দেউতাই কি ৰান্ধিলে | NEXT FILM | Barsha Rani Bishaya| Bhaskar Boruah

Поділитися
Вставка

КОМЕНТАРІ • 650

  • @anjubezbaruah9999
    @anjubezbaruah9999 Рік тому +5

    জাপিখিনি এনেকৈ থোৱাত বেয়া লাগিল । বৰ আগ্ৰহেৰে ৰাইজে আপোনালোকক দিয়ে । তাতে অসমীয়াৰ স্বাভিমান । বেয়া নাপাব ,আমি আপোনালোকৰ ঘৰখন আমাৰ জাতিটোৰ প্ৰতিনিধি বুলিয়েই ভাবোঁ ।
    আপোনাৰ দেউতালৈ এটা অনুৰোধ 'আজলীনবৌ 'ৰ দৰে এখন পাৰিবাৰিক চিনেমা আমাক উপহাৰ দিয়ে যেন
    ।অসমৰ নতুন প্ৰজন্মই নতুন স্বাদ এটা পাব ।

  • @dhrubajittalukdar8782
    @dhrubajittalukdar8782 Рік тому +10

    অতি সুন্দৰ বা, আইতাই ইমান সুন্দৰকৈ গান গালে খুব ভাল লাগিল।আইতাই ভালে থাকক🙏 আৰু আপোনালোকলৈ বহুত মৰম থাকিল বা 😊😊♥️♥️

  • @purabiborah5604
    @purabiborah5604 Рік тому +6

    বহুত ভাল লাগিল...সদায় এনেদৰেই থাকক 💞 প্ৰিয় আপুনি সদায় প্ৰিয় হৈ থাকিব।সৎ কৰ্মৰাজিৰ দ্ধাৰা আগুৱাই যোৱা সুৰুৰ্যৰ দিশে ❣️😘😘

  • @jupitaradas150
    @jupitaradas150 Рік тому +10

    বিশেষকৈ আইতাৰ কথাখিনিয়ে মন চুই গ'ল, তেওঁ যে কৈছে বহুত সুখী, বহুত দেখিলোঁ, সঁচাকৈ বৰ ভাল লাগিল।❤️❤️

  • @dimpimahanta338
    @dimpimahanta338 Рік тому +6

    ভাল লাগিল বৰষা বা। তোমাৰ মা বৰ ধুনীয়া.. আইতালৈ সেৱা জনালো। সদায় এনেদৰেই থাকা, ভালে থাকা.. ফূৰ্তিত থাকা❤️❤️

  • @vandyavlogs
    @vandyavlogs Рік тому +8

    এখন সুন্দৰ,সুখী,মৰমিয়াল ও সম্পুৰ্ণ পৰিয়াল। এইবাৰ যাম আপোনালোকৰ ঘৰত পূজা চাবলৈ।

  • @manalishadas2421
    @manalishadas2421 Рік тому +7

    প্ৰিয় বা গৰাকী ❤ বহুত ভাল পাওঁ বৰষা বা তোমাক ❤❤😍😍😍😍

  • @MinakshiChowdhury-u1f
    @MinakshiChowdhury-u1f Місяць тому

    বৰষা ভিডিঅ টো ভাল লাগিল চাই।বিশেষকৈ ঘৰৰ সকলোৰে মাজত থকা মিলা-প্ৰতি খিনি।আইতাও বহুত ধুনীয়াহৈ আছে, তোমাকো অলপ আইতা নিচিনা লাগে

  • @jahnabibora9141
    @jahnabibora9141 Рік тому +3

    Wowww. Aaitar gaan tu pura monot ase...it depicts her love for koka❤

  • @chitrineeborah2241
    @chitrineeborah2241 Рік тому +1

    বহুত ভাল লাগিল চাই ।ধুনীয়া আইতা গৰাকীক ভগৱাণে ভালে ৰাখক 🙏🙏।দেউতাই ঠিকেই কৈছে আজি কালি ইমান. Tension গতিকে যৌৱনে আমনি কৰে ৰ দৰে চিনেমাহে লাগে ।তোমালেকৰ কথা বতৰা বিলাক শুনি ভাল লাগিল ।আইতাই ইমান ধুনীয়াকৈ গান গাইছে ।আশাৰে বাট চাই ৰলো দেউতাৰ নতুন চিনেমালৈ 🙏🙏❤❤

  • @mridusmita9950
    @mridusmita9950 Рік тому +5

    মা ইমান ধুনীয়াজনী এইটো বয়সতো , চালে চাই থাকিব মন যায়...ভালে থাকক সকলো

  • @therainbowgirlsantana2207
    @therainbowgirlsantana2207 Рік тому +11

    Your Daddy is cutest ❣️ he reminds me of my father.

  • @nabanitasaikia8749
    @nabanitasaikia8749 Рік тому +5

    প্ৰথমে আইতালৈ প্ৰনাম জনাইছো, এতিয়াও ইমান ধুনীয়া কৈ গীত টু গাইছে, সছাকৈ বহুত ভাল লাগিলে🙏🙏🙏 তেখেত কুশলে থাকক... দেউতাৰ নতুন চিনেমা খন যেন সোনকালেই শুভ মুক্তি পাই আৰু মাংস দেখি খাবলৈ হে মন গৈছে😊😊😊😊☺️☺️☺️

  • @borahrima36
    @borahrima36 Рік тому +4

    কিমান যে ভাল পাও তোমাক ভাষাৰে বুজাব নোৱাৰো লগ পাবৰ বাবে খুব বেছিয়েই ইচ্ছা আছে নাজানো আৰু আশাটো কেতিয়া সফল হব ভালে থাকা বা❤❤❤❤

  • @anupriyakb6163
    @anupriyakb6163 Рік тому +2

    আপোনাৰ পাপাৰ কথাবোৰ একেবাৰে সহজ সৰল দেই বৰ ভাল লাগিল ৷ নিভাঁজ অসমীয়াৰ দৰে তামোল পান এখন ভালকে মুখত লৈ কথাবোৰ কৈ থকাৰ দৰে যেন লাগিল ❤❤

  • @mitalikalita8696
    @mitalikalita8696 Рік тому +3

    বহুত ভাল লাগিল বা❤️❤️❤️
    তোমাৰ লগতে আমিও enjoy কৰিলোঁ😘😘😘

  • @srisuprabhatsaikia6522
    @srisuprabhatsaikia6522 Рік тому +3

    আইতাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ বা।।। আৰু সকলোকে সুখেৰে ৰাখক ভগৱানে।।।।

  • @chintusarma632
    @chintusarma632 Рік тому +1

    Baidow tumar simplicity bohut bhal lage ha...

  • @MinakshiChowdhury-u1f
    @MinakshiChowdhury-u1f Місяць тому

    বৰষা ভিডিঅ টো ভাল লাগিল চাই।বিশেষকৈ ঘৰৰ সকলোৰে মাজত থকা মিলা-প্ৰতি খিনি।আইতাও বহুত ধুনীয়াহৈ আছে, তোমাকো অলপ আইতা নিচিনা লাগে 1:14

  • @bonditaphukon921
    @bonditaphukon921 Рік тому +1

    Wah Barkha baa, tumi hasai bht bht lucky dei, tumr j aaita ase.. Moi bht miss karu aamr aaitak, so God bless you aaita, 🙏🙏🙏

  • @pinaki8100
    @pinaki8100 Рік тому +20

    আইতা ১০০ বছৰ জীয়াই থাকক তাৰেই নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা 🙏🙏 এনেকুৱা আইতা বোৰক ইমান মৰম লাগে বহুত মৰম আইতা তোমালৈ🥰

  • @pranatikalita7180
    @pranatikalita7180 Рік тому +1

    বৰ্ষা সচাকৈয়ে প্ৰাণৱন্ত ,বৰ মৰমলগা। এগৰাকী ভাল জীয়ৰী, পত্নী, নাতিনী। কৰ্মব্যস্ত জীৱনটো মৰম চেনেহৰ মাজেৰে সুন্দৰকৈ উপভোগ কৰা বৰষাৰ অভিনয়ে যেনেদৰে আমাক মুগ্ধ কৰে ঠিক তেনেকৈ সুন্দৰ জীৱনবোধ অতি প্ৰশংসনীয় ।

  • @swapnaburagohain4729
    @swapnaburagohain4729 Рік тому +3

    বৰষা বা তোমাৰ ভিডিঅ চাই বহুত ভাল পাওঁ। মই যৌৱনে আমনি কৰে চাবলৈ যাওঁতে ইমানেই ভিৰ মোৰ চেণ্ডেল এপাত বিচাৰি নাপালোঁ। আজিও সেই দিনটোৰ কথা মনত পৰে। তিনিচুকীয়াৰ পৰা মৰম দিলো।

  • @pranjitparasar_Explorer
    @pranjitparasar_Explorer Рік тому +10

    You are very blessed to have your elders in your life. May almighty bless you all.

  • @niajulalam6622
    @niajulalam6622 Рік тому +4

    Baa...I am a big fan of yours...your videos are so soothing...full of life😍😘

  • @saneswaridaimary8394
    @saneswaridaimary8394 Рік тому +7

    Hey ba,as a science stdnt,I dn't gv mch time to Assamese n English sub bt there is a chapter in our class 12 Assamese book where ur father's (our uncles)film was mentioned Ba❤️ which was released in 1998 n our sir told us that "যৌৱনে আমনি কৰে"is ur first film n sir also says how thiz film makes the Assamese film industry brighter 💚 n u ar my bst Ma'am's bst Assamese actress ba 🌷🌼🦋n also mine.love u30000ba🌸🍂❤️

  • @Barokhamoran
    @Barokhamoran Рік тому +4

    প্ৰিয় বা জনী লগতে আপোনালোকৰ ঘৰৰ প্ৰতিজন সদস্য, মৰম চেনেহেৰে বন্ধা ঘৰখন চাই খুব লাগে🥰তাতোতকৈ বেছি ভাল লাগে আপোনাৰ হাতেৰে টাইপিং কৰি মৰমমেৰে পঠিওৱা ৰিপ্লাইখিনি🥰🤗ভালে থাকক বা। বহুত মৰম দিলো ডুমডুমাৰ পৰা🥰😘

  • @kangkanakardong3515
    @kangkanakardong3515 Рік тому

    wau bhal lgese..❤️ jouboney amoni kore aahebo akou ..baa apunj thkibo dei actingt..mur fav.t 😍😘😘😘

  • @chandanakalita494
    @chandanakalita494 Рік тому +3

    Love you baa ❤❤
    তোমাক বহুত ভাল লাগে বা ❤❤❤😘😘😘😘

  • @parishmitaparashar2122
    @parishmitaparashar2122 Рік тому

    বহুত ধুনীয়া লাগিল ভিডিও টো বৰষা বা। অতি সুন্দৰ। ❤❤❤🙏🙏🙏

  • @Krishnadas-jw1fp
    @Krishnadas-jw1fp Рік тому +1

    U r a gem of Assam... proud of u all the time ba

  • @purabidas2725
    @purabidas2725 Рік тому

    Bhut vl lagl vdo to sai. Parele hodai deba volg. I love you baa. Love form boko.

  • @jatinborsaikiaofficial842
    @jatinborsaikiaofficial842 Рік тому +1

    এই যে মাটিৰ মানুহ মাটিৰ ছবি যি কলে বহুত ভাল লাগিল আশা কৰোঁ বহুত ভাল পৰিকল্পনা কৰিয়ে আপুনি যৌৱনে আমনি কৰে দ্বিতীয় খণ্ড বনাব আৰু ছবি খনত আগৰ গাওঁৰ মিঠা লগা মন চুই যোৱা দৃশ্য বোৰ আকৌ পৰোক্ষ ভাবে লগ পাবলৈ আশাৰে বাত চাই ৰইছোঁ।❤️❤️❤️❤️

  • @pallabikonwar5656
    @pallabikonwar5656 Рік тому

    love you baa ❤️❤️❤️bohut val lagil sai ru vindeu aru apuni hodai vale thakok.

  • @MinakshiChowdhury-u1f
    @MinakshiChowdhury-u1f Місяць тому

    বৰষা ভিডিঅ টো ভাল লাগিল ।বিশেষকৈ ঘৰৰ সকলোৰে মাজত থকা মিলা প্ৰীতি খিনি।আইতা বৰ ধুনীয়া হৈ আছে।তোমাকো আইতাৰ নিচিনা অলপ লাগিল

  • @nabuariparismita2725
    @nabuariparismita2725 Рік тому +1

    Aiyoo dehi aita joni...xodai enekoi sustho aru hahi thakok .❤️

  • @surujdas2966
    @surujdas2966 Рік тому

    তোমাক আৰু তোমাৰ পৰিয়ালটোক ভগবানে সদায় ভালে ৰাখক।বা তোমাক বহুত ভাল পাওঁ!!তোমাৰ video চাই বহুত ভাল লাগে ।তোমাৰ সকলো দিশে সুন্দৰতকৈ সুন্দৰ!!

  • @augustyaxom23
    @augustyaxom23 Рік тому

    বৰ ভাল লাগিল ভিডিঅ'টো চাই 👌❤️... বহুত বহুত মৰম ❤️

  • @kamalsarmah1831
    @kamalsarmah1831 Рік тому +1

    Dhuniya lagisa baa vlog to sai💜 lots of love.. Love from sipajhar ❤️

  • @ranibaruah8358
    @ranibaruah8358 Рік тому +2

    Spellbound blog,🙏🙏 to your aita..god bless her

  • @anjudutta4109
    @anjudutta4109 Рік тому +2

    বৰ ভাল লাগিল ভল্গটো চাই। তোমাৰ আইটালৈ সেৱা জনালোঁ। গানটো শুনি বৰ ভাল লাগিল। কুশলে ৰাখক । দেউতাৰ কথাবোৰ শুনি বহুত ভাল লাগিল। লগতে মা বহুত ভাল লাগিল।

  • @semimasiddiqua3031
    @semimasiddiqua3031 Рік тому

    Birat dhunia hoise ai vlog tu,aaita r gaan huni sokur pani ulaise, eman je morom loga aaita joni,Allah a vale rakhok teuk

  • @pinkivlog4099
    @pinkivlog4099 Рік тому +6

    Bohut dhuniya lagile video2 sai baa ❤️❤️❤️❣️❣️❣️ bohut vl paw 2mk .., mur falor pora bohut morom 2mar lgte 2mar family2loi 😘😘😘

  • @karobislifestyle9746
    @karobislifestyle9746 Рік тому +2

    Tumak bohut vl lage ba love u so much😍😍😍

  • @krishtidrishti7725
    @krishtidrishti7725 Рік тому +5

    Best episode of all ur blogs..every spice blended into a very sweet content..

  • @PinkumaniChoudhury111
    @PinkumaniChoudhury111 Рік тому

    খুব সুন্দৰ,ভাল লাগিছে, দেউতা মাৰ অতি মৰমৰ আদৰুৱা ছোৱালী, ❤️

  • @kakoliborah7784
    @kakoliborah7784 Рік тому +1

    Love u borsha ba from jorhat❤❤

  • @jyotidutta5513
    @jyotidutta5513 Рік тому +3

    Love from Sivasagar 🥰❤️

  • @dharitriphukan2507
    @dharitriphukan2507 Рік тому

    Bor val lagil..... lots of love to both of you and your lovely family ❤️❤️❤️❤️🙏🥰🙏

  • @sunmoni3509
    @sunmoni3509 Рік тому +1

    Bhut dinr past apunr video salu val lagil baa love from majuli 🥰😘😍

  • @rashmibora6160
    @rashmibora6160 Рік тому +2

    I love you ba❤️❤️❤️❤️❤️❤️❤️ bht val lagel roi thaku jana

  • @jimideka8924
    @jimideka8924 Рік тому

    Bht mrm B.rani baa😘❤️

  • @jyotsnagogoi9917
    @jyotsnagogoi9917 Рік тому

    Bhht bht bhl lagil recipe 😋 tu sai love you mem

  • @mainumayuri.2223
    @mainumayuri.2223 Рік тому

    Eimn dhuniya fmly mon muhi goise vdo sai eneo barakha maa mor atikoi aapun aaru mor bahut priyo all family sukhi houk .

  • @mridusmritabasumatarynath8954

    Baa..apunak aru apunar whole family k sai bohut bhal lage..imaan mila prety ajir dinot khubei kom.. apunalukar aitar protiyu imaan morom dekhi abegik hoi golu..enekoi bhale thakok..love you

  • @tinkuray7859
    @tinkuray7859 Рік тому

    অ বাইদেউ আপোনাক অকল মবাইলত টিভিত দেখো ,, আৰু যে কেতিয়া লগ পাম কাষতে ,,, আপোনাক বঙাইগাওঁৰ পৰা বহুত মৰম যাচিলো 😍😍😍

  • @aarhi3696
    @aarhi3696 Рік тому

    Baa ...apunar video bur saboloi roi thaku ....khub bhal lage video bur ...hodai anekoi agbarhi jauk .God bless you

  • @Foodie550
    @Foodie550 Рік тому

    Aita joni bohut dhuniya...soku pani ulai gol♥️🥰

  • @sushmitadey6234
    @sushmitadey6234 Рік тому +1

    The best vlog till date ❤️

  • @RakeshBorochannelChoreographer

    Yuummyyyy❣️ Uncle e bonuwa aru eta popular dish ase... Birrrat besi testy... Matimahor logot khahi mangkho... Ajio test pahoribo pora nai.... Just 👌👌👌👌👌👌❣️❣️❣️❣️❣️❣️

  • @meenakshitumungpi4504
    @meenakshitumungpi4504 Рік тому

    More more love to your family pehi….bohut besi morom….hodai anakoi thakiba❤

  • @leenasdailylifestylevideo3959

    Mur xudai favorite😍😍😍

  • @sahilahmed1967
    @sahilahmed1967 Рік тому +1

    Anyways apunar maa joni birat a morom lgise ..❤️ love you aunty

  • @gyandeepnath3600
    @gyandeepnath3600 Рік тому +1

    Cinema khn sabole roi thakilu🥰🥰❤️❤️

  • @borakhanath8776
    @borakhanath8776 Рік тому

    আইতাৰ সোনকালেই ভাল হৈ উঠে যেন । লাভ ইউ বষা । বহুত বহুত ভাল পাও ।

  • @simantachangmai9625
    @simantachangmai9625 Рік тому +2

    Joubone amoni kore part2 babe wait korim❤️❤️❤️

  • @barashavlogs4680
    @barashavlogs4680 Рік тому +1

    Bht vl lge ba apunr video bor. Lv u ba

  • @queenmonisarma5357
    @queenmonisarma5357 Рік тому

    Ooo baa tumi eneke happy thaka... Love you 💞💞💞

  • @ruma_s
    @ruma_s Рік тому

    Bohut val lagil sai 🥰🥰🥰

  • @manoj1908
    @manoj1908 Рік тому

    ভাল লাগিল,,আইতাৰ গীত শুনি, আৰু মাংসৰ ৰেচিপী চায়, Nice

  • @sanjumonisenapati6764
    @sanjumonisenapati6764 Рік тому

    সুব সুন্দৰ ভাল লগা এটা episode বৰ ভাল লাগিল বা । আমালৈ এনেকৈ আৰু ভাল লগা videoবোৰ দিব বুলি আশা কৰিলো ।🙏

  • @dalimikalita5794
    @dalimikalita5794 Рік тому

    Cinema khon Sai khub val lgisil...aakha koru nxt part ati xunkale ahibo ❤️❤️ Lots of love

  • @gauliadhemalire
    @gauliadhemalire Рік тому

    Love you বৰষা বা তোমাৰ অভিনয় বোৰ বৰ ভাল পাওঁ । Rangia ৰ পৰা বহুত বহুত মৰম 💖💖💖

  • @supritisharma1459
    @supritisharma1459 Рік тому

    Bohut val lagil vlog2 sai..ata testy recipe logote eman dhuniya kotha bur hunibo palu.aru aaitak dekhi mur nijor aaita le monot pori gl..aaita thoka ghr akhon hodai dhuniya hoi thake.aru tumar maa hosa bht dhuniya o..tumi haikrna dhuniya eman 😘

  • @drmayuribaruah5289
    @drmayuribaruah5289 Рік тому

    Sunday dintut new new videos bor dhunia lge baa , Val ke xomoy loi sabo pari ❤️❤️

  • @Waltazarbobaltazar
    @Waltazarbobaltazar Рік тому +1

    Protect that heart of yours. Stay blessed 💖

  • @parishmitassupervlog2340
    @parishmitassupervlog2340 Рік тому +6

    Apuni emn popular heroin hoiyo emn normally thake.... khub vl lage ba apunk.....n your family also.... 💐

  • @purnalatadas5546
    @purnalatadas5546 Рік тому

    Val lagil ma ,Dauta ,aita pehi xkoloke dekhi..aita xustho hok xnkal ..takei kamona korilu..😍😍

  • @mixureindia7720
    @mixureindia7720 Рік тому +4

    Love ❤️ you baa from Hojai.

  • @AbdulRahman-fw5qx
    @AbdulRahman-fw5qx Рік тому +1

    বৰ্ষা বা তোমালোকৰ ঘৰৰ পৰিবেশটো বৰ ভাল লাগে। তোমাৰ মা‌ ইমান ধুনীয়া এতিয়াও ইমান ধুনীয়া হৈ আছে।

  • @beautirb7931
    @beautirb7931 Рік тому

    Aponar vdo sai bohut Val paw baa...

  • @luhitkoch9279
    @luhitkoch9279 Рік тому +2

    Happy family ❤️❤️🔥. সদাই ভিডিও দিবলৈ চেষ্টা কৰিব চোন বা।

  • @parismitakalita8081
    @parismitakalita8081 Рік тому

    ভিডিও টো চাই খুউৱ ভাল লাগিল বা । আইতাৰ কথা খিনি মন চুই গ'ল বা । আইতাই যে কলে মোৰ জিৱন সাৰ্থক এইটো বয়সত এনেকৈ কব পৰা টো বহুত ডাঙৰ কথা ন বা । এই কথাটো সম্ভৱ হৈছে আপোনালোকৰ মৰম আদৰৰ বাবে । আপোনালোকৰ পৰিয়ালটো সদাই যাতে এনেদৰে থাকে। আপোনাৰ ভিডিওৰ পৰা সদাই নতুন নতুন কথা শিকিব পাওঁ আজিও বহুত কিবা কিবি শিকিলো বা । হাজোৰ পৰা মৰম যাচিলো বা❤️❤️❤️

  • @Man60433
    @Man60433 Рік тому

    7 days agt a vdo dsla,, tar pst hodai Sai asu vdo kio dia nii,,, but aji vdo sai bhttt happy,,,, love u forever,,,, bht bht morom

  • @aristasvlog
    @aristasvlog Рік тому

    Eman bhal lagile sai🥰🥰🥰aita eman morom loga ❤️❤️❤️Apunar nisina dekhibole Eman dhunia😍

  • @leelabaishya2603
    @leelabaishya2603 Рік тому +1

    বহুত ভাল লাগিল ❤️❤️❤️😘

  • @debajithazarika1572
    @debajithazarika1572 Рік тому

    বহুত ধুনীয়া বা

  • @dipikamalakar9809
    @dipikamalakar9809 Рік тому

    Bht bhal lge aponar video sai.. Roi e thako

  • @kabitapegu2444
    @kabitapegu2444 Рік тому

    বহুত ভাল লাগিছে বা

  • @nibaditagoswami3129
    @nibaditagoswami3129 Рік тому +1

    Nice vedio ..aita kintu dhunia gan gai se dei .. bhale thakok.. recipe tu bonabo lagbo..khaboloi mon goise.

  • @rahulborthakur9831
    @rahulborthakur9831 Рік тому

    Val lagise khurak dekhi... 🥰🥰🥰Baa

  • @jyotsnaroy6941
    @jyotsnaroy6941 Рік тому

    Ba apuni hosake bohut Lucky eman hundor family apunar🥰🥰

  • @jamunamili4744
    @jamunamili4744 Рік тому +2

    Beautiful baa ♥️💜💜💙

  • @SibanisAssameseMixture
    @SibanisAssameseMixture Рік тому +1

    Bohut Val lagil dei vlog tu sai.Happy family ♥️

  • @mamanibegum1257
    @mamanibegum1257 Рік тому

    Video 2 sai bhut val lagil

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Рік тому +1

    আইতা মা আপুনি সদায় ভালে কুশলে থাকক 🙏🙏❤️❤️❤️❤️♥️♥️😘😘😘😘

  • @simrandas2877
    @simrandas2877 Рік тому +3

    Bohut bhal lagil vlog tu sai. Love from kharghuli 💗 dher morom tumaloi 💗

  • @rimonjumon3018
    @rimonjumon3018 Рік тому +2

    Love from Dibrugarh

  • @ArjunKumar-rr4ll
    @ArjunKumar-rr4ll Рік тому

    Love you baa.from jorhat

  • @risaporimixassamese3044
    @risaporimixassamese3044 Рік тому +1

    Val lagil dei baa.. Love from Lakhimpur ❤❤