Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
হে গুৰুজনা আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ালো 🙏🙏🙏 গ্ৰহণ কৰে যেন
Krishna Krishna🙏 Bahut bhal lagil Krishna Krishna🙏
অনাদিৰ অনন্ত ঈশ্বৰৰ চৰণত কৌটি কৌটি প্ৰণাম 🙏🙏🙏
Dhanay apunar jibon.🙏🙏🙏 Krishna Krishna pravu.
কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালো। আপোনাক ভগৱানে কুশলে ৰাখক কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম। বাপ জনা সেৱা গ্ৰহণ কৰে যেন। কৃপা ভিক্ষা মাগো ভকতৰ সংগ সদায় পাওঁ যেন । আৰ্শীবাদ আশা কৰিলো । কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ।
গোবিন্দ গোবিন্দ ৰাম প্ৰভু কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ তত্বাগধুৰ বাণী শুনি মনত বহুতো শংকা দূৰ হল। কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কিনো ভাগ্য কিনো ভাগ্য কলিৰ প্ৰজাৰ। হৰি গুণ কীৰ্ত্তনহে ধৰ্ম ভৈল যাৰ।। হৰি গুণ নামক কীৰ্তন যিটো কৰে। কলিৰ দোষ বঞ্ছিলেক সিটো নৰে। হে প্ৰভূ আপোনাৰ শ্ৰী মুখৰ অমৃত ময় ভাগৱত ব্যাখা শ্ৰৱণ কৰি বলৈ পাই নিজকে ঈশ্বৰ মুখী হোৱা ৰ ধন্য মানিছো।হে প্ৰভূ এই কলিৰ যুগৰ সংকত ময় কালত গত বৰ্ষৰ পৰা ই আপোনাৰ এই অমৃত বাণীয়ে অধমৰ হৃদয় স্পৰ্শ কৰি গৈছে ।প্ৰভূ গত বৰ্ষত আপোনাৰ নিজ হাতে লিখা যি শাস্ত্ৰ পোৱা যাবনে ।কত কেনেকৈ পায় জনাব বুলি আশা কৰিলো। শেষত আপোনাৰ মংগল কামনা ওআমাৰো সৎবাঞ্ছা কৰি ভগৱানৰ ওচৰত কৃপা প্ৰাৰ্থনা জনালো। ওম শান্তি কৃষ্ণ ৰাম কৃষ্ণ ৰাম জয় জয় ৰাম।।
Krishna prabhu tomar ovoy charanat sewa janaisu Krishna🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্রভু শত কোটি প্রণাম যাচিছো আপোনী কোশলে থাকক দীর্ঘায়ু হওঁক তাৰ কামনাৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভূ ঈশ্বৰ বাপ ভাগৱতৰ অমৃতে মনত প্ৰশান্তি দিলে ৷
জয় গুৰু শংকৰ ।হে কৃপালো প্ৰভু জনা ভক্তি ভৰা সেৱা জনাইছোঁ আৰু ভাগৱত শ্ৰৱণ কৰি থকা প্ৰভু সকল , আই সকলৰ ওচৰত মোৰ সেৱা নিবেদন কৰিছোঁ । কৃপাৰ সাগৰ দৈৱকী নন্দন প্ৰভু ঈশ্বৰে সকলোকে কৃপা কৰক । এয়াই মোৰ ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।
Krishna bap aponar amritmoi bhagwator bani somuh xuni val lagil sewa jonalo
কৃষ্ণ বাপ ঈশ্বৰ দুখানি অভয় চৰণত শীৰ থৈ কৌটি কৌটি ভক্তিভৰা সেৱা আগবঢ়ালোঁ। কৃষ্ণ।
কৃষ্ণ জয় গুৰু শঙ্কৰ ।ভক্তি ভৰা সেৱা অৰ্পণ কৰিলো গ্ৰহণ কৰিব প্ৰভূ। আপোনাৰ অমৃত ত্ত্বত্তত মন মুগ্ধ বাপ।আপোনাক ধৈন্যবাদ দিবৰু ভাষা নাই প্ৰভূ।মাথো সদা সৰ্বদা কুশল মঙ্গল কামণা কৰিলো ।কৃষ্ণ।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ শত কৌট কৌটি প্রণিপাত জনালো কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏
Krishna krishna bap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👌🏽👏👌🏽👏
কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ 👏কৃষ্ণ কৃষ্ণ
Krishna bap ishwar , apunak koti koti pronam jonalu, Krishna...........,
🙏🌺Krishna Bap🌺🙏Prnam🙏🙏🙏🙏
Krishna bap amrit pan kori dhanya holu🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ সুপ্ৰভাত প্ৰভূঈশ্বৰ"মহাভাগৱতৰ অমূল্য ৰত্ন শীৰে থৈ আপোনাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা নিৱেদিছোঁ লগতে সমস্ত আাই-বাপসৱলৈ সুহৃদয়েৰে অঞ্জলি ধৰিছোঁ । কৃষ্ণ হৰি ৰাম
কৃষ্ণ কৃষ্ণ🙏🏼🙏🏼🙏🏼 হৃদয় ভৰা সেৱা জনালো
কৃষ্ণ কৃষ্ণ বাপ , সেৱা লব ।
Bap sewa janaisu. Ram krishan.
Krishna baapjona xotokoti pranam.dhanya hoisu apunar shulolit konthor atoynto bhabgodhur bixlexon xrobon Kori.mongolmoi Kori rakhok bhagwantoi apunak xuva rattri.
Krishna Prabhu Amar Pranam Grahan Karibo🙏🙏🙏🙏🙏🙏.....
🙏🙏কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু🙏🙏 কৃষ্ণ কৃষ্ণ
Krishna Krishna pronam jonalu
কৃষ্ণ কৃষ্ণ .... । ভকতি প্ৰসাদ ভক্তসকলক বিলাই যোৱাত আমাৰ আশীষ সদায় থাকিব । ভক্তসকলৰ জীৱন সাম্ফল হওক ।
কৃষ্ণ বাপ বৰ সুন্দৰ পাঠভাগ শুনিলো ।আপোনাৰ পাঠভাগ শুনিবলৈ বৰ আগ্ৰহেৰে ৰৈ থাকো ।ঈশ্বৰে আপোনাৰ মঙ্গল কৰক যাতে আমি সদায় আপোনাৰ ভাগৱত শ্ৰৱণ কৰিবলৈ পাও। কৃষ্ণ কৃষ্ণ সেৱা জনালো।
কৃষ্ণ কৃষ্ণ প্ৰভুজনা ।সেৱাভাগি নিবেদিছো কৃষ্ণ কৃষ্ণ
Krishno ram ram 🌼🌼🌼🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 সএাধিকাৰ প্রভু ইশ্বৰ ভাগৱতৰ অমৃত কথা শুনি পৰম সন্তুোশ লভিছো। আপোনাক কৌটি কৌটি প্রনাম কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna Ram prabhu, Hati Ram krishna
কৃষ্ণ প্ৰভূ সেৱা নিবেদিন প্ৰণিপাত কৰিছে প্ৰভূ 🙏🙏🙏🙏কৃষ্ণ ৰামকৃষ্ণ
Krishna Krishna Krishna bap
কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি প্ৰভু মাধৱ কৌটি কৌটি প্ৰনাম জনালে🙏🏼🙏🏼🙏🏼🙏🏼 ।।ঈশ্বৰে কুশলে ৰাসক তাৰে কামনা কৰিছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি প্ৰভু পুনৰ সোবা জনালোঁ🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।
কিমতে ভকতি কৰিবো তোমাত হৰি এ, মই মুঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম। সচাকৈয়ে আমি নিজে অতি মুঢ়মতি আছিলো। সৌভাগ্য ক্ৰমে বাপ ঈশ্বৰৰ সানিধ্য পাই কিছু হলেও পৰম সুখৰ সন্ধান পাইছো।বাপ জনাৰ কুশল কামনা কৰিলো। কৃষ্ণ হৰি ৰাম কৃষ্ণ।
Krishna Krishna Ram Ram 🙏🙏🙏🙏🙏🙏🙏🙏 apnar soronot prnam grohon korilu
কৃষ্ণ প্ৰভু ঈশ্বৰ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব প্ৰভু,,ধাৰাবাহিক ভাৱে ইমান সুন্দৰ অমৃত ময় বাণী শ্ৰৱণ কৰোৱাৰ বাবে অশেষ ধন্যবাদ প্ৰভু🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত ভক্তিভাৱেৰে প্ৰনিপাত জনালোঁ ।
Ram ram ram.......KRISHNA
Krishna Hari Ram.
Dandabad prabhu
হৰি ৰাম কৃষ্ণ
🛐🙏❤️🌞সু প্ৰভাত
কৃষ্ণ, বাপ সেৱা গ্ৰহণ কৰিব ।আপোনাৰ শ্ৰীমূখে ভাগৱত পাঠ শুনি অতি আনন্দিত হওঁ । প্ৰভূ ভগৱন্তই আপোনকো কূশলে ৰাখক ।জয় গুৰু শঙ্কৰ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏
কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীচৰণত শত কৌটি প্ৰণাম প্ৰভু ।কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
আজিৰ পাঠ শুনিলো।এই আপোনাৰ ভাগৱত পাঠে দিনটোৰ বাবে মন শৰীৰ প্ৰবিত্ৰ কৰি ৰাখে।ধাৰাবাহিক ভাৱে খণ্ড বোৰ শুনিব পৰা নাই যদিও বহুত ভাল লাগিছে।এইদৰে আপুনি আমাক ঈশ্বৰ পুৰুষৰ কথা কৈ যাওঁক।এই ভাগৱত পাঠ কৰি যাবৰ বাবে ভগৱানে আপোনাৰ কুশলে ৰাখক। সশ্ৰদ্ধ প্ৰণাম নিবেদিলো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু
কৃষ্ণ প্ৰভু ইশ্বৰ সেৱা নিবেদিছোঁ 🙏🙏🙏🙏
সেবা গ্ৰহণ কৰিব বাপ। ঈশ্বৰে সকলোকে ভালে ৰাখক এইটো ঈশ্বৰৰ চৰণত ভক্তিভাৱেৰে প্ৰাথনা 🙏 কৃষ্ণ
হে মোৰ পৰম বান্ধৱ শতকৌটি সেৱা গ্ৰহণ কৰিব কৃষ্ণ ৰাম হৰি ৰাম
কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱা গ্ৰহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা,শ্ৰৱণ কৰিব পাই পৰম কৃতাৰ্থ হৈছোঁ। ভগৱন্তই আপোনাক কুশলে ৰাখক যাতে আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা অমৃত পান কৰি থাকিব পাৰো। কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ🙏🙏🙏
Ram Krishna Hari bap
কৃষ্ণ বাপ 🙏🛐 প্ৰনাম
ক়্ষ্ণ ক়্ষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সেবা জনালোঁ।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ প্ৰনাম।
কৃষ্ণ কৃষ্ণ,, বাপ একান্ত ভকতৰ চৰণত সেৱা নিবেদিলোঁ । মাধৱ 🙏
কৃষ্ণ কৃষ্ণ প্রভুজনা
কৃষ্ণ কৃষ্ণ হে প্ৰভু আপোনাৰ চৰনত সেৱা জনালো।
কৃষ্ণ কৃষ্ণ বাপ 🙏সেৱা আগবঢ়ায়ছো গ্ৰহণ কৰি কৃপা কৰিব।কৃষ্ণ 🙏
কৃষ্ণ , ভগৱান ৰ লীলা ৰ বিষয়ে আপোনাৰ পৰা শুনি সচাকৈ গোটেই দিনটো লৈ আনন্দ লাভ কৰোঁ
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো ।
Krishna Krishna...Bap Eswaarloi sewa Nibedisu..
জয় ৰাম জয় কৃষ্ণ জয় ৰাম জয় কৃষ্ণ ৰাম ৰাম হৰি ৰাম 🙏🙏🙏🙏🙏
জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে প্রভু জন; নিকিঞ্চন ৰ ভক্তি ভৰা সেৱা আৰু প্রণিপাত গ্রহন কৰিব
কৃষ্ণ কৃষ্ণ।
সেৱা নিবেদিলোঁ প্ৰভু। 🙏🙏🙏
Krishno 🙏🙏🙏🙏
প্ৰণাম প্ৰভুজনা,,,,,ভাগৱতৰ ৰস পান কৰি ধন্য হলো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏
কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।
কৃষ্ণ বাপ ঈশ্বৰ। আপোনাৰ তত্ব গধুৰ ব্যাখ্যা শুনি প্ৰত্যেক পোৱাই মনটো জিপাল হৈ যায়।আমাসবক এইদৰে ভক্তি সাগৰত স্নান কৰোৱা বাবে ঈশ্বৰে আপোনাক সদাই কুশলে ৰাখক। কৃষ্ণ।
আপোনাৰ তত্বগধুৱ ব্যাখ্যা ভাগ শুনি আপ্লুট হৈছো।এই দৰে আপুনি ঈশ্বৰ পুৰুষৰ কথা কৈ আমাকো ধন্য কৰিবলৈ কুশলে থাকক।🙏🙏🙏
কৰুণাময় ৰাম কৰুণাময় ।কৰিও কৃপা মোক যদি হয় উচিত ।তুমিসে ৰাম কৃপা ৰসে নিধি ।তোমাৰ বিনে কৃপা নাহিসে সিদ্ধি । তোমাৰ কৃপাক কৰি আছোঁ আশ ।অৰুণ পদ তলে হৌক নিবাস । কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।ৰাম ৰাম জগতৰ মংগল কৰা ।
Krishna mahima. 🙏🙏🙏
Kirshna kirshna provu .🙏 ..
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ এনেদৰে যেন সদায় কৃষ্ণ কথা শুনিবলৈ পাও 🙏🙏🙏। ভগবানে আপোনাক কোশলে ৰাখক প্ৰণাম ।
কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ ঈশ্বৰ🙏🙏🙏
Ram ra.m Krishna krlshna ram ram Krishna krlshna 🙏🙏🙏🙏
Krishna'Ram Ram Ram pronam jonalu apunak 🙏🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভূ ঈশ্বৰ আমাৰ ভক্তিভৰা সেৱা নিবেদিছো । এইছেগতে আপোনাৰ মঙ্গল কামনাকৰিছো ভগৱন্ৰ শ্ৰীচৰণত ।
Krishna. Krishna bap.
কৃষ্ণ প্ৰভূ প্ৰণাম। 🙏🙏🙏
বাপ ঈশ্বৰ প্ৰনাম। আপোনাকো ভগৱানে কৃপাৰ কৰক।সনতৰ সকলৰ ভক্তি মাৰ্গ হূদয় কম্পি উঠে বৰ্ণনা শুনি।
🙏🙏🙏🙏🙏🙏
কৃষ্ণ হে কৃপালো বাপ ঈশ্বৰ ধন্যবাদ ৰ্ লগতে সেৱা ভাগো গ্ৰহণ কৰিব🙏🙏🙏🙏❤️
প্ৰনাম প্ৰভু
Krishna Krishna probhujona.. ......
কৃষ্ণ কৃষ্ণ সুন্দৰ 🙏🙏
কৃষ্ণ শঙকৰগুৰু মাধৱ আপোনাৰ পাঠ শুনা বহু আগ্ৰ্হী প্ৰভূ কৃষ্ণ ।
কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ মুখৰ কৃষ্ণ কথা তথা ভাগৱত পাঠে আমাক ঈশ্বৰমুখী কৰাত যথেষ্ট সহায় কৰিছে ৷ঈশ্বৰে আপোনাক কুশলে ৰাখক৷
কৃষ্ণ কৃষ্ণ. 🙏🙏🙏🙏🙏🙏
হে গুৰুজনা আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ালো 🙏🙏🙏 গ্ৰহণ কৰে যেন
Krishna Krishna🙏 Bahut bhal lagil Krishna Krishna🙏
অনাদিৰ অনন্ত ঈশ্বৰৰ চৰণত কৌটি কৌটি প্ৰণাম 🙏🙏🙏
Dhanay apunar jibon.🙏🙏🙏 Krishna Krishna pravu.
কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালো। আপোনাক ভগৱানে কুশলে ৰাখক কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম। বাপ জনা সেৱা গ্ৰহণ কৰে যেন। কৃপা ভিক্ষা মাগো ভকতৰ সংগ সদায় পাওঁ যেন । আৰ্শীবাদ আশা কৰিলো । কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ।
গোবিন্দ গোবিন্দ ৰাম প্ৰভু কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ তত্বাগধুৰ বাণী শুনি মনত বহুতো শংকা দূৰ হল। কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কিনো ভাগ্য কিনো ভাগ্য কলিৰ প্ৰজাৰ। হৰি গুণ কীৰ্ত্তনহে ধৰ্ম ভৈল যাৰ।। হৰি গুণ নামক কীৰ্তন যিটো কৰে। কলিৰ দোষ বঞ্ছিলেক সিটো নৰে। হে প্ৰভূ আপোনাৰ শ্ৰী মুখৰ অমৃত ময় ভাগৱত ব্যাখা শ্ৰৱণ কৰি বলৈ পাই নিজকে ঈশ্বৰ মুখী হোৱা ৰ ধন্য মানিছো।হে প্ৰভূ এই কলিৰ যুগৰ সংকত ময় কালত গত বৰ্ষৰ পৰা ই আপোনাৰ এই অমৃত বাণীয়ে অধমৰ হৃদয় স্পৰ্শ কৰি গৈছে ।প্ৰভূ গত বৰ্ষত আপোনাৰ নিজ হাতে লিখা যি শাস্ত্ৰ পোৱা যাবনে ।কত কেনেকৈ পায় জনাব বুলি আশা কৰিলো। শেষত আপোনাৰ মংগল কামনা ওআমাৰো সৎবাঞ্ছা কৰি ভগৱানৰ ওচৰত কৃপা প্ৰাৰ্থনা জনালো। ওম শান্তি কৃষ্ণ ৰাম কৃষ্ণ ৰাম জয় জয় ৰাম।।
Krishna prabhu tomar ovoy charanat sewa janaisu Krishna🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্রভু শত কোটি প্রণাম যাচিছো আপোনী কোশলে থাকক দীর্ঘায়ু হওঁক তাৰ কামনাৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভূ ঈশ্বৰ বাপ ভাগৱতৰ অমৃতে মনত প্ৰশান্তি দিলে ৷
জয় গুৰু শংকৰ ।হে কৃপালো প্ৰভু জনা ভক্তি ভৰা সেৱা জনাইছোঁ আৰু ভাগৱত শ্ৰৱণ কৰি থকা প্ৰভু সকল , আই সকলৰ ওচৰত মোৰ সেৱা নিবেদন কৰিছোঁ । কৃপাৰ সাগৰ দৈৱকী নন্দন প্ৰভু ঈশ্বৰে সকলোকে কৃপা কৰক । এয়াই মোৰ ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।
Krishna bap aponar amritmoi bhagwator bani somuh xuni val lagil sewa jonalo
কৃষ্ণ বাপ ঈশ্বৰ দুখানি অভয় চৰণত শীৰ থৈ কৌটি কৌটি ভক্তিভৰা সেৱা আগবঢ়ালোঁ। কৃষ্ণ।
কৃষ্ণ জয় গুৰু শঙ্কৰ ।ভক্তি ভৰা সেৱা অৰ্পণ কৰিলো গ্ৰহণ কৰিব প্ৰভূ। আপোনাৰ অমৃত ত্ত্বত্তত মন মুগ্ধ বাপ।আপোনাক ধৈন্যবাদ দিবৰু ভাষা নাই প্ৰভূ।মাথো সদা সৰ্বদা কুশল মঙ্গল কামণা কৰিলো ।কৃষ্ণ।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ শত কৌট কৌটি প্রণিপাত জনালো কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏
Krishna krishna bap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👌🏽👏👌🏽👏
কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ 👏কৃষ্ণ কৃষ্ণ
Krishna bap ishwar , apunak koti koti pronam jonalu, Krishna...........,
🙏🌺Krishna Bap🌺🙏Prnam🙏🙏🙏🙏
Krishna bap amrit pan kori dhanya holu🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ সুপ্ৰভাত প্ৰভূঈশ্বৰ"মহাভাগৱতৰ অমূল্য ৰত্ন শীৰে থৈ আপোনাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা নিৱেদিছোঁ লগতে সমস্ত আাই-বাপসৱলৈ সুহৃদয়েৰে অঞ্জলি ধৰিছোঁ । কৃষ্ণ হৰি ৰাম
কৃষ্ণ কৃষ্ণ🙏🏼🙏🏼🙏🏼 হৃদয় ভৰা সেৱা জনালো
কৃষ্ণ কৃষ্ণ বাপ , সেৱা লব ।
Bap sewa janaisu. Ram krishan.
Krishna baapjona xotokoti pranam.dhanya hoisu apunar shulolit konthor atoynto bhabgodhur bixlexon xrobon Kori.mongolmoi Kori rakhok bhagwantoi apunak xuva rattri.
Krishna Prabhu Amar Pranam Grahan Karibo🙏🙏🙏🙏🙏🙏.....
🙏🙏কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু🙏🙏 কৃষ্ণ কৃষ্ণ
Krishna Krishna pronam jonalu
কৃষ্ণ কৃষ্ণ .... । ভকতি প্ৰসাদ ভক্তসকলক বিলাই যোৱাত আমাৰ আশীষ সদায় থাকিব । ভক্তসকলৰ জীৱন সাম্ফল হওক ।
কৃষ্ণ বাপ বৰ সুন্দৰ পাঠভাগ শুনিলো ।আপোনাৰ পাঠভাগ শুনিবলৈ বৰ আগ্ৰহেৰে ৰৈ থাকো ।ঈশ্বৰে আপোনাৰ মঙ্গল কৰক যাতে আমি সদায় আপোনাৰ ভাগৱত শ্ৰৱণ কৰিবলৈ পাও। কৃষ্ণ কৃষ্ণ সেৱা জনালো।
কৃষ্ণ কৃষ্ণ প্ৰভুজনা ।সেৱাভাগি নিবেদিছো কৃষ্ণ কৃষ্ণ
Krishno ram ram 🌼🌼🌼🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 সএাধিকাৰ প্রভু ইশ্বৰ ভাগৱতৰ অমৃত কথা শুনি পৰম সন্তুোশ লভিছো। আপোনাক কৌটি কৌটি প্রনাম কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna Ram prabhu, Hati Ram krishna
কৃষ্ণ প্ৰভূ সেৱা নিবেদিন প্ৰণিপাত কৰিছে প্ৰভূ 🙏🙏🙏🙏কৃষ্ণ ৰামকৃষ্ণ
Krishna Krishna Krishna bap
কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি প্ৰভু মাধৱ কৌটি কৌটি প্ৰনাম জনালে🙏🏼🙏🏼🙏🏼🙏🏼 ।।ঈশ্বৰে কুশলে ৰাসক তাৰে কামনা কৰিছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি প্ৰভু পুনৰ সোবা জনালোঁ🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।
কিমতে ভকতি কৰিবো তোমাত হৰি এ, মই মুঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম। সচাকৈয়ে আমি নিজে অতি মুঢ়মতি আছিলো। সৌভাগ্য ক্ৰমে বাপ ঈশ্বৰৰ সানিধ্য পাই কিছু হলেও পৰম সুখৰ সন্ধান পাইছো।বাপ জনাৰ কুশল কামনা কৰিলো। কৃষ্ণ হৰি ৰাম কৃষ্ণ।
Krishna Krishna Ram Ram 🙏🙏🙏🙏🙏🙏🙏🙏 apnar soronot prnam grohon korilu
কৃষ্ণ প্ৰভু ঈশ্বৰ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব প্ৰভু,,ধাৰাবাহিক ভাৱে ইমান সুন্দৰ অমৃত ময় বাণী শ্ৰৱণ কৰোৱাৰ বাবে অশেষ ধন্যবাদ প্ৰভু🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত ভক্তিভাৱেৰে প্ৰনিপাত জনালোঁ ।
Ram ram ram.......KRISHNA
Krishna Hari Ram.
Dandabad prabhu
হৰি ৰাম কৃষ্ণ
🛐🙏❤️🌞সু প্ৰভাত
কৃষ্ণ, বাপ সেৱা গ্ৰহণ কৰিব ।আপোনাৰ শ্ৰীমূখে ভাগৱত পাঠ শুনি অতি আনন্দিত হওঁ । প্ৰভূ ভগৱন্তই আপোনকো কূশলে ৰাখক ।জয় গুৰু শঙ্কৰ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏
কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীচৰণত শত কৌটি প্ৰণাম প্ৰভু ।কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
আজিৰ পাঠ শুনিলো।এই আপোনাৰ ভাগৱত পাঠে দিনটোৰ বাবে মন শৰীৰ প্ৰবিত্ৰ কৰি ৰাখে।ধাৰাবাহিক ভাৱে খণ্ড বোৰ শুনিব পৰা নাই যদিও বহুত ভাল লাগিছে।এইদৰে আপুনি আমাক ঈশ্বৰ পুৰুষৰ কথা কৈ যাওঁক।এই ভাগৱত পাঠ কৰি যাবৰ বাবে ভগৱানে আপোনাৰ কুশলে ৰাখক। সশ্ৰদ্ধ প্ৰণাম নিবেদিলো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু
কৃষ্ণ প্ৰভু ইশ্বৰ সেৱা নিবেদিছোঁ 🙏🙏🙏🙏
সেবা গ্ৰহণ কৰিব বাপ। ঈশ্বৰে সকলোকে ভালে ৰাখক এইটো ঈশ্বৰৰ চৰণত ভক্তিভাৱেৰে প্ৰাথনা 🙏 কৃষ্ণ
হে মোৰ পৰম বান্ধৱ শতকৌটি সেৱা গ্ৰহণ কৰিব কৃষ্ণ ৰাম হৰি ৰাম
কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱা গ্ৰহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা,শ্ৰৱণ কৰিব পাই পৰম কৃতাৰ্থ হৈছোঁ। ভগৱন্তই আপোনাক কুশলে ৰাখক যাতে আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা অমৃত পান কৰি থাকিব পাৰো।
কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ🙏🙏🙏
Ram Krishna Hari bap
কৃষ্ণ বাপ 🙏🛐 প্ৰনাম
ক়্ষ্ণ ক়্ষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সেবা জনালোঁ।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ প্ৰনাম।
কৃষ্ণ কৃষ্ণ,, বাপ একান্ত ভকতৰ চৰণত সেৱা নিবেদিলোঁ । মাধৱ 🙏
কৃষ্ণ কৃষ্ণ প্রভুজনা
কৃষ্ণ কৃষ্ণ হে প্ৰভু আপোনাৰ চৰনত সেৱা জনালো।
কৃষ্ণ কৃষ্ণ বাপ 🙏
সেৱা আগবঢ়ায়ছো গ্ৰহণ কৰি কৃপা কৰিব।
কৃষ্ণ 🙏
কৃষ্ণ , ভগৱান ৰ লীলা ৰ বিষয়ে আপোনাৰ পৰা শুনি সচাকৈ গোটেই দিনটো লৈ আনন্দ লাভ কৰোঁ
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো ।
Krishna Krishna...
Bap Eswaarloi sewa Nibedisu..
জয় ৰাম জয় কৃষ্ণ জয় ৰাম জয় কৃষ্ণ ৰাম ৰাম হৰি ৰাম 🙏🙏🙏🙏🙏
জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে প্রভু জন; নিকিঞ্চন ৰ ভক্তি ভৰা সেৱা আৰু প্রণিপাত গ্রহন কৰিব
কৃষ্ণ কৃষ্ণ।
সেৱা নিবেদিলোঁ প্ৰভু। 🙏🙏🙏
Krishno 🙏🙏🙏🙏
প্ৰণাম প্ৰভুজনা,,,,,ভাগৱতৰ ৰস পান কৰি ধন্য হলো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏
কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।
কৃষ্ণ বাপ ঈশ্বৰ। আপোনাৰ তত্ব গধুৰ ব্যাখ্যা শুনি প্ৰত্যেক পোৱাই মনটো জিপাল হৈ যায়।আমাসবক এইদৰে ভক্তি সাগৰত স্নান কৰোৱা বাবে ঈশ্বৰে আপোনাক সদাই কুশলে ৰাখক। কৃষ্ণ।
আপোনাৰ তত্বগধুৱ ব্যাখ্যা ভাগ শুনি আপ্লুট হৈছো।এই দৰে আপুনি ঈশ্বৰ পুৰুষৰ কথা কৈ আমাকো ধন্য কৰিবলৈ কুশলে থাকক।🙏🙏🙏
কৰুণাময় ৰাম কৰুণাময় ।কৰিও কৃপা মোক যদি হয় উচিত ।তুমিসে ৰাম কৃপা ৰসে নিধি ।তোমাৰ বিনে কৃপা নাহিসে সিদ্ধি । তোমাৰ কৃপাক কৰি আছোঁ আশ ।অৰুণ পদ তলে হৌক নিবাস । কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।ৰাম ৰাম জগতৰ মংগল কৰা ।
Krishna mahima. 🙏🙏🙏
Kirshna kirshna provu .🙏 ..
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ এনেদৰে যেন সদায় কৃষ্ণ কথা শুনিবলৈ পাও 🙏🙏🙏। ভগবানে আপোনাক কোশলে ৰাখক প্ৰণাম ।
কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ ঈশ্বৰ🙏🙏🙏
Ram ra.m Krishna krlshna ram ram Krishna krlshna 🙏🙏🙏🙏
Krishna'Ram Ram Ram pronam jonalu apunak 🙏🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভূ ঈশ্বৰ আমাৰ ভক্তি
ভৰা সেৱা নিবেদিছো । এই
ছেগতে আপোনাৰ মঙ্গল কামনা
কৰিছো ভগৱন্ৰ শ্ৰীচৰণত ।
Krishna. Krishna bap.
কৃষ্ণ প্ৰভূ প্ৰণাম। 🙏🙏🙏
বাপ ঈশ্বৰ প্ৰনাম। আপোনাকো ভগৱানে কৃপাৰ কৰক।সনতৰ সকলৰ ভক্তি মাৰ্গ হূদয় কম্পি উঠে বৰ্ণনা শুনি।
🙏🙏🙏🙏🙏🙏
কৃষ্ণ হে কৃপালো বাপ ঈশ্বৰ ধন্যবাদ ৰ্ লগতে সেৱা ভাগো গ্ৰহণ কৰিব
🙏🙏🙏🙏❤️
প্ৰনাম প্ৰভু
Krishna Krishna probhujona..
......