সাগৰ দেখিছা(Sagor Dekhisa)

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 36

  • @everydayinfo874
    @everydayinfo874 16 днів тому

    ইমান ধুনীয়া আবৃত্তি পুৰুষ কণ্ঠত প্ৰায় কমেই শুনোঁ, আপোনালৈ এটা অনুৰোধ হেম বৰুৱা দেৱৰ "এখন চিঠি" টো ও আবৃত্তি কৰে যেন।

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +6

    কবি দেৱকান্ত বৰুৱাৰ "সাগৰ দেখিছা"এটি চিৰসেউজ কবিতা।কবিতাৰ চিত্ৰ কল্পবোৰৰ মাজেৰে ,কবিতাৰ জনচেতনাক কবিয়ে অন্তৰ্মূললৈ নিবলৈ সক্ষম হৈছিল। আপোনাৰ কবিতাটিৰ সুপঠনে মনক বিমল আনন্দ দিলে।ন-পুৰণি কবিৰ কবিতা আবৃত্তি পুনৰ শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @JayantaBharali-p8g
    @JayantaBharali-p8g 11 місяців тому +2

    Dhuniya lagise dada, aponar matto bordhuniya,

  • @koustavkashyap
    @koustavkashyap 8 місяців тому +2

    🙏সুন্দৰ

  • @jaduprosadgoswami5121
    @jaduprosadgoswami5121 5 років тому +6

    আবৃত্তি শুনি খুবেই ভাল লাগিল ।সাহিত্যৰ এই ক্ৰমহ্ৰাসমান ধাৰাটো জীয়াই ৰাখিবলৈ প্ৰয়াস কৰি আগেয়েও সফল হোৱা আবৃতিকাৰলৈ আন্তৰিক ধন্যবাদ জনালো ,

  • @dhirendeka04
    @dhirendeka04 Рік тому +2

    সুন্দৰ আবৃত্তি । আপ্লুত হৈ গৈছোঁ চেতিয়াদেউ । পিছে বাসনাৰ লক্ষ ঢৌ "লক্ষ্য" উচ্চাৰণ হ'ল ।

    • @sukumarchetia5806
      @sukumarchetia5806  8 місяців тому

      উচ্ছাৰণৰ ভুলটো আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ🙏

  • @_XUNYO_
    @_XUNYO_ Місяць тому

    Thank you for the poem 🙏

  • @ratanmonisaikia9239
    @ratanmonisaikia9239 3 роки тому +3

    Rare&exceptional recitation, romanticism, clarity of expression & thoughts awaken the conscience,heart & soul,so soothing artistic flavour, well- done, Sukumar da.

  • @minaborahvlogs6348
    @minaborahvlogs6348 2 роки тому +3

    অতি সুন্দৰ আবৃত্তি 😍👍নতুন বন্ধু 🤝

  • @RinkuPatra993
    @RinkuPatra993 2 місяці тому

    খুব সুন্দর 🙏

  • @AASSAM
    @AASSAM 4 роки тому +2

    বৰ সুন্দৰ আবৃত্তি সুকুমাৰ দা 💙

  • @Promothify
    @Promothify 5 років тому +3

    বৰ ভাল লাগিল চেতিয়াদেৱ 👌

  • @AyaanPuran
    @AyaanPuran 5 років тому +4

    #KirtimaanOfficial
    Apunar abriti khub val.😍😍

  • @parimugdhasaikia9736
    @parimugdhasaikia9736 2 роки тому +3

    Bohut dhuniya hoise abriti ❤️. Background Music tu kot pam jonabo paribo niki.

  • @himadrideka1963
    @himadrideka1963 2 роки тому +2

    অতি সুন্দৰ 🙏

  • @barbiboruah689
    @barbiboruah689 Рік тому +1

    অতি সুন্দৰ আবৃত্তি

  • @xobdoxomoy6777
    @xobdoxomoy6777 3 роки тому +2

    বৰ ভাল লাগিল।

  • @shanpoddar921
    @shanpoddar921 Рік тому +2

    Best

  • @deepikakonwar4390
    @deepikakonwar4390 5 років тому +3

    সুন্দৰ আবৃত্তি।

  • @deepdekamix5180
    @deepdekamix5180 Рік тому +2

    বহুত ভাল লাগিল..frnd হলো আপোনাৰ আবৃতিকাৰ ডাঙৰীয়া.. মোৰো অলপ আছে পাৰিলে এবাৰ চাব ভুলবোৰ দেখাই দিব।

  • @chatrajitparasar3092
    @chatrajitparasar3092 Рік тому +3

    100,%

  • @manasbaishya7526
    @manasbaishya7526 3 роки тому +2

    Abritito suni bhal lagil
    Assamia Dakar ukti kobitatoo kori diba soon

  • @ranjanabhattacharjee7583
    @ranjanabhattacharjee7583 2 роки тому +2

    Osadharon osadharon 🙏🙏

  • @parthasaikia9891
    @parthasaikia9891 3 роки тому +2

    ❤️❤️❤️

  • @gogoinirmal565
    @gogoinirmal565 5 років тому +3

    Vall lagell Sir

  • @gyandeeptamuli6645
    @gyandeeptamuli6645 5 років тому +3

    ভাল লাগিল

  • @bikashbaruah2911
    @bikashbaruah2911 4 роки тому +2

    good try

  • @muktochondo9092
    @muktochondo9092 4 роки тому +1

    আপোনাৰ আবৃত্তি শুনিলো। ভাল লাগিল। এইটো চেনেলত এইটো কবিতা মইও আবৃত্তি কৰিছো। এবাৰ শুনিবছোন। আপোনাৰ পৰা আৰু আবৃত্তি শুনিবলৈ পাম বুলি আশা ।

  • @pinkimili5459
    @pinkimili5459 2 роки тому +1

    ❤️❤️❤️