Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3008|| 03.07.2024 ||

Поділитися
Вставка
  • Опубліковано 2 лип 2024
  • BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
    Facebook: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo
  • Розваги

КОМЕНТАРІ • 1,7 тис.

  • @user-qd5bk3zj3x
    @user-qd5bk3zj3x 2 дні тому +1131

    Si চাৰ অতি সোনকালে ওলাব কাৰণ চাৰে এই বছৰ কহিনুৰ থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছে। চাৰ যোৱা কোনে কোনে নিবিচাৰে like কৰা 😢😢😢😢

    • @monditgogoi5987
      @monditgogoi5987 2 дні тому +7

      মানে কোন actor lgt jabo koukxun please 😢

    • @bikiroy2516
      @bikiroy2516 2 дні тому +19

      Muhon aru kk dak ator korale but si sirra ator korale moi sirialei nasau mur last sin hobo aitu

    • @northeastdelicacy2667
      @northeastdelicacy2667 2 дні тому +12

      Beharbari outpost si sir gole aru nesaw.kk da mohan r pisot si sir gole ai khon aru beharbari outpost hoi nethakibo.

    • @PapuDas-xi1zu
      @PapuDas-xi1zu 2 дні тому +4

      Ajie last suwa hob muru bohut beya lagib sage ajir pora sai

    • @zimbu7450
      @zimbu7450 2 дні тому

      ​@@northeastdelicacy2667pokor tu maksudu ... beharbari hoi thkibo okl actor change hbo .. poisa main kla sudurbhai

  • @user-kn5bc3ep9n
    @user-kn5bc3ep9n 2 дні тому +893

    আজিৰ খণ্ডটো চাই কাৰ কাৰ চকু পানী ওলাইছে like কৰা । ৰাকেশ দাৰ দুখৰ বাবে মই বহুত কন্দিলো😢😢

  • @simantatanti5014
    @simantatanti5014 2 дні тому +37

    আজিৰ খণ্ডটো চাই কাৰ কাৰ চকু পানী ওলাইছে like ক Si no sir miss you❤❤❤❤ sir😢😢😢😢😢😢

  • @simpidutta314
    @simpidutta314 2 дні тому +127

    Si চাৰ নাযাবনা । si চাৰ আকৌ অবিহনে । si চাৰ অহা বিচাৰিছে যদি এটাl like কৰক।😢😢

  • @user-es3te9zv3e
    @user-es3te9zv3e 2 дні тому +324

    সঁচাই দেই কেকে দা মোহন দা যাওঁতে যিমান দুখ লাগিছিল তাতোতকৈ বেছি দুখ লাগিছে প্ৰীতম ছাৰ যোৱা পৰা 😢😢😢😢😢। প্ৰীতম ছাৰ আপুনি আকৌ আহিবনে 😢😢😢😢

  • @user-iw5vh5ol7z
    @user-iw5vh5ol7z 2 дні тому +162

    কে কে আৰু মোহন নাথাকোতেও ইমান বেয়া লগা নাছিল কিন্তু প্ৰিতম ছাৰ যোৱাৰ কাৰণে বহুত বেয়া লাগিছে। তেওঁৰ ভবিষ্যত উজ্বল কামনা থাকিল।

  • @PiyatomBoruah
    @PiyatomBoruah 2 дні тому +83

    আজিৰ খণ্ডটো চাই মোৰ চকুপানী ওলাই গল আৰু কাৰ কাৰ দুখ লাগিলে like kora😢🥺😓

    • @prafulladas7224
      @prafulladas7224 День тому +2

      খং হে উঠিছে এজনকৈ এজনকৈ পুৰণি সকল গৈ শেষ হল । ৰাকেশ কমল মনি মুকুতা থাকিল । Kk Manan আহিলে ও কব ভাল আছিল😢

    • @PiyatomBoruah
      @PiyatomBoruah 20 годин тому

      @@prafulladas7224 😓

  • @ChitraBaruah-pv7rr
    @ChitraBaruah-pv7rr 2 дні тому +35

    এনেকৈয়ে এজন এজন কৈ গৈ বেহাৰবাৰী আউটপোস্ট চাগে বন্ধ হৈ যাব, বহুত ভাল লাগিছিল চাই। পৰিচালক মহোদয় বেহাৰবাৰী আউটপোস্ট যাতে এনেকৈয়ে চলাই লৈ গৈ থাকে, এয়ে আমাৰ অনুৰোধ 🙏🙏🙏🙏

  • @user-xf5qo7go3o
    @user-xf5qo7go3o 2 дні тому +79

    আজি খণ্ডটো চাই সঁচাই বহুত বেছি দুখ লাগিল ।কে কে মোহন যাওঁতে বহুত দুখ পাইছিল কিন্তু আজি si sar যোৱাৰ কথা শুনি তাতকৈ বেছি দুখ পালোঁ সদাই সহুৱাই থকা serial khon আজি চাই বহুত দুখ লাগিল 😭😭😭😭 চাৰ আপুনি থিয়েটাৰ গৈ আকৌ যেন বেহৰবাৰি লৈ উভতি আহে আপোনাক বহুত miss কৰিম চাৰ আপুনি কে কে মূহনৰ নিচিনা নকৰে যেন । আপোনাৰ অবিহনে যেন বেহৰবাৰি উকা হৈ পৰিব

  • @Gbora94953
    @Gbora94953 2 дні тому +146

    বৰ বেদনাদায়ক প্ৰীতম ছাৰৰ এই বিদায় মুহুৰ্ত।দৰ্শক হিচাপেও আজি চকুপানী ধৰি ৰাখিব নোৱাৰিলো।জবাৰ জড়িয়তেও জেন কিছু তাত্পৰ্যপূৰ্ণ কথা নীৰৱে ছাৰে দৰ্শককে কৈ যেন গ'ল।।ছাৰৰ উন্নতি কামনা কৰিলো।কেকে মৌহনৰ পিছত আপোনাৰ এই যাত্ৰাই বেহাৰবাৰীৰ শিল্পী/দৰ্শকৰ মাজত বাৰুকৈ প্ৰভাৱ পেলাব তথাপিও চাই যাম বেহাৰবাৰী কাৰণ এই ধাৰাবাহিক খনৰ প্ৰতি এটা টান আছে।

  • @Runjunmoni
    @Runjunmoni 2 дні тому +23

    ছাৰ আপোনাৰ অৱিহনে বেহাৰবাৰী সদায় আধৰুৱা চকুপানী ওলাই আহিছে 😢😢😢😢😢🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @lucky-hr7kh
    @lucky-hr7kh 2 дні тому +9

    SI sir উভতি অহাৰ বাবে like কৰক😢 I miss you SI sir এটুকুৰা সিৰা হেৰাই যোৱা জেন লাগিছে😢😢😢😢

  • @chinmoybaruah5553
    @chinmoybaruah5553 2 дні тому +94

    সত্ৰাধিকাৰ নাথাকিলে গুৰি কোনে ধৰিব! ছাৰ আছিল কাৰণেই অপেক্ষাৰ স্থল আছিল, মিছ কৰা হ'ব এখেতক... আশাকৰোঁ থিয়েটাৰ শেষ হোৱাৰ পাছত আকৌ ছাৰৰ ট্ৰান্সফাৰ যাতে বেহাৰবাৰী থানালৈকে হয়♥️

  • @Moondas17
    @Moondas17 2 дні тому +127

    ইমান হাঁহিৰ মাজতো আজি কান্দোৱাই দিলে 😭😭😭

  • @Priyakshi396
    @Priyakshi396 2 дні тому +12

    আজিৰ episodeটো চাই বহুত দুখ লাগিল চকু পানী ওলাই গল si sir kar kar favorite আজিৰ পৰা ছাৰ নাথাকে বহুত বেয়া লাগিছে ৷miss you si sir😭😭😭🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹😭😭😭😭😭😭😭😭😭😭

  • @JituGogoi123
    @JituGogoi123 2 дні тому +8

    বেহাৰবাৰী আউটপোষ্ট আদিৰে পৰা আজি এই খণ্ডলৈকে চাই আহিছো আগতে টিভি ত এতিয়া মবাইলত কিন্তু আজি এই খণ্ডটি দৰে মোৰ চকুপানী ওলোৱা নাই । বহুত সুন্দৰ ।সকলোলৈক ধন্যবাদ ।❤❤❤❤❤❤❤❤❤

  • @shekharjitray6081
    @shekharjitray6081 2 дні тому +52

    কোনে কোনে আজি কান্দি ছে,😢😂 episode চাই

  • @KaranJyotiKashyap
    @KaranJyotiKashyap 2 дні тому +88

    প্ৰতিদিনে ১০:৩০ হোৱালৈকে বাটচাই ৰও বেহাৰবাৰী চাবৰ বাবে.... ইমানবোৰ হাঁহি ধেমালিৰ মাজত আজি কন্দুৱাই থৈ প্ৰীতম ছাৰ যাব ওলাইছে তাৰ বাবে বহুত দুখ পালো। যাহওঁক তেওঁ হয়তো কোনো ভাল কামৰ কাৰণেই এনেকুৱা সিদ্ধান্ত লৈছে, তেওঁ সদাই আগুৱাই যাওক❤॥ কিন্তু আজিৰ পিছত হয়তো বেহাৰবাৰী চাম বুলি বিগত দিনবোৰৰ দৰে ৰৈ নাথাকিম॥ প্ৰীতম দা সদাই ভালে থাকক, ভৱিষ্যত উজ্জ্বল হওঁক আৰু আগুৱাই যাওক, তাৰেই কামনা কৰিলো ভগৱানৰ ওচৰত❤🙏❤

  • @Priyakshi490
    @Priyakshi490 2 дні тому +9

    আজিৰ খন্দ টো চাই বহুত বেছি দুখ লাগিল😭😭😭😭তৰা বা মনি বৌ ৰাকেছ দা হতে কন্দা দেখি ৰখিব নোৱাৰিলো ৷ kksir ru muhon যাওতেই ইমান দুখ লগা নাছিল যিমান প্ৰীতম ছাৰ যাবলৈ ওলাওতে লাগিছে৷ ছাৰক আকৌ দেখা পোৱাৰ আশা থাকিল beharbri ত😭😭 মাজে মাজে দেখিলে ভাল লাগিব sir আহি থাকিব মাজে মাজে😭

  • @user-fl5tx2uj6y
    @user-fl5tx2uj6y 2 дні тому +8

    ছাৰ যোৱা কাৰণে কাৰ কাৰ বেয়া লাগিলে like kora

  • @user-es3te9zv3e
    @user-es3te9zv3e 2 дні тому +35

    আজি বহুত দুখ লাগিছে এনেকোৱা এজন জনপ্ৰিয় অভিনেতা প্ৰীতম ছাৰে কিয় বেহাৰবাৰী এৰিলে 😢😢😢😢

  • @micro_world_7
    @micro_world_7 2 дні тому +118

    We want pritam kharghariya as a SI . Vote here❤

  • @gyandeepnath3600
    @gyandeepnath3600 2 дні тому +5

    নাজানো কিয় ইমান কান্দিছো আৰু ইমান কিয় দুখ লাগিছে । ভাবি চালে এইখন কেৱল এখন ধাৰাবাহিক । কিন্তু ইয়াৰ প্ৰতিটো চৰিত্ৰই যে বুকুৰ আপোন ❤🥺

  • @TraunBoruah
    @TraunBoruah 2 дні тому +26

    জনে জনে কান্দিলে like কৰক😢

  • @bhabeshnath2365
    @bhabeshnath2365 2 дні тому +66

    বহুত দুখ লাগিল আজিৰ খণ্ডটো, এইকাৰণে নহয় যে সুন্দৰ ট্ৰেজেদি অভিনয়, বহুত SI পালো বেহাৰবাৰীত, কিন্তু এখেতৰ দৰে ৰিয়েল কম পালো, শুনামতে প্ৰীতম ছাৰে বেহাৰবাৰী এৰিব আৰু কহিনুৰ থিয়েটাৰত ভুমুকি মাৰিব, তেখেতৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ....
    নাজানো ইয়াৰ পিছত মোৰ বেহাৰবাৰী ভাল লাগে নে নেলাগে....

  • @user-pk2ns5wo9g
    @user-pk2ns5wo9g 2 дні тому +52

    Si sir এ ৰাকেশ ক সাৱটি ধৰা দৃশ্যটো চাই চকু পানী সচাকৈ ওলাই গল।।😢😢

  • @manikasom3552
    @manikasom3552 2 дні тому +3

    খুউব সুন্দৰ অভিনয়।সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ।সকলোৱে আগুৱাই যাওঁক।

  • @bimansaikia8291
    @bimansaikia8291 2 дні тому +10

    Ajir khandatu sai Kuna kuna kandila ata like kara mai bahut kandilu😢😢😢😢😢

  • @user-ix5to1dt2n
    @user-ix5to1dt2n 2 дні тому +37

    Aji fast Tami kandish taku chiriya sai ... Aru kune kune kandila like ata di diya..

  • @Moondas17
    @Moondas17 2 дні тому +74

    কোনে কোনে beharbari বাবে অপেক্ষা কৰি থাকা❤❤❤

  • @abhinavaxombaruah1066
    @abhinavaxombaruah1066 2 дні тому +7

    OC ছাৰক বেয়া পাই নাথাকো । যি কি নহওঁক কেকে-মোহনৰ দৰে হঠাৎতে নাইকিয়া হৈ নগ'ল , সকলোৰে পৰা বিদায় মাগিহে গৈছে।
    ভালে থাকক ছাৰ...❤

  • @nihalkrishnadutta7254
    @nihalkrishnadutta7254 2 дні тому +2

    Miss Korim Pritam Da.... Theatre Ses hole ako 3 months r babe ahibo buli akha rakhilu.... ❤❤❤

  • @zgassamesestatusvideos4581
    @zgassamesestatusvideos4581 2 дні тому +71

    কহিনুৰ থিয়েটাৰৰ আখৰা আৰম্ভ হল আৰু IC ছাৰ যাব গৈ।

  • @dipjyotinath4120
    @dipjyotinath4120 2 дні тому +156

    Kune kune beharbari outpost sabole অপেক্ষা kori thake 👍❤

  • @mamonidutta6607
    @mamonidutta6607 2 дні тому +2

    এই খণ্ড টি চাই হৃদয় চুৰমাৰ হ'ল।বিশেষ কৈ ৰাকেশৰ অভিনয় , কি যে এৰাব নোৱাৰাৰ এক স্বগীয় আত্মিকতাৰ বান্ধোন। ❤❤❤

  • @user-cv9eu5if5c
    @user-cv9eu5if5c 2 дні тому +4

    miss you si sir । আপোনি আকৌ বেহৰবাৰীলৈ আহিব নে।😭😢

  • @nitulbhattacharya4767
    @nitulbhattacharya4767 2 дні тому +14

    Best episod. আন্তৰিকতাৰে, মৰমেৰে সকলোৰে অন্তৰ চুই যোৱা জনৰ হঠাৎ অবিহনে যেন আবেগ, অনুভূতি ,ভাল লগাৰ মাজেৰে অন্তৰাত্মা কান্দি উঠে তাৰেই প্ৰতিফলন ঘটোৱা হৈছে। এইটো নিসন্দেহে সত্য যে প্ৰিতম চাৰৰ সৈতে বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিক খনৰ আন আন চৰিত্ৰ সমুহ সুন্দৰভাবে মিলি পৰাত ধাৰাবাহিকখন চাই ভাল লাগিছিল। আজিৰ খণ্ডটোত মৰ্মভেদি আপোনত্বৰ বৰ্হিপ্ৰকাশ ঘটোৱা হৈছিল। ভাল লাগিল চাই। সদায় হহুঁৱাবলৈ চেষ্টা কৰা ধাৰাবাহিকখনে আজি কন্দুৱাবলৈহে খুজিছো।

  • @HirokJyotiRabha
    @HirokJyotiRabha 2 дні тому +42

    সলনি সকলো হয়, কোনোবা ভাল সময়ত আৰু কোনোবা বেয়া সময়ত ! 😢

    • @Meree17
      @Meree17 2 дні тому +1

      মানুহৰ জীবন ভৰসা নাই সময় নো কি

    • @HirokJyotiRabha
      @HirokJyotiRabha День тому

      ​@@Meree17 Hoi Diya 😢

  • @user-fj7cg6fe6x
    @user-fj7cg6fe6x День тому +3

    সদায় হহুঁৱাই থকা বেহাৰবাৰী আউটপোষ্টে আজি বৰকৈ কন্দুৱালে ।বাস্তৱ যেন লাগিল ।

  • @SbMajuli
    @SbMajuli День тому

    হৃদয় চুই গল বহুত দুখ লাগিল,,, সকলোকে ধন্যবাদ জনাইছো ইমান সুন্দৰ এখন চিৰিয়েল উপহাৰ দিয়াৰ বাবে। love you all Beharbari family❤❤❤❤

  • @MAINA33
    @MAINA33 2 дні тому +38

    কিছুমান মানুহ কব নোৱাৰাকৈ হৃদয়ৰ একোণত বিশেষ হৈ ৰৈ যায়..।। ❤ 😥

  • @ninibhai5305
    @ninibhai5305 2 дні тому +27

    Aji bohut emotional hoi gole soku pani ulai gol❤ 😢 ajir pora nasau aru SI sir nai

    • @surajmarar8392
      @surajmarar8392 2 дні тому

      Hoi dai bohut dhuk dily ajii😢😢😢

  • @Babita_4x
    @Babita_4x 2 дні тому +1

    Bhut miss krim প্ৰীতম ছাৰক ako ahe jate 😢❤

  • @sanjibdeka2595
    @sanjibdeka2595 2 дні тому +3

    SI sir gle beharbari sab mne nojowa hb dekhun
    miss krim bhut aponak
    😭😭😭

  • @akashdihingia9943
    @akashdihingia9943 2 дні тому +19

    Ai jon sir oke amak nalage aijon ulai gole ami behar bari bad dim sobo ❤ pritom sir zindabaad❤✊

  • @Kaushik632
    @Kaushik632 2 дні тому +96

    S.I sir k Kune Kune miss kribo..?😢

    • @user-mb5jo4ym3u
      @user-mb5jo4ym3u 2 дні тому +3

      Miss krime si sir😢😢😢

    • @sanjayboruah3794
      @sanjayboruah3794 2 дні тому +1

      Guarantee kunba morsi next episode ot

    • @dimpyborah6826
      @dimpyborah6826 2 дні тому +2

      Miss you S.l. Sir 🥺🥺

    • @ansumangogoi216
      @ansumangogoi216 2 дні тому

      ​@@sanjayboruah3794SI siror deutak nisina lagise .Nohole Hombordhona anusthan kio ari jabo

    • @mrinmoynath435
      @mrinmoynath435 2 дні тому

      ​@@ansumangogoi216Same ❤😢

  • @NarzuA
    @NarzuA 2 дні тому +1

    Mure soku pani ulai goise , serial tut ankwa ke khumai goisu onuvob a nhoi Aya j okol ovinoi buli😢❤❤❤

  • @rajutalukdar8761
    @rajutalukdar8761 2 дні тому +1

    সঁচাকৈ বহুত দুখ লাগিলে আজি কান্দি পেলালো আজিৰ খণ্ডটো চাই 😢😢😢 miss u SI sir 😊

  • @tezpurassam1146
    @tezpurassam1146 2 дні тому +11

    ইমান দিনে beharbsari outpost serial খনে হ
    হুৱাই আছিলে আজি চকুপানী উলিয়ালে । সঁচাকৈ য়ে দুখ লাগিল ।

  • @AnchorSubratvlogs
    @AnchorSubratvlogs 2 дні тому +9

    ❤❤ আজিৰ খণ্ডটো চাই কিবা যেন বুকুৰ মাজৰ পৰা হেৰুৱাই যাব যেন লাগিছে ❤❤😢😢😢,,,, এনেকুৱা অনুভৱ হৈছে মোৰ প্ৰথম প্ৰেম জনী আতৰি যোৱাত যেনেকুৱা লাগিছে সেই একে অনুভৱ,,, কিন্তু এইখন যে এখন ছবিকথা হে,,,, ছবিকথাই ইমান বাস্তৱ ৰূপ দিব পাৰে নে? বেষ্ট অফ লাক প্ৰীতম sir আপোনাক কহিনুৰ থিয়েটাৰৰ মঞ্চত চাই বহুত। ভাল লাগিব

  • @assameseboykamalsaikia7515
    @assameseboykamalsaikia7515 2 дні тому +4

    আজি খণ্ড টো চাই বহুত দুখ লাগিল😢

  • @user-wj8pn5wg6s
    @user-wj8pn5wg6s День тому

    Sir apunak bohut Miss krim ...sir apuni nohole behorbari khali khali lagibo ..😢😢sir apuni xonkale ghuri ahibo ...🥺😭

  • @ratipuya2.0.0
    @ratipuya2.0.0 2 дні тому +15

    Is sir k miss korim ajir pora.... theatre t he dekhm aru...beya lagil.. ahibo sir 2basar pisat

  • @dhimansarma719
    @dhimansarma719 2 дні тому +33

    পিতৃ ভৱেশ বৰুৱাৰ আদৰ্শ লৈ ভ্ৰাম্যমাণ থিয়েটাৰত আত্মপ্ৰকাশ কৰিবলৈ লোৱা প্ৰিতম চাৰলৈ বহুত বহুত শুভকামনা থাকিল। আশা কৰো পিতৃৰ নিচিনাকৈ তেওঁ ও এগৰাকী সফল অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। Best wishes for pritom sir 🎉❤

  • @ghanashyamdevsarma227
    @ghanashyamdevsarma227 2 дні тому +4

    এচ আই চাৰে কহিনুৰ থিয়েটাৰত উন্নত অভিনয় কৰক তাৰ কামনাৰে।

    • @Rajjyoti123
      @Rajjyoti123 2 години тому

      Theatre khtm hole akou nahe nki

  • @user-rq1mz2hz4g
    @user-rq1mz2hz4g День тому +1

    Si sar nathkile bhut dukh lagibo .aji khndo to sai bhut lagil .

  • @user-kd9rh8mf7h
    @user-kd9rh8mf7h 2 дні тому +9

    ভৰা নদীত যাত্ৰীৰে ভৰা এখন নাওঁ। সেই নাওঁ খনৰ গুৰি বঠা ধৰা জনেই নোহোৱা হ'ল। এতিয়া যাত্ৰী সকলক পানীত ডুবি যোৱাৰ পৰা কোনে ৰক্ষা কৰিব? বিশ্বাস কৰিব পৰা নাই প্ৰীতম চাৰ যে নাথাকিব। নিশা চাব নোৱাৰিলেও ৰাতি পুৱা ৫বজাতেই মবাইলত এই ধাৰাবাহিকখন চাও। নহ'লে দিনতো আধৰুৱা যেন লাগে। এতিয়া কি কৰিম এচ আই চাৰেই নাথাকিব।

  • @ritamonisaikia2793
    @ritamonisaikia2793 2 дні тому +8

    চাৰ tensper হব বুলি ময়ো কান্দি গৈছো😂❤

  • @assamsyt900
    @assamsyt900 День тому +1

    Rakesh dar acting to aji moja lagise ki omissions o hubut vll lagise ❤❤❤❤😢

  • @mamoniboro6659
    @mamoniboro6659 День тому +1

    Ajir khndo to bhut dugk lagigole o si sukur Pani oligole😢❤

  • @Gitasree204
    @Gitasree204 2 дні тому +10

    Atya notun kunuba si he ahibo nki baru🙂 pritam dar nisina kunu hobo nuware theatre karone goleo punor jen teu ghuri ahok kk muhonr nisina nohok plzz bki pritam da loi notun ata jatra loi good luck thakil❤

  • @user-dp8ux6ld3i
    @user-dp8ux6ld3i 2 дні тому +6

    Ajir episodes to sai sokur pani rakibo noyarelu😢😢😢❤

  • @hopuncreation6637
    @hopuncreation6637 2 дні тому +2

    Moi episode 1 or pora aji loike sai asu bht vl paw si sir mohon da kk Da aji je bukukhon bht dukh paisu sobe emn morom de gusi gusi goise💔😭😭 lv u sir

  • @TheAssamSeries
    @TheAssamSeries 2 дні тому

    Jixon serial sai hahisilo aji xosai sokulu vori gol 😢 hats off team BOP 🫡

  • @user-vp9vf1mo2k
    @user-vp9vf1mo2k 2 дні тому +6

    SI sir apunak bohut miss korim😢❤ apuni ako ktya ahibo sir🥺😔

  • @latikadas1929
    @latikadas1929 2 дні тому +33

    Keidin mn dhori comment section t aitu kihor trend solise oo "Today is my birthday but no one wish me, like me, comment me" 😏😡🤧 ki mane aitu🤣

    • @mukutborah401
      @mukutborah401 2 дні тому +3

      সিহঁতৰ কতিত পুক্ দিছে 😅

    • @himasribora6052
      @himasribora6052 2 дні тому +1

      😂😂😂😂😂

    • @SANATANI_BOY545
      @SANATANI_BOY545 2 дні тому +1

      Hoide ree Khali birthday tahat😆😆😆🙄🙄🙄🙄

    • @mrinmoynath435
      @mrinmoynath435 2 дні тому

      Moiu Kali dim buli vabisu😂😂😂😂

    • @user-fb5ph2ts2d
      @user-fb5ph2ts2d 2 дні тому +1

      এই কথাটো ময়ো লিখিম বুলি ভাবিয়েই আছিলোঁ। কথাটো ঠিকেই কৈছ। যিসকলে birthday ৰ বাবে no one wish me বুলি comment কৰিবলৈ লৈছে, সেই সকলক কৈছো- "আৰে ভাই ম‌ইটো বা আমিতো নাজানো নহয় যে তোৰ আজি birthday বুলি। আগতিয়াকৈ জানিলে হে wish কৰিব পাৰি।"

  • @ankurabha8341
    @ankurabha8341 2 дні тому

    Bohut bohut besi beya lagise bujabo nuwara beya lagise sir sir jabo kotha huni aru sage behorbari sabole mon najabo akebare

  • @Liveshow0413
    @Liveshow0413 20 годин тому

    My god 😢😢😢 anekua akhon sinema Sai pua nai jiye aji muk eman konduyaise ...love you behorbari outpost

  • @lakhya671
    @lakhya671 2 дні тому +16

    Ajon ajon kori beharbari pora atorai loi goi ase atiya ako SI Saroku loi jabo sage 🥺 si sirk loi gole beharbari nusuai val aru😭si siroke val lagi asile😢

    • @mitalirajbongshi
      @mitalirajbongshi 2 дні тому

      Sire theatre ot o time dibo lgibo so sge 1 yrs maan shooting pause rakhise pist sge ako entry hbo with new looks

  • @akashdihingia9943
    @akashdihingia9943 2 дні тому +7

    Si sir apunar bia hunkale lage june june sabo bisora like kora

  • @ratanbaishya4565
    @ratanbaishya4565 2 дні тому

    pritam sir i love you,,,,,apuni thiyethar jabo all the best,,,,,aji bhut kandiso apunar babe.......but behar bari val nlga hbo

  • @bhaskarpathak8053
    @bhaskarpathak8053 2 дні тому

    Aponak serial khonor pora bidai lowa dekha pai beya lagise...Ami baat saam apuni akou ubhoti ahibo.. Aponar notun journey tur babe xuvessa jonalo...Pritam sir❤❤

  • @snigdhakarmakar6082
    @snigdhakarmakar6082 2 дні тому +6

    রাকেশর আবেগিক কথা শুনি বর দুখ লাগিল।

  • @Rishirajmoran
    @Rishirajmoran 2 дні тому +4

    Kk da ru muhon ulai juyar psot okl ai manhu jonor babai seriyal khon sai aselu bhut vl paiselu acting sai si siror akha koru oti hun kalai ako log pam mana bop dakhim sir😥❤ love from kakopathar

  • @dipaphukan61
    @dipaphukan61 2 дні тому +1

    All time favourite serial 💟💙💟🧡💟💙💟

  • @user-hm7fg6zy4f
    @user-hm7fg6zy4f 2 дні тому

    Bohut dinor murot soku pani rokhabo nwarilu😢 love you sir❤

  • @sbdhunentertainment291
    @sbdhunentertainment291 2 дні тому +4

    বেয়া লাগিব কিছুদিনৰ বাবে জনপ্ৰিয় ধাৰাবাহিক খনৰ এটা সফল চৰিত্ৰ নাইকীয়া হবগৈ প্ৰীতম ছাৰৰ ভ্ৰাম্যমাণ থিয়েটাৰ যাত্ৰা সফলভাৱে সম্পন্ন হঁওক আৰু শেষত পুনৰবাৰ বেহাৰবাৰী আউটপষ্ট ধাৰাবাহিক খনত লগ পোৱাৰ আশাৰে 😮

  • @dadukalita5683
    @dadukalita5683 2 дні тому +3

    Bohut bohut hundor ovinoi hokolure.

  • @bhanuboruah5917
    @bhanuboruah5917 День тому +1

    বৰ দুখ পালো। আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো

  • @ParamBorodoloi
    @ParamBorodoloi 2 дні тому +1

    প্ৰীতম sir যোৱা কাৰণে অন্তৰ খন ভাঙি চিঙি কিবা হৈ গৈছে বহুত কষ্ট পাইছোঁ । তেওঁ অভাৱ কোনেও পূৰণ কৰিব নোৱাৰে তেওঁ ভৱিষ্যত সুন্দৰ হওঁক তাৰে কামনা কৰিলোঁ । কিন্তু বেহাৰবাৰী বাকী সদস্য সকলো আমাৰ অতিকৈ মৰমৰ গতিকে তেওঁ লোককো নুচোৱাকৈও টো থাকিব নোৱাৰোঁ । আমাৰ দৰ্শকৰ মন ভাল লগাবলৈ এতিয়া আপোনালোকৰ গভীৰ দাৰিত্ব আহি পৰিল । আগৰ দৰেই অতি আগ্ৰহেৰে বাত চাই ৰম বেহাৰবাৰী চাবলৈ । আমাৰ ৰাকেশ চেৰা বলিয়া আছে যেতিয়া নিশ্চয় সকলোকে হহুৱাই থাকিব বুলি আশা থাকিল ❤❤❤❤❤❤❤

  • @_Debojit_46
    @_Debojit_46 2 дні тому +7

    Bhut kandilu oh aji ep to sai 😢😢😢😢

  • @kankanabora829
    @kankanabora829 2 дні тому +5

    Ajir beharbari khon sai kune kune kandila like kora😢

  • @pradipsaikia9030
    @pradipsaikia9030 2 дні тому +1

    আজিৰ বহুত ভাল লাগিল ,বহুত কানদীলো ❤❤❤

  • @foujibhai2287
    @foujibhai2287 2 дні тому

    Next episode2r karone kune kune wait kori asa 🥺🥺✋✋

  • @rupam00740
    @rupam00740 2 дні тому +5

    Si sir aru jobar biya khon hobo lage❤❤

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 2 дні тому +3

    কোনো দিন কমেন্ট করা নাছিলো কিন্ত আজি বহুত বেছি দুখ লাগিল 😢😢😢কমেন্ট নকরাকৈ থাকিব নোরারিলো😢😢❤❤❤🎉🎉🎉

  • @tapankumarvlogs9570
    @tapankumarvlogs9570 2 дні тому +3

    যি বুজিছো আৰু বেছি বৰিং লাগিব যেন পাইছোঁ... Si sir নহলে।

  • @user-mt1uw1ek9n
    @user-mt1uw1ek9n 22 години тому +1

    আজিৰ খণ্ডটি চাই সচাঁই চকুপানী ওলাই গ'ল। 😭😥। কাৰ কাৰ চকুপানী ওলাল? 😢😢😭😭।
    Miss you Pritam Sir ❤❤😢😢

  • @abhipuwali6273
    @abhipuwali6273 2 дні тому +59

    Si sir aru joba ba biya huwa bisora hokole like kora ❤👍

  • @assampulinbhai6145
    @assampulinbhai6145 2 дні тому +3

    Aji khondo to sai olop man dukh Lagile soku pani rokhabo a nuwarilu olop kandilu 😢😢

  • @horumongogoi8676
    @horumongogoi8676 2 дні тому +1

    সঁচাকৈ অভিনয় মন চুই যায়। কিন্তু যানো তেওঁ থিয়েটাৰ বাবে যায়। আকৌ ঘুৰি আহিব ও।

  • @prakashrabha698
    @prakashrabha698 2 дні тому +1

    Behorbari outpost ৰ আৰু এটা ডাঙৰ সম্পদ নোহোৱা হব । ভাল নলগা হৈ যাব আৰু.। দুখ লাগিল বহুত

  • @Abhinash02
    @Abhinash02 2 дні тому +9

    কে কে মোহন গল আৰু এতিয়া প্ৰীতম চাৰ গল এইখন ছিৰিয়েল হৈ থকা নায় আৰু এতিয়া 🥺🥺❤️

  • @PARTHA241
    @PARTHA241 2 дні тому +9

    Plz sir najabo 😭🥲

  • @KarunDeka-er7uz
    @KarunDeka-er7uz День тому

    Bohut kandilo sir juwa aapunalokor ji avinoy bohut bohut kandilo bikhek rakesh dar avinoy sai I miss you

  • @pompibaishya2399
    @pompibaishya2399 2 дні тому

    Si sir gusi gole Beharbari Sai val nalge buli mur dore aro Kune kune vabi asa like kora

  • @ajayboruah9672
    @ajayboruah9672 2 дні тому +7

    আজিৰ খন্দটোত প্ৰিতম চাৰৰ খবৰটো পায় মই মোৰ চকুৰ পানী ধৰী ৰাখিব নোৱাৰিলো। বহুত বেয়া লাগিছে। কেকে দা,মোহন,বিউতি ইহঁত বোৰ যোৱাৰ পাছত যদি আপোনীও যায়গৈ এই বেহাৰবাৰী আগৰ সেই বেহাৰবাৰী হৈ নাথাকে , ৯০% বিকলাঙ্গ হব।
    গতিকে🙏 তেওঁলোকক আকৌ বেহাৰবাৰীলে ঘূৰাই আনিব লাগে🙏
    যদি পইচা পাতিৰ কিবা অসুবিধা হৈছে শক্তিৰ অৰ্থে অসম বাসিয়ে নিশ্যয় সহায় কৰিব ।🙏এনেকে বেহাৰবাৰী খন উকা কৰি নেপেলাব 🙏🙏

  • @digantamahanta2797
    @digantamahanta2797 День тому +3

    বেহাৰবাৰী আউটপোষ্ট বন্ধ হোৱাৰ প্ৰথম পদক্ষেপ

  • @rukminibaruah8665
    @rukminibaruah8665 2 дні тому +1

    3000 ta episode r 100 ta mn he nosowa ke roi goisil sage
    Kk mohon gusi gl, tar piso2 ধুনীয়াকৈ চলি আছিল
    এতিয়া si sir যাওঁতে বেছি বেয়া লাগিছে
    Bbop ৰ TRP কমি যাব ।
    Bbop r lgt ji bonding asil lahe lahe break hb
    Ajir ep 2 Dunki তকৈ বেছি emotional lagsi mor
    Can't imagine without him

  • @NISANTA-69
    @NISANTA-69 День тому +2

    Xsake emotional hoi golu aru Kun Kun hoisa aru kandisa