লাউ গছৰ পৰিচৰ্য্যা আৰু দ্বিতীয় পৰ্য্যায়ত সাৰ প্ৰয়োগ // How to care bottle gourd plants
Вставка
- Опубліковано 22 сер 2022
- Hey! Welcome back to my Yotube Channel
DISCLAIMER
IF ANY CONTENT OWNER HAS SOME ISSUES JUST BECOUSE OF USING THEIR VIDEO WITH MY VIDEO PLEASE SEND A MAIL OVER MY BUSINESS MAIL OR DM ME ON INSTAGRAM AND I WILL REMOVE THE VIDEO.
Link-
Tags-
লাউ গছ
পানী লাউ
লাউ চাষ
laoki kheli
ৰঙা লাউ
#AssamAgricultureTips
#Kheti
#agriculture
Aapunar videor pora bhout upokito holu .. dhaynabad dada
Good give more
Bhal lagil dads
Thanks
Mojaa daa
Anekoi video bhurot bujai kole bhal lage
Nice dada
ভাল লাগিল
🙏🏻👍
Tq kishan dada.
bhal lagil.thanks
Thanks
Organic dorob nai nek🎉i . Laobilak ajikali valdore nihije dekhun tarkarikhonu test nohoi
Val lagil Dada kumura khetir video dibosun
dim dim
@@assamagriculturetips4250 Dada please apunr number 2 diba sun
Qaaaaascxcd. L
❤
Hundor keep it up ❤️ mur video sabo
নমস্কাৰ দাদা সুন্দৰ হৈছে।
ধন্যবাদ
Good idea.
Dada alu ruwar agot kenekoi mati ready koribo lagi
Dada,dorob bur Kom rateot pua hole,moi aibar 4bigha goda lao korim vabisilu...
Dada Iman bur har vitamin dily lav hobo janu
Dada lau gashar duratta kiman hobo lagibo
Good 👌👍
Lau burot makhiye bindhile ki kribo pari?
Jika khetir video dibo sun
দাদা লাওগছৰ ১g,2gআৰু 3g কাটিং দিবচোন!
More mega Mart laga ki har bula ke
Dada jolokiya kosot ki har dilei besi jolokiya ahibo.
সৰিহৰ খৈল পচা পানী দিব পাৰে ..কিন্তু জানিলেহে দিব
Bandhu.mai Gauhatit bahutbar laour kheti karilu kintu agiloi lao khaba powanai , karan lao bahut lage kintu mata ful nufule anugrah kari mok janab neki mata ful kenekoi ahiba
পুৰুষ ফুল বেলেগ গছৰ পৰা ছিঙি আনি ৰেণুটো ফলৰ ৰেণুটোত লগাই দিব
দাদা এটা দুটা ফল লাগি এতিয়া লাগ নাই কি use কৰিম দাদা
Dada mithalawr /Matialawr video bonaisa neki?
বনোৱা নাই কিন্তু বনাম কেইদিন পিছত
বৰল খেদিবলৈ কি দৰব দিব লাগিব
Borolor pora kenekoi basiba pari
feramon trap logowato best
দাঙঘতি ভেমাৰ নাম কিয় দিৱ নেটি
লাও লগাৰ পিছত গেলি যায় কি মাৰিব লাগিব
Allowing gold tu hormone r Kam kare neki
hormon beleg bostu
দাদা , ভিডিও বোৰত আপোনাৰ নামটো প্ৰথমতে উল্লেখ কৰিবচোন ।
আপুনি ভিডিঅ ত লতাজাতীয় খেতিৰ ভাল ফুলন-ফলনৰ বাবে দুটা ঔষধ দেখুৱাইছে pgr , agromin এই দুটা বেলেগ লতাজাতীয় খেতিৰ বাহিৰে সকলো ফলমূলৰ গছত দি সুফল পাব পাৰিনে আৰু ফলমূলৰ গছত ফুল আহাৰ সময়ত নে তাৰ আগৰ পৰায়ে স্প্ৰে কৰিব লাগে জনাব ।
লগতে একে পানীত দুটা ঔষধ তাৰ পৰিমাণ মতে মিশ্ৰণ কৰি স্প্ৰে কৰিব পাৰি নে বেলেগে বেলেগে পানীত তাৰ মাত্ৰ অনুসৰি মিশ্ৰণ কৰি স্প্ৰে কৰিব লাগে জনাব চোন ।
দিব্য , নগাওঁ
PGR টো গছটো বাঢ়াৰ সময়খিনিত spray কৰিব আৰু Agromin Gold টো ফুল ফল অহাৰ আগে আগে spray কৰিব আৰু পিছলৈ দুইটাই একেলগে স্প্ৰে কৰিব পাৰে
KUN MAHOT RUBO LAGE
লাউ আজিকালি গোটেই বছৰ খেতি কৰিব পৰা যায় ৷ আহাৰ শাওন মাহত লগালে দাম বেছি পাব
Kheti ki ki hardik bola jaaye
থামনেলত ফটো দিয়ে এটা ভিডিঅ হয় এটা......
Agromin gold ভুতজলকীয়াত spry কৰিব পাৰি নে
পাৰি
Lau kabo jam dei
welcome babu
এতিয়া লগাব পাৰিনে,মানে মাৰ্চ-এপ্ৰিলত
Atiya logowa thik nohobo .next bosor agotiyakoi logabo
লাউ নিচিনা জাগাতে লগা সেই ভেডিঅ এটা বানাবো চোন
ki koise buja nai
Dada eman har dily kaboly val hobo janu ??
Aru bohut korose hobo
apuni gobor har besikoi dibo
ঔষধ ৰ দাম বিলাক কৈ দিলে ভাল আছিল
পৰিমান লৈ দাম বিলাক হয়
মই এক বিঘা মাটিৰ সাত ফুট দূৰত্বত প্ৰত্যেকটো পুলি ৰোৱা ভেটিত গড়ে ৩ টা কৈ মুঠ৫৬০টা মান জাতি লাউ পুলি হেদালিৰ ওচৰ চাপিছে। মাটি বিঘাত হাল মাৰোতে ইউৰিয়া , চুপাৰ,পটাছ দিছিলো। এতিয়া কি কৰিব লাগিব, অনুগ্ৰহ কৰি পৰামৰ্শ দিবচোন।
চুপাৰ পটাছ ইউৰিয়া যদি দিছে ..এতিয়া ফল ফুল ধৰাৰ কাৰনে Agromin Gold 2ml প্ৰতিলিটাৰ পানীত আৰু যদি পায় Allwin gold 3 ml প্ৰতিলিটাৰ পানীত দি ১৫ দিন মুৰে মূৰে spray কৰক..এতিয়া অনুখাদ্যবিলাক spray কৰক
ধন্যবাদ, গুৰিত কি সাৰ দিব লাগিব।
Apunar name2 ki
Manoranjan Ray
Apuna contact number2 dib nki..moi vabisu apuna pora proramakhar loi moi xeti start krim buli..karn Moi patham start krim j so ajon Jona manuh prayojon..
9101127543
লাউঁ বীজটোৰ না’ম জনাব
Haruna f1 VNR companir
14 na 40 koise bundu
14
লাও গছৰ ডাল লেৰেলি যোৱা কি কাৰণ কব চোন
সাৰপানী যদি ঠিকে পাই আছে লেৰেলি যাব তো নালাগে .চাবছুন গুৰিত কিবা বেমাৰ লাগিছে নেকি
আপোনী দৰব বিলাকৰ দাম বিলাকৰ বিষৰে কবছোন
Allwin Gold 250 ML 200 মান লব আৰু Agromin Gold 100 ML 100 টকা মান লব ল
Fall makhi lau lagar times sur bindhai diye. Fall makhi keneka khediba pari
Mor channelot video diya ase sai lobo
ৰঙালাও গছত দিব পাৰি নে?
পাৰিব ..কিন্তু সাৰ দিয়াৰ ২ দিন পিছত পানীৰ ব্যৱস্থা কৰিব
Eikhini dowai rongalawt kam koribo nai...
koribo
@@assamagriculturetips4250 thanks Dada
Apunar cont.numbertu Pam neki
whatsapp sms koribo 9101127543
Dadà_aponar/ph"no_deyak
Apunr pH no to dyak sun
Whatsapp sms koribo ,urgent kotha thakile phon koribo
PSB bacteria খেতিত কেনেকৈ ব্যৱহাৰ কৰিব লাগে জনাবচোন।
Aponar phon number to diba son
Dada apnar phone number 2 diba sun
ফোন নাম্বাৰটো দিয়াত অলপ অসুবিধা আপুনি 9101127543 মোৰ এইটো নাম্বাৰত whatsapp sms কৰিব নিশ্চয় reply দিম
Nice dada
ভাল লাগিছে
Dhnnabad