হিতাধিকাৰী আৰু আঁচনিৰে ভৰিছে ৰাজ্য ! দীপক শৰ্মাৰ সৈতে ‘THE BURNING TOPIC’

Поділитися
Вставка
  • Опубліковано 12 гру 2024

КОМЕНТАРІ • 56

  • @pinkuutpal6032
    @pinkuutpal6032 2 дні тому +18

    চিকিৎসা আৰু শিক্ষা ফ্ৰী হব লাগে বাকী একো ফ্ৰী নালাগে

  • @rajusarma9691
    @rajusarma9691 2 дні тому +11

    এই বিলাক আচনিয়ে অসম বাবে ভৱিষ্যতৰ খতি হব।

    • @Nirmalkumarray2000
      @Nirmalkumarray2000 2 дні тому

      দূখীয়াৰ বাবে বহু উপকাৰ।।

  • @DiptiMedhi-d2t
    @DiptiMedhi-d2t День тому +4

    শিক্ষা আৰু স্বাস্থ্য ফ্ৰী কৰি দিয়ক আৰু নিত্যনৈমিত্তিক ব্যৱহাৰ কৰা বস্তুৰ লগতে খাদ্য সামগ্ৰীৰ দাম কমাওক ।কোনো আচঁনিৰ প্ৰয়োজন নাই।

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 2 дні тому +3

    Excellent topic 🙏.

  • @madhabprosadborthakur8010
    @madhabprosadborthakur8010 18 годин тому

    জীৱন গঢ়াৰ সুন্দৰ পদক্ষেপ। অধিক উন্নতি সাধন কৰিবৰ বাবে আমি ভগৱানৰ ওচৰত কামনা কৰিছো। কৃষ্ণ।

  • @Jackson609india
    @Jackson609india 2 дні тому +3

    আচনি দি দি অসমৰ মানুহক কিনি পেলাইছে , মানুহক পালট্টু কৰি দিছে, ঘৰৰ মানুহে সন্মান গাঁওৰ পৰিবেশ বহুত কমি গল

  • @BhabakantaTaid
    @BhabakantaTaid День тому +1

    Really good news.
    I with agree with you.

  • @umanandahazarika8872
    @umanandahazarika8872 6 годин тому

    সময়ৰ উপযোগী,অতি সুন্দৰ অনুস্থান,

  • @sahidulislam3565
    @sahidulislam3565 День тому +2

    নামত হে কামত কচু , মানুহক পঙ্গু কৰি আছে, এইবোৰত অফিচাৰ আৰু নিৰ্বাচিত প্ৰতিনিধি সকলে লাভ লৈছে, সাধাৰণ মানুহ হিচাপে আমি কাম বিচাৰোঁ, সংক্ষেপে কৈছোঁ, তামিলনাডু, কেৰেলা, তেলেংগানা আদিৰ দৰে কৰ্ম সংস্থাপন কৰিব পৰা সৰু সৰু উদ্যোগ ব্যক্তিগত খণ্ডত স্থাপন কৰিব পৰাকৈ চৰকাৰে বেংকৰ জৰিয়তে যি ব্যৱস্থা সি মাথো দালাল আৰু বেংকৰ কৰ্মচাৰী সকলে উপকৃত হয় , আমি কেৱল আঙুলি চেলেকি আছোঁ

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf День тому

    বাইদেউ জনী মই কব খুজিছো যে তেওঁৰ নিশ্চিয প্ৰাইভেট খণ্ড অধ্যয়ন বিদ্যালয়ৰ পঢ়ে কিজানি তেওঁৰ মই কব খুজিছো যে আজি তাৰিখৰ সকলো প্ৰাইভেট বিদ্যালয়ৰ পঢ়া সকলো ছাত্ৰ ছাত্ৰীৰ চৰকাৰী চাকৰি বাবে আবেদন কৰিব নোৱাৰে এনেকুৱা এখন আইন আনক তেতিয়া বুজি পাব আচনি মানুহক বিকলাংগ কৰিছে নে নাই এইখিনি লিখনি বুজাই বুজিব

  • @mohannath2757
    @mohannath2757 2 дні тому +1

    নতুন প্ৰজন্মক লৈ চিন্তাশীল সুন্দৰ বিশ্লেষণ, কিন্তু সমাধান কেনেকৈ পাম? য'ত সমাধান লুকাই আছে। লক্ষ্যৰকেন্দ্ৰবিন্দু এটাই হব লাগিব, তেয়াহে , অৰ্থনৈতিক, আধ্যাত্মিক, আৰু সামাজিক সফলতা আনি দিব। আমি নতুন প্ৰজন্মৰ পৰা ভাল কৃষক, অভিযন্তা, ডক্তৰ, প্ৰশাসনিক বিষয়াৰ প্ৰয়োজন। লগতে জীবনত কৰ্মৰ বিকল্প নাই। নতুন
    প্ৰজন্মৰ চিন্তাক চৰকাৰে গুৰুত্ব দিয়ক লগতে মিডিয়াই এনে অনুষ্ঠানক গুৰুত্ব দিবলৈ আগবাঢ়ি আহওঁক।

  • @MayawatiChungkrang-d7b
    @MayawatiChungkrang-d7b 2 дні тому +3

    Right kotha 💯 . Asoni r Namot Gutei Axom khan Dongko korile

  • @SadanandaChamuah
    @SadanandaChamuah День тому +1

    হিতাধিকাৰী আঁচনি সমূহৰ বাবে অসমীয়া মানুহ কৰ্মহীন এলেহুৱা আৰু পৰনিৰ্ভৰশীল হোৱাৰ দিশে অগ্ৰসৰ হৈছে।

  • @sanjibdeb6394
    @sanjibdeb6394 День тому +1

    No need free schem, only need 36:53 agriculture facility, water

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk 2 дні тому +2

    Medical,free lage

  • @navajyotisarmah2033
    @navajyotisarmah2033 2 дні тому +1

    সৰ্ব সাধাৰণৰ জীৱন নিৰ্বাহ প্ৰণালীৰ ক্ষেত্ৰত কি অৰিহণা যোগাইছে সেইটোহে চিন্তনীয়। চিকিৎসা , আৰু শিক্ষাৰ বাহিৰে অন্য সকলোঁ ত্যাগ কৰাটো বিচাৰোঁ।

  • @jayantdeka9306
    @jayantdeka9306 День тому +1

    হয় দাদা। এতিয়া মহিলা সকলে গুৰু গোখাই নমনা হৈছে । হিতাধিকাৰী আঁচনি অসম খন ধংশৰ পথলৈ লৈ যায় আছে। তাতকৈয় ভালভাল উদ্যোগ আনক তাত সকলো লৰা ছোৱালী কাম কৰিব পাৰিব। যাৰ ফলত ঘৰ খনো ভালকে চলিল আৰু অসমখনো উন্নতি হ'ব।

  • @girijyotichetia4930
    @girijyotichetia4930 7 годин тому

    শিক্ষা স্বাস্থ্যৰ বাহিৰে আন হিতাধিকাৰী আচনি বন্ধ হব লাগে।

  • @RanaSaikia-p1e
    @RanaSaikia-p1e 2 дні тому +1

    পৌৰসভাৰ অন্তগত অৰুণোদয় আচনি পোৱা হিতাধীকাৰিৰ পৌৰসভাৰ কৰ বৰ্তমান কিমান টকা আহিছে সেই তথ্য অনুসন্ধান কৰিব লাগে

  • @GoneshPatowary
    @GoneshPatowary День тому

    বিহুত নামত কিমান খৰচ গৈছিল

  • @MayawatiChungkrang-d7b
    @MayawatiChungkrang-d7b 2 дні тому +2

    Amak Asoni .Nalage. Janahadharonok Dongko korile Asoni di Dongko hoise

  • @tapansaikia6901
    @tapansaikia6901 День тому +1

    শৰ্মা ডাঙৰীয়া, মোৰ পৰিবাৰে প্ৰাদেশিকীত মহাবিদ্যালয় এখনৰ চতুৰ্থ শ্ৰেণীৰ মাহে দহহাজাৰ টকাৰ দৰমহা পোৱা চাকৰিয়াল।মোৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিথকা একমাত্ৰ লৰাটোৱে মোৰ একাউণ্টত সোমাব লগিয়া ১২৫০/-টকাটোলৈ বৰ অধীৰ আগ্ৰহেৰে বাটচাই থাকে।পৰিবাৰক যিদিনা সমহাৰত দৰমহা দিব সেইদিনা মই নিজেই উক্ত আচনি ত্যাগ কৰিম।

  • @GoneshPatowary
    @GoneshPatowary День тому

    Good job

  • @giyassuddinahmed6751
    @giyassuddinahmed6751 День тому

    হিতাধীকাৰী সকল পৰমুক্ষাপেষী হৈ জীৱন নিৰ্বাহ কৰিবলৈ আগবাঢ়াই দিয়ে। বৃটিছ চৰকাৰে ক্ষমতা ৰ জৰিয়তে অসমৰ মানুহক জুইশালত কানি খুৱাই এলেহুৱা কৰিছিল। কৰ্ম মুখী কৰিলে সকলোৱে সমানে দেশ খনক অৰ্থনৈতিকভাবে আগবঢ়ায় নিব পাৰিলে হয়।

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf День тому

    মামাই অসমখন আচনি দি দি বিকলাংগ কৰি অসমখন বহুত পিছ পেলালে আৰু অসম খনৰ বেছি ভাগ চৰকাৰৰ দায়িত্ব আছে কিন্তু অসমৰ ৰাজনীতিৰ কাৰণে সকলো শেষ

  • @bhupendrabarman9449
    @bhupendrabarman9449 День тому +1

    Achani nalage

  • @jalaramcochin9009
    @jalaramcochin9009 2 дні тому +2

    1200 taka di 20000 widraw kare sarkare
    Take buji napai amar manuhe

  • @GoneshPatowary
    @GoneshPatowary День тому

    💯 নালেগে আঁচনি

  • @rajani149
    @rajani149 День тому

    এই নমুনা কিটা কৰ পৰা, কিহৰ ভিত্তিত বিচাৰি আনিলে..🤔🤔🤔🤔🤔

  • @Jehir-tg6ti
    @Jehir-tg6ti 3 години тому

    Depok da Ata kotha kobo
    Moi bhabu Sarkar Khonay
    Aku dbo nlga duta bos2 diyok
    Hompurno free free
    Health & Education
    Dukhiya manuha bahutt bahuttt hukhi hobo

  • @GoneshPatowary
    @GoneshPatowary День тому

    ৫ লাখ কৌটি ধাৰ ললেও ৰাইজৰ কি যাব

  • @KinaramBhuyan
    @KinaramBhuyan 22 години тому

    Hitadhikari make people idle

  • @PankajSaikia-nd1lv
    @PankajSaikia-nd1lv Хвилина тому

    এদিন নাখাও কিন্তু ধাৰলৈ টোপনি খাত্তি নকৰোঁ ।

  • @JalendraDoley-h3m
    @JalendraDoley-h3m 7 годин тому

    Benefiseri nalage

  • @phanidhardoley8786
    @phanidhardoley8786 День тому

    Maina keitai ketiyaba dhan rui paise ne😂😂😂

  • @DipendraTakam
    @DipendraTakam День тому

    Ami asomor manuhe lajito class 10 chowali buji paise CM ba asomor manuhe kio buji napai?

  • @rebaduttasharma3989
    @rebaduttasharma3989 День тому

    Medha jyutilai akhek daina janao

  • @GoneshPatowary
    @GoneshPatowary День тому

    তুমি বহুত দুৰলৈ গৈছা মাইনা

  • @jalaramcochin9009
    @jalaramcochin9009 2 дні тому

    Class nine ot parah laratur katha grahon jugyua hoi

  • @arundeori8142
    @arundeori8142 2 дні тому

    আলফাই নিজ দেশৰ প্ৰতি আনুগত্যৰ চিনস্বৰূপে অসম গঢ়াৰ সপোন লৈ,,, তোমাৰ আলফাই প্ৰতি এনে কি দোষ ???? ❤❤❤জয় আই অসম,,মামা জিন্দাবাদ ❤

  • @LakhyajitaPatirkuli-fw8jx
    @LakhyajitaPatirkuli-fw8jx 2 дні тому

    Juctibur bhal asil

  • @GunaramhemromHemromgunaram
    @GunaramhemromHemromgunaram 2 дні тому

    Pire,

  • @jalaramcochin9009
    @jalaramcochin9009 2 дні тому

    Ayi xamorthan kara kitar kiman mal ase gom palu

  • @RokyDas-i9f
    @RokyDas-i9f 2 дні тому +2

    Yahi sb baakcodi karo😂😂😂😂. achha time pass hai

    • @sadiqulislam0
      @sadiqulislam0 2 дні тому

      Toi mental neki ? vl ke sai lo nonsense kla .

  • @Truepetriot
    @Truepetriot День тому

    Husband e maal khai tax dse... tarei alop wife k dise ru...ki nu bea

  • @arundeori8142
    @arundeori8142 2 дні тому

    আলফাই নিজ দেশৰ প্ৰতি আনুগত্যৰ চিনস্বৰূপে অসম গঢ়াৰ সপোন লৈ,,, তোমাৰ আলফাই প্ৰতি এনে কি দোষ ???? ❤❤❤জয় আই অসম,,মামা জিন্দাবাদ ❤