কিনো কম ! ক'বলৈ ভাষা নাই ।এতিয়া মোৰ music list ৰ অধিকাংশই অসমীয়া গান । ধন্যবাদ থাকিল অসমীয়া সংগীত জগতক জীয়াই তোলাৰ কাৰনে ।তোমাৰ গোটেইকেইটা গান শুনা শেষ কৰিলো । মাথো এইটোৱেই বাকী আছিল ❤❤❤
KLANTO XOMOI has just become like sleeping tablet for me and my mom.Before sleeping we regularly listen to your song.What a soothing voice and fabulous lyrics.Fly higher and higher.Lots of love and best wishes...
O my god ... Whtsapp status t kunubai ai gan tu olp lgysil . UA-cam khusori plu tumak ...ufff kbo vakha ni mne ....heart touching .. uffff voice tmr ......aru gaan khunibo pm bli akha thkil
Uffff hosakoye gaan tuuu bht......besi Val lagise moi 1st time hunisu Aji ! Moi atia loike 78 bar hunisu mane......hepah polua nai.......I jst love this song aji papa le hosakoye bohut......bsi monot porise ohhh😭
Geet tu a mon sui goise..eman dhuniya kotha bur prakakh korise...aru voice tuk ki mon kei din r pora akerahe huni asu rati jetiya har pai jau teiya hunu emanei mur hridoi vahi goise gaan tu a....thanq bro BHASKAR OPSWEL AND YOUR ALL TEAM🙏🙏🙏
Ki kom aku likhibo ভাষা nay 🔥🔥🔥🔥🔥🔥ufff...emn Dhunia geet...geetor ortho je just waaw 😍😍😍😍😍 favourite always💓💓💓💓💓 aguwai jauk.....😘😘😘😘😘😘amak ankuwa geet hodae lage🔥🔥🔥🔥
❤️❤️❤️Fidaa❤️❤️❤️ Hridoi sui juwa geet ati hunili tumar huriya konthot.... Aakha korisu aru jate anekuwa geet agoloi gai juwa.. love you bro.. keep it up
Your voice is very sweet and clear. This song is really touch my heart ❤️❤️ and the lyrics is awesome 😍😍. It's a revolution in Assamese music industry. Keep it up bro👍🥰
Thank you so much everyone for your love and support ❤️❤️❤️
Love you all😘😘😘
Ki gua oooo 2mi...hosai ki kom vakha nai..
Any time Jen huni e thakim huni e thakim ki voice ki xobdo ufff .wow amazing song ❤️😍
Youtubot aponaak bahu dinar paraa bichari achilu, aro aji paai golo, lagate aponar anuraagiu hai golo
Plz provide your contact for live bihu programe
@@hirakjyotikalita9932 +918486829953
বিশাল শব্দৰ গৰাকী। এনেকুৱা গীতবোৰক অসমীয়া গান বুলি গৌৰৱে কব পাৰিম। কন্ঠ কথা নো কি কম. . . গান কম শুনু কিন্তু এনেকুৱা গান হাজাৰ বাৰ শুনু।
💚💚💚
ua-cam.com/video/n_g8vhALpw0/v-deo.html
Nikita Teronpi
Hosai wordless 🙂
Thik koise dada
0:52 হৃদয় চুই গৈছে এইটো লাইন এ । তোমাৰ কণ্ঠ একেবাৰে সুকীয়া, নতুনত্ব বিচাৰি পাইছোঁ ইমান বোৰ গায়কৰ মাজত, ধুনীয়া গাইচা ♥️👍👏
Thnq💚💚💚💚
ua-cam.com/video/n_g8vhALpw0/v-deo.html
Xosa deiii
অসমীয়া গানৰ ভাল দিন আহিছে। অসমীয়া গানৰ মা বেহেন কৰা বহুত গায়ক আৰু লিখকৰ তুলনাত এওঁলোক বহুত গুনে ওপৰত ❤️❤️ অসমীয়া গান শুনা বাদ দিছিলোঁ কিন্তু এতিয়া আকৌ শুনিব লৈছোঁ এওঁলোকৰ বাবে। বহুত ধন্যবাদ
Sannidhya,sankuraj, bhaskar, tonmoy r hat t ase axomia gan. baki gal anei.
Hoi o Akhmiya gan ako khunib vl lga hoise nhle hindi gane apun hoi goisil bhut
Ak dam vl khatha koisa baaa
Thik koisa
Mur mnr Kotha kole
গানটোৰ মাজত নিজকে বিছাৰি পালো... খুব ভাগৰ লাগিছে 😭😭..অলপ জিৰনি লওঁ... মোৰ ভগ্ন হৃদয়💔💔
Lots of love bro...keep it up...👍👍
তোমাৰ কণ্ঠ আৰু গানৰ ভাষা অসমৰ বহু গায়কতকৈ ওপৰত।।।বহুত ভাল লাগিল গানটো।।
ধন্যবাদ বন্ধু
Tumar video salu asorit......POA nasilu.....tumar bhakha and pronounciation val......bohut bohut val......tumar no tu dibasun
তুমি আমাৰ মাজলৈ ওলাই অহা ভাই সঁচাই ভাল গোৱা 2মই বহুত ভাল গোৱা
Akdm right
উফ! এয়াই যেন অসমীয়া সংগীতৰ নৱপ্ৰভাত হওঁক। ❤️❤️❤️
🥺🥺🥺thnq
Tumr ujjalll vobishyot kamona korilu..😊🤘🏻❤
ua-cam.com/video/n_g8vhALpw0/v-deo.html
ভাগৰুৱা দেহা মন ক্লান্ত কঠিন সময়ত এনেকুৱা গীতে মানুহৰ জীৱনত জীয়াই থকাৰ অনুপ্ৰেৰণা, সাহস , আশা দিয়ে । বহু বহু শুভেচ্ছা থাকিল সুন্দৰ গীতটো সৃষ্টি কৰা বাবে ।
এতিয়ালৈ ১০০০ বাৰ মান শুনিলোঁ আৰু প্ৰতি বাৰেই সেই একেই আমেজ its just awesome ❤
কিনো কম ! ক'বলৈ ভাষা নাই ।এতিয়া মোৰ music list ৰ অধিকাংশই অসমীয়া গান । ধন্যবাদ থাকিল অসমীয়া সংগীত জগতক জীয়াই তোলাৰ কাৰনে ।তোমাৰ গোটেইকেইটা গান শুনা শেষ কৰিলো । মাথো এইটোৱেই বাকী আছিল ❤❤❤
হৃদয়স্পৰ্শ কৰি গৈছে গীতটিয়ে।।তোমাৰ কণ্ঠত জুবিন দাৰ "আঁতৰি আতঁৰি" গীতটি শুনিবলৈ বহুত মন আছে। বাট চাই ৰ'ম দাদা ।।।।
মই শতাব্দী।।
Try krim dyaaa
BHASKAR OPSWEL umm💖💖...
ua-cam.com/video/n_g8vhALpw0/v-deo.html
Nikita Teronpi
Mor bor mon goise gann to
সচাকৈয়ে হৃদয় চুই গৈছে গীতটিয়ে।হৃদয়ঙ্গম হৈছে গীতটিৰ প্রতিটো শব্দ,প্রতিটো ধ্বনি।আগুরাই যাওক আপুনি।
মই repeat কৰি 10 বাৰ মান শুনিলোঁ একেৰাহে,শুনিয়েই থাকিম........ শুনিয়েই থাকিম যেন। waw ৱাও, কি লিৰিক👌👌👌
আৰু voice👌👌👌👌👌
Thnq 😊♥️💚 💚
ua-cam.com/video/n_g8vhALpw0/v-deo.html
কিয়নো আহে জীৱনত ধুমুহা.. কৰি ধ্বংসলীলাৰ আখৰা... felt it❤
এবছৰ আগৰ গীত এটি, যিটো গীত নেকি শুনাই নাছিলোঁ। কিন্তু whatsapp ৰ status ত চাই চাই আজি থিৰাং কৰিছিলোঁ যে মুখ্য গীত টি যেনেকৈ নহওঁক বিচাৰি উলিয়াম। সঁচাকৈ বহুত বেছি লাগিল শুনি গীত টো। ধন্যবাদ ভাস্কৰ দা, এনেকৈয়ে গীত বোৰ উপহাৰ দি যোৱা👍👍❤️❤️
এই গীতটি 1M পাৰ হব লাগে ।
Really Great Lyrics ..
Hosa eman dhuniya geet
Par hol 1M
Unlimited jabo lage.
done already ❤️✅
Kiya
সুন্দৰ গাইছা...গীতৰ কথাবোৰ হৃদয় চুই গৈছে...এনেকুৱা গানৰ খুব প্ৰয়োজন...ক্ষন্তেকীয়া জনপ্ৰিয়তাৰ বাবে যিকোনো গান নাগাবা..চিৰসেউজীয়া হওক তোমাৰ গান..
Its a revolution in Assamese music industry...
KLANTO XOMOI has just become like sleeping tablet for me and my mom.Before sleeping we regularly listen to your song.What a soothing voice and fabulous lyrics.Fly higher and higher.Lots of love and best wishes...
উফ্ সঁচাকৈ....বহুত বহুত বহুত সুন্দৰ ❤️❣️❤️
মানে শব্দহীন মই ❤️❣️❤️
গানটো শুনাৰ লগে লগে গাৰ নোম শিয়ঁৰি উঠে ❤️
0:52 ❤️❣️❤️
ভাস্কৰ তুমি অসমীয়া জগতৰ গানৰ পৃথিৱী খনৰ জ্বলি উঠা এগছি চাকি।
Moi Gaan xuni pagol hoi goisu😍😍কি শব্দ কি ভাষাৰ প্ৰয়োভৰ 😍😍ভাল লাগিল❤গানটো শুনিলে সকলো পাহৰি যাও ❤
এনেকুৱা voice এটা মোৰ থকা হয় 😊😊😊...
Bohut val lagil...bro keep it up
❤️
Moja
Nice
😥😥😭😭😭
Nice
O my god ...
Whtsapp status t kunubai ai gan tu olp lgysil . UA-cam khusori plu tumak ...ufff kbo vakha ni mne ....heart touching .. uffff voice tmr ......aru gaan khunibo pm bli akha thkil
ভাস্কৰ দা আপোনাৰ সংগীত ত যেন যাদু আছে।। যিমান শুনিলেও যেন হেঁপাহ নপলায়। সচাকৈয়ে হৃদয় চুই গৈছে গীতটি শুনি মনৰ সকলো অশান্তি দূৰ হৈ যায়।।। আপুনি এনেদৰেই আগুৱাই যাওঁক ❤❤❤❤❤❤❤🌸🌸🌸🌸🌼🌼🌼
ইমান সুন্দৰ কথা আৰু সুৰ , হৃদয় স্পৰ্শ কৰি গল , গান তোৰ কথা বোৰ বহুত বহুত সুন্দৰ, ""ক্লান্ত সময় উন্মুক্ত বতাহ ৰুগ্ন হৃদয় ৰাঙলী আকাশ"" lyrics লিখোঁতা জনক শুভেচ্ছা থাকিল ।আমি আপোনালোকৰ পৰা আশাবাদী ।
অসমৰ সচতীয়া জনপ্ৰিয়তাৰে জীয়াই থকা গায়ক কেইটাতকৈ তোমাৰ কণ্ঠ সচাঁকৈ বহুত ওপৰত।আৰু গীতটিৰ ভাষা বহুত সুন্দৰ ।এনেকৈ আগুৱাই যোৱা তাৰে শুভকামনা থাকিল।
Never heard such clear soothing assamese voice except jubeen garg in my life💓keep it up boy
Thnxx
Do listen to Sannidhya Bhuyan's Murchona .Its a great piece of work
@@BHASKAROPSWEL Great job Bro. But work on your musical production(ADVICE)
@@preedzyprod6298 Ultimate song
Nikumoni Rabha ..yess nd then sing it
অৱশেষত গানতো বিচাৰি পালো 😌😍😌বহুদিনৰে পৰা বিচাৰি আছিলো। বহুত ভাল লাগিল শুনি 💕💕👌👌🔥
Moi w, aji bisari plu
@@kabyashreebora2931 😌😌💕
Uffff hosakoye gaan tuuu bht......besi Val lagise moi 1st time hunisu Aji ! Moi atia loike 78 bar hunisu mane......hepah polua nai.......I jst love this song aji papa le hosakoye bohut......bsi monot porise ohhh😭
I can't get over this song and your voice. It's so soothing to the ear. হৃদয়স্পৰ্শ কৰি যোৱা গীতৰ কথা খিনি তোমাৰ মাতত জীপাল হৈ উঠিছে
Hi
সঁচাই মন চুই যোৱা এটা গীত❤️❤️❤️ ভাষা নাই মোৰ ওচৰত👍
অসমীয়া সংগীত জগতত আকৌ এটি নক্ষত্ৰৰ জন্ম।। তোমাৰ কন্ঠ আৰু সৃষ্টি অলপ সুকিয়া ভাল লাগিছে।। সদায় শুনি যাম গাই যোৱা।।
True
Dislike কৰা বোৰৰ মাথাত একো নাই , এনেই পৃথিৱীত জীয়াই আছে জাৱৰ বোৰ । ( গানটো যিমান সুনিলেও হেঁপাহ নপলাই ❤️ 🥀 আগুৱাই যোৱা তুমি ❤️
Hoi ow..
Hoi oooo
আচলতে তেওঁলোক জ্বলিছে
🎸হাজাৰ বাৰ শুনি থাকিলেও আমনি নলগা গান হয় এইটো🎶🎶🎵🎼.
আবেগৰ ওপৰত আবেগ সোমাই আছে💕💕💕💕💕👌👌
Prounciation,singing style ,vocal control next level.we got next era of assamese singer.
ইমান ধুনীয়া গানটিৰ অৰ্থ কেইটা, লগতে গানটিৰ সুৰ ধুনীয়া হৈছে। ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
এটা এটা শব্দৰ গভীৰতা ত সোমাই গৈছোঁ ♥️♥️♥️♥️
Song tr just alp mn karubr mobile t xnisilu, tar pist 3 din dhori bisari finally aji pai golu…awesomeee!!!
ইমান ধুনীয়া কন্ঠ ...যিমানবাৰ শুনিলেওঁ আমনি নালাগে.....গীতটো😍😍
❤️ ক্লান্ত সময়
😊😊😊
বহুত দিনৰ পৰাই গানটোৱে WhatsApp ত হীট মাৰি আছিল। শুনিবৰ সময় পোৱা নাছিলো বহুত দিন এনেকৈয়ে থকাৰ পাছত আজি আৰু ৰʼব নোৱাৰিলোঁ। সচাই ভাস্কৰ দা আপোনাৰ মাতত এই গানটোৱে প্ৰাণ পাই উঠিছে ❤️।।। আগলৈও যাতে এনেকুৱা সুন্দৰ কণ্ঠৰে আমালৈ নতুন নতুন গীতৰ সমাহাৰ আনি দিয়ে 😘😘।।। আগুৱাই যাৱক আপুনি।। আশা থাকিল এবাৰ নিশ্চয় লগ পাম আপোনাক 😁💓
তোমাৰ কন্ঠ কথা নো কি কম 😍😍😍 , তোমাৰ মিউজিকে❤️❤️❤️ অন্তৰত চুই যায় অʼ 😍😍। অতিত সোৱৰাই দিছে অʼ মই পাগল হৈ গৈছো।😢😢
Ki mja gan...... Ktha bilak zubin dar ganr dre. Bhut val lagil..... Hridoy sui goise❤️
Geet tu a mon sui goise..eman dhuniya kotha bur prakakh korise...aru voice tuk ki mon kei din r pora akerahe huni asu rati jetiya har pai jau teiya hunu emanei mur hridoi vahi goise gaan tu a....thanq bro BHASKAR OPSWEL AND YOUR ALL TEAM🙏🙏🙏
মজা গান🖤 অযান্ত্ৰিকৰ পৰা 🖤🖤
গান টোৰ প্ৰতিটো শব্দই উন্মুক্ত মনটো উৰাই লৈ যায় অন্য পৃথিৱীত।
আৰু নো কি লিখিম ভাষা নাই মোৰ। 🤭
😇😇😌😌
🌸🌹💐🌼🌺
এই গানটো মই ৰাতি ১ বজাত প্ৰথমবাৰ শুনিলো আৰু গোটেই ৰাতিটো শুনি থাকিলো, কি হৃদয় চুই যোৱা কণ্ঠ আৰু গানৰ কথা মন ভৰি গ'ল ।
নিজানৰ গীত। লগতে অলপ দুখো আছে, বুজোতাই বুজে। ভাস্কৰ, মৰিগাঁওবাসী হিচাপে কৈছো তোমাৰ ভৱিষ্যত বহুত উজ্জ্বল। তুমি আগুৱাই যোৱা
হৃদয়স্পৰ্শী গীত 😍🥰😍 নতুনত্ব বিচাৰি পাইছোঁ।
Ojaantiric 🥰😍
ভাই তুমি অগ্নি 🔥 , উস্... গানৰ কথা, সুৰ কি সুন্দৰ
Listened more than 20 time yarr superb bruhh😍
ভাষা নাই । বেদনাৰ গভীৰতা চুই চালোঁ গানটোৰ মাজেৰে । ❤️❤️❤️❤️❤️
..সুৰ ত শব্দৰ খেলা...extraordinary
মোৰো এবুকু দুখ থকা হ'লে...দুখেও যে মানুহক ধনী কৰিব পাৰে এই গানটোৱে ক'ৰবাত তাকে কৈ যায়।
"Kionu ahe jibonot dhumuha".... Mind-blowing.. congrats both of u
😊😊😊😊
ইউনিক voice. Brother ❤️❤️ puhoroloi ahok enkua pratibha god bless you bro. হৃদয় চুই গৈছে তোমাৰ কণ্ঠ
তোমাৰ লগতে এতিয়া চংকু , সান্নিধ্য , প্ৰবিণ , অৰুপ ৰ গীত শুনি ভাল পাও । তোমালোকৰ গীতৰ কথা সছাকৈয় বহু উচ্চ খাপৰ । ধন্যবাদ অযান্ত্ৰিক ।
বহুত ৰসাল আৰু তত্বগধুৰ শব্দৰ সমাহাৰে গানটোক এক বেলেগ মাত্ৰা প্ৰদান কৰিছে ৷ বহুত সুন্দৰ লাগিছে ভাস্কৰ ৷ ভাল হওক তোমাৰ
What a lyrics, voice👍🔥🔥
Masterpiece❤
Mojja গাইছা হৃদয় চুই গৈছে গানটোই......তুমি আৰু আগুৱাই যোৱা সেয়াই কামনা কৰিলো ❤❤❤ All The Best👍👍
The Future Of Assamese Music Is In Safe Hands Like Abhi Saikia, Nilotpal Nora And You💕💕💕🌸🌸🌸
Sesta kri asu dada
জীয়াই থকাৰ হেপাহ।। Outstanding 👍🎵..
Bar a bar a xunile amoni nologa song uff 😍Mur fvrt song prai xuni a thku tathapio hepah nopolai
Aiissshhh mojjahhh hit hit..... Majot ketamn note pelaiso mojjah feel ase bey....🤘🤘🤘
Take tu 😆😆😆
বৰ্তমান সকলোৰে ষ্টেটাছত এইটোৱেই গান❤️
Moi bisari bisari paisu, status sai ye thku aru
Gan tu 1year agor but etia hit hoi gol....❤️
ys
Ooo kai din nu 2week highest notun gan xokoluwe diya Kusum koilash or basi disa ni
❤️❤️❤️👍🏻
Moja bro..from ojaantric
Wah wah.kiman j hundor geet.hosakoi prosonsa koribo vasa nai mur.kiman bar j hunilu .ki hobda,ki hur ..ki ortho.hundor kntha.thank u so much
জীৱনৰ লগত এই গানটোৰ এক নিবিড় সম্পৰ্ক আছে ❣️❤️
Dislike kora keita e axomiya buji napai.dhuniya gaisa tumi.unique voice tumar.keep clam .......all d best.
Listening to this masterpiece after 1 year
Loved it❤❤❤❤
Just listen this masterpiece.. Oh my god what a song ❤️❤️❤️❤️❤️
Ki kom aku likhibo ভাষা nay 🔥🔥🔥🔥🔥🔥ufff...emn Dhunia geet...geetor ortho je just waaw 😍😍😍😍😍 favourite always💓💓💓💓💓 aguwai jauk.....😘😘😘😘😘😘amak ankuwa geet hodae lage🔥🔥🔥🔥
Nice bhaskar daa moja song❤❤❤🎉
OJANTRIC 👍
🐵🐒🦍🐶🐕🐩🐺🦊🐱🐈🦁🐯🐅🐆🐂🐮🦓🦄🦌🐎🐴🐃🐄🐷🐖🐗🐽🐏🐑🐐🐪🦒🐫🐘🦏🐿🦃🐧🐇🐾🐦🐰🐼🍃
From অযান্ত্ৰিক❤️❤️❤️
Mur dore aru kun kun asa ji a gan2 huni huni comments bur pohi asa ❣️
Moi
Mi
Here🤞
Me
Moi
Really.....eman dhuniya ❤❤❤
Huni thakilew mon novore..... Wow.... Bhut dhuniya kantha.....
গানটোৰ মাজত যেন মই নিজকে বিচাৰী পাইছো love from nalbari
Emn dhunia voice mane ki kom
Fan hoi goisu tumar voice r...
Aguai jua...
Thnq 😊
This is the music we want.You are doing great work.Keep this up,wish you great future ahead
Thnq bro
Haaaaaayyyy ....... Tumr voice tu ❤️..... Xuni thakibo mon jay 🥰😘😘😘
❤️❤️❤️Fidaa❤️❤️❤️ Hridoi sui juwa geet ati hunili tumar huriya konthot.... Aakha korisu aru jate anekuwa geet agoloi gai juwa.. love you bro.. keep it up
Oxomot apunar dore singer lage. I love you vii😘😘
Luv u 2 bhai 💚💚💚
This song is just wowsome😭 what a strong feel it can create!!❤️❤️❤️
Was late to listen such beautiful music and lyrics Bring back the lost might of Assamese music young people... Hope you all shine ⭐✨
Voice wow...lyrics wow...compose wow.........most beautiful line is...kio nu name omanixa...
Gan tu moi aji 1 fast khunilo khosai bohut besi vl lagil ❤️❤️ jiyai thokar kisuman poth bisari puya jai ❤️ 1000 bar khujile o je mn novore............
ভাস্কৰ দা তুমি আমাৰ অসমীয়া সংগীতৰ next generation (অন্যতম) নিৰাশ নকৰি আমাৰ অসমীয়া সংগীত জগত খনক আগুৱাই লৈ যোৱা অ ।।। বহুত বহুত শুভেচ্ছা ❤️❤️ চিঞৰি কৈছোঁ অসমীয়া সংগীতৰ এইয়া ভবিষ্যত 🥰🥰🥰
Your voice is very sweet and clear. This song is really touch my heart ❤️❤️ and the lyrics is awesome 😍😍. It's a revolution in Assamese music industry. Keep it up bro👍🥰
Very Relaxing❤️❤️❤️❤️
Fan from ojjantric.
Bohut khundor. Prokitarthot bikhuddho Axomiya gaan. Anekuwa dhoronor gaanot hei jivonor baastobota anubhob koribo pari.
তোমাৰ গানৰ সুৰ আৰু শব্দৰ মাধূৰযতাই মোৰ মন এই প্ৰকৃতিৰ কোলাত ভৰি দিয়ে । মেজিক আছে তোমাৰ গানত ভাস্কৰ দা । মৰিগাঁৱৰ গাগলমাৰীৰ পৰা ধন্যবাদ জনালো ।
This song will going to change u . Level up bro🤚🤚
Top voice.... top lyrics... everything is at the top ☝️❤u bro
From ojaantric ❤️❤️❤️
50 বাৰ কৈ বেছি এতিয়া লৈকে শুনিলো। কিন্তু মন ভৰা নাই শুনি শুনি। ইমান কোমল মাত আৰু ইমান ধুনীয়া কথা আৰু শব্দ । এনকুৱা অসমীয়া গান খুব কম শুনিবলৈ পাও। ধন্যবাদ
❤❤🎉🎉mojah lge song tu...