Mor premikr jonom kundoli mote poshim dikhe suwali biya patibo manah korise kintu mor ghr তেখেতৰ ঘৰৰ পৰা পৰা পশ্চিম দিশত হয় কিবা উপায় আছে নেকি জনাব sn
Biar jutok sai dibosun Lora:- date of birth 28/08/1994 Place :- Biswanath Chariali Time :-rati 10 baji 10 minit Swali :- date of birth 02/10/1993 Place:- Borpeta Time :- Abeli 5 baji 55 minit
Biyar jutok sai dibosun plzz Lora -date of birth 3/8/1986 Time ratipua 8.30 am krishna pokhya deubar Suwali. Date of birth 15/4/1990 Time -rati 8.30 pm deubar অনুগ্ৰহ কৰি চাই দিব বুলি আশা কৰিলো চাৰ
Thank you
Amar Raj jura porise.. kintu gon tu mila ni...dora gon tu দেৱ গণ আৰু কইনা গণ tu ৰাক্ষস গন পৰিছে কিবা অসুবিধা হব নেকি বাৰু? Plz jonabosun
বিয়াৰ সময়ত দান দক্ষিনা আদি কৰি মুক্ত হব পাৰিব
@@vedicastrologyassammoi homoi tarikh jegah nam disu akou.. comments box t apunak plz Sai diaksun🙏
দৰা জন্ম তাৰিখ ২৪-০৫-১৯৮৫ সময় ৰাতিপুৱা ৯ বজাত, স্থান- তিনিচুকীয়া, কইনা জন্ম তাৰিখ ২০-০৫-২০০০ সময় সন্ধিয়া ৭:১৫ স্থান- গহপুৰ. plz sai diaksun biya subho ne ki hbo. 😊
বিবাহৰ যোৰা মিলন চোৱাৰ কাৰনে ৬০০২৭৭৭৪৯২ যোগাযোগ কৰক।
Sir,janib bisarisu 18/11/1994.date of birth
2025 sontu jor bsr hb ny ojor bosr hb plzzz kowk son 🙏
৩১বৰ্ষ বিযোৰ
Valuable video sir. God bless you.
Good
নাৰীকূট পৃষ্ঠনাড লৰাৰ dec 3 আৰু ছোৱালী dec 15
ছোৱালী জনীৰ মৃত্যু যুগ আছে নেকি জনাব
সম্পূৰ্ণ কুণ্ডলী বিছাৰ কৰিব লাগিব দুয়োজনৰ। অকল তাৰিখ হলে নহয়।
দৰা সিংহ ৰাশি আৰু কন্যাৰ মিথুন ৰাশি হলে কেনেকোৱা হব
@@queenikvagogoi1203 ৰাজযোগ।
অষ্টকুট মিলনৰ ৰাশিকুট মিলনত ল'ৰাৰ ৰাশি যদি মেষ হয়, ছোৱালীৰ ৰাশি যদি মীন হয় তেন্তে ৰাশিকুট মিলনত 7 নম্বৰৰ ভিতৰত কিমান নম্বৰ পোৱা যাব ... জনাবচোন ।।
2/12 হল !মানে মীনৰ পৰা মেষ ২ আৰু মেষৰ পৰা মীন ১২ !এনে ক্ষেত্ৰত ০ হয়!
@@vedicastrologyassam Sir, যিহেতু ল'ৰাজনৰ পৰা ছোৱালীজনীৰ ৰাশি 12 নম্বৰত হয় আৰু ছোৱালীজনীৰ পৰা ল'ৰাজনৰ ৰাশি 2 নম্বৰত হয় তেনে ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব জানো? আৰু ল'ৰাজনৰ মেষ ৰাশি হোৱাত ৰাশি অধিপতি মঙ্গল হ'ল ঠিক তেনেকৈ ছোৱালীজনীৰ মীন ৰাশি হোৱাত ৰাশি অধিপতি গুৰু বৃহস্পতি হ'ল, যিহেতু মঙ্গল আৰু গুৰু পৰস্পৰ মিত্ৰ গতিকে এনে ক্ষেত্ৰত কিমান নম্বৰ পোৱা যাব অনুগ্ৰহ কৰি জনাবচোন Sir 🙏
@@vedicastrologyassam Sir, আপুনি আগৰ video ত জনাইছে যে যদি ল'ৰাজন মেষ ৰাশিৰ হয় আৰু ছোৱালীজনী বিষভ ৰাশিৰ হয় তেনেক্ষেত্ৰত ভকুট দোষৰ উৎপন্ন হ'ব আৰু ছোৱালী জনী ধন-নাশিনি হ'ব ঠিক তেনেকৈ ল'ৰাজন যদি মেষ ৰাশিৰ হয় আৰু ছোৱালীজনী যদি মীন ৰাশিৰ হয় তেন্তে ভকুট দোষৰ উৎপন্ন নহয় আৰু ছোৱালীজনী ধন-বিশিস্তা হৈ আহিব। মেষ ৰাশি আৰু মীন ৰাশিৰ অধিপতি মিত্ৰ হোৱাৰ বাবে এইটো মিত্ৰ দ্বি- দ্বাদশ যোগ হ'ব আৰু ভকুট দোষৰ প্ৰভাৱ নপৰে বুলি আপুনি জনাইছিলে।। ল'ৰাজনৰ মেষ ৰাশি আৰু ছোৱালীজনীৰ মীন ৰাশি।। গতিকে sir ভকুট মিলনত 7 নম্বৰৰ ভিতৰত কিমান নম্বৰ প্ৰাপ্ত হ'ব আপুনি জনাব বুলি আশা ৰাখিছোঁ।।
@@porishmitadutta6748 যোৰা হিচাপে মধ্যম যোৰা !কিন্তু কিন্তু ২/১২ হলে অষ্টকূটত ০ নং থাকে
ৰাশি যোৰা নিমিলিলে বিয়া পাতিলে কি হয় বাৰু??
বৃশিক ৰাশি ছোৱালী আৰু মিথুন ৰাশি দৰা?? বিয়া পাতিব পৰা যাব নে ??
যদি কিবা বেয়া আছে কি কৰিলে বিয়া ভাল হব ??
চাওক অকল ৰাশি জোৰা চালে নহয়!এই মতে চালে আপোনাৰ বিয়া নাহে ! অষ্টকূট পদ্ধতিৰে চালেহে কি হৱ কৱ পৰা হয়!দুয়োজনৰে জন্ম তাৰিখ.স্থান.সময়. দিনত নে ৰাতি সঠিক ভাৱে দিয়ক চাই দিম!
চাৰ বিবাহ মিলন বা যোটক বিচাৰ টো চাই দিয়কচোন🙏
ল'ৰা জন্ম তাৰিখ = ১৫/০৯/১৯৯৪
জন্মৰ সময় = আবেলি ৩-৪ বজাত
জন্মৰ ঠাই = লখিমপুৰ ।
ছোৱালী জন্ম তাৰিখ = ৮/১২/১৯৯৫
সময় = আবেলি ৪.৩০ বজাত
জন্ম ঠাই = তেজপুৰ ।
Mur mithun rakhi hoi bissikhi rakhir logot kenekua din solib valnebea
যোৰা াহে!জীৱনত কিজিয়া পেচাল লাগি থাকিব।
Nari dukh thakile kiba upai ase neki?....
উপায় ৰুপৰ সৰ্প সৰুকে বনাই সোমবাৰে শিৱমন্দিৰত দান কৰক!
Mor premikr jonom kundoli mote poshim dikhe suwali biya patibo manah korise kintu mor ghr তেখেতৰ ঘৰৰ পৰা পৰা পশ্চিম দিশত হয় কিবা উপায় আছে নেকি জনাব sn
ছাৰ ল'ৰা ( বৃষ) আৰু ছোৱালী (ধনু) মিলে নে ?🙏
নিমিলে নহয় ৰাশি হিচাপে ! আৰু বেলেগ নিয়ম ও আছে
@@vedicastrologyassam কি নিয়ম আছে জনাবচোন🙏?
অষ্টকূট গনণা বুলি কয় ! লৰা আৰু ছোৱালাৰ ৰাশি .গন.নক্ষেত্ৰ.য়োনি .নাডী আদি ৮ টা গনণা ছে!
প্ৰভু মোৰ ধনু ৰাখি আৰু মোৰ বিয়া পাতিবলৈ চোৱা ছোৱালী জনী কন্যা ৰাখি বিয়া খন কেনেকুৱা হব চাই জনাব সোণ 🙏।
১০/৩/১৯৯১ ৰাতি ১.৫ মিনিট মোৰ জন্ম সময় ।
১৯৯৭/ ৫ জেঠ দিনৰ ১০ বজাত সোমবাৰে ছোৱালী জনী জন্ম সময় ।
Jonam potrika bonai neki
গননা নকৰি থোৱা মানুহৰ নামৰ ক্ষেত্ৰত কিবা উপায় বা ব্যাৱস্থা আছে নেকি প্ৰভূত ?
চাওক.তেতিয়া সেই নামৰ আখৰ দিয়েই কৰিব লাগিব কিন্তু ই সথিক নহয়.
bah sir apunar video aji browse t paisu dei 🙏
নবীন ভালে আছা ?
কন্যা ৰাশি ৰ ছোৱালী তুলা ৰাশি ৰ লৰা।যোৰা আহিব নে? ছোৱালীৰ জন্ম তাৰিখ 22/02/2000 ৰাতি 8.30 বজাত
লৰাৰ জন্ম তাৰিখ 15/01/1996 ৰাতি 11.59 বজাত ।please জনাব ছাৰ🙏🙏
জন্ম সময় টো দিলে ভালদৰে তৱ পাৰিম! ৰাশি হিচাপে পাৰি
@@vedicastrologyassam ছোৱালীৰ জন্ম তাৰিখ ২২/০২/২০০০ স্থান - তেজপুৰ, সময় -ৰাতি ৮.৩০ মিনিট
লৰাৰ জন্ম তাৰিখ ১৫/০১/১৯৯৬ স্থান- গুৱাহাটী ,সময়- ৰাতি ১১.৫৯ মিনিট
Janma sthan?
@@vedicastrologyassam suali r jonmo sthan TEZPUR lora r jonmo sthan GUWAHATI
@@ankitadas6017 অষ্টকূট মতে ৩৬ ৰ ভিতৰত ১৮ পইন্টৰ ওপৰত হলে বিবাহ ভাল হয় ! তোমাৰ ১৭.৫ গতিকে গনদোষ আছে !
মোৰ ৰাশি মেষ,আৰু লৰা জনৰ বৃষ ৰাশি...মোৰ ক্ষত্রিয়বৰ্ণ আৰু লৰাজনৰ বৈশ্যবৰ্ণ....milibo ne kowxn
অকল ৰাশি মিলন হলে নহব জানো?
অকল ৰাশি মিলন হলে নহয় যদি ৰাজযোটক হয় তেনেহলে মিলন শুভ হয়
চাৰ আপোনাৰ ম'বাইল নম্বৰ টো পাম নেকি 🙏🙏🙏
চাৰ বিবাহ মিলন বা যোটক বিচাৰ টো চাই দিয়কচোন🙏
ল'ৰা জন্ম তাৰিখ = ১৫/০৯/১৯৯৪
জন্মৰ সময় = আবেলি ৩-৪ বজাত
জন্মৰ ঠাই = লখিমপুৰ ।
ছোৱালী জন্ম তাৰিখ = ৮/১২/১৯৯৫
সময় = আবেলি ৪.৩০ বজাত
জন্ম ঠাই = তেজপুৰ ।
Apunar lgt contact Karib parim neki?
পাৰিৱ ! ৰবিবাৰে !
@@vedicastrologyassam মোক ৰাশি জোৰা চাই দিব লাগিছিল,
6002777402 Whats app kori details di dibo . Sanibare nohole Deobare sai dim.
Sir apunar lgt kneke contact korim
শনিবাৰ ৰবিবাৰে ফোন কৰিব ।ফোন নং ভিডিও আছে
Narikut t 8 no kba lge 4 no . Koise
Mur Debo gon ru lora jnr raikhoh gon biya hbo ne
সাধাৰনতে নোৱাৰি কিন্তু বানী দিখবোৰ চালেহে সম্পূৰ্ন কে কব পাৰিম.
Sir apunr Number2 diok son plz.
6002777402 Consultation no.
Lora r raxi bix gon rakhyox gon nakhetro kritika ... And suali r raxi tula gon devo gon nd swati nakshatra ..bibah homvob ne 🙏... Plz kousn
ৰাশি হিচাপে পাৰিৱ কিন্ত অষ্ট কূট বিছাৰৰ দ্বাৰাহে সঠিক মিলন চোৱা উচিত
Apunar phone nambarto diba..
ঘৰ ভেতি কেনেকৈ চোৱা হয় নো
বুজি নাপালো কি কৱ বিচাৰিছে!
নতুন ঘৰ বনাওতে ঘৰ ভেতি চোৱা কথা কৈছো,
কন্যা ৰাশি ছোৱালী আৰু মিথুন ৰাশি দৰা । প্ৰেম কৰিবলৈ কে আজি 7 years হল । বিয়া পতাৰ সিদ্ধান্ত লোৱা হৈছে।
এতিয়া যোৰা টোহ কেনে আহিব?? ভাল হব নে ??
বহুত ভাল জোৰা !
Sir apunak contact koribo karne number ata diok
Biar jutok sai dibosun
Lora:- date of birth 28/08/1994
Place :- Biswanath Chariali
Time :-rati 10 baji 10 minit
Swali :- date of birth 02/10/1993
Place:- Borpeta
Time :- Abeli 5 baji 55 minit
১৭.৫ পইন্ত হয় ৩৬ গুনৰ ভিতৰত ১৮ হলে মিলন হয়. নাডীদোষ.গনদোষ .বৰ্নদোষ আছে . ৰাশি মিলন হিচাপে বিবাহ হয়!
@@vedicastrologyassam kiba upai ase neki
Ne Aikhon bia hole kiba bea val ase Jodi kouksun
উপায় নাথাকিলে টো দান আদিৰ দ্বাৰা আগবাঢিব লাগিব
Biyar jutok sai dibosun plzz
Lora -date of birth 3/8/1986
Time ratipua 8.30 am krishna pokhya deubar
Suwali. Date of birth 15/4/1990
Time -rati 8.30 pm deubar
অনুগ্ৰহ কৰি চাই দিব বুলি আশা কৰিলো চাৰ
@@vedicastrologyassam মোৰ বিয়াৰ যোটক বিচাৰটো চাই দিবচোন
ꜱɪʀ ᴀᴩᴜɴᴀʀ ᴄᴏɴᴛᴀᴄᴛ ᴍᴏʙɪʟᴇ ɴᴀᴍʙᴇʀ ᴛᴏ ᴅɪyᴏᴋ
আপোনা কদৰে সহায় কৰো কওক
বিধান কিতা উ কব আদ্য নাড়ী দুখ থাকিলে কি কৰিব লাগে
নাডীদোষ থাকিলে শিৱমন্দিৰত ৰুপৰ সৰ্প এজোৰ বেলপাত ১০৮ টা দক্ষিনা সহিতে সোমবাৰৰ দিনা ঊত্সৰ্গা কৰিলে খন্দন হয়!