মই নিৰ্দোষী, ষড়যন্ত্ৰৰ বলি হ'লো~ গ্ৰেপ্তাৰহৈ কান্দোনত ভাঙি পৰিল SI জোনমণি ৰাভা

Поділитися
Вставка
  • Опубліковано 18 жов 2024

КОМЕНТАРІ • 762

  • @Pk-dx9rn
    @Pk-dx9rn 2 роки тому +198

    যদি আপোনাৰ ভুল নাই ভগৱানে আপোনাক নিশ্চয় সহায় কৰিব😢

    • @sd-ru3fg
      @sd-ru3fg 2 роки тому +4

      Kandilei sob thik hoi jai nki tumlukor krne..

    • @labitabarman4877
      @labitabarman4877 2 роки тому +2

      Ummm hoi jdi vul nai nissoi xokolu thik hbo

    • @lakhidas1995
      @lakhidas1995 2 роки тому

      ai ooooo dehi kandise ooooo

    • @dipaksingha4136
      @dipaksingha4136 2 роки тому

      ভগৱান নে কি পইছা দিছিল নেকি বে....! কথা যে কয় 😀😀😀😀😀😀

    • @pranjal3406
      @pranjal3406 2 роки тому

      Thikai kothatu

  • @rishirajsaikia2743
    @rishirajsaikia2743 2 роки тому +51

    আমাৰ কিন্তু জোনমনি ৰাভাৰ প্ৰতি আশিৰ্বাদ্ থাকিল , সত্যৰ এদিন জয় হবই , জোনমনিয়ে ধৈৰ্য্য আৰু আত্ম বিশ্বাসত দৃঢ় থাকক ।

  • @budhinsaikia6300
    @budhinsaikia6300 2 роки тому +87

    অলপ পাক আছে নথকা নহয় বাৰু। কিন্তু পাগাগৰ বিষয়টো সংযোগ ঘটাত খেলি-মেলি ঘটিল বেছিকৈ। আইনে সঠিক পথেৰে বিচাৰ কৰি সঠিক সিদ্ধান্তই দিব তাত সন্দেহ নাই। নিৰ্দোষ বা দোষ সকলোঁ আইনেই আঙুলিয়াব সঠিক কৈ।

  • @minubegum311
    @minubegum311 2 роки тому +19

    সোনকালে আৰু সসন্মানে ওভতাই আনক, এয়াই প্ৰাৰ্থনা নেদেখাজনৰ ওচৰত।

    • @darkwarrior1608
      @darkwarrior1608 2 роки тому

      Kak

    • @pranjaldas9970
      @pranjaldas9970 2 роки тому

      Taik uvotai anib nalage aru.. Bodmasi joni... Hari hoi tai

    • @tinkuborah6895
      @tinkuborah6895 2 роки тому

      MLA k koise tai sp k ph korok moi etiya busy asu...waah kiman je ohongkar tair..aru ki koise apuni taik uliai anibo lage..ki je hoise manuh buror...🤔🤔

    • @minubegum311
      @minubegum311 2 роки тому +2

      @@pranjaldas9970 তাইৰ ব্যস্ততা, সততা আৰু অত্যাধিক বিশ্বাসে বিপদত পেলালে ।সময়ে প্ৰমাণ কৰিব তাই নিৰ্দোষী।

    • @brabhabrabha9905
      @brabhabrabha9905 2 роки тому

      @@tinkuborah6895
      এতিয়াই চৰকাৰ বাচি আছে.. পকেটত টকা ভৰাই লওক

  • @ABHIJITASSAM
    @ABHIJITASSAM 2 роки тому +4

    হাৰ নামানিবা জোনমণি,আন্ধাৰ যিমানেই গভীৰ নহওক,পুৱা জোনাক নামিবই।সত্যৰ জয় এদিনন নিশ্চিত।

  • @gangulymili783
    @gangulymili783 2 роки тому +44

    আইনৰ আন এটা নাম যন্ৰ যি নুবুজে মানুহৰ মানবিয়তা আবেগ। সেয়ে বাইদেউ মানুহ মাত্ৰেই ভুল আপুনি ভুল কৰিছে যদি নিজকে সুধরাই লব। আমাৰ মাজত ভাল মানুহ নহলেও নিজৰ মনৰ ভাল মানুহ হব।

  • @technicalmastermind548
    @technicalmastermind548 2 роки тому +4

    বাইদেউ আপুনি যদি সত্যত আছে একো চিন্তা নকৰিব, আপুনি ন্যায় পাবই ৷ হতাশ নহব ৷

  • @aniblogs434
    @aniblogs434 2 роки тому +10

    বৰ ধুনীয়া পালোঁ, খবৰ টু পায়, ছোৱালী মানুহে যদি পুলিচৰ চাকৰি পায় তেতিয়া আৰু তাক কোনে পায়,, বেলেগ চাকৰি পালে ইমান লেবেল নিদিয়ে, কিন্তু পুলিচৰ চাকৰি যদি পায় তেতিয়া আৰু নকং আ,, কাৰন মোৰ অভিজ্ঞতা ফালৰ পৰা কৈছো, আইন সিহঁতৰ হাতত থাকে যে।

    • @pranima5656
      @pranima5656 2 роки тому

      Tur matha tu bokiso

    • @aniblogs434
      @aniblogs434 2 роки тому

      @@pranima5656 বেয়া কথা কিয় কৈছা, আপোনাৰ গাত লাগিল নেকি, ভলোকা বাহঁ চিনি পায় নে আপোনি

    • @pranima5656
      @pranima5656 2 роки тому

      @@aniblogs434 toi sini lo sun baru agot bhuluka ne jati

  • @vickythapa8525
    @vickythapa8525 2 роки тому +10

    জয় আই অসম Assam Police Jindabàd...Jai Hind বহুত লজ্জিত হব লগা হল SI Junmoni Rab....সত্য সদায় জয়। ❤

    • @pratuldas6125
      @pratuldas6125 2 роки тому

      Jote tote" joy ai akhom" !

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 2 роки тому +1

      @@pratuldas6125 Assam police zindabad bule 😂 Assam police ei jailot gol 😛....jailot goleo zindabad , dexilane iyat o bule joy aai Oxom 🥰

  • @firozahmed3092
    @firozahmed3092 2 роки тому +1

    Boriya krise.. Asom sorkar 💚💚💚..
    Durniti mukto asom lge amak💜

  • @ujjalkrray7480
    @ujjalkrray7480 2 роки тому +32

    এইখন নাটক বাৰু সফল পৰিসমাপ্ত হল !!! এইবাৰ PPE Kitৰ নাটক খনো CBIৰ দ্বাৰা পৰিসমাপ্ত ঘটালে শান্তিৰে ....??

    • @rajudutta8612
      @rajudutta8612 2 роки тому

      Tur marok ejur lgisil neki mother chod

  • @nurekharashmi9741
    @nurekharashmi9741 2 роки тому +8

    চিন্তা নকৰিবা। ভূল যদি কৰিছা শুদ্ধ কৰিবলৈ চেস্থা কৰিবা আৰু ভূল যদি নাইকৰা সময়লৈ আপেক্ষা কৰিবা।

  • @anupomdutta0473.
    @anupomdutta0473. 2 роки тому +35

    কেতিয়াবা কেতিয়াবা পচলাতো দাঁত ভাঙে। সেইবাবে আগলৈ খোজ দিওঁতে দহবাৰ ভাৱিব লাগে। এনে নহয় যে আইনৰ ৰক্ষক হ'ল বুলিয়ে যে ভুল নহ'ব আপোনাৰ, মানুহ মাত্ৰেই ভুল হয়। ভুলৰ ক্ষমাও থাকে আৰু আপোনাৰ ক্ষমা আদালতে হে দিব।

  • @montudarig4737
    @montudarig4737 2 роки тому +43

    তোমাৰ যদি হাত নাই তেন্তে আইনে তোমাক বচাব যদি হাত আছে তেতিয়া কান্দি দেখুৱাই লাভ নাই কৰ্ম ফল পাবাই

  • @dilipdas3025
    @dilipdas3025 2 роки тому +45

    সত্য সদায় জয়।

  • @aniruddhabujarbaruah8613
    @aniruddhabujarbaruah8613 2 роки тому +28

    আপোনাৰ হাতত যিমান টকা আছে তাতকৈ সাং বাদিকবোৰৰ বেছি আছে।।। যদি আপুনি সত্য হয় কালি ইহঁটেই বজাব আতাপাৰি আতাপাৰি

  • @KamalDas-ip2jj
    @KamalDas-ip2jj 2 роки тому

    Val hoisa..moza..

  • @digantadewri6559
    @digantadewri6559 2 роки тому +25

    সৰু ছোৱালী যে টকা দেখি লুভ সামৰিবয়েই নোৱাৰিলে একেবাৰে ডিঙি গুৰিলৈকে গিলিছিল চাগৈ ৷

  • @bapan-1196
    @bapan-1196 2 роки тому +2

    যিকোনো বস্তু সত ব্যৱহাৰ কৰিলে কোনেও বিপথে নপৰে ❣️ এতিয়া আবেগিক হলে কি হব

  • @bornalisaikia2591
    @bornalisaikia2591 2 роки тому +1

    Hundor ooti hundor

  • @jayantasaikia5747
    @jayantasaikia5747 2 роки тому

    বঢ়িয়া হৈছে 😁😁

  • @assam2006
    @assam2006 2 роки тому +5

    আইনৰ ৰক্ষকহৈ ৰাণাৰ ষড়যন্ত্ৰৰ বিষয়ে আগতিয়াকৈ গম নোপোৱাটোহে দাঙৰ কথা। সাধাৰণ নাগৰিক হিচাাপে কথা বিলাক চিন্তা কৰিবলৈ নেলাগিছিল। পুলিচ হিচাপে সন্দেহৰ দৃষ্টিৰে লক্ষ ৰাখিব লাগিছিল

  • @ramdhenu7215
    @ramdhenu7215 2 роки тому +7

    বাইদেউৰ পইচাৰ প্ৰতি লোভটো অলপ বেছি নহলেনো ONGC ৰ নাম লোৱাৰ লগে লগেই বিয়া থিক কৰেনে আজিৰ দিনত ,তথাপি পুলিচক, 😃😃

  • @ranujpanging9243
    @ranujpanging9243 2 роки тому

    জোনমনী তোমাক ভগৱানে সহায় কৰিব। তোমাৰ বিশ্বাসে কাল

  • @rajusaikia2462
    @rajusaikia2462 2 роки тому

    অলপ খেলিমেলি আছে নেকি বুলি ভাৱো???কিন্তু এটা কথা সত্য সদায় জয়

  • @rongdas4456
    @rongdas4456 2 роки тому

    khub val hoise

  • @ajitdas7953
    @ajitdas7953 2 роки тому +6

    SI এজনীয়ে দম্ভালি মাৰোতে ই গম পাইছিলো যে এই গৰাকী নাই অতি নিকা নহয় দুই নম্বৰী নহ'লে পুলিচে এনেকৈ mla ক দম দিয়া সাহস আছেনে? মহিলা দুইনম্বৰী কোনে বিশ্বাস কৰিব????

  • @gitarthahandique1325
    @gitarthahandique1325 2 роки тому

    Aru ase anekua ... assam sarkar val korise aru dhorok

  • @ChitropalDoley
    @ChitropalDoley 2 роки тому +24

    Aku nai. Jodi apuni vul kora nai then adin nissoi thik hobo

  • @omnamahshivay7222
    @omnamahshivay7222 2 роки тому +2

    আইন সকলোৰে সমান অসম পুলিচ 👍

  • @rekhasaikia7336
    @rekhasaikia7336 2 роки тому +25

    তোমাৰ এটাই ভুল ৰানা পৰাগক বিস্বাসত লোৱাটো। নিজৰ স্বাৰ্থৰ সিদ্ধিৰ বাবে এক শ্ৰেণীৰ মানুহে আনক বিপদলৈ ঠেলি দিয়ে। ভগৱান তোমাৰ সহায় হওক।

  • @gyandeepsaikia2139
    @gyandeepsaikia2139 2 роки тому

    bohut val news krose nky apunaluke ji ti newsnkrb

  • @palashlpaul5843
    @palashlpaul5843 2 роки тому +9

    শাস্ত্ৰ কি কয়? আমি প্ৰতিটো ভাল-বেয়া কামৰ ফল ভোগ কৰিব লাগে। যমৰাজৰ ভুলৰ কাৰণে মান্ডব্য ঋষিৰ অভিষাপত যমৰাজেও মনূষ্য কূলত জন্মগ্ৰহণ কৰিবলগা হৈছিল, অশ্বত্থামা নিজৰ পাপৰ কাৰণে পাঁচ হেজাৰ বছৰ ধৰি জীৱন-মৃত্যুৰে যুজি আছে। কিবা এটা বেয়া কামৰ পৰিণাম হ'ব পাৰে।

  • @jiturabha3755
    @jiturabha3755 2 роки тому +3

    Thank you Assam police...

  • @jyotirmoybordolai457
    @jyotirmoybordolai457 2 роки тому +25

    if u are right then one day it will come to light .never broke your mind

  • @sd-ru3fg
    @sd-ru3fg 2 роки тому +1

    Xundor... Amar cm himanta biswa sir k salute

  • @rajibpayeng4465
    @rajibpayeng4465 2 роки тому +8

    কথা টু উনি বহুত দুখ লাগিল।জোনমণিক ঈশ্বৰে মঙ্গল কৰক,🙏🙏😭

  • @dhrubajyotihazarika5198
    @dhrubajyotihazarika5198 2 роки тому

    Thanks good step

  • @Dipangkar110
    @Dipangkar110 2 роки тому +2

    অধিক মাছত বগলি কণা। অধিক টকাত জোনমণি কণা । এতিয়া খোৱা জেইলৰ খানা ।

  • @maneswarrabha5174
    @maneswarrabha5174 2 роки тому

    অসমৰ নিঊঢ ছেনেল আপোনালোক বহুত জানে কৰবাত সুবিধা লয় মানুহ কৰবাত ভুলহয় কিন্ত আপোনালোক আপোনালোক

  • @mainapegu8313
    @mainapegu8313 2 роки тому

    ভাল লাগিল নিউজতো ছাই

  • @theoldmanvlg9731
    @theoldmanvlg9731 2 роки тому +5

    She should get proper judgement .

  • @ashokkumarrabha9103
    @ashokkumarrabha9103 2 роки тому

    জোনমনি ৰাভা সম্পূৰ্ণৰূপে ৰাজনৈতিক ষঢ়যন্ৰৰ বলি হৈছে। আৰু এই ষঢ়যন্ৰৰ মূল নায়ক জন উক্ত বিধায়ক জন। দূৰ্নীতিৰ বিৰুদ্ধে সৎ সাহসেৰে যুঁজ দিয়াটোৱেই তেওঁৰ একমাত্ৰ বিপদ হ'ল। চৰকাৰ খনে দুৰ্নীতিৰ বিৰুদ্ধে শুন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি টেটুফালি সভাই সমিটিয়ে চিঞৰি থাকে আনফালে কোনো সৎ আৰক্ষী অথবা আৰক্ষী বিষয়াই সঁচা অৰ্থত দূৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা ললে তেওঁৰ বিৰুদ্ধে নিকৃষ্ট ষঢ়যন্ৰ কৰি জোনমনি ৰাভাৰ দৰে দশা কৰিবলৈ উঠি পৰি লাগে।
    গতিকে, বৰ্তমান সময়ৰ চৰকাৰৰ আৰক্ষী অথবা আৰক্ষী বিষয়া সকলে যদি কোনো মন্ত্ৰী বিধায়ক সকলে কৰা যিকোনো ধৰণৰ দূৰ্নীতি দেখিলে তাক দেখিও নেদেখা ভাও লৈ মনে মনে হাত সাৱটি বহি থকাই শ্ৰেয় নতুবা সহযোগ কৰাটোৱেই ভাল।
    গতিকে, জোনমনি ৰাভাৰ ঘটনাই এটা কথাই ৰাইজক বুজাই দিলে যে আৰক্ষী অথবা আৰক্ষী বিষয়াসকলে বৰ্তমান চৰকাৰৰ কোনো মন্ত্ৰী বিধায়কৰ যিকোনো ধৰণৰ দূৰ্নীতি দেখিলে মাত নেমাতি মনে মনে নিজৰ দায়িত্ব পালন কৰাই মংগল।
    বিধায়ক গৰাকী দূৰ্নীতি কৰা বুলি জনাৰ পিছতো তেওঁৰ বিৰুদ্ধে তিলমানো কোনো ব্যৱস্থা ল'বলৈ বৰ্তমান চৰকাৰখনে সাহস নকৰাটো অতিকৈ দুৰ্ভাগ্য জনক।
    ধিক বৰ্তমান চৰকাৰ।

  • @manojkrhazarika3422
    @manojkrhazarika3422 2 роки тому

    এশ গৰু মাৰিলে হয়তো এদিন মৃত্যু হবই..... নে কি কয়

  • @rajkumartyagi2403
    @rajkumartyagi2403 2 роки тому +6

    May be so many COP involved like this type of act please enquiry all senior cop

  • @zakirahmed9677
    @zakirahmed9677 2 роки тому

    এইজনী চোৰনি পুলিচৰ নিদুখী বুলি বাতৰি প্ৰচাৰ কৰিবলৈ news live ভে কিমান টকাত চুক্তি হল জনাব নেকি আমাক । এই বোৰ মানুহ সমাজৰ বাবে কিমান ক্ষীয়তিকাৰক ৰাইজে নিজেই বুজি উঠক । দেখিলে News Live ৰ সাংবাদিকে কেনেদৰে আগতে বাতৰিত প্ৰচাৰ কৰা ফোন ৰেকৰ্ডিং ৰ কথা নুশুধিলে তাইক , সিহঁত সমাজৰ বাবে কিমান কলংক বাতৰিতো ছাই অনুমান কৰক ৰাইজ ।

  • @lovetraveling.....
    @lovetraveling..... 2 роки тому

    Moja moja moja....,...

  • @rajagamers0248
    @rajagamers0248 2 роки тому +3

    Missing aaru miya ak bikat shalak, ata homoyot aamar logoto ajon Dolly lora byakoi poshaishil

  • @manashborah2721
    @manashborah2721 2 роки тому

    Mojja hoise

  • @deepjyotiboruah9496
    @deepjyotiboruah9496 2 роки тому +8

    যদি ভূল নাই তেন্তে চকুৰ পানিয়ে শুভা নকৰে । ফুলন দেৱি দৰে অৱতাৰ লৱ লাগে । ৰাজনীতিত ( বত্তমানৰ ) যিমানেই শক্তি নাথাকক কিয় তাত কিন্তু ধৰ্ম নাই আৰু যত ধৰ্ম নাই তাত পৰাজয় নিশ্চিত ।

  • @tanmoyvlogs6866
    @tanmoyvlogs6866 2 роки тому

    Moza

  • @samendeka4735
    @samendeka4735 2 роки тому

    Mojja

  • @gyanjyotikhanikar8295
    @gyanjyotikhanikar8295 2 роки тому

    পিপি কিট কি হ'ব। দিল্লীৰ উপ মূখ্যমন্ত্ৰী মনিষ শিশোদিয়াই কালি কিবা কৈ থকা শুনিবলৈ পোৱা গৈছে।

  • @Unknown-yz2kr
    @Unknown-yz2kr 2 роки тому +14

    ঘৰিয়ালৰ চকুপানী,

  • @juhinborah2630
    @juhinborah2630 2 роки тому

    গাখীৰ খোৱাই সাপ পুঢ়িছিলে বোলে🙂🙏

  • @ABULKALAM-ky7xt
    @ABULKALAM-ky7xt 2 роки тому

    Right news live

  • @pikudas6788
    @pikudas6788 2 роки тому

    আইঐ দেহী ......এতিয়া ক'ত সেইটো লেবেল...!!!??? পাপে বুলে বাপকো নেৰে ...!!!

  • @bhawajitdas9701
    @bhawajitdas9701 2 роки тому +1

    যেতিয়া acountatt ইমান পইছাৰ দেখিব তেতিয়া সকলোৰে মন মহলাই পেলাব হেই কাৰণে সহজ সৰল হব লাগে ।। মিডিয়াৰ আগত বেছি ভাৱ ভংগী দেখুৱাব নালাগে ,কাৰণ সকলো বস্তু পোহৰলৈ আনিব মেডিয়াই ।। যেতিয়া ভাবি স্বামী ক গ্ৰেপ্তাৰ কৰিছিলে তেতিয়া আপোনাৰ কথপ কথন আৰু এতিয়াৰ কথোপকথন কেনেকুৱা নিজেই চাব আপুনি ।। মই বিচাৰোঁ যদি আপোনাৰ নাই ভুল তেতিয়া আপুনি আপোনাৰ সকলো পাব ।। ভগৱানে চকু মেলি চাব নিশ্চয় ।।

  • @bipulpolicevideo7466
    @bipulpolicevideo7466 2 роки тому

    Good level marile ane hoy .....moja

  • @pankajrabha1157
    @pankajrabha1157 2 роки тому

    SI জোনমনি ক ৰাজনৈতিক ষড় যন্ৰ চলোৱা নাইটো.

  • @korobidas5121
    @korobidas5121 2 роки тому

    মজা লোকলৈ শূল পুতি নিজে মৰে ফুটি এতিয়া কেনেকুৱা লাগিছে বাইদেউ

  • @brojenkonchkonch4876
    @brojenkonchkonch4876 2 роки тому

    Mojaa Assam police

  • @cdentertainment8682
    @cdentertainment8682 2 роки тому +2

    Good news

    • @jharkanurangVlogs
      @jharkanurangVlogs 2 роки тому

      তেখেতৰ মুখ বন্ধ কৰিবলৈ হে সকলোৱে মিলি এটা ষড়যন্ৰ কৰিছে।আমি জোণমণি ৰাভাক সহায় কৰা উচিত। ভূপেন হাজাৰিকাই কৈছিল মানুহে মানুহৰ বাবে ইয়াৰ সৈতে মিলে। Thank you everybody.জয় আই অসম

  • @bornalisaikia2591
    @bornalisaikia2591 2 роки тому +1

    Manuhor sehera dekhi gom puwa jai tumi kiman hosa.

  • @satbangsaboro6341
    @satbangsaboro6341 2 роки тому

    Akhomor SI very gd

  • @Rajibkalita296
    @Rajibkalita296 2 роки тому

    Good

  • @biswadeka6753
    @biswadeka6753 2 роки тому

    চাকৰি ৰ বাবে পইচা দিয়া কেইটাক যদি নধৰে তেতিয়া হলে হলে বুজিব বাকী নাই ।

  • @mridusmitagogoi981
    @mridusmitagogoi981 2 роки тому +18

    পইচা বিলাক লৈছিলেহে খাবলৈ পানালে বৰ দুখৰ কথা কিন্তু দেই।।। মোৰ কিন্তু চকু পানী ওলাই গৈছে 😭😭

  • @gouravdas493
    @gouravdas493 2 роки тому +8

    Karma always hit back .

  • @gourabphukan24
    @gourabphukan24 2 роки тому

    আইনেই যি বিচাৰ কৰে আৰু,,

  • @ijjh1601
    @ijjh1601 2 роки тому

    মাজাৰ অভিনয় জানে

  • @chandraa5971
    @chandraa5971 2 роки тому

    কৰ্ম ই ধৰ্ম mam। যেনে কৰ্ম তেনে ফল

  • @bidyutsonuwal5542
    @bidyutsonuwal5542 2 роки тому

    Mojaaa jai hind 🇮🇳🇮🇳🇮🇳

  • @pabitrakumargayan3293
    @pabitrakumargayan3293 2 роки тому +21

    অহংকাৰেই পতন অনিবাৰ্য্য ।

  • @rahulamin7392
    @rahulamin7392 2 роки тому

    প্ৰথম কথাটো হল,,MLA জনৰ উপৰত কোনো এক্কশ্যন কিয় লোৱা নহল।। এইজনী হে কিবা চৰকাৰৰ পৰা দৰমহা লৈ আছে নেকি।MLA জনেও লৈ আছে। কৰোবাৰ পৰা কৰিবালৈ গল। SI জনীৰ ছব চালি জাৰি চালে যে MLA জন এতিয়া news চাই বহি আছে। power কাক কৈ এনেকৈ। CM sir আপুনি acciton লৈ ভাল কৰিছে কিন্তু MLA জনক এনেকৈ এৰি দিব নালাগিছিল।।

  • @khogenrajkhowa3479
    @khogenrajkhowa3479 2 роки тому

    সৰু ছোৱালী বুজিনাপালে ৰাজনীতি

  • @himantagogoi7442
    @himantagogoi7442 2 роки тому

    যাৰ কোনোনাথাকে তেওঁৰ লগত ভগৱান থাকিব ।

  • @rakeshvlog1582
    @rakeshvlog1582 2 роки тому +2

    কি যে‌ মজা

  • @purnimaakashtora2945
    @purnimaakashtora2945 2 роки тому

    Moja

  • @mohanpegu8397
    @mohanpegu8397 2 роки тому

    Very good

  • @AnisurRahman-vl9qc
    @AnisurRahman-vl9qc 2 роки тому +1

    সেই কাৰণে সমান ভগাই খাব লাগে...

  • @manmohanmech4036
    @manmohanmech4036 2 роки тому +3

    সাংবাদিক বোৰে কিবা এটা পাব হে লাগে ভালদৰে নজনা কৈ আৰু একো প্ৰমান নথকাকৈ যি তি বকি দিয়ে।সংবাদিক বোৰে নিজকৰ বহুত ভাল বোলি ভাবে।

    • @chanakyakumardeka7093
      @chanakyakumardeka7093 2 роки тому

      ooo.. Xomajor xot manuah okol tahate mane. Enekua dekhai.eitu profession a val hoise ajikali. June issa hi a hbo pare..

  • @slvloggerchannel9539
    @slvloggerchannel9539 2 роки тому

    right 😘

  • @jahangirmondal3354
    @jahangirmondal3354 Рік тому

    Present case status of Dr. Waliul & Dr. Dutta ?

  • @nayankakati4143
    @nayankakati4143 2 роки тому

    পুলিছৰ চাকৰি সহজ নহয় , সকলো পিনৰ পৰা মাৰে, ৰাজনীতি , চুৰ ,দকাইত মিদিয়া

  • @jintubarman5487
    @jintubarman5487 2 роки тому

    Account details check কৰক প‌ইচা কোনে ভৰাই দিছিল ।

  • @bhaskarkalita5717
    @bhaskarkalita5717 2 роки тому +5

    It's an another example to remove the goodness from the society.

  • @Bikash_chutia
    @Bikash_chutia 2 роки тому

    মায়ে কোৱা শুনিছিলোঁ বোলে পছলাইও দাঁত ভাঙে বোলে।

  • @Upscc2001
    @Upscc2001 2 роки тому +13

    মানুহে সদায় পদবীৰ সদববহাৰ কৰিব লাগে haikarane

  • @romenbhuyan5015
    @romenbhuyan5015 2 роки тому

    Moja gutei jibon jel dib lage alp xikha pauk

  • @rupalibhuyan8075
    @rupalibhuyan8075 2 роки тому

    ওপৰৰ মালৰ লগত লাগিলে এইদৰেই ফচিবয়েই

  • @swadhinkonwar6435
    @swadhinkonwar6435 2 роки тому

    এইজনি si চকীদাৰ হোৱাৰো য্যোজ্ঞতা নাই

  • @ankurjyotiborah1235
    @ankurjyotiborah1235 2 роки тому +1

    Nice

  • @prasantamili2254
    @prasantamili2254 2 роки тому

    Val lagise

  • @prafullakakati8439
    @prafullakakati8439 2 роки тому +7

    Rana pagag Dekha palai Sur Sur lage . Junmoni ra policer manuh hoi seni napali kio ?

  • @khagenhazarika4079
    @khagenhazarika4079 2 роки тому

    Police শব্দ টো কেতিয়াবা শুনিব বহুত ভাল লাগে কিন্তু কেতিয়াবা আকৌ শুনিব মনে নাযায়।

  • @pranjaldas4049
    @pranjaldas4049 2 роки тому

    Good news 😊

  • @rphukon3331
    @rphukon3331 2 роки тому

    তাও বেছি হৈছিলে পালে মজা।

  • @burulinavideos
    @burulinavideos 2 роки тому

    অমিয় ভূঞাই নিশ্চয় কিবা ষড়যন্ত কৰিলে

  • @basudevjnyanjyoti3933
    @basudevjnyanjyoti3933 2 роки тому

    A moja