'ক'লে কথা লাগে লেঠা', সময়ৰ গান।কথা/ সুৰ/ কন্ঠ- ৰক্তিম)সংগীত:।। Yaan Baruah

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • 'ক'লে কথা লাগে লেঠা', সময়ৰ গান।
    (কথা/ সুৰ/ কন্ঠ- ৰক্তিম)
    সংগীত: Yaan Baruah
    শুনিব, জনাব...
    (গীতটিৰ কথা আৰু কৰ্ডসমুহ তলত দিয়া হৈছে।)
    Am
    ( ক'লে কথা লাগে লেঠা
    F major7/ Am
    দিলে বাধা হবি আধা ) x 2
    C G
    সময় আচহুৱা বন্ধু
    Am Em
    ভোকাতুৰ দুখীয়াই কিডনী বেচে
    Am G
    ৰজাই 'Central Vista'ৰ সপোন দেখে
    Am Em
    Vaccine, চাউলৰ নাটনী হ'লেওঁ
    Am G
    ঘৰে ঘৰে মদৰ চালান চলে
    G Am
    সময় আচহুৱা বন্ধু
    Part-2
    Am
    (ৰাতি গুলী ফুটে থাপ- থুপ
    Fmaj7/ Am
    অপৰাধী মৰে ধাপ- ধুপ) x 2
    c
    অ' নেতা , অ' নেতা
    Em Am
    তোমালোকৰ কাহিনীও কোৱা
    C
    বগা চোলাত কিমান দাগ x2
    Em Am
    চকু মেলি এবাৰ চোৱা
    C G
    সময় আচহুৱা বন্ধু
    ক'লে কথা লাগে লেঠা
    দুচকু মুদী শুই যোৱা
    মাতিলেই 'দেশদ্রোহী'ৰ মুকুট
    তোষামোদৰ ৰাজনীতি কৰা (chords Same as beginning)
    ( Part-3)
    Am G
    Express-Highway, Swiss Bank ৰ কথা
    G Am
    Smart City, Economy (trillion), GDP সাধু কথা
    Am G
    বাস্তু, পূজা, নদী নমনৰ আগমন
    G Am
    ৰসাতললৈ বিজ্ঞানৰ গমন
    সময় আচহুৱা বন্ধু
    ক'লে কথা লাগে লেঠা
    দিলে বাধা হবি আধা …..সময় আচহুৱা বন্ধু...x3

КОМЕНТАРІ •