Smart mitre, smart manuh bore solabo paribo, baki gaon r manuh bore keneke solabo, recharge bare bare kori dokanat poisa deutei double hobo, aro atia prepaid howa karone jodi rati 10 bojat jodi recharge khek hole , ki koribo rati to andhar thakibo lagibo, ane bahut problem, so manual mitr is good for us
Siddhartha Bhattacharjee is right, a p d c l should inform the consumers before installation of smart meters, also if the load in a house exceeds permitted load even for a sometime say for 30 mins,then the smart meter displays the extra load and the a p d c l charges penalty for extra load,although the consumers pay for the units consumed during the period of using electricity when the smart meter displays extra load, this penalty system is not justified, but in this case so the smart meter is not transparent for consumers,another point is that as the post paid billing system was abolished the consumers donot have any way to know details of payment. Lastly it is unjustified because penalty should not be imposed for exceeding the permitted load temporarily for a some time,this system is not good because india is a welfare state,bjp govt should mind it.
G hokole business idea bisari napai Matha Mari ase tente point to be noted 1. Tinor saki bonauk kerosine te Sola 2. Holita 3. Pitolor saki 4. Hat lamp 5. Lamp fita 6. Simni 7. Gas light....important (vauna, tuloni biyat vara dibou paribo) Hope this will generate more entrepreneurs in Amar honor Assam
Barpeta jilat o bohut smart Miter or keleng kari hoi ase please help korib mor gorot agote poti mahot 300 pora 400 toka bill ahisil atia smart miter লগোৱাৰ pisor পৰাই পতি mahot 1300 toka pora 1500 toka bill ahise atia ki korim😭😭🙏🙏
As it is technical matter it should solve technicaly with justification. But apdcl argument without proper technical experiement. The difference of unit consume between digital and smart meter is the main cause. Unit cost is the hike difference. Apdcl authority and Engineers known it but they are under binding. Public challenges to be proved by apdcl and engineers practically to all consumers physically. Then result which come in practicaly both public and apdcl must obey to function in future. Hence digital and smart meter to be installed for a month and unit of consumption to be recorded and do needful with black and white to the both parties. WHY APDCL HESITATE TO TAKE BOLD PROOF ?
অসমত যদিহে স্মাৰ্ট মিটাৰ বাতিল নহয় ২৬লৈ অসমৰ ৰাইজে বাট নেচাবও পাৰে,,,যেনেকৈ হাতীক ঘৰচীয়া কৰিও ৰাইজে হাবিলৈ খেদিলে আৰু সেইদৰে পদুমেৰে ফুলি থকা পুখুৰীকেইটাও ৰাইজে পুতি চিন নোহোৱা কৰিব নিশ্চিত,ৰাইজৰ কথাৰ প্ৰতি মনযোগ নিদিয়া চৰকাৰৰ প্ৰয়োজন শেষ হৈছে বুলি ভাবো,,,মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাত সম্ভৱ মহম্মদ বিন টোঘলকৰ আত্মাই লম্ভিছে,,,,অতি অহংকাৰত ৰজাও অঘৰী হয়,গতিকে সময় থাকোতেই কথাবোৰ বিবেচনা কৰিলে ভাল.....
২০২৬ চনৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব,এইখন ৰাজতন্ত্ৰ নহয়।
Mukhe tu hakolue koi kintu hekhat uluta. Dutaka man poisa pale sab eke hoi jai 😅
𝓟𝓸𝓹 𝓚@@dhanti_016
স্মাৰ্ট মিটাৰ উত্তৰ, 2026 ত দিবৰ অসম ৰ ৰাইজে
স্মাৰ্ট মিটাৰ সমৰ্থনত যিমানেই যুক্তি কৰক, ইয়াৰ হিচাব ২০২৬ত দিব। এতিয়া চব মনে মনে থাকে।চাই থাকা।
২০১৪,২০১৬,২০১৯,২০২১ আৰু ২০২৪ ৰ নিৰ্বাচনত যেনেকুৱা ফলাফল হৈছিল ২০২৬ ত একেই হ'ব। ব্যতিক্রম একো নহয়। স্মার্ট মিটাৰ এটা অত্যাধুনিক প্রযুক্তি আৰু এই প্রযুক্তি বিৰোধী ৰ বাদে সকলো জনতাই আঁকোৱালি লৈছে। কিছুমান গনবিছিন্ন হতাশাগ্রস্ত ৰাজনৈতিক দল ৰ নেতাৰ জনপ্রিয়তাৰ বাবে কৰা বিৰোধিতা বাহিৰে অন্য কোনো ইতিবাচক পদক্ষেপ নহয়। স্মার্ট মিটাৰত যদি কিবা আসোৱাহ আছে সেয়া কাৰিকৰী ভাবে শুধৰাই সফল প্ৰয়োগ কৰক সকলোৰে উপকাৰ হ'ব।
গুজৰাট ত বন্ধ কৰিলে স্মাৰ্ট মিটাৰ কিয় ?বি জে পি য়ে কব পাৰিব নে ???
এই চৰকাৰে উচিত সময়ত স্মাট মিটাৰৰ লন্ঠনৰ উত্তৰ পাব ।
আজিলৈকে কোনো এজন ব্যক্তিয়ে এই মিটাৰ ভাল বুলি কোৱা শুনা নাই।
Bjp Assam etea ad solai asea kitaman manuhok poisa dea smart meter val buli koi asea 😂
Bhal buli kaba nowari 600-700 taka ahisil atiya 6000 aahisey
মোৰ ডিজিটেল মিটাৰতে চাৰিগুণ বেছি বিল আহি আছে
বিদ্যুত ককাইদেউ সবল কণ্ঠ আগবঢ়ায়ছে ধন্যবাদ 👍
পুৰণি মিটাৰৰ unit consume ৰ অনুযায়ী বিল পৰিশোধ কৰি থকাৰ স্বতেও ডকাইত ৰূপী "smart meter" লগোৱাৰ বাবে দাদাগিৰি, জুৰ -জুলুম কিয়? সাধাৰণ জনসাধাৰণৰ প্ৰতি এখন গণতান্ত্ৰিক চৰকাৰৰ দ্বায়িত্ব কি ? সাধাৰণ জনতাৰ টেটু চেপি টকা খোৱাটোৱে শাসনাধিষ্ঠ গাদীৰক্ষক সকলৰ নিতী নেকি ?
Smart miter বন্ধ নকৰিলে উজনিৰ পৰা বিজেপিক উৎখাত কৰা হব ২৬ ত।
শাসন কৰাৰ চলেৰে শোষণ
Smart miter হৈছে মানি ল'লো ভাল হৈছে বাৰু কিন্ত smart কাৰেণ্ট কিয় হোৱা নাই ইমান গৰমত দিনটোৰ বেছি সময় আমাৰ ফালে কাৰেণ্টতেই নাথাকে ।গতিকে মিটাৰতকৈ smart কাৰেণ্ট দিয়ক।
এই নেতাৰ একো কথা শুনিবলৈ নাই মাথোঁ স্মাৰ্ট মিটাৰ গো বেক
কিয় লগাব লাগে আদানিৰ নতুন মিটাৰ ? CM য়ে কিয় জোৰ দিছে ? CM য়ে আমদানিৰ পৰা কমিছন লৈ নতুন মিটাৰৰ বেপাৰ আৰম্ভ কৰিছে নেকি ? নে বাগান কিনিবলৈ সৰহকৈ কমিছন ললে আমদানিৰ পৰা ।
নেলাগে আছনী লাগে কম দামি বিজুুলী মীঠাতেল পেটল দিজেল আলু আদী আদী
নীতি শিক্ষা দি থাকিব নালাগে....মুঠতে ৰাইজক স্মাৰ্ট মিটাৰ নালাগে...ৰাইজৰ উৰ্দ্ধত গৈছে এইখন হিমন্ত চৰকাৰ.....
2026. আহি আছে । উত্তৰ ৰাজ্যৰ ৰাইজে নিজেই দিব । অপেক্ষা কৰক
Bjpye Karu kotha নুশুনে,,,,,আঁচনি দিলে মানুহে ধনী হব পাৰে নেকি
অভাৰ স্মাৰ্ট মিটাৰ ... ২৬ দিয়া হব উত্তৰ ... কোনোৱা এদিন কুথাৰে ভাঙিপেলাম
চৰকাৰে বিভিন্ন আঁচনিৰ লগতে ফ্ৰী চাউল দি এচাম মানুহক এলেহুৱা কৰা যেন, ৰাজ্যখনৰ জনমূৰি আয় নিম্নগামী কৰা যেনহে বোধ হয়৷
কি কথা কব আহিছে APDCL এ? আমি ভুক্তভোগী। কিয় লগালে স্মাৰ্ট মিটাৰ? এইটো বোলে industry আদি বানিজ্যিক প্ৰতিষ্ঠানৰহে মিটাৰ। কাৰ কমিচনৰ অংক মিলাবলৈ গৈ আমাৰ দৰে সাধাৰন পৰিয়াল বোৰক এনে মাধমাৰ শোধালে? এই স্মাৰ্ট মিটাৰেই ২০২৬ত ৰজাঘৰীয়াক ডুবাব। ই খাটাং।
স্মাৰ্ট মিটাৰ বন্ধ হব লাগে । বিল বেছি আহিছে
আমাৰ ঘৰত আগতে যি কেইটা আছিল,এতিয়াও সেই কেইটাই আছে।আগত বিল আহিছিল ১০০ৰ১৫০ টকালৈ কিন্তু এতিয়া আহিছে৭০০/
৮০০ টকালৈ কিয়?
এতিয়া ফাকিবোৰ, আসোৱাহ বোৰ ধৰা পৰি গৈছে। ১০০ টকাৰ বিল অহা মিটাৰতো ফলদানি নেকি?
এই বোৰ উওৰ পাৱ সাধাৰণ মানুহে দিব ২৬ লৈ অপেষা কৰক মাধু ়
ৰাজনৈতিক দলৰ মেখেলা ধোৱা কেইটাই সদাই চৰকাৰৰ গুন গান গাবৈ বেয়া পাই লাভ নাই
Aiku nai 26 ot Kiba eta koribo lagibo.
Smart mitre, smart manuh bore solabo paribo, baki gaon r manuh bore keneke solabo, recharge bare bare kori dokanat poisa deutei double hobo, aro atia prepaid howa karone jodi rati 10 bojat jodi recharge khek hole , ki koribo rati to andhar thakibo lagibo, ane bahut problem, so manual mitr is good for us
ধৰ্ম বিভাজনৰ ৰাজনীতিৰে ৰাইজক চশমা পিন্ধাই আনফালে V.I.P ষ্টাইলেৰে ৰাইজৰ মূৰত ৰামটাঙোন দি লুটি খাই আছে, এই খকোৱা,কোলাঙ্গাৰ,চোৰ বিধায়ক-মন্ত্ৰীসকলে। কিন্তু আমিবোৰে নিমাত হৈ আছো এইতো কাৰণেই যে অসম ধ্বংস হৈ যাওক, চোৰ নেতাবোৰে সম্পত্তিৰ পাহাৰ গঢ়ক, শিক্ষা আৰু স্বাস্হ্যতো Tax বৃদ্ধি কৰক, আমাৰ ইয়াত একো ক'ব লগা নাই। মাত্ৰ আমাৰ নিজৰ নিজৰ ধৰ্ম জীয়াই ৰাখিব লাগে নহয় জানো !😡
অসমত দুখীয়া মানুহ ইমান আছে এইবিলাক কিয় লাগাব লাগে
BJP go back
সিদ্ধাৰ্থ দাই ঠিকেই কৈছে৷
সাধাৰণ ৰাইজ শোধক
ৰাইজৰ কথা নুশুনে কিন্তু ৰাইজৰ ভোট লাগে
Smart meter bondho hobo lagey
কোনো মানুহ প্ৰতিবাদ কৰা নাই বিল ঠিক আছে বুলি ,কিন্তু এই মিটাৰ মানুহক আৰু দুখীয়া কৰিব ।
দেৱজিত গোস্বামী ডাঙৰীয়াক বি জে পি ৰ অন্ধ ভক্ত চামছাঁ যেন লাগিল,,,,,ঘেন্তা টেকনিকেল কথা কয়,,,
No.smart.miter
'ৰাইজৰ ওপৰত বোজা জাপি দিব নালাগে' শইকীয়া ডাঙৰীয়াই ঠিকেই কৈছে ।
স্মার্ট মিটাৰ লগোৱাৰ পিছত আমালৈ কোনো বিদ্যুৎ ৰ বিল অহা নাই। এতিয়া প্ৰি পেইদ হল আৰু কিমান টকা খৰচ হৈছে আৰু কিমান জমা আছে সেইটো জানিব পাৰিছো। আমি স্মার্ট মিটাৰৰ পৰা অসুবিধা পোৱা নাই।
Amiu pua nai kisuman e hoitu pabou pare nija nija kotha.
আমাক আগৰ মিটাৰ হে লাগে
ঋতুবৰণ ডাঙৰীয়া , ডিজিটেল মিটাৰ থকা অৱস্থাত , CONSUMER খিনি ৰে current miss used কৰে মানে ন আপোনাৰ মতে
Smart meter should be REPLASHED at an early date .
ঋতুপন ডাঙৰীয়াৰ লগতে আপুনাৰলোকৰ মুখত এইযে জনকল্যান মুখি চৰকাৰ এই বাক্য শাৰী আপোনালোকৰ মুখ শুভা নোপোৱা দৰে হৈছে দেখুন ৷কিয় ?
হিমন্ত হতাও
যিমানেই যি নকওক কিয় সাধাৰণ জনতাৰ প্ৰায় ভাগেই দিনটোত কিমান কাৰেণ্ট খৰচ কৰিছে কেতিয়াও নেচায়৷ মাত্ৰ মাহটোৰ মূৰত চাই যে কিমান বিল কম বা বেচি আহিছে৷তেনে ক্ষেত্ৰত জনতাই মিচাতে কিয় হুলস্থূল কৰিব?
APDCL OUT SOURCE কমৰ্শৰী regular কৰা পৰিবৰ্তে স্মাৰ্ট মিটাৰ আনিছে , এইবোৰে পৰিবৰ্তন
Bidyut dai right kotha koise
APCDL য়ে স্পষ্টীকৰণ দিলেই হব নেকি? ভুক্তভোগীৰ কথাও মানিব লাগিব! ডকাইতি কৰি থাকিলেই নহব! Helpline নংত উত্তৰ নাহে কিয়?
ঋতুবৰণ শইকীয়া,,,,এই বি জে পি ৰ ঘেন্তা টোৱে কি যুক্তি দিছে,,,
সিদ্ধেশ্বৰ ডাঙৰীয়া দেৱে থিক কথা কৈছে।
আগত ৰাইজৰ মাজত সজাগতা নকৰি বিদূত বিভাগৰ গাফিলতি
দেৱজিৎ গোস্বামীৰ মন্তব্য বোৰ গ্ৰহণযোগ্য বুলি ক’ব নোৱাৰি৷
Manuhok boorbok bonaise neki APDCL a ???? 😂😂
Siddhartha Bhattacharjee is right, a p d c l should inform the consumers before installation of smart meters, also if the load in a house exceeds permitted load even for a sometime say for 30 mins,then the smart meter displays the extra load and the a p d c l charges penalty for extra load,although the consumers pay for the units consumed during the period of using electricity when the smart meter displays extra load, this penalty system is not justified, but in this case so the smart meter is not transparent for consumers,another point is that as the post paid billing system was abolished the consumers donot have any way to know details of payment. Lastly it is unjustified because penalty should not be imposed for exceeding the permitted load temporarily for a some time,this system is not good because india is a welfare state,bjp govt should mind it.
Yes sir it profitable for company but not for public.. stop smart meter installation.
এতিয়া বিল বেছি আহিবলৈ ধৰিছে৷
Smart Meter Bandha Karak
Smart metre hoar pisor pora bil di Bhagar lagise
অসমত ২৫ লাখ Smart meter লগালে এটাত বছৰত ৫০০০ টকা বেছিকৈ ললে চৰকাৰে বছৰত ১২৫০ কোটি ৰাইজৰ পৰা লব
আমাৰ তিনি মাহৰ বিল এক মাহতে আহি আছে
মূঠতে smart মিটাৰ আমাক নালাগে
Bidyut saikia. Upuni kisu thik kotha koise. Thank you .
Don't want smart meter..
G hokole business idea bisari napai Matha Mari ase tente point to be noted
1. Tinor saki bonauk kerosine te Sola
2. Holita
3. Pitolor saki
4. Hat lamp
5. Lamp fita
6. Simni
7. Gas light....important (vauna, tuloni biyat vara dibou paribo)
Hope this will generate more entrepreneurs in Amar honor Assam
aitu sudurbhai rituporn saikia kla ...smart meter gusabo lage
Smart mitar bondho hobo lage
স্মাৰ্ট মিটাৰে শোষণ কৰাতো কেনেধৰণৰ জনকল্যাণ ?
Hataooo himanta bachaoo assam
Bidud. Da. Ok. Dhoynobad
ৰাইজৰ কথা নুশুনে কিও
একে বিল আহে যদি মিটাৰ কিয় সলনি কৰে
Smart miter bondho hobo lage
'Sorkar giribo . Aibar ai metre r karone
Smart Miter Nalage
100% electricity bill increased almost %100 after smart meeter set
স্মাৰ্ট মিটাৰত কতো বিল বেছি অহা নাই বুলি মই ভাবো। কাৰণ মোৰ স্মাৰ্ট মিটাৰ আছে বিল বেছি অহা নাই।
তাৰ কথা নুখুনিব
Smart mitare bondho korok 50/50 Lontan
Srkar urijab thotor misa kotha
Bur bujise sb manuhe
Bondha haba lage
Barpeta jilat o bohut smart Miter or keleng kari hoi ase please help korib mor gorot agote poti mahot 300 pora 400 toka bill ahisil atia smart miter লগোৱাৰ pisor পৰাই পতি mahot 1300 toka pora 1500 toka bill ahise atia ki korim😭😭🙏🙏
ফালটু কিছুমানক কিয় শুধি আছে
Esmart Mitar BJP r Love
ছার,রাইজর,কথা,কৈছে,কি,আবুল,তাবুল,কৈ,আছে
মোৰ ঘৰত Menual Miter ত ৭০৭/- আহিছিল , স্মাৰ্ট মিটাৰ লগোৱাৰ প্ৰথম মাহত ১৪৫৯/- আৰু দ্বিতীয় মাহত পুনৰ ১৪৫৯/- ৰ বিল আহিছে , কাৰণ কি দুমাহৰ বিল একেই হল 😮 Menual miter থাকোঁতে যি বিলাক ঘৰত Use কৰি আছোঁ , স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতো একেই Use কৰি আছোঁ । দুগুণ বেছি বিল আহিছে , কি কৰা যায় 😢😢😢
আপোনি কি আলবাল বকি আছে । আপোনি গাঁৱলৈ আহক ,।
As it is technical matter it should solve technicaly with justification. But apdcl argument without proper technical experiement. The difference of unit consume between digital and smart meter is the main cause. Unit cost is the hike difference. Apdcl authority and Engineers known it but they are under binding. Public challenges to be proved by apdcl and engineers practically to all consumers physically. Then result which come in practicaly both public and apdcl must obey to function in future. Hence digital and smart meter to be installed for a month and unit of consumption to be recorded and do needful with black and white to the both parties. WHY APDCL HESITATE TO TAKE BOLD PROOF ?
Ratul Kolita thik koise
Mantri b.... Darmoha beshi karishe smart mitar nalagai dukhiar gharat lagwk
Ami porha Huna bad dibo lagibo karon ma papai amak porhaboi ne energy bill dibo himantra mama tumer namote porha aribo lagibo
আগৰ মিটাৰবোৰ কি বেয়া আছিল বাউ ??
Smart miter Emedatly bondo korib lage 😢😢😢
Smart meter bondho hobo lage
৬০০ৰ পৰা ১৮৪০ টকা
Help line no. t phone logaboleu kopal lagibo... Phone lagileu technical issue problem hoi thake solve koriboi nuare
Moja dile bidyut a political analyst tuk moja ,ei bamun ketia Axom khon finish koribo.
#stopsmartmeter
Smart meter a 12 Bojai dese. Agat ahisil 250 toka 300 toka atiya ahe 900 toka 1000 toka.
BJP r MLA soboi Dhoni hol ne hwibabe raijor sokupani nabuje