Bhaskar Opswel - Xewali [Official Audio]

Поділитися
Вставка
  • Опубліковано 10 лют 2025
  • Follow Bhaskar:
    www.instagram....
    / bhaskaropswel
    Follow Abhinab:
    ...
    #bhaskaropswel #Xewali
    Bhaskar Opswel - Xewali [Official Audio]
    Lyrics ~ Abhinav Nath
    Vocal/Composition/Music ~ Bhaskar Opswel
    Mix/Master ~ Koustav Saikia
    Flute ~ Anjan Medhi & Anurag Saikia
    Guitar ~ Tiku Boro
    G-Design ~ Rongmon
    Motion visual ~ Suraj Gogoi
    Recorded ~ Taal audio lab (Morigaon) and B.N Music studio
    special thanks
    Gaurisnkr, Poketo, Bhargab pall,Harsh,Partho,Chandan mahanta, Dibya mahanta
    Lyrics___!
    শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
    শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
    শেৱালি তুমি মোৰ ৰাগিনী গীতৰ
    শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
    শুকুলা মেঘৰ দৰদী সৰগী সুৰীয়া প্ৰাণ
    আছুতীয়া মৰমৰ সুৰ তুমিয়েই মোৰ গান
    শেৱালি তুমি আহিবা ঐ
    শাৰদী কুঁৱলী হৈ
    শেৱালি তুমি যাবাগৈ
    কুঁৱলী সিক্ত হৈ
    অ' মোৰ সেমেকা মনক লৈ
    জোনাকী বাটলৈ
    অ' মোৰ কাষতে বহি ৰৈ
    থাকিবা শেষলৈ
    মোৰ মিনতি তুমি
    থাপনাৰ জেউতি ৰাণী
    নিয়ৰ গৰকি তুমি
    হোৱা লাজুকী জনী
    পুৱা সৰি হোৱা তুমি কোমল দলিছা খনি
    নাযাবা তুমি আঁতৰি

КОМЕНТАРІ • 11 тис.

  • @BHASKAROPSWEL
    @BHASKAROPSWEL  3 роки тому +10707

    আপোনালোকৰ মৰম ভালপোৱা সহাৰি বিচাৰি আমাৰ 'শেৱালি' গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো। 🥰🥰🥰
    গীতটি শুনি কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব! ধন্যবাদ।

    • @tultulihazarika2234
      @tultulihazarika2234 3 роки тому +345

      ❤️❤️❤️

    • @sristi7844
      @sristi7844 3 роки тому +212

      Bohut val lagil huni dada 😍

    • @rishirajborah1782
      @rishirajborah1782 3 роки тому +127

      🥰🥰🥰🥰val lgil bhut

    • @NathStudioPrakash
      @NathStudioPrakash 3 роки тому +86

      আউতষ্তেন্দিং 🥰

    • @RiponDasM.D
      @RiponDasM.D 3 роки тому +113

      দাদা তুমাৰ কণ্ঠৰ কোনে বননা নাই 👌🏻👌🏻🔥🔥🔥।তুমি যাতে আৰু আগোৱাই যোৱা তাৰে কামনা কৰিছো।আমালৈ সোনকালে আন এটা গীত আগবঢ়ায় দিয়া যেন।তাৰে আপক্ষা থাকিল দাদা।

  • @NitulDadhara
    @NitulDadhara 3 роки тому +3695

    হে কৃষ্ণ 🌹🔥

    • @bvlassam2830
      @bvlassam2830 3 роки тому +49

      xossa Krishna tu tamam diley dei ... what an ending

    • @xsonu3497
      @xsonu3497 3 роки тому +26

      😄

    • @funwithmanash4986
      @funwithmanash4986 3 роки тому +25

      Eta apunar falor pora uu hunib bisaru..... Hit lage....

    • @Ben0m420
      @Ben0m420 3 роки тому +12

      @@funwithmanash4986 to

    • @manashvlogs3384
      @manashvlogs3384 3 роки тому +14

      O krishna🙏🌷🌹

  • @lakhinandanlahon
    @lakhinandanlahon 3 роки тому +991

    Uff 💘💘💘💘💘

    • @ashimhazarika2278
      @ashimhazarika2278 3 роки тому +8

      ❤️

    • @khairulahmed471
      @khairulahmed471 3 роки тому +13

      আপোনাৰ পৰা নতুন ভাললগা flute cover পাম বুলি আশা কৰিলো

    • @hirakjyotinath7929
      @hirakjyotinath7929 3 роки тому +7

      Big fan broo🙏বহুত মৰম আপোনালৈ❤🥀

    • @himadriborah8899
      @himadriborah8899 3 роки тому +2

      🙏bro

    • @pritomgogoi8223
      @pritomgogoi8223 3 роки тому +5

      @Vaishnavi Sangvikar are you from pune?

  • @JharnaChakrabarti-bl7ws
    @JharnaChakrabarti-bl7ws 6 місяців тому +13

    Long drive + alone + with AC + xewali = FEEL LIKE HEAVENNN....😇😘

  • @dolibarman7760
    @dolibarman7760 10 місяців тому +470

    এইটো গীত এতিয়াও কোনে শুনা বাৰু আৰু শুনিলে যেন কিবা এটা অনুভৱ হৈ❤

  • @paroshk4867
    @paroshk4867 3 роки тому +116

    বহুত ধুনীয়া হৈছে। গোটেই দিনটো এই গীতটি শুনি এ পাৰ কৰো বুলি কলেও ভূল নহব।❤️

  • @supriyagogoi9483
    @supriyagogoi9483 3 роки тому +1025

    মোৰ মিনতি তুমি,
    থাপনাৰ জেউতি ৰাণী।
    Uff 🔥
    ভাষা বিহীন ❤

  • @NAmusic24
    @NAmusic24 4 місяці тому +4

    Oooo nooo dada my fevorite song hoi gelll ❤❤ josss hoiseee

  • @biikz
    @biikz 3 роки тому +812

    কি কণ্ঠ। কি কথা। কি অনুভূতি। সঁচাকৈ হৃদয় আপ্লুত। 👏❤️

  • @mrmanupomsaikia7052
    @mrmanupomsaikia7052 Рік тому +242

    সুন্দৰ আৰু আগুৱাই যোৱা কৃষ্ণ💗😊

  • @alongkritagogoi9165
    @alongkritagogoi9165 3 роки тому +139

    আপ্লুত হৈ পৰিলোঁ, ইম্মান ধুনীয়া ❤️

  • @Rakeshneeldamu
    @Rakeshneeldamu 6 місяців тому +18

    Bhaskar da aponi iman dhuniya dhuniya geet guwa.aponi aru ei dure vl vl gan gai juwa.aru jate aponi geet gai gayokor bhitorat 1st ba 2nd hoi moi axar korisu.aponi iman tanot xur bur diya xuni bor vl lage.bhaskar da aru sestra kora ❤❤.xewali geetti xuni bor vl lagil.iman dhuniya xunile kibar natun jibon aha dharonr lage.

  • @dulalboruah9225
    @dulalboruah9225 11 місяців тому +57

    ✨ ওফ ভাস্কৰ দা ইমান ভাল লাগিছে গানটো❣️

  • @puspalotabaglary8265
    @puspalotabaglary8265 3 роки тому +120

    মন চুই গ'ল❤️।।আকৌ এনেদৰে শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।।

  • @prantikdas4110
    @prantikdas4110 3 роки тому +92

    সংগীতৰ নতুন দিগন্ত সূচনা কৰা তোমাকো বহুত বহুত ধন্যবাদ। এই শেৱালি গীতটি অন্য এটি মিঠা মাদকতা শুনিবলৈ পোৱা গৈছে।
    বাকী সুৰ,কণ্ঠ,সংগীত সকলো সুন্দৰ হৈছে।

  • @AyanSaikia-tm4ms
    @AyanSaikia-tm4ms 3 місяці тому +5

    Eai gan tu Sarat kalot Huni bole Bor bhal lage ❤😊❤❤

  • @AnjelinaKashyap
    @AnjelinaKashyap 10 місяців тому +23

    গানটো হৃদয় চুই গল❤❤❤🤟🤘

  • @putumoniburagohain871
    @putumoniburagohain871 8 місяців тому +91

    অতি সুন্দৰ। বহুত ভাল লাগিল।আগুৱাই যোৱা। মিঠা মিঠা লগা এটি সুন্দৰ গীত ।

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 3 роки тому +82

    আহি গল 😘💞 ইমান ধুনীয়া লাগিছে কবলৈ ভাষা নাই 💞😘

  • @NisuAssamesesongsoffceal1396
    @NisuAssamesesongsoffceal1396 Місяць тому +14

    মই দিনৰ কাম নথকা সময় খিনি এইটো গান খোনিব বৰ ভাল পাও আপোনা লোকে কেতিয়া খোনে বাৰু❤

  • @rinadevi5122
    @rinadevi5122 3 роки тому +660

    উফফফ!! 😌😌 প্ৰতিটো শব্দৰ মাজতেই যেন এক যাদু । মোৰ দিনটো আৰম্ভ হয় এই গীতটিৰে ।❤️ আপোনাৰ কন্ঠত সচাই যাদু আছে । শৰতৰ শেৱালীৰ সুবাসত বিলীন হৈ যাও আপোনাৰ এই গীতটিৰ মাজেৰে। Love this song ❤️😍

  • @abidurrohman18
    @abidurrohman18 3 роки тому +39

    প্ৰতিটো শব্দই হৃদয় চুই যায়.....
    হৃদয়স্পৰ্শী❤️❤️❤️

  • @nabadithemrom3225
    @nabadithemrom3225 3 місяці тому +14

    এই গানটো যিমানেই শুনিছোঁ ❤ সিমানেই ভাল লাগিছে 💞💞💞💞💓

  • @ASunnyLoying
    @ASunnyLoying 3 роки тому +67

    অপেক্ষাৰ অন্তত এক মধুৰ সুৰৰ উপহাৰ আগবঢ়ালে 😁😍, বহুত বহুত মৰম আৰু শুভেচ্ছা 😇😇😇, গোলাঘাট 😍

  • @monikhagondhia7317
    @monikhagondhia7317 3 роки тому +91

    .কি শব্দ, কি ভাষা, কি সুৰ , সুকীয়া মাদকতা💕

  • @Basu_study_channel
    @Basu_study_channel 3 роки тому +24

    অপেক্ষাৰ অন্তত finally আকৌ এবাৰ মন চুই গ'ল,,,শেৱালি জনীয়ে,,,🤗🤗

  • @MunGogoi-k5f
    @MunGogoi-k5f Місяць тому +1

    ওফ মোৰ মন চুই গ'ল দাদা । আশা ৰাখিলোঁ দাদা এনেদৰে গান শুনিবলৈ পাম বুলি। শেৱালী ফুলৰ শুগদ্ধি যেনেকুৱা গানৰ সুৰৰ টো তেনেকুৱা ।
    আৰু আগুৱাই যোৱা সোণালি সাগৰত ।
    এই গানটো 100বাৰ শুনি ব পাৰি ❤❤❤❤❤❤❤❤❤❤❤

  • @priyankahazarika8967
    @priyankahazarika8967 3 роки тому +85

    গীতৰ কথা, সুৰ অতি উত্তম। বাৰে বাৰে শুনি আমনি লগা নাই 😍

  • @achyutdas5495
    @achyutdas5495 Рік тому +107

    গানটো শুনি বহুোত ভাল লাগিছে 🧡🤍💚 জয় আই অসম🙏🙏

    • @anupamdas8858
      @anupamdas8858 Рік тому +2

      Harkhuya 😂😂😂😂

    • @ankursikder2016
      @ankursikder2016 8 місяців тому

      From Kolkata ❤❤❤
      Bt I like Assamese songs bcoz my maternal uncle'shome is I'm Guwahati ❤❤
      Joy Ai Assam ❤❤❤

  • @Uniquerai0088
    @Uniquerai0088 9 місяців тому +42

    Dont understand any language but literally addicted one ❤ Tons of love from Nepal 💗😊

  • @Sailin-z9i
    @Sailin-z9i 2 місяці тому +7

    Gantu mur bohut val lagil❤❤❤

  • @daretoshow3425
    @daretoshow3425 3 роки тому +527

    এক নিচা আছে এই শব্দত এক যাদু আছে এই কণ্ঠত।❤️🥰🥀

  • @lilimaiassam
    @lilimaiassam 3 роки тому +125

    বহু দিনৰ মূৰত এটি হৃদয় চুই যোৱা গান শুনিবলৈ পাইছো😍😍😍❤️❤️

    • @probhatborah8937
      @probhatborah8937 3 роки тому +4

      হয় হয় ❤️

    • @cbmixer1576
      @cbmixer1576 3 роки тому +2

      𝙳𝚊𝚍𝚊 𝚖𝚔 𝚑𝚎𝚕𝚙 𝚔𝚘𝚛𝚘𝚔

  • @dhrubajyotiofficial9973
    @dhrubajyotiofficial9973 3 роки тому +24

    বহুত ধুনীয়া হৈছে ভাস্কৰ দা তুমি আৰু আগবাঢ়ি যোৱা সদাই তোমাৰ লগত আছো। নলবাৰীৰ পৰা বহুত বহুত মৰম ভালপোৱা যাচিলো।

  • @tumpasarkar7741
    @tumpasarkar7741 2 дні тому +1

    Bhaskar Opswel love song ❤❤

  • @bhargavmahanata8527
    @bhargavmahanata8527 3 роки тому +2193

    অসমীয়া সংগীতৰ ভাল সময়বোৰ আকৌ উভতি আহিছে 😍❤।

  • @bhargavpall3132
    @bhargavpall3132 3 роки тому +429

    শৰতৰ "শেৱালি"ৰ সুবাসে সকলোকে যেনেকৈ মোহিত কৰে ঠিক তেনেকৈয়ে #bhaskaropswel দাদাৰ কণ্ঠতো "শেৱালি"য়ে সকলোৰে হৃদয় স্পৰ্শ কৰি গৈছে ।।।।। ❤️❤️❤️😍 বহুত বহুত শুভকামনা ।।।😊

    • @studiohealth9684
      @studiohealth9684 3 роки тому

      ua-cam.com/video/pwpAQT8hp-A/v-deo.html
      ling dilu sab abr mur video deiii Vlogs

    • @AmitabhKakoty
      @AmitabhKakoty 3 роки тому +1

      I am your fan too!! Bring us more!

    • @nkrider09_rm
      @nkrider09_rm 2 роки тому

      ❤❤❤❤❤❤❤❤❤❤❤❤❤😘🥰🥰🥰🥰🥰🥰🥰🥰i❤vu2

    • @birendranaththakuria558
      @birendranaththakuria558 2 роки тому +1

      সচাই শবদ আৰু সুৰ বহুত সুনদৰ

    • @SINGALBOY-f3
      @SINGALBOY-f3 4 місяці тому

      😅

  • @Madhujya_saikia___2.0.
    @Madhujya_saikia___2.0. 3 роки тому +172

    সুন্দৰ ভাস্কৰ দা তুমি এনেকৈ আৰু আগবাঢ়ি যোৱা আমি সদায় তোমাৰ লগত আছোঁ মাজুলীৰ পৰা বহুত বহুত মৰম যাছিলোঁ❤️❤️❤️

  • @deepaksaroha4240
    @deepaksaroha4240 4 місяці тому +3

    I am from Haryana and I came across this song when an Assamese friend recommended it to me. Though I have no clue when it comes to the meaning of the song but I must say that the song is absolutely beautiful in various ways and I would like to prepare it. Thanks for the exquisite music. 🤗

  • @Bitulaskar1085
    @Bitulaskar1085 3 роки тому +17

    উফ: কান কেইখন যেন কিবা শান্তি পাইছে ,এটা এটা শব্দ উফ❤❤

  • @bhabanisarma6706
    @bhabanisarma6706 Рік тому +99

    শেৱালীৰ সুবাষত পূজাৰ আগমন, 🥀 🥀 ভভাস্কৰ ডাৰ কণ্ঠৰ তূলনা আগমন 🌷🌺

  • @upamainyubora1992
    @upamainyubora1992 3 роки тому +481

    অসমীয়া সংগীতৰ পুনৰ এক নতুন যুগ আৰম্ভ হৈছে,এই যুগত এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিছে ভাস্কৰ Opswel য়ে।।।

    • @scamp0p265
      @scamp0p265 3 роки тому +9

      Title tu Assamese likhi dile hoi 😄

    • @manurajdanggen8617
      @manurajdanggen8617 3 роки тому +2

      Z3zriruurueiti3938t7ezcgrofhdhelhri4829265stgdieudz2628d8e1233rru8ugffwgsgdzdutz4zdhdur4it8fufcooome

    • @pranjittalukdar3110
      @pranjittalukdar3110 3 роки тому

      @@manurajdanggen8617 jzdhgsmskhfnndisgfdhks

    • @bontisaikia1095
      @bontisaikia1095 2 роки тому

      Yk

    • @juriborah4553
      @juriborah4553 2 роки тому

      Such a lovely voice you have. Heartiest love and best wishes 😊

  • @MijuNath-z9q
    @MijuNath-z9q 2 місяці тому +4

    Bohut bohut val lagile ❤💐

  • @bishalborah8409
    @bishalborah8409 2 роки тому +18

    বুজাবলৈ আচলতে শব্দৰ অভাৱ, বহুত ‌সুন্দৰ গীতটি । এনেকৈয়ে যাতে আগুৱাই যোৱা আমি সদায় তোমাৰ লগত আছো।💞💞🥰🥰

  • @luheetsaikia6419
    @luheetsaikia6419 2 роки тому +450

    গীতটি শুনি দেহ মন ভৰি গল দেই। গীতৰ কথা,সুৰ,সংগীত বহুত ধুনীয়া। কৃষ্ণ !!👌

  • @axom1843
    @axom1843 3 роки тому +29

    উফ: কান কেইখন যেন কিবা শান্তি পাইছে দাদা ,এটা এটা শব্দ উফ""""""❤️❤️

  • @MontuBorah_y4v
    @MontuBorah_y4v 3 місяці тому +12

    ভাল লাগিল ভাস্কৰ দা

  • @ManashTalukdar-ei7lg
    @ManashTalukdar-ei7lg 11 місяців тому +12

    মাৰ্চত শুনি থকাবোৰে লাইক কৰা। ❤😊

  • @Ankita_Das_98
    @Ankita_Das_98 3 роки тому +20

    Lyrics+voice+music+song xokolo bur bohut bhal hoise... Hridoy sui jua romantic song aitu❤❤

  • @subaldas6413
    @subaldas6413 Рік тому +26

    বুজাৱ‌ নোৱাৰা এক অনুভূতি শেৱালি তুমি মোৰ হিয়াৰ এ কোনৰ ❤❤❤❤❤

  • @SonomLama-eg6ng
    @SonomLama-eg6ng 13 днів тому +1

    This song is very beautiful sewali❤😊

  • @pinkumonigogoi5024
    @pinkumonigogoi5024 3 роки тому +10

    সুন্দৰ লিখনি সঁচাকৈ।আপোনৰ কন্ঠ আৰু ভাল লাগিল।মৰাণৰ পৰা শুভকামনা বহুত বহুত

  • @jitusvlog9806
    @jitusvlog9806 3 роки тому +20

    এটা এটা শব্দ ই হৃদয় চুই গৈছে 🎶 ❤

  • @polashrajkhowa664
    @polashrajkhowa664 3 роки тому +14

    ভাষা নাই কবলৈ কিমান সুন্দৰ হৈছে .... ❤️🔥🥰🥀

  • @Deepgameryt786
    @Deepgameryt786 5 місяців тому +3

    মৰম লগা দাদা জন moja ❤Dada ❤😊❤😊❤😊❤😊

  • @princedihingia3524
    @princedihingia3524 3 роки тому +38

    হৃদয় চুই গল প্ৰতিটো শব্দই ❤❤❤❤❤

  • @bdas25014
    @bdas25014 3 роки тому +144

    গানটো শুনি শুনি Comment বোৰ পঢ়ি গীতটো আৰু বেছি ভাল লাগিল।
    Bhaskar da you are amazing ♥✨❣️

    • @dhirajmoran1203
      @dhirajmoran1203 3 роки тому +3

      Bha

    • @studiohealth9684
      @studiohealth9684 3 роки тому

      ua-cam.com/video/pwpAQT8hp-A/v-deo.html
      ling dilu sab abr mur video deiii Vlogs

    • @pabangogoi8916
      @pabangogoi8916 3 роки тому +1

      Lovely voice❤hosai bohut vl lga apunar voice.... Agbahi jauk aru 💝

    • @manashsarma09
      @manashsarma09 3 роки тому

      😊

    • @SAli-ps4jb
      @SAli-ps4jb 3 роки тому

      Hossa deyy...... ❤️✨

  • @himadriborah8899
    @himadriborah8899 3 роки тому +315

    অপেক্ষাৰো অন্য এক মাদকতা আছে দেই❤🌸🌼🎧

  • @nabamedhi
    @nabamedhi Місяць тому +1

    Iman duniya lagi se Hawale song❤❤❤❤❤❤😊😊

  • @munushmitaray1873
    @munushmitaray1873 3 роки тому +13

    ভাস্কৰ দা কঁপাই তুলিলা... ❤️
    মৰম বোৰে গান হৈ নিগৰে...

  • @borshabora7025
    @borshabora7025 3 роки тому +51

    শেৱালী তুমি মোৰ শাৰদী প্ৰেমৰ...,
    শেৱালী তুমি মোৰ প্ৰতি শৰতৰ♥️✨
    Just Another Level 🔥❤️

  • @ZoneEntertainment-s9x
    @ZoneEntertainment-s9x Місяць тому

    সেই কৃষ্ণ কি ধুনীয়া কণ্ঠ আৰু আগুৱাই যোৱা এনেকৈ 🎉❤❤

  • @priyabora6986
    @priyabora6986 Рік тому +42

    মই এইবাৰ বিদ্যালয়ত নিশ্চয় এই গানটো গাম❤❤❤
    ইমান ধুনীয়া হৈছে 😊😊😊😊

  • @abhinashpegu7179
    @abhinashpegu7179 Рік тому +95

    শেৱালীৰ সুবাষত পূজাৰ আগমন,🥀🥀
    ভাস্কৰ ডাৰ কন্ঠৰ তূলানা অগনন🌷🌺

    • @joymoitkurmi8159
      @joymoitkurmi8159 Рік тому

      Song is so beautiful 😍😍😍

    • @Tabreza_1289
      @Tabreza_1289 3 місяці тому +1

      ❤❤❤❤❤😮😅😊😢❤❤❤❤

  • @taifurgeet952
    @taifurgeet952 3 роки тому +12

    শেৱালি শব্দ টি যিমান ধুনীয়া, গীত টিয়ে আৰু ধুনীয়া কৰি পেলাইছে, Lyrics, music, 🔥 হেঁপাহ নপলুৱা এটি গীত....

  • @NabajitAssam-t7s
    @NabajitAssam-t7s 6 місяців тому

    Suni bohut vl Lagill, Oti Sundar Anuvob. Vakhare bujabo nwara 🙏🙏🙏

  • @viewsme8080
    @viewsme8080 3 роки тому +8

    তোমাৰ প্ৰতিটো গানতেই সুকীয়া মাদকতা পাওঁ।অনুভৱৰ পৃথিবীখনলৈ সোমাই যাওঁ। well done for whole team.. Gd bless u.

  • @biswajitbaruah20
    @biswajitbaruah20 3 роки тому +471

    মৰিগাঁওবাসী হিচাপে গৌৰৱ অনুভৱ কৰো ভাস্কৰ, তুমি এনেদৰে আগুৱাই যোৱা

  • @BeUnique97
    @BeUnique97 3 роки тому +14

    মিউজিকবোৰ এনেকুৱা হ'ব লাগে সৰল; কথাবোৰ; য'ত তাৰ প্ৰতিটো শব্দই আপোনাক চুই যাব পাৰে ❤️❤️❤️❤️ আৰু সঁচাকৈয়ে এই গীতটি হৃদয় চুই গৈছে 😘😘😘😘😘😘😘😘😘 হয়তো প্ৰতিজন শ্ৰোতাই উপলব্ধি কৰিব পাৰিছে এই গীতটিৰ বিশেষত্ব😘😘😘😘😘

  • @surshreedutta8451
    @surshreedutta8451 11 днів тому +1

    Best song ever✨I heard❤Proud to be Assamese💫👌

  • @ramac2477
    @ramac2477 3 роки тому +439

    আজিৰ অসমীয়া গীত সচাকৈ সুন্দৰ কণ্ঠত আছে।যেতিয়াই এই গীতবোৰ শুনিম প্ৰথম বাৰৰ বাবে শুনিছো নিচিনাই অনুভৱ হৈ থাকিব।

    • @studiohealth9684
      @studiohealth9684 3 роки тому +3

      ua-cam.com/video/pwpAQT8hp-A/v-deo.html
      ling dilu sab abr mur video deiii Vlogs

    • @bristiahom4349
      @bristiahom4349 3 роки тому +4

      Right hosakoi emn vl hoise ki kom mne

    • @ramac2477
      @ramac2477 3 роки тому +2

      @@studiohealth9684Val baru....

    • @ramac2477
      @ramac2477 3 роки тому +2

      @@bristiahom4349 Val baru

    • @anupbarman8858
      @anupbarman8858 3 роки тому +1

      Hii

  • @jodudowari
    @jodudowari 3 роки тому +19

    মোৰ প্রতিটো উশাহত এইটো গান 😍😍😍

  • @RAMENRAJBONGSHI
    @RAMENRAJBONGSHI 3 роки тому +92

    এতিয়ালৈকে ৫০ বাৰৰো অধিক শুনিলো।। কাৰণ এটাই, হৃদয় চুই যোৱা কণ্ঠ, লিখনি, গোটেই গীত টো।।❤️❤️❤️👌👌👌🥰

  • @MamaniDeka-s3g
    @MamaniDeka-s3g 6 місяців тому

    Gan to bhut val lge ❤❤aru dhunia dhunia gan xunim buli akha thakil❤️‍🔥❤️‍🔥❤️‍🔥❤️‍🔥❤️‍🔥

  • @sanjoypatiri900
    @sanjoypatiri900 3 роки тому +57

    আপোনাৰ মাত সুন্দৰ দাদা
    শুনি বহুত ভাল লাগিল,Thanks a lot 😍😍👍

  • @saurabhbhuyan5562
    @saurabhbhuyan5562 3 роки тому +24

    হৃদয় কপোৱা গান...মনোমোহা...অতি সুন্দৰ...আগুৱাই যোৱা ভাস্কৰ...

  • @chintusaikia566
    @chintusaikia566 3 роки тому +190

    গানটো বহুত ধুনীয়া হৈছে তুমি আৰু আগুৱাই যোৱা দাদা ❤️

  • @JabirAhmed-l8d
    @JabirAhmed-l8d 12 днів тому +1

    Uff❤❤❤❤

  • @hemadutta2785
    @hemadutta2785 3 роки тому +505

    মিউজিক , কন্ঠ ,কথা ,তুলনবিহীন তুমি দাদা 😘❣️হৃদয় চুই যায় ❤️

  • @vagnahriday3074
    @vagnahriday3074 3 роки тому +69

    উফফফ,,,
    আকৌ ধামাকা ❤️❤️
    মিঠা কণ্ঠস্বৰ ,লগতে সুৱদী সুৰীয়া গীতত এক অনন্য যাদু আছে ।

  • @yasichetia3356
    @yasichetia3356 3 роки тому +40

    এই গানটোৱে হৃদয়ত আলোড়িত কৰি মন প্রান উৰুৱাই নিয়ে প্রিয়জনৰ ওচৰলৈ,, এই যৌৱনৰ উৎফুল্লিত মনটোত এনেবোৰ হৃদয় চুই যোৱা গীত শুনা পালে আৰু হৃদয় উৎফুল্লিত হয়,, ধন্যবাদ দাদা আপুনি আমাৰ মাজলৈ এই মন চুই যোৱা গীতটো দিয়াৰ বাবে🌈🌎🌹

    • @narentaid8347
      @narentaid8347 3 роки тому +4

      i love you direct koi dilu beya napabi

  • @priyasonowal2750
    @priyasonowal2750 3 роки тому +104

    মোৰ মিনতি তুমি থাপনাৰ জেউতি ৰাণী .......🥺😘❤️🥰 শেৱালী তুমি মোৰ শাৰদী প্ৰেমৰ .... গীত টো শুনি ....মনত এক নোপোৱা সুখ জাগি উঠিল সচাকৈ ....... বহুত সুন্দৰ 😊

  • @jaangogoi8315
    @jaangogoi8315 3 роки тому +56

    শুনি থাকিলে শুনি থাকিব মন যায়। ইমান মন পৰশা সুমধুৰ কন্ঠ।❤

  • @Barbie4796
    @Barbie4796 Рік тому +24

    Beautiful 😍🥰 song শেৱালী ❤❤❤❤❤❤😍💝💖💕♥️♥️♥️

  • @MintuPatar-oi1tb
    @MintuPatar-oi1tb 5 місяців тому +2

    Mind blowing ❤❤Bhaskar da

  • @babuljonak3828
    @babuljonak3828 3 роки тому +64

    শেৱালীত সচাকে যাদু আছে🙁😘😘নহলে নো ইমান কে শুনিব লগা হয় নে🙏একেলেথাৰিকৈ ৫/৬বাৰ শুনিবই লাগে💘💘

  • @indibrkonwar5470
    @indibrkonwar5470 Рік тому +50

    কিয় নাজানো মোৰ শেৱালী গানটো বহুত বহুত বেছি ভাল লাগে মই প্ৰতি দিনে শুনু কিয় নাজানো বহুত ভাল লাগে মই দিনে কেতিয়াবা ৩বাৰ৪বাৰ লইকে শুনু বহুত ভাল লাগে ❤❤

  • @niharikasaikia8431
    @niharikasaikia8431 3 роки тому +10

    সঁচাই হৃদয় চুই গৈছে গীতটিয়ে🌈💞❤️

  • @DolyDevi-rd1ge
    @DolyDevi-rd1ge 7 місяців тому

    Mur bht bht priyo gan hoi... Kimn j vl lage bujabo nuarii❤❤❤❤❤

  • @ChatkiSingh-dv2oc
    @ChatkiSingh-dv2oc 10 місяців тому +31

    Bohut bhal lagil

  • @palvlogs3919
    @palvlogs3919 3 роки тому +70

    শেৱালী তুমি মোৰ প্ৰতি শৰতৰ
    শেৱালী তুমি মোৰ শাৰদী প্ৰেমৰ
    এক অন্তৰংগ আলাপ 🥰💐🌼

  • @poojashri3392
    @poojashri3392 3 роки тому +790

    This song is absolutely stunning!! I am from Tamil Nadu...recently, I am addicted to Assamese songs. I am in the phase of listening to at least 2 new Assamese songs daily. We( who don't know the language) are trying to know the meaning of these songs, but we could not find the meaning anywhere on the internet. If we also know the meaning of the songs, it will surely bring out the essence of the song and we will get to know the feelings of the singer deeply! So, I kindly request that every singer or music producer release these songs with English lyrics and meaning !!!

    • @kamalpradhan3258
      @kamalpradhan3258 3 роки тому +9

      Thank you from Assam ❤️

    • @Danchingcatpg
      @Danchingcatpg 3 роки тому +8

      Thnq from all assam boy's

    • @siddharthd-k4z
      @siddharthd-k4z 3 роки тому +13

      keep trying love from (Meghalaya)

    • @JayantaSonowal44
      @JayantaSonowal44 3 роки тому +7

      Yes subtitles must be provided in the videos. Bdw the meaning of hewali is Jasmine flower

    • @JayantaSonowal44
      @JayantaSonowal44 3 роки тому +4

      @@yourlocalgayactivist.5844 accha moi najanisilu , jasmine buli vbisilu. Aru varun dhawan flim khonor name asil- October. It's call sewali in Assamese and seuli in Bengali. Night blooming/flowering jasmine.

  • @RajibbailungSs
    @RajibbailungSs 5 місяців тому +1

    Assamese গীতৰ ভিতৰত এই
    গীতটো Best❤❤❤❤❤❤❤❤❤❤

  • @ranjanjyotiborah7669
    @ranjanjyotiborah7669 2 роки тому +24

    তোমালোক অসমীয়া সংগীতৰ ভৱিষ্যতৰ ধ্বজাবাহক । সুন্দৰ সুন্দৰ সৃষ্টিৰে সকলোকে আপ্লুত কৰি যোৱা ।

  • @sikhadutta3837
    @sikhadutta3837 3 роки тому +10

    বাৰে বাৰে শুনি থাকিলেও আমনি নলগা এটি গীত😌❤️

  • @OnlyEnjoy769
    @OnlyEnjoy769 Рік тому +278

    I am bengali . I don't understand Assamese language but there are some Assamese songs which I listen to every day and I like them very much. West Bengal, Siliguri ❤❤❤

  • @sabitadas910
    @sabitadas910 2 місяці тому

    Ufffffff. hiya sui gol o xosake ❤❤❤❤❤❤❤

  • @barshachetry8450
    @barshachetry8450 3 роки тому +18

    dada kije voice tumr uffff 😍😍😍😍...ai gaan tu hunile jen pura mgno hoi jau re .....what a lovely nd smoothly voice ....ur rock 🤘🤘🤘🤘

  • @umagogoi
    @umagogoi 2 роки тому +73

    হে কৃষ্ণ 😍❤️🔥।তাৰ আগৰ পাছৰ EDM লাইন উফ্😍🔥keep it up Bhaskar bro 😍love from Dibrugarh 🔥😍

  • @মইঅসমীয়া-ম৪স
    @মইঅসমীয়া-ম৪স 2 роки тому +170

    🙂অনুপম শব্দৰ সংযোগত প্ৰাণ পাই উঠা বাক্যৰ গাঠনি/সুৰ/কন্ঠ...👌👌👍👍