#Nuwaru

Поділитися
Вставка
  • Опубліковано 12 сер 2020
  • "Nuwaru" is an Assamese poem from Kuhipath.
    Poet: Md. Suleiman Khan(ম: চোলেইমান খাঁ)
    Recited by Nyasha Dutta
    Videography by Nayandeep Kalita ( / @hepahcanvas1945 )
    নোৱাৰোঁ
    "নোৱাৰোঁ " কথাটি হেৰা বেয়া কথা বৰ
    কদাপি নহয় সিটো কথা মানুহৰ।
    এলেহুৱা যিটো হয়
    নোৱাৰোঁ সিটোৱে কয়,
    তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা
    এলেহুৱা হৈ কিয় জীৱন ধৰিবা?
    ভাল নাম পাবলৈ যদি কৰা মন,
    তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন।
    দহজনে পাৰে যিটো
    তুমিও পাৰিবা সিটো,
    হেন জানি পাব কৰি প্ৰাণটাকি কৰা,
    একেবাৰে নোৱাৰিলে এশবাৰে কৰা।
    Copyright infringement not intended.
    We do not own copyrights to the video clips used
    #Nuwaru #Kuhipath #AssamesePoem #NyashaDutta
    Please like! share! subscribe!
  • Розваги

КОМЕНТАРІ • 70