Assamese News | ’২৬ত কংগ্ৰেছৰ চৰকাৰ গঠনক লৈ জ্যোতিষীৰ ভৱিষ্যদ্বাণী

Поділитися
Вставка
  • Опубліковано 14 гру 2024

КОМЕНТАРІ • 63

  • @bhaskarmahanta6933
    @bhaskarmahanta6933 2 дні тому +3

    যি নিজৰ ভৱিষ্যত নাজানে সি বেলেগৰ ভৱিষ্যতৰ কথা কয়।হাহিলো দেই।

  • @punjanbaruah9427
    @punjanbaruah9427 3 дні тому +1

    কংগ্ৰেছৰ চৰকাৰ হ'লেই।
    মুখ্যমন্ত্ৰী হ'লেই।

  • @anupamsaikia8761
    @anupamsaikia8761 20 годин тому +1

    West side ot geda bur thake.

  • @JitenBorah-g7f
    @JitenBorah-g7f 3 дні тому +6

    এইজন জ্যোতিষী ভাৰতবৰ্ষৰ সৰ্বনিম্ন বিফল জ্যোতিষী

  • @LalitGogoi-y5s
    @LalitGogoi-y5s 3 дні тому +1

    সমাজৰ সকলো ক্ষেত্ৰত আইনে বিচাৰ কৰিব নালাগে ।সমাজত ছোৱালী আৰু বোৱাৰীৰ সাজ পোচাকৰ নিতি নিয়ম থাকে ।আধুনিক সময় আহিল বুলিয়ে যে সমাজে বান্ধি থোৱা নিয়ম ভংগ কৰিব হেয়া কেতিও উচ্ছিত নহয় ।এনেকুৱা কিচুমান নিতি নিয়ম প্ৰত্যেক খন গাৱত থাকে আৰু থকাটো ভাল ।

  • @PrantonuTamuli
    @PrantonuTamuli 3 дні тому +2

    পশ্চিম ফালে কোন বহে এবাৰ ভাবি চাব

  • @lalitmoran2709
    @lalitmoran2709 2 дні тому

    বিজ্ঞানতকৈ বহুত আগতেই জ্যোতি ষ বিজ্ঞান । আজিও প্ৰাসংগিকতা আছে আৰু থাকিব, কাৰণ চন্দ্ৰ গ্ৰহণ সূৰ্য্য অন্যান্য বিষয় বিলাক এবছৰ আগতেই প্ৰকাশ কৰে আমি সকলোৱে মানি লও।
    আমাৰ ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াই ঠিকেই কাম কৰিছে বুলি বহুতেই ফোন যোগেদি আমাক জনাইছে।
    নিশ্চয় ফলপ্ৰসূ উত্তৰ ২৬ ত ৰাইজে পাব বুলি আশা ৰাখিলোঁ।
    ধন্যবাদ বৰা ডাঙৰীয়া আগবাঢ়ি যক ।

  • @rambinaymahato9085
    @rambinaymahato9085 3 дні тому +5

    100% No Chance
    Only BJP

    • @TridipSaikia-od3ko
      @TridipSaikia-od3ko 3 дні тому

      BJP চৰকাৰে অসম সেহ কৰিলে ..

  • @pgoswami5378
    @pgoswami5378 3 дні тому

    ৰাইজৰ মাজত কংগ্ৰেছৰ বৰ্তমান স্হিতি কি তাক ফঁহিয়াই চাব লাগে।
    জ্যোতিষীয়ে কংগ্ৰেছক চৰকাৰ বনাব পাৰিব বুলি আশা দি যি পশ্চিম দিশত বহাৰ পৰামৰ্শ দিলে
    সেয়াই যেন অসমৰ জনতাক কংগ্ৰছৰ প্ৰতি সন্মোহিত কৰিব পাৰিব। তেনেহলে কংগ্ৰেছ দলে
    ৰাইজৰ মাজলৈ প্ৰচাৰৰ বাবে
    নগলেও হব।ৰাইজে নিশ্চয় গম পাব
    ৰাজনীতিত সঁচাকৈ জ্যোতিষৰ প্ৰভাৱ কিমান। এতিয়া অসমৰ অসমীয়া জ্যোতিষী সকলে এই ক্ষেত্ৰত কি কয় তাৰো বিশ্লেষণ
    শুনিব পৰাহেঁতেন ৰাইজে জানিব
    পাৰিলেহেঁতেন। আকৌ পচিশ বছৰৰ মূৰত কংগ্ৰেছক জ্যোতিষীয়ে
    চৰকাৰত অহাৰ বাট মুকলি কৰি দিব পাৰিব বুলি অন্য বিৰোধী দলে
    পতিয়ন গলে লগ লগাই ভাল হব।
    ঠেহ ভেম এৰি ভবিষ্যত চৰকাৰৰ অংশীদাৰ হোৱাৰ বাবে একলগ হোৱাৰ এয়াই সুবৰ্ণ সুযোগ। নেৰিব।

  • @armanvideoofficialpage5675
    @armanvideoofficialpage5675 3 дні тому +1

    Evm যেতিয়া লৈকে আছে এই আশা নকৰিব 😅

  • @sharmanripen65
    @sharmanripen65 3 дні тому

    No change

  • @MondeepVlogs
    @MondeepVlogs 3 дні тому +2

    99% No chances

  • @titasgmomin4553
    @titasgmomin4553 3 дні тому

    Haribo

  • @devajyotiborah8672
    @devajyotiborah8672 3 дні тому +1

    New Delhi Axomor pochim dikhe. Hotel Lilyir pora Congressor rajnaitik lilimai hoi aahise.

  • @akshaykumardas4929
    @akshaykumardas4929 3 дні тому +3

    Onlly for b.j.p in future in assam

  • @HiteshKumar-hv2sn
    @HiteshKumar-hv2sn 3 дні тому

    জ্যোতিষীজন মোৰ ওচৰত পঠাই দিবছোন তাৰ কুন্দলিখন ছাইদিম ।

  • @punjanbaruah9427
    @punjanbaruah9427 3 дні тому

    শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ হোৱা হ'লে বেলেগ কথা আছিল। অন্যবোৰ সমাজৰ কথা অসমৰ সাংবাদিকে আলোচনা কৰিলে শোভা নাপায়

  • @akshaykumardas4929
    @akshaykumardas4929 3 дні тому

    Akhil hussain in future home mninister in assam .

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 дні тому

    বিজেপি হাতত EVM আছে পুলিচ প্ৰশাসন আছে কংগ্ৰেছৰ হাতত কি আছে

  • @rajibbora1813
    @rajibbora1813 3 дні тому

    Congas আহিনো কি কৰিব

  • @Sarudhan-xj7wg
    @Sarudhan-xj7wg 3 дні тому +2

    Muti dim aito jutixi k ball.

  • @prasantadihingia359
    @prasantadihingia359 3 дні тому

    congresar ahankare dhankha kariba

  • @ManikKakoti-p8j
    @ManikKakoti-p8j 2 дні тому

    এইজন জ্যোতিষী নে ?

  • @MonjitSaikia-k9p
    @MonjitSaikia-k9p 3 дні тому +2

    Maal lole koboi lagibo kiba ata 😜😜😜

  • @GoswamiPradip-k9s
    @GoswamiPradip-k9s 3 дні тому

    Goru gos t uthibo lagibo

  • @KulajitBayan-b2j
    @KulajitBayan-b2j 3 дні тому +1

    Hindi bhakhi dekhun ae😊

  • @karabikarabihandique3320
    @karabikarabihandique3320 3 дні тому

    Dokhina alp besikoi louk vag karim 2 jone ami..

  • @naruttamnath8783
    @naruttamnath8783 3 дні тому

    Congress k Bangladesh pothai de tat jikibo😊

  • @pranabsaikiayt691
    @pranabsaikiayt691 3 дні тому

    Aitu 😂😂😂

  • @rbo2264
    @rbo2264 3 дні тому

    1:24

  • @JohirulIslam-e5h2f
    @JohirulIslam-e5h2f 3 дні тому

    Jotisi ki kaise..........

  • @jitendas1790
    @jitendas1790 3 дні тому

    Zubeen da koya dore Ghenta dal hob

  • @NilaranjanBhattacharyya
    @NilaranjanBhattacharyya 3 дні тому

    Sabi d thuwa mote koise😂😂😂

  • @PrabhasDas-pg4qi
    @PrabhasDas-pg4qi 23 години тому

    Hadaran manuhe congress bhal na pai ? Moi ajon hadaran manu

  • @HasanAli-ls9mu
    @HasanAli-ls9mu 3 дні тому

    BJP r bikalpo nai

  • @MalinBarman-e2v
    @MalinBarman-e2v 3 дні тому

    Bej mati Manta karile jikibo.

  • @jyoyatamuli5331
    @jyoyatamuli5331 3 дні тому

    Si si ki j 😂😂

  • @atultanti1597
    @atultanti1597 3 дні тому

    Possimot beli dube akebare nudubilei hol,

  • @parbatinarzary6080
    @parbatinarzary6080 3 дні тому

    Ha ha ha 😂😂😂

  • @AbhijeetGaonkhowa
    @AbhijeetGaonkhowa 3 дні тому

    Congress Luvy papp Pappy Mangxo Vat😂😂😂😂

  • @prasantadihingia359
    @prasantadihingia359 3 дні тому

    Cogres jitega nahi

  • @ArshadAhmed-w6s
    @ArshadAhmed-w6s 3 дні тому

    3:08 Jutihik congrese toka di kuwaise,,,

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 дні тому

      ৰাইজেহে ভোট দি জিকাব জোটিষিয়ে ভোট নিদিয়ে ।মুঠৰ ওপৰত টকা খৰছ কৰিব পাৰিব লাগিব ৰাইজৰ কামত ।

  • @BinodTerang-xq9qo
    @BinodTerang-xq9qo 3 дні тому

    2026 BJP sarkar

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 3 дні тому

    Si si si Nasibo nejane sutalkhan Beka . Jyotikhir katha complately Rong . 100 khatangkhoi I conggresse Sarkar gathan karibo nuware ha . I Conggresse Bajarat Bahut tenga aam Bikri Karile ha . I Conggresse axomkhon patalat pelai dile . Abar khape khale kesu loiku bhoi I conggress sarkar ne Habo bhulotu Bishswakh nakaribo .

  • @akshaykumardas4929
    @akshaykumardas4929 3 дні тому

    That astro loger balar bhai .

  • @pradipsharma6588
    @pradipsharma6588 3 дні тому

    Kam nai congressor triple zeroo hobo

  • @NabamiRabha-zc6zp
    @NabamiRabha-zc6zp 3 дні тому

    🤭😁😁

  • @bakulchbordoloi7325
    @bakulchbordoloi7325 3 дні тому

    😅😅😅

  • @akshaykumardas4929
    @akshaykumardas4929 3 дні тому +1

    Bhupen hussain balor bhai toi in futurre c.m. in assam

  • @jnanendrasingha8398
    @jnanendrasingha8398 3 дні тому

    জ্যোতিষীৰ ভবিষ্যবাণী ইমান ৰাজহুৱাকৈ প্ৰচাৰ কৰে নে ? কি বুজিব কংগ্ৰেছৰ মহিমা !

  • @sarbeswaringti2675
    @sarbeswaringti2675 3 дні тому

    😂😅😂😅

  • @atultanti1597
    @atultanti1597 3 дні тому

    HBS sir (sun) thokaloike stars jimne sesta nokorok kiyo sunor homan hobo nuware