূৰ্গীৰ উৎপাত বহুত

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      হয় নেকি।চাৰিওফালে নেট ব্যৱ্হাৰ কৰক।আমাৰ ফালে বান্দৰ।

  • @rajikanta5792
    @rajikanta5792 3 роки тому +1

    আমাৰ ইয়াত বানপানী হয় দাদা । বানপানী হোৱাৰ ঠাইবোৰত পান খেতি কৰিলে কি কি সমস্যা হয় দাদা মোক জনাবচ দা mur mobile Number 9028532358 plz plz plz da muk jnai dib

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      যদি গুৰিত পানী জমা হয় তেন্তে গছবোৰ মৰি যাব পাৰে।

  • @rashmisrainbow9301
    @rashmisrainbow9301 3 роки тому +1

    জালুক খেতিৰ বিষয়ে দিব চোন

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      চেষ্টা কৰিম next video বোৰ দিবলৈ

  • @dipankarchoudhury624
    @dipankarchoudhury624 Рік тому +1

    দাদা মোক পান পুলি/আগ লাগিছিলে । আপোনাৰ phone number টো দিব চোন।

  • @bubenthengal2873
    @bubenthengal2873 3 роки тому

    👌👌👌