এখন গাঁৱৰ ৰাইজে নিৰ্মাণ কৰিলে এখন বিশেষ চিনেমা
Вставка
- Опубліковано 17 лип 2022
- এখন গাঁৱৰ ৰাইজে নিৰ্মাণ কৰিলে এখন বিশেষ চিনেমা
আপুনিও চিনেমা নিৰ্মাণ কৰিব পাৰে
এখন গাঁৱৰ ৰাইজে নিৰ্মাণ কৰিলে "উপসৰ্গ"
অভিনয়ত কৰিলে সাধাৰণ মানুহে
টকাৰ বাবে কি কৰিলে ৰাইজে চাওঁক উপসৰ্গ
বোলছবি নিৰ্মাতা কংকন ডেকাৰ ব্যতিক্ৰমী চেষ্টা
দৰঙৰ নিজ ৰঙামাটিৰ পৰা চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপ
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#upasharga #assamesecinema #darrang
এই বিলাক আমাৰ বাস্তব ছবি। জীয়াই ৰাখিবলৈ সকলো আগবাহি আহক।ভাল লাগিল।
বহুত ভাল লাগিল ,উপসৰ্গ চাম
Bahut val lagil
Good very nice
Very good
Mojjja anoka gao lagea
bht vl lgile
Excellent Darrang dist ar baichitra.
বহুত ভাল পদক্ষেপ
Xundor
xundor....hoise amar falei..dekhun
এটা মহান চেষ্টা ❤️❤️👍👍
Dhuniya
দৌৰি দৌৰি যাম উপসৰ্গ চাম
love from Darang
ৰেদী আছোঁ চাবলৈ 🤗😘
'ৰাইজৰ নাউ বামেৰেউ চলে'👍
Gaw rij Bilak Mila piriti dekhi bhut val lagil
I request all of bartalap viewers to enjoy this movie
This flim not a flim only it's an emotion of village people's
❤❤
Mja dada ❤️
পূৰণ প্ৰমাণ হ'ব,
জোপোহা হাবিত বাঘ থাকে।
"ৰাইজে নখ জোকাৰিলে নৈ বয়"
Dhuniya 👌❤️
Apunar video bur hodaiye prio
বাবু তোমাৰ লগত মই সদায় আছু।
❣️❣️
Xubai bhal lagise. Ami sam cinema khon
Beautiful live movie khan Kot pam sabo
reeldrama
@@abhijitlaskar link 2 dibo neki powa nai mane eyat help hobo dile
𝙳𝚑𝚞𝚗𝚒𝚢𝚊 𝚕𝚘𝚟𝚎❤ 𝚏𝚘𝚛𝚖 𝚋𝚊𝚗𝚐𝚕𝚘𝚛𝚎
কোন কোন সাজু হৈছে চিনেমাখন চাবলৈ?
👌