Bhagwat Path|| Riju Pathak || Video-50 (চতুৰ্থ স্কন্ধ)

Поділитися
Вставка
  • Опубліковано 27 січ 2025

КОМЕНТАРІ • 355

  • @parineetapari2645
    @parineetapari2645 2 роки тому +1

    কৃষ্ণ প্ৰভু ঈশ্বৰ,,আপোনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলো প্ৰভু,,ঈশ্বৰে আপোনাক ও পৰিয়ালক মঙ্গল কৰক প্ৰভু,,🙏🙏🙏🙏🙏🙏

  • @lakheswarthakuria2550
    @lakheswarthakuria2550 3 роки тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🌹🌹🌹🌹

  • @shibosaloi8549
    @shibosaloi8549 Місяць тому

    সদাই সৎত, সত্যত, সকলোেক ভাল পাই কাকে হি;সা নকৰি, সাধু সন্ত, মহন্ত বৈষ্ণব, মহাজন পন্ডিত চৰনত সেৱা ধৰি, সকলোৰে মঙ্গল কামনাৰে, ৰাম ৰাজ কামনা কৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ আৰাধনাৰ পথ পাম বুলি আৰাধনা নিবেদিলো, ৰাম ৰাম ৰাম ৰাম ৰাম, মাধৱ মাধৱ মাধৱ, কৃষ্ণ হৰি ৰাম। ওম নম: ভাগৱতে বাসুদেৱয়। পাঠক প্রভূ ঈশ্বৰ গোসাইৰ লগতে ভক্ত ভকত বৃন্দকো সেৱা ধৰি পদধুলি শিৰত ৰাখিলো।

  • @manjulabora8219
    @manjulabora8219 3 роки тому

    🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ ভক্তি পূৰ্ণ শ্ৰদ্ধা নিবেদন কৰিলোঁ 🙏🙏🙏🙏 ৰাম ৰাম প্ৰভু 🙏🙏🙏 কৃষ্ণ

  • @GajenDas-x7d
    @GajenDas-x7d 26 днів тому +1

    Krishna Krishna Ram Ram

  • @bijoypawandas4034
    @bijoypawandas4034 3 роки тому +3

    হে সএাধিকাৰ ইশ্বৰ প্রভু আপোনাৰ সৎ মনোবাঞ্ছা ইশ্বৰ পুৰুষ ভগৱন্তই পুৰন কৰক আমাৰ এই ভগৱন্তৰ ওচৰত একান্ত প্রাথনা কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @prodipgogoi6265
    @prodipgogoi6265 3 роки тому

    কৃষ্ণ প্ৰভুজনা, সেৱা নিবেদিলো,,, ভগৱানৰ অপাৰ মহিমাৰ কথা শুনি আপ্লুত হলো।

  • @SankhuDas-pn8yv
    @SankhuDas-pn8yv 23 дні тому +1

    So precious speech I so proud hearing this

  • @ranjumoniborah6449
    @ranjumoniborah6449 3 роки тому +3

    🙏কৃষ্ণ প্ৰভু, সশ্ৰদ্ধ প্ৰণাম জনাইছো।ইমান সুন্দৰ ভাগৱত বাখ্যা শুনি বহুত আনন্দিত।প্ৰভু ভগৱন্তই আপোনাক কুশল মঙ্গলে ৰাখক আৰু এনেদৰে সদায় কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি যাবলৈ শক্তি প্ৰদান কৰক। কৃষ্ণ🙏

    • @jibonborah3859
      @jibonborah3859 2 роки тому

      Kio in lok ooooh itioioiir you ooio🔥io❤️ iii okiiiio🔥 kiko iooooioioiiii OOO until oooooiio🎉💨😻😻😻oooko🔥oo❤️koooiooo❤️😍😍😍😍😂😻😍😍😍😍

  • @sumitradeka3599
    @sumitradeka3599 10 місяців тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @diptiborah413
    @diptiborah413 2 роки тому

    কৃষ্ণ বাপ সেৱা জনালো, আপোনাৰ শ্ৰী মুখে ভাগৱত শ্ৰৱন কৰি পৰম আনন্দিত আৰু মনত শান্তি লভো,

  • @basundharikakati2310
    @basundharikakati2310 3 роки тому +3

    কৃষ্ণ কৃষ্ণ প্ৰভূ প্ৰণাম ।আপোনাৰ শ্ৰীমুখে ভাগৱত পাঠ শুনিবলৈ পাইঅতি আনন্দ্বিত হলো ।জয় গুৰু শঙ্কৰ ।

  • @mrinalmedhi8346
    @mrinalmedhi8346 2 роки тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ, ৰাতি পুৱা শুই উঠি আপোনাৰ কণ্ঠেৰে কৃষ্ণ অমৃত বাণী শুনি গোটেই দিনটো নতুন উৎসাহ -উদ্দীপনা পাওঁ প্ৰভূ।

  • @pinkidas2282
    @pinkidas2282 3 роки тому

    কৃষ্ণ প্ৰভু সেৱা নিবেদিছোঁ 🙏🙏🙏🙏🙏🙏

  • @gitanjalipathak1375
    @gitanjalipathak1375 2 роки тому

    সেৱা আগ‌ বঢ়ালো কৃষ্ণ আপোনাক ভগৱানে কুশলে‌ ৰাখক কৃষ্ণ 🙏🙏

  • @gitalineog6489
    @gitalineog6489 3 роки тому

    Krishna Prabhu krishna pronam Prabhu 🙏🙏🙏🙏🙏

  • @GitaTalukdar-b7o
    @GitaTalukdar-b7o 4 місяці тому

    প্ৰভু আপোনাৰ ভাগবত পাঠ শুনি মোৰ মন সাত পৰি যায়।

  • @sumudas6715
    @sumudas6715 2 роки тому +1

    কৃষ্ণ কৃষ্ণ🙏 প্রভুদের আপোনি ভাগবত পঢ়ি লে ৰাতিপুৱা ই গৈও শুনি বাপ আমনি নালাগে। 🙏🏼🙏🏼🙏🏼🙏🏼কৃষ্ণ কৃষ্ণ

  • @gunalatakakati1635
    @gunalatakakati1635 3 роки тому +1

    কি
    আপোনাৰ মূখৰ কৃষ্ণ কথা শুনি থাকিলে শুনি য়েই থাকিবৰ মন যায়।ভগবানে আপোনাক এনেকৈ দীৰ্ঘ কাল ধৰি কৃষ্ণ কথা প্ৰচাৰ কৰিবলৈ শক্তি দিয়ক
    !

  • @nareswarbarman6763
    @nareswarbarman6763 3 роки тому +1

    Krishno krishno krishno..........xeba jonalu.........

  • @japanidas6859
    @japanidas6859 3 роки тому +1

    কৃষ্ণ ৰাম ৰাম ৰাম ৰাম

  • @DipKumer-ld5sx
    @DipKumer-ld5sx 4 місяці тому

    প্রনাম গুরুদের আপোনাৰ শ্ৰী শৰণত শত্কুটি সেরা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sabitrimedhi6564
    @sabitrimedhi6564 3 роки тому

    কৃষ্ণ কৃষ্ণ শ্ৰীমদ্ভাগৱত পাদোদকী নামগঙ্গাৰ পদপঙ্কজত শীৰণত হৈ আমিসৱৰ কল্যানাৰ্থে অতি স্থিতপ্ৰজ্ঞ ভাগৱত বিশ্লেষণক হৃদয়ত উপাসি শ্ৰীআচাৰ্যদেৱৰ শ্ৰীচৰণত দুধাৰী আনন্দৰ অশ্ৰুঞ্জলী সেৱা নিৱেদিছোঁ । ঈশ্বৰ" বসুন্ধৰী আইৰ এক প্ৰদক্ষিণৰ অন্তত দাসীৰ কাৰ্যক্ৰমনিকাৰ একণিকা দিঠক ৰূপান্তৰে মই মূকবধিক আনন্দ ও কৃতাৰ্থ কৰিছে প্ৰভূ"আপোনাৰ পদক্ষেপে নৱজাগৰণৰ পুণৰ উদ্ভাৱন হওঁক ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিৱেদিছোঁ । কৃষ্ণ ৰাম

  • @rajjudutta2497
    @rajjudutta2497 10 місяців тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @nilimachoudhury5019
    @nilimachoudhury5019 2 роки тому

    কৃষ্ণ কৃষ্ণ শতকৌটি প্ৰণাম 🙏🙏🙏🙏🙏❤️

  • @PinkuDas-f2t
    @PinkuDas-f2t 24 дні тому

    কৃষ্ণ প্ৰভু জনা সেৱা নিবেদিছোঁ ৷🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @lombitmoran4759
    @lombitmoran4759 3 роки тому

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏

  • @dipakkalita9267
    @dipakkalita9267 Рік тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏

  • @uddabroy3283
    @uddabroy3283 3 роки тому +9

    কৃষ্ণ কৃষ্ণ প্ৰভু ।ৰাতিপুৱাৰ সেৱাভাগি ধৰিছো কৃষ্ণ ।প্ৰভু অতি সুন্দৰ আৰু তত্ত্বগধুৰ অধ্যায় । পুনঃহ আপোনাৰ মংগল কামনাৰে কৃষ্ণ কৃষ্ণ ।

    • @premadharligira532
      @premadharligira532 3 роки тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ লগতে এই ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ

    • @dipakbora6922
      @dipakbora6922 3 роки тому

      @@premadharligira532 qq

    • @dipakbora6922
      @dipakbora6922 3 роки тому

      11111

  • @LakhimiGohain
    @LakhimiGohain 4 місяці тому

    Krishna Krishna Ram Ram Ram ❤❤❤❤

  • @bijoypawandas4034
    @bijoypawandas4034 3 роки тому +1

    কৃষ্ণ বাপ সেৱাহে নিবেদিছু। ৰাম কৃষ্ণ হৰি নাৰায়ণ।

  • @jayasaharia5055
    @jayasaharia5055 3 роки тому +2

    কৃষ্ণ । অতিশয় ৰসাল পাঠ ।স্বাদ দিনে দিনে বৃদ্ধি পাই আহিছে ।কিবা ভাগ্যৰ বাবেহে শ্ৰবণ কৰিবলৈ সক্ষম হৈছো । আপোনাক ধন্যবাদ জনাইছো প্ৰভু ।

  • @amiyasaikia8822
    @amiyasaikia8822 2 роки тому

    কৃষ্ণ কৃষ্ণ বাপ পুৱাৰ সেৱা গ্রহণ কৰিব.....🙏🙏🙏🙏🙏

  • @jayasaharia5055
    @jayasaharia5055 3 роки тому

    প্ৰভু সেবা ভাগি নিবেদিলো কৃষ্ণ ।

  • @dambarusingh6973
    @dambarusingh6973 3 роки тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @pankajboruah3673
    @pankajboruah3673 3 роки тому +1

    কৃষ্ণ কৃষ্ণ গুৰুজনা সেৱাহে জনালো কৃষ্ণ🙏🙏

  • @gangadevi4089
    @gangadevi4089 3 роки тому +1

    ৰাম হৰি ৰাম হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম ।

  • @songitasonowalborgohain6989
    @songitasonowalborgohain6989 3 роки тому +4

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা নিবেদিলো ৷

  • @rubineog9534
    @rubineog9534 3 роки тому +1

    Om nomo bhagat basudebaia nomo,pronam bapjon

  • @junumech653
    @junumech653 3 роки тому +3

    কৃষ্ণ বাপ ঈশ্বৰ প্ৰভূ চৰণ সেৱা গ্ৰহণ কৰিব প্ৰভূ অতি সুন্দ ভাগবত পাঠ ভাল লাগিছে 🙏🙏🙏🙏কৃষ্ণ প্ৰভূ কৃষ্ণ কৃষ্ণ

  • @bhubenthakuria9006
    @bhubenthakuria9006 3 роки тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভু বাপ কৃষ্ণ।।

  • @baisalidanchingperformance9243
    @baisalidanchingperformance9243 3 роки тому +1

    কৃষ্ণ কৃষ্ণ বাপ সদাই ৰাতিপুৱাই যেন অমৃত পান কৰি আছুযেন আপোনাৰ কৃপাত কৃষ্ণ

  • @prabhatneog9930
    @prabhatneog9930 3 роки тому

    Krishna Krishna hokalure kushal hok 🙏🙏🙏

  • @sikatiramdas3027
    @sikatiramdas3027 3 роки тому +1

    Krishna bap🙏🙏🙏🙏🙏

  • @ranjanarabha6619
    @ranjanarabha6619 3 роки тому +1

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @shyamaborah4819
    @shyamaborah4819 3 роки тому +4

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু জনা সেৱাহে। এইদৰে সদাই কৃষ্ণ কথা শুনিবলৈ আশাৰে বাত চাই থাকিম ।

  • @nabajyotidas6117
    @nabajyotidas6117 2 роки тому +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏❤️🌹🙏

  • @dualadas5540
    @dualadas5540 3 роки тому

    নমস্কাৰ বাপ হৃদয়ত যোৰ পেলোৱা একমাএ আপুনিয়েই কৃষ্ণ বাপ,শতকৌটি সেৱা জাছিলত

  • @ranudas4561
    @ranudas4561 3 роки тому

    কৃষ্ণ প্ৰভু আপোনাক যাতে পৰমপুৰুষে সুস্বাস্থ‍্য কৰি ৰাখে। দৈনিক কৃষ্ণ কথা কীৰ্তন কৰিবলৈ🙏🙏🙏

  • @labanyagogoi5728
    @labanyagogoi5728 3 роки тому

    কৃষ্ণ প্ৰভু বৰ ভাল পালোঁ ।সেৱা জনালোঁ ।

  • @himakshithakuriya6003
    @himakshithakuriya6003 3 роки тому +3

    কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো আৰু আপোনাৰ দীৰ্ঘ জীৱন কামনা কৰিলো লগতে কৃষ্ণ কথা কোৱাৰ বাবে ভগৱানে আপোনাক অধিক শক্তিশালী কৰি তোলাৰ কামনা কৰিলো কৃষ্ণ 🙏🙏🙏

  • @arundhatidas7881
    @arundhatidas7881 3 роки тому

    মনক শান্ত কৰিবলৈ পৰম উপায় আমাৰ ৷ কৃষ্ণ

  • @sabitriboruah4411
    @sabitriboruah4411 3 роки тому +3

    কৃষ্ণ , প্ৰভুজনাক ভগৱানে ভালে ৰাখে যেন , কৃষ্ণ ।

  • @manjulabhuyan5676
    @manjulabhuyan5676 3 роки тому +2

    Krishno 🙏 krishno 🙏🙏🙏

  • @rimaborah6457
    @rimaborah6457 3 роки тому +4

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ অভাগিনীৰ সেৱা গ্ৰহন কৰিব৷

  • @nanditadas3923
    @nanditadas3923 3 роки тому +1

    🙏🙏😊😊bhut val lagil bap Ishwar 🙏🙏

  • @gitadas9203
    @gitadas9203 3 роки тому +5

    কৃষ্ণ বাপ আপোনাৰ কন্ঠ বৰ বাহাদূৰি, শুনি থাকিলে বৈকুণ্ঠত থকা যেন পাওঁ , কৃষ্ণ 🙏🙏

  • @digantagogoi5797
    @digantagogoi5797 3 роки тому

    Nomoskar jonaisu bapjon..anedore aguai jaok hodai..

  • @MintuPhukan-t1e
    @MintuPhukan-t1e Рік тому

    প্ৰভূ আপোনাৰ ভাগৱতৰ কৃষ্ণৰ কথা শুনি থাকিব মন যায় ভগৱানে আপোনাক কুশলে ৰাখক আপোনাৰ দীঘায়ু কামনা কৰিলো

  • @pramiladeori6928
    @pramiladeori6928 3 роки тому

    Krishna bap pronam 🙏🙏🙏🙏

  • @kankanlahkar1617
    @kankanlahkar1617 3 роки тому +6

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম 🙏🙏

  • @sarumaibora6873
    @sarumaibora6873 3 роки тому +1

    কৃষ্ণ
    প্ৰণাম প্ৰভূ প্ৰণাম। আপোনাৰ শ্রীমুখে ওলোৱা অমৃতময় ভাগবত বাখ্যা শ্রবন কৰিলে হৃদয় গদ গদ হৈ যায়। পুনৰ আপোনাৰ শ্রীঢৰণত ভক্তিভৰা সেৱা যাচিলোঁ। 🙏🙏

  • @padmeswarsaikia9385
    @padmeswarsaikia9385 3 роки тому +11

    কৃষ্ণ কৃষ্ণ প্ৰভু পৃৱাই আপোনাৰ শ্ৰীমুখে ভাগৱত ভাগি শ্ৰৱন কৰি ধন্য হ'লো ! আপোনাৰ কুশল কামনা কৰিলো। কৃষ্ণ

  • @আইঅসমী-ট৪প
    @আইঅসমী-ট৪প 2 місяці тому +1

    Krishna krishna🙏🙏🙏

  • @himanisaikia1827
    @himanisaikia1827 3 роки тому +5

    কৃষ্ণ সেৱা ভাগ আগবঢ়ালোঁ। গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ।

  • @pranatisaikia2424
    @pranatisaikia2424 3 роки тому +1

    Pranati saikia prabhu Essar apuner jugade bahut najona Bhagabanor amrit kotha janeba pare bhut bhut huki haesu , Namosker,

  • @probhawati8478
    @probhawati8478 3 роки тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ প্ৰণাম।সেৱা জনালো ।বহুত উৎকণ্ঠাৰে বাটচাই থাকি আজি সুখী হলো।আপোনাৰ কুশল কামণা কৰিলো সদা সৰ্বদা ।কুশলে থাকি মঙ্গল দায়ক ভাগৱত মধু বিলাই যাওক এইপ্ৰাৰ্থণা।কৃষ্ণ

  • @ramcharandeka9143
    @ramcharandeka9143 3 роки тому +1

    Krishna Ram Ram Krishna Ram.

  • @dipalidevi507
    @dipalidevi507 3 роки тому +14

    কৃষ্ণ কৃষ্ণ প্ৰভু জন । বৰ ভাল লাগিল । আপোনাৰ ভাগৱত ভাগ শ্ৰৱণ কৰি আমি ধন্য হলো । আপুনি কুশলে থাকক । কৃষ্ণ কৃষ্ণ প্ৰভু ।

    • @kushalchdas7431
      @kushalchdas7431 3 роки тому +2

      Pppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppp0loliloolopiIPl8iiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiipiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiliiiiiiiiiiiiiiiliiiiililiiiiiililiiiiiiiililiililiiiiiiliilipipilipiiliiililiililiiiiiiliipiiiiliililiiiiiiliiiiii88i88888ii8ii888888i88888888i88i88i888iii8iiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiliiiiiiiiiiiiiiiiliiiiiilililililililililililililililililililililililililililililililililililililililililililililililililililililolilililililililililolilililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililiplilililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililililip0pppp0ppppp0

    • @pramodbarkakati5938
      @pramodbarkakati5938 2 роки тому

      @@kushalchdas7431 7?????/@

  • @anuraggogoi4455
    @anuraggogoi4455 3 роки тому

    কৃষ্ণ !
    সেৱা নিবেদিলোঁ প্ৰভুজনা !

  • @gitalineog930
    @gitalineog930 Рік тому

    Krishna pranam Prabhu 🙏🙏🙏

  • @informationworld0.124
    @informationworld0.124 3 роки тому

    Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏

  • @jurimanidekapatowary5251
    @jurimanidekapatowary5251 3 роки тому

    Apunar bhagabat path huni thakile huni thakibo mon .apunar bhagini bor bhl lage.krishna krishna bap.apuni bhle thaok tare kamona korisu.

  • @krishnatamang7248
    @krishnatamang7248 3 роки тому

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏 সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ গ্ৰহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা, শ্ৰৱণ কৰিব পাই আনন্দিত হলোঁ। এনে দৰেই ভগৱন্তৰ গুণ নাম কীৰ্ত্তন কৰিবলৈ সদায় ভালে কুশলে ৰাখক। কৃষ্ণ 🙏🙏
    🙏 জয় গুৰু শঙ্কৰ 🙏

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 Рік тому

    Krishna Krishna Krishna prabhudev pronam to you.

  • @daisyrabha2343
    @daisyrabha2343 3 роки тому

    Krishna Krishna prabhu🙏🙏 sewa janaisu🙏🙏 Krishna

  • @tirthanathpayeng697
    @tirthanathpayeng697 3 роки тому +4

    হে কৃষ্ণ স্বামী আপোনাৰ অনুষ্ঠান ৰ পৰাই আমি কৃষ্ণ নাম লৈ নিজক আন্দদিত হোৱাৰ লগ তে ঈশ্বৰ মুখী হোৱাৰ সৎ বাঞ্চা কৰিছোঁ , ওম শান্তি কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম ৰাম।

  • @lakhiborah4897
    @lakhiborah4897 4 місяці тому

    সশ্ৰদ্ধ প্ৰণাম জনালো প্ৰভূ বাপ 🙏🙏

  • @elimonidas3557
    @elimonidas3557 3 роки тому

    Krishna Krishna Bap 🙏 🙏 Pranam

  • @deepabora1865
    @deepabora1865 3 роки тому

    কৃষ্ণ প্ৰভু বাপ ঈশ্বৰ শতকোটি ভক্তি অঞ্জলি অৰ্পন কৰিছোঁ। গ্ৰহণ কৰিব 🙏🙏🙏

  • @lukudas1209
    @lukudas1209 3 роки тому +2

    ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম,,হে বাপ ঈশ্বৰৰ কৃপা হলেহে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিব পাৰি

  • @gitanjalipathak1375
    @gitanjalipathak1375 2 роки тому

    কৃষ্ণ কৃষ্ণ 🙏 সেৱা আগবঢ়ালো।

  • @rupasaikia7513
    @rupasaikia7513 3 роки тому +1

    প্ৰণাম প্ৰভু, আপোনাৰ অমৃতময় কৃষ্ণ কথা পান কৰি আমাৰো মন জীপাল হৈ উঠিছে।ঈশ্চৰ পুৰুষৰ কথা আমাক শ্ৰৱণ কৰাবলৈকে তেঁৰাই আপোনাক আৰু শক্তি দি কুশলে ৰাখক।🙏🙏🙏

  • @lipikasaikia1259
    @lipikasaikia1259 3 роки тому +1

    Krishana Prabhu.

  • @akakhsobarman5460
    @akakhsobarman5460 3 роки тому

    Krishna krishna bap eswar 🙏🙏🙏🙏👌👌👌👌👌👌👏

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 3 роки тому

    Krisnha Krisnha prabhu

  • @bijusaikiasaikia8387
    @bijusaikiasaikia8387 3 роки тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা নিবেদিলো ।

  • @binandadas9675
    @binandadas9675 3 роки тому +2

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি প্ৰভু মাধৱ পূৱাৰ প্ৰনাম জনালোঁ 🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃ।

  • @MintuMedhi-o1w
    @MintuMedhi-o1w Місяць тому +1

    Ram Krishna

  • @rekhaphukan461
    @rekhaphukan461 3 роки тому +3

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ সেৱা জনালো🙏🙏🙏🙏

  • @reetabordoloi5258
    @reetabordoloi5258 3 роки тому +2

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ শতসহশ্র প্রণাম জনালো 🙏🙏🙏🙏

  • @anjanarupadas6601
    @anjanarupadas6601 3 роки тому +2

    🙏🙏কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু 🙏🙏কৃষ্ণ কৃষ্ণ

  • @karishmadas2665
    @karishmadas2665 3 роки тому +15

    বাপ সেৱা গ্রহন কৰিব মন প্রাণ পুলকিত হৈছে |সদায় শুনি থাকিব মন যায় |

  • @mnath7444
    @mnath7444 3 роки тому +3

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , আনন্দিত হ,'লো । বাপৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।

  • @junalimech6504
    @junalimech6504 2 роки тому +1

    Kirshna🙏 Kirshna 🙏 Kirshna 🙏 Kirshna 🙏Bapjana 🙏 Kirshna 🙏 Kirshna 🙏 Kirshna 🙏 Kirshna 🙏

  • @basantaboruah8804
    @basantaboruah8804 3 роки тому

    কৃষ্ণ প্ৰভু বহুত দিনৰ শুভকামনা জনালোঁ কৃষ্ণ

  • @Ankurkochari
    @Ankurkochari 3 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বা প

  • @bhairabjyotidas613
    @bhairabjyotidas613 3 роки тому +1

    হৰি ৰাম কৃষ্ণ

  • @gopagogoi7958
    @gopagogoi7958 3 роки тому +1

    Krishna Krishna bap

  • @abmonty7274
    @abmonty7274 3 роки тому

    প্ৰণাম প্ৰভুজন বৰ আনন্দ লভিলো ।কৃষ্ণ ।অঞ্জলি ।